Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

    Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

    Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ

    Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

    Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক

    Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

মুম্বাইত হ'ব বণ্ডৰ নিলাম, সুতৰ হাৰ নিৰ্ধাৰণ ৭.৫৬ শতাংশ, ৰাজ্যত ৰাজহুৱা ঋণৰ পৰিমাণ ১.৬২ লাখ কোটিৰো অধিক, বাৰম্বাৰ ঋণ গ্রহণত মহাগাণনিকৰো উদ্বেগ

publisher by publisher
August 29, 2026
in Assam, News
Reading Time: 1 min read
0
Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Assam Govt:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: মাত্র দুসপ্তাহৰ ভিতৰতে পুনৰ এহেজাৰ কোটি টকা ঋণ ল’বলৈ সাজু হৈছে অসম চৰকাৰ। অহা পহিলা ছেপ্টেম্বৰত এই ঋণ চৰকাৰে গ্ৰহণ কৰিব। ঋণৰ সুতৰ হাৰৰ পৰিমাণ ধার্য কৰা হৈছে ৭.৫৬ শতাংশ। চৰকাৰৰ বণ্ড নিলামৰ জৰিয়তে গ্রহণ কৰিবলগীয়া এই ঋণৰ বাবে ‘কম্পিটিটিভ’ আৰু ‘নন কম্পিটিটিভ’ দুয়ো প্ৰকাৰৰ নিবিদা আহ্বান কৰা হৈছে।

ADVERTISEMENT

নিলাম অনুষ্ঠিত নিলাম অনুষ্ঠিত হ’বলগীয়া দিনটোতে আগ্রহী বিনিয়োগকাৰীয়ে পুৱা নিবিদা দাখিল কৰি দুপৰীয়া নিলামত অংশগ্ৰহণ কৰিব পাৰিব বুলি অসম চৰকাৰৰ বিত্ত বিভাগৰ বাজেট শাখাই নিয়ম ধাৰ্য কৰিছে। ভাৰতীয় ৰিজার্ভ বেংকৰ মুম্বাইস্থিত শাখাত এই নিলাম অনুষ্ঠিত হ’ব। উল্লেখ্য যে যোৱা ১৮ আগষ্টতো একেটা স্থানতে বণ্ড বিক্ৰীৰ জৰিয়তে অসম চৰকাৰে এহেজাৰ কোটি টকা ঋণ লৈছিল।

উল্লেখ্য যে বৰ্তমানৰ অসম চৰকাৰখনে যোৱা কাৰ্যকালটোত ঋণৰ নামত অসমক আকণ্ঠ ধাৰৰ বোজাই বুৰোৱা বুলি তীব্র প্রতিক্রিয়া অব্যাহত আছে। কিন্তু তেনে প্রতিক্রিয়ালৈ কর্ণপাতো নকৰি চৰকাৰে ঋণ গ্ৰহণৰ গতি এইবাৰ চৰকাৰ গঠনৰ সময়ৰ পৰাই ত্বৰান্বিত কৰিছে। তাৰেই পুনৰাবৃত্তি অহা পহিলা ছেপ্টেম্বৰত পুনৰ ঘটিব। উল্লেখ্য যে বিত্ত বিভাগৰ তথ্য অনুসৰি অসম চৰকাৰৰ ৰাজহুৱা ঋণৰ পৰিমাণ ইতিমধ্যে ১.৬২ লাখ কোটিৰো অধিক হৈছে।

বিত্তীয় নাটনিত চলি থকা ৰাজ্যখনক শেহতীয়াকৈ পূৱ অসমৰ চাৰিখন জিলাৰ অভাৱনীয় বানে একপ্ৰকাৰ কঁকাল ভাঙে। এই ক্ষতি পূৰাবলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত জমা হোৱা ধন ব্যৱহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রীয়ে। তদুপৰি কেন্দ্ৰীয় চৰকাৰেও অসমে বিচৰা মতেই পুঁজি আবণ্টন দিয়াৰ আশ্বাস দিছে। ইয়াৰ বিপৰীতে অনুৎপাদক আৰু উন্নয়নমূলক কাম কৰিবলৈ অসমক প্রয়োজন হৈছে বৃহৎ পৰিমাণৰ পুঁজি। ইতিমধ্যে অৰুণোদয় আঁচনি পুনৰ সক্ৰিয় কৰা হৈছে। তদুপৰি হিতাধিকাৰীক পোনপটীয়াকৈ টকা দিয়া আন কে’বাখনো আঁচনি ছেপ্টেম্বৰৰ পৰা ৰূপায়ণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাবে প্ৰয়োজন হৈছে বৃহৎ পৰিমাণৰ পুঁজি।

অসমৰ দৰে অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্য এখনে এনেদৰে উপর্যুপৰি ঋণ গ্রহণ কৰাক লৈ বিতৰ্কৰো সূচনা হৈ আহিছে। অথচ উৎপাদন শূন্য বোজাৰ বাবে প্রায় প্রতিমাহে চৰকাৰে ঋণ ল’বলগীয়া হৈছে। অসমে যি গতিত ঋণ গ্রহণ কৰি আহিছে তাকে লৈ ভাৰতৰ মহাগাণনিকেও উদ্বেগ প্রকাশ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Govtauction of boandsCm Himanta Viswa SarmaRe -loans
publisher

publisher

Related Posts

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন
Assam

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

August 29, 2026
Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ
Flood

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

August 29, 2026
Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ
Assam

Tinsukia:তিনিচুকীয়াত বৃহৎ সংখ্যক ব্যৱসায়ীক ১৫ লাখকৈ টকা দাবীৰে আলফা (স্বাধীন)ৰ পত্ৰত হাহাকাৰ

August 29, 2026
Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক
Flood

Nepal Flood update news:জলপ্ৰলয়ত মৃত্যুৰ সংখ্যা ৬২৬লৈ বৃদ্ধি, জীৱন্তে উদ্ধাৰ ৮৫ ভাৰতীয়ক

August 29, 2026
Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা
Assam

Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা

August 28, 2026
Yaba Tablets Seized in Patharkandi:শ্রীভূমিত ৪০ হাজাৰ য়াবা টেবলেট সহ সৰবৰাহকাৰী আটক

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d