Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congress demanded the punitive transfer of the Nagaon S P :নগাঁৱৰ আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলিৰ দাবী কংগ্ৰেছৰ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ

samimsultana by samimsultana
October 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Congress demanded the punitive transfer of the Nagaon S P :নগাঁৱৰ আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলিৰ দাবী কংগ্ৰেছৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

Assam Assembly Election 2026:কেবাখনো দেশৰ প্ৰতিনিধি দলে ৯ এপ্ৰিলত পৰিদৰ্শন কৰিব অসম বিধানসভা নিৰ্বাচনৰ ভোটদান

Home Voting System:অসমত আৰম্ভ হৈছে জ্যেষ্ঠ নাগৰিকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

Congress demanded the punitive transfer of the Nagaon S P :

নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক শাস্তিমূলক বদলিৰ দাবী জনাই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জৰিয়তে আজি প্ৰেৰণ কৰা পত্ৰখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে উল্লেখ কৰে যে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ব্যাপক হিংসা সংঘটিত হৈছে আৰু কংগ্ৰেছ কৰ্মীৰ ওপৰত অবিৰতভাৱে অত্যাচাৰ অব্যাহত আছে। আজি পৰ্যন্ত কংগ্ৰেছৰ সমদলত যোৱা ১০০ খনতকৈয়ো অধিক বাহন দুষ্কৃতিকাৰীয়ে ক্ষতিসাধন কৰিছে।

ADVERTISEMENT

কেবাজনো কংগ্ৰেছ নেতাৰ ওপৰত আক্ৰমণ চলিছে। কিন্তু আৰক্ষী অধীক্ষকজনে এতিয়ালৈকে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। প্ৰদেশ কংগ্ৰেছৰ অভিযোগ চামগুৰিৰ উপ-নিৰ্বাচনত শাসকীয় পক্ষই বিৰোধী পক্ষৰ ওপৰত তীব্ৰ হেঁচা অব্যাহত ৰাখিছে আৰু কংগ্ৰেছ দলৰ কেবাজনো কৰ্মীৰ ওপৰত আৰক্ষীয়ে আতিশয্যা চলাইছে। ২৬ অক্টোবৰত আৰফানি নামৰ কংগ্ৰেছ কৰ্মী এজনৰ ঘৰলৈ আৰক্ষী আহি আতিশয্যা আৰম্ভ কৰে। একেদৰে ২৭ অক্টোবৰত আৰিফুল ইছলাম আৰু ইজাজুল হক নামৰ দুজন কংগ্ৰেছ কৰ্মীক সাধাৰণ পোছাকত অহা লোকে আৰক্ষী বুলি চিনাকি উঠাই নি হাৰাশাস্তি কৰে।

আৰক্ষী অধীক্ষকৰ অগোচৰে এই ঘটনা ঘটা নাই বুলি অভিযোগ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি মুক্ত আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত আৰক্ষী অধীক্ষকজনক শীঘ্ৰে শাস্তিমূলক বদলি কৰিবলৈ দাবী জনায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও চামগুৰিত কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ ওপৰত আক্ৰমণ চলিছিল আৰু তাৰ বিৰুদ্ধে নিৰ্বাচন আয়ুক্ত অভিযোগ দাখিল কৰা হৈছিল। কিন্তু ১৩ অক্টোবৰৰ পৰা আজি পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। একাংশ বিজেপিয়ে সংবাদ মাধ্যমৰ ওপৰতো আক্ৰমণ চলাইছিল।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণ চলোৱা লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল। কিন্তু এই মুহূৰ্তলৈ আৰক্ষীৰ ভূমিকা মুঠেই সন্তোষজনক নহয়। আজি সজাতী দলটোত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সেৱা দলৰ অধ্যক্ষ দ্বীপ বায়ন, সাধাৰণ সম্পাদক বিপুল গগৈ, সুমন কল্যাণ বৰা প্ৰমুখ্যে একাংশ কংগ্ৰেছ নেতাই ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Congress demanded the punitive transferECINagaon S PSamaguri By Election
samimsultana

samimsultana

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d