Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Loksabha Election Campaign Sarbananda Sonowal:উত্তৰ কলকাতা লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ

পশ্চিম বংগত 'জংঘলৰাজ, গুণ্ডাৰাজ'ৰ বাবে তৃণমূল কংগ্রেছক তীব্র সমালোচনা , সর্বাংগীণ উন্নয়নৰ বাবে বিজেপিক ভোট দিবলৈ জনতাক আহ্বান সোণোৱালৰ

publisher by publisher
May 27, 2024
in India, News
Reading Time: 2 mins read
0
Loksabha Election Campaign Sarbananda Sonowal:উত্তৰ কলকাতা লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Loksabha Election Campaign Sarbananda Sonowal:

লোকসভাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্রীয় কেবিনেট মন্ত্রী সর্বানন্দ সোণোৱালে পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ ক্ষিপ্ৰতৰ কৰি তোলে। উত্তৰ কলকাতা লোকসভা সমষ্টিৰ বিজেপি প্রার্থী তাপস ৰয়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায় সোণোৱালে, আনহাতে দম দম লোকসভা আৰু দক্ষিণ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী আৰু কাৰ্যকৰ্তাসকলৰ সৈতেও সভাত মিলিত হয় কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে। মোদী মেজিকৰ ফলত বিজেপিয়ে পশ্চিম বংগৰ পৰা ৪২ খন আসনৰ ভিতৰত কমেও ৩২ খন আসন জিকিব বুলি সোণোৱালে মত প্রকাশ কৰে।

ADVERTISEMENT

উত্তৰ কলকাতা লোকসভা সমষ্টিৰ নিৰ্বাচনী জনসভাত ভাষণ দি বিজেপি নেতা সৰ্বানন্দ সোণোৱালে কয়, পশ্চিম বংগৰ গৌৰৱৰ দিনবোৰ এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে কিয়নো তৃণমূল কংগ্ৰেছ আৰু বামপন্থী দলসমূহৰ দশক দশকজোৰা অপশাসন, ভ্ৰষ্টাচাৰ, জংঘলৰাজে পশ্চিম বংগত ধ্বংসযজ্ঞ চলাই আহিছে। বংগৰ এই পুণ্যভূমি, য’ৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসু, কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ, ক্ষুদিৰাম বোস, স্বামী বিবেকানন্দ আদিৰ দৰে বহু মহান বীৰ-বীৰাঙ্গনা, মনীষীয়ে অতুলনীয় কৰ্মৰাজিৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰিছিল, তাৰ বিপৰীতে বংগৰ সুনাম নষ্ট কৰাত আগভাগ লৈছে তৃণমূল কংগ্ৰেছ আৰু বামপন্থী দলে। পশ্চিম বংগত এতিয়া মমতা বেনাৰ্জীৰ নেতৃত্বত জংঘলৰাজ, গুণ্ডাৰাজ চলিছে। মমতা বেনাৰ্জীৰ এই জংঘলৰাজ, গুণ্ডাৰাজৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ মাধ্যম হিচাপে পশ্চিম বংগৰ জনতাই এইবাৰৰ লোকসভা নির্বাচনক অতি গুৰুত্বসহকাৰে লৈছে আৰু মোদীৰ বলিষ্ঠ নেতৃত্বত ৪০০ আসন পাৰৰ লক্ষ্যত সর্বোচ্চ উজাৰি অৰিহণা যোগাবলৈ পূর্ণোদ্যমে সাজু হৈছে।

RelatedPosts

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

First phase election in WB:পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব বৃহস্পতিবাৰে

Mamata Banerjee:দেশত নিৰপেক্ষ সংস্থা বুলি একো নাই শাসক দল জয়ী হ’ব বুলি আত্মবিশ্বাসী নাছিল, বিজেপিৰ বিৰুদ্ধে সৰৱ

sarbananda 2সোণোৱালে ভাষণ প্রসংগত কয়, দুর্ভাগ্যজনক যে বংগৰ মহিলাসকলে তৃণমূল কংগ্ৰেছৰ স্বৈৰাচাৰী শাসনকালত চৰম ভাবুকি পাইছে। এগৰাকী মহিলা নেতৃত্বত থকা তৃণমূল কংগ্রেছ চৰকাৰৰ ঘৃণনীয় কাণ্ডৰ কথা চৌদিশে ফাদিল হৈছে। মমতা বেনাৰ্জীৰ কু-নেতৃত্বত পশ্চিম বংগত মহিলাৰ নিৰাপত্তা নোহোৱা হৈছে, শালীনতা হানি হৈছে। এইবাৰৰ লোকসভা নিৰ্বাচনত পদুম ফুলৰ চিনত ভোট দি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ মহিলাশক্তিক আহ্বান জনালোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বত বিশ্বৰ অন্যতম শীর্ষ অর্থনৈতিক শক্তি হোৱাৰ দিশত ভাৰত দ্রুতগতিত আগবাঢ়িছে। এই দিশত বংগৰ লোকসকলে ‘সবকা সাথ সবকা বিকাশ, বিশ্বাস আৰু প্ৰয়াস’ৰ বাবে ভোট দিবলৈ টঙালি বান্ধিছে।” আনহাতে মমতা বেনাৰ্জীক ‘বৰাক-ব্ৰহ্মপুত্র, পাহাৰ-ভৈয়াম’ৰ সমন্বয়ৰ পৰা শিক্ষা ল’বলৈ আহ্বান জনায় সোণোৱালে।

লক্ষণীয় যে যুৱ ছাত্র নেতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা সোণোৱালে পশ্চিম বংগত অনুষ্ঠিত ৰ’ড শ্ব’ত যুৱ ভোটাৰসকলৰ পৰা ব্যাপক সঁহাৰি-সমৰ্থন লাভ কৰে। সর্বানন্দ সোণোৱালে নির্বাচনী প্ৰচাৰ চলাই কয়, সামগ্রিক উন্নয়নৰ মন্ত্ৰ হিচাপে সমগ্ৰ দেশৰ লগতে বংগৰ মানুহেও ‘মোদী মেজিক’ উপলব্ধি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে উন্নয়ন আৰু বিকাশৰ নতুন উচ্চতাত উপনীত হৈছে। ‘মোদীৰ গেৰাণ্টি’য়ে বংগক শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ দিশে আগুৱাই নিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আজি সংগ দিয়ে দম দম লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী শীলভদ্র দত্ত, ৰাজ্যসভাৰ সাংসদ শমিক ভট্টাচার্য, পশ্চিম বংগ বিজেপিৰ প্ৰাক্তন উপ-সভাপতি বিশ্বপ্রিয় ৰায়চৌধুৰী, লোকসভা প্ৰভাৰী সন্দীপ বেনার্জী, দম দম বিধানসভা সমষ্টিৰ প্ৰবাসী প্ৰভাৰী শিলাদিত্য দেৱ আৰু সৈকত দত্ত চৌধুৰী প্রমুখ্যে দলীয় সতীর্থসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: election campaignLoksabha Election 2024North Kolkata SeatUnion Minister Sarbananda SonowalWEST BENGAL
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d