Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অগপক বাদ দি অসমত আঞ্চলিকতাবাদ সদায় আধৰুৱা: বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

publisher by publisher
October 12, 2020
in Assam, News
Reading Time: 1 min read
0
অগপক বাদ দি অসমত আঞ্চলিকতাবাদ সদায় আধৰুৱা: বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা
6
SHARES
62
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

“কংগ্ৰেছ দলৰ অপশাসনৰ বাবে দেশৰ আন বহু ৰাজ্যৰ দৰে অসমতো স্বাধীনতাৰ কেইবছৰমান পাছতে আঞ্চলিকতাবাদৰ উত্থান হৈছিল । সেই আঞ্চলিকতাবাদ তেতিয়া সীমিত ৰূপত নিৰ্দিষ্ট কিছু কিছু ঠাইতহে বিস্তৃতি লাভ কৰিছিল । কিন্তু অসম গণ পৰিষদ দল গঠন হোৱাৰ পাছতহে অসমত পূৰ্ণ ৰূপত আঞ্চলিকতাবাদৰ বিকাশ ঘটে । বহু প্ৰত্যাহ্বান আহিলেও এতিয়াও অগপক বাদ দি অসমত আঞ্চলিকতাবাদ সদায় আধৰুৱা হৈ থাকিব।” এই মন্তব্য পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ।

ADVERTISEMENT

যোৱা ১১ অক্টোবৰত ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ বাৰ্ষিক অধিবেশনৰ সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ এই মন্তব্য কৰে বিধায়ক কলিতাই । সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পুনৰ কয়, “বিগত কিছুদিন ধৰি আঞ্চলিকতাবাদৰ নাম লৈ দুই-এটা ৰাজনৈতিক দল গঠন কৰা হৈছে । কিন্তু এয়া শুভলক্ষণ নহয় আৰু ই ৰাইজক বিভ্ৰান্ত কৰিছে । কিন্তু খিলঞ্জীয়া ৰাইজে অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অহা বিধানসভা নিৰ্বাচনতো অগপ-বিজেপি মিত্ৰজোটকে ভোট দিব।”

অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ সভাপতি পৰেশ বৰুৱাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ কৰা সভাত অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুভাষ শৰ্মা, পশ্চিম গুৱাহাটী সমষ্টি কমিটিৰ সাধাৰণ সম্পাদকদ্বয় ৰাজেন মেধী আৰু ৰবীন দৈমাৰী, অসম মহিলা পৰিষদৰ সভানেত্ৰী লিলি বৈশ্য, সম্পাদিকা গীতাঞ্জলি নাথ কাকতিকে ধৰি কে’বাজনো নেতাই ভাষণ দি অহা নিৰ্বাচনত বিধায়ক কলিতাক পুনৰ বিপুল ভোটেৰে বিজয়ী কৰাৰ বাবে হাতে-কামে নামি পৰিবলৈ উপস্থিত কৰ্মী সকলক আহ্বান জনায় ।

আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে অৱসৰপ্ৰাপ্ত শিক্ষক গিৰীন্দ্ৰ কাকতিক সভাপতি , সুবোধ কলিতাক কাৰ্যকৰী সভাপতি, ৰুবুল বৈশ্য, মতিউৰ ৰহমান আৰু মানৱ কলিতাক সম্পাদক, বিদ্যুৎ ৰাজবংশীকে ধৰি কে’বাজনকো সহকাৰী সম্পাদক হিচাপে লৈ অগপৰ ধাৰাপুৰ আঞ্চলিক কমিটিখন গঠন কৰা হয়। লগতে অসম যুৱ পৰিষদ, অসম মহিলা পৰিষদ, অসম শ্ৰম পৰিষদ আৰু অসম কৃষক পৰিষদৰ ধাৰাপুৰ আঞ্চলিক কমিটিৰ কাৰ্যকৰী কমিটি সমূহ গঠন কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgpAssam
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d