Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AFSPA Act Has Been Extended To Six Months In Four Districts of Assam:অসমৰ ৪ জিলাক অশান্ত অঞ্চল ঘোষণা

চৰাইদেউ, শিৱসাগৰ,তিনিচুকীয়া, ডিব্ৰুগড়ত আফস্পা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি, ৪ জিলাত বাহাল থাকিব আফস্পা

publisher by publisher
March 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
AFSPA Act Has Been Extended To Six Months In Four Districts of Assam:অসমৰ ৪ জিলাক অশান্ত অঞ্চল ঘোষণা
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Lok Bhawan:অতীত হ’ল ৰাজভৱন !

Police Service Medal announced:স্বাধীনতা দিৱস প্ৰাকক্ষণত আৰক্ষী সেৱা পদক ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ

Assam DGP:শীঘ্ৰে অধিক বিতাড়ন: জিলালৈ কঠোৰ নিৰ্দেশ আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ

AFSPA Act Has Been Extended To Six Months In Four Districts of Assam:

কেন্দ্ৰীয় চৰকাৰে আগন্তুক ছয় মাহৰ বাবে অসমৰ কে’বাখনো জিলাত পুনৰ ম্যাদ বৃদ্ধি কৰিলে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ আফস্পা ৷
উল্লেখ্য যে, গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে ।

ADVERTISEMENT

১ এপ্ৰিলৰ পৰা অসমৰ চাৰিখন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ জিলাক সামৰি ছমাহৰ বাবে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ চমুকৈ আফস্পা ২০২৪ বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে ৷

উল্লেখ্য যে,২৮ মাৰ্চত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নাগালেণ্ডৰ আঠখন জিলা আৰু ২১খন থানাত আৰু অৰুণাচলৰ তিনিখন জিলাৰ তিনি আৰক্ষী এলেকাত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। নগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমাউকেডিমা, মন, কিফিৰে, নোক্লক, ফেক,পেৰেন আৰু অৰুণাচলৰ টিৰাপ, চাংলাং আৰু লংডিং জিলা সহ নামচাইৰ জিলাৰ তিনিখন আৰক্ষী থানা ক্ৰমে নামছাই, মহাদেৱপুৰ, চৌখামৰ এলেকাতো বৃদ্ধি কৰা হৈছিল আফস্পাৰ আইনখনৰ ম্যাদ ৷

মনকৰিবলগীয়া যে, অসম আৰক্ষীয়ে চাৰিখন জিলাত এটা উগ্ৰপন্থী সংগঠন সক্ৰিয় হৈ থকাটো বাধা দি ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নতি হোৱা বুলি দৃঢ়তাৰে প্ৰতিবেদন দাখিল কৰাৰ পিছতে এই সময়সীমা বৃদ্ধি কৰা হয়।

আনহাতে ,গৃহ মন্ত্ৰণালয়ৰ এজন বিষয়াই সংবাদ মাধ্যমক জানিব দিয়া মতে, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ক এই সন্দৰ্ভত প্ৰস্তাৱ দাখিল কৰে, যিয়ে যথাযথ বিবেচনাৰ অন্তত ‘অশান্ত এলেকা’ সম্পৰ্কীয় ‘যথাৰ্থ অৱস্থা’ অতিৰিক্ত সময়ৰ বাবে বজাই ৰখাৰ সিদ্ধান্ত লয় ছমাহৰ সময়সীমা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AFSPA ActExtended To Six MonthFour Districts of AssamHome Ministry of India
publisher

publisher

Related Posts

Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d