Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Governor Lakshman Prasad Acharya inaugurated the GI Mahotsav in Guwahati:গুৱাহাটীত জি আই মহোৎসৱ উদ্বোধন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ

publisher by publisher
January 15, 2026
in Assam
Reading Time: 1 min read
0
Governor Lakshman Prasad Acharya inaugurated the GI Mahotsav in Guwahati:গুৱাহাটীত জি আই মহোৎসৱ উদ্বোধন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Governor Lakshman Prasad Acharya inaugurated the GI Mahotsav in Guwahati:

মহানগৰীৰ আৰ্য মহাবিদ্যালয় খেলপথাৰত আজি বিয়লী অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জি আই মহোৎসৱৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

ADVERTISEMENT

ভাৰত চৰকাৰৰ উন্নয়ন আয়ুক্ত এম এছ এম ইৰ কাৰ্যালয়ৰ সহযোগত পি এইচ ডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (পি এইচ ডি চি চি আই)ৰ উদ্যোগত চাৰিদিনীয়াকৈ আয়োজিত হৈছে জি আই মহোৎসৱৰ প্ৰদৰ্শনী। ১৮ জানুৱাৰীলৈকে চলিব লগা এই প্ৰদৰ্শনীখন প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকিব।

জি আই মহোৎসৱ মুকলি কৰি দিয়া ভাষণত ৰাজ্যপাল আচাৰ্যই কয় যে জি আই টেগিং ব্যৱস্থাই কেৱল আমাৰ দেশৰ পৰম্পৰাগত আৰু চহকী ঐতিহ্যক সুৰক্ষিত কৰাই নহয়, গ্ৰাম্য অৰ্থনীতিৰ বৃদ্ধিয়ে মহিলা উদ্যোগীসকলক সবলীকৰণত সহায় কৰে। লগতে জি আই মহোৎসৱৰ আয়োজন কৰা পি এইচ ডি চি চি আইৰ শলাগ লয়।

অধিৱেশনত পি এইচ ডি চি চি আইৰ চি ই অ’ এণ্ড এছ জি ড: ৰঞ্জিত মেহতা, পি এইচ ডি চি চি আই এম এছ এম ই কমিটীৰ অধ্যক্ষ বিনোদ কাৰ্ৱা, এন ই চিৰ সম্পাদক সতীন্দৰ কুমাৰ ভল্লাকে ধৰি আন কেইজনমান লোকেও ভাষণ দিয়ে।

অনুষ্ঠানত অংশ লয় পি এইচ ডি চি চি আইৰ এ তোভি চোফী, ডি পি গোৱেল, ডাঃ এইচ পি কুমাৰ, কাঞ্চন জুটছি, ৰাকেশ সুক্লা মেঘমালা চৌধুৰী, প্ৰেমাশীছ মিত্ৰ, কৌশিক চৌধুৰী, অংকিতা পালকে ধৰি এম এছ এম ই, নাবাৰ্ড, এন এছ আই চিৰ বিশিষ্ট ব্যক্তিয়ে। ও

উল্লেখ্য যে ,এই জি আই মহোৎসৱৰ মূল উদ্দেশ্য হৈছে অনন্য ভৌগোলিক উৎপত্তিৰ জি আই (ভৌগোলিক সূচক) টেগ কৰা সামগ্ৰীৰ সুৰক্ষা আৰু প্ৰচাৰৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰা। এই প্ৰদৰ্শনীয়ে দেশৰ শিল্পী, উৎপাদক, আৰু উদ্যোগীসকলৰ বাবে তেওঁলোকৰ স্বকীয়তা আৰু বৈচিত্ৰ্য প্ৰদৰ্শন কৰাৰ লগতে ক্ৰেতা, নীতি নিৰ্ধাৰক আৰু উদ্যোগ বিশেষজ্ঞৰ সৈতেও সংযোগ স্থাপনৰ এক উৎকৃষ্ট মঞ্চ প্ৰদান কৰিব। প্ৰদৰ্শনীৰ প্ৰৱেশ সকলোৰে বাবে বিনামূলীয়া।

এই প্ৰদৰ্শনীলৈ অহা দৰ্শকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জি আই সামগ্ৰীৰ বিস্তৃত পৰিসৰৰ পৰা অন্বেষণ, অভিজ্ঞতা আৰু বজাৰ কৰাৰ সুযোগ পাব। প্ৰদৰ্শনীৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পঞ্চাশটাতকৈও অধিক জি আই সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GI MahotsavGovernor Lakshman Prasad AcharyaGuwahatiinaugurated
publisher

publisher

Related Posts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

শ্ৰমৰ মৰ্যাদাৰ দাবীত ৰাজপথ উত্তাল কৰি তুলিলে হেজাৰ হেজাৰ শ্রমিকে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d