Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ

    ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

    কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

International Seminar In Guwahati:সমাধিস্থৰ পৰম্পৰাগত শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্থা শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ

publisher by publisher
May 25, 2024
in Assam, India, News
Reading Time: 2 mins read
0
International Seminar In Guwahati:সমাধিস্থৰ পৰম্পৰাগত শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্থা শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Zuben Garg Tribute:ন্যায়ৰ প্ৰাৰ্থনা-বেদনাৰ চকুলো একাকাৰ

International Seminar In Guwahati:

দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াৰ সমাধিস্থ পৰম্পৰাৰ শেহতীয়া প্ৰত্নতাত্ত্বিক ব্যৱস্হা সন্দৰ্ভত অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ অধীনত প্ৰত্নতাত্ত্বিক সঞ্চালকালয়ৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ এখন আন্তৰ্জাতিক আলোচনা চক্ৰ অনুষ্ঠিত হয় । গুৱাহাটী মহানগৰীৰ সমীপবৰ্তী সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত আয়োজিত এই আলোচনা চক্ৰখন বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱাৰ পাছতে আদৰণী ভাষণ প্ৰদান কৰে ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ আযুক্ত সচিব ৰঞ্জন শৰ্মাই। তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে এই আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰখন আয়োজন কৰাৰ এক মূল উদ্দেশ্য হৈছে সমাধিস্থ কৰা পদ্ধতি আৰু অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানৰ বৈচিত্ৰ্যৰ বিষয়ে আলোচনা কৰাৰ লগতে সমাধিৰ পৰম্পৰাৰ সাংস্কৃতিক, সামাজিক আৰু ধৰ্মীয় তাৎপৰ্য্যৰ অনুসন্ধান কৰা।

ADVERTISEMENT

ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ সঞ্চালকপ্ৰধান ৱাই এছ ৰাৱাটে মুখ্য অতিথি হিচাপে উপস্হিত থাকি কয় যে দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ সমাজৰ সাংস্কৃতিক আৰু সামাজিক কাঠামোত সমাধি পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই ক্ষেত্ৰত শেহতীয়াকৈ কৰা সাধনাসমূহ অন্বেষণ কৰি গৱেষক হিচাপে আমি দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত সমাধিস্থ কৰাৰ পদ্ধতিৰ বৈচিত্ৰ্য আৰু জটিলতাৰ বিষয়ে গভীৰ বুজাবুজি লাভ কৰিব পাৰো।

আলোচনা চক্ৰখনত মূল বক্তব্য প্ৰদান কৰে পদ্মশ্ৰী সন্মান প্ৰাপক অধ্যাপক যোগেন্দ্ৰ নাথ ফুকনে।সন্মানীয় অতিথি হিচাপে ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ( সংৰক্ষণ, বিশ্ব ঐতিহ্য, এন চি এফ) জাহ্নিজ শৰ্মা আৰু বিশিষ্ট অতিথি হিচাপে ইন্সটিউট অব আৰ্কিঅ’ল’জি এণ্ড আইক’নিক ছাইটৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ( প্ৰত্নতাত্ত্বিক) ডঃ এছ কে মঞ্জুলে ভাৰ্চুৱেল মাধ্যমেৰে আলোচনাচক্ৰখনত বিষয়বস্তু সামৰি বক্তব্য আগবঢ়ায় । শ্ৰীলংকাৰ কেলানিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অনুৰা মনাটুংগাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত থাইলেণ্ড, শ্ৰীলংকা তথা ভাৰতৰ ভিন্ন ৰাজ্যৰ ভালেসংখ্যক প্ৰতিনিধি আৰু গবেষকে অংশগ্ৰহণ কৰি পৰম্পৰাগত সমাধিস্থৰ প্ৰত্নতাত্ত্বিক দিশ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় ।

তদুপৰি অনলাইন যোগে আয়োজিত আন এক বৈঠকত আফগানিস্তান, চেক প্ৰজাতন্ত্ৰৰ পণ্ডিত-গবেষকসকলে তেওঁলোকৰ গবেষণা পত্ৰসমূহ পাঠ কৰি পৰম্পৰাগত সমাধিস্থৰ বিভিন্ন দিশ উন্মোচন কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰম্পৰাগত সমাধিস্থ কৰাৰ প্ৰক্ৰিয়া,ব্যৱস্থা তথা কৌশল আৰু এইসমূহৰ সৈতে আহোম ৰাজত্বকালৰ চৰাইদেউৰ মৈদাম সন্দৰ্ভত এক তুলনামুলক গবেষণাধৰ্মী আলোচনাই এই আন্তৰ্জাতিক আলোচনা চক্ৰখনক যথেষ্ট অৰ্থবহ কৰি তোলে । আলোচনা চক্ৰখনত খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে বহু সংখ্যক গণ্যমান্য ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Govtderectorate of archaeologyDishang ResortIndigenous and tribal faith and culturedeptinternational seminarSONAPUR
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱত তেলেংগানাত তীব্ৰ জলসংকট, ৩১৫টা মণ্ডলত খৰাং পৰিস্থিতি ঘোষণা কৰাৰ পৰিকল্পনা চৰকাৰৰ
India

October 23, 2026
ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ
Assam

ডিমৌৰ ছয় নম্বৰ ৱাৰ্ডত পৌৰসভাৰ নলাৰ ভগা শ্লেবে মাতিছে বিপদ! মৰণফান্দত পৰিণত লাচিত নগৰ পথ

October 23, 2026
৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ
Entertainment

৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

October 23, 2026
শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত
Assam

শিল নিদিয়াকৈ কোটিটকীয়া পথ পকীকৰণ বৰখেলীয়াত

October 23, 2026
কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’
International

কালৰূপ ধৰি আগুৱাই আহিছে ছুপাৰ টাইফুন ‘চাম্পি’

October 23, 2026
মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ
India

মহাদেৱৰ আৰাধনাত সুস্থ হ’ল ৰুগ্ন মাতৃ

October 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d