Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Police Encounter:মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ

শুকুৰবাৰে ভেটাপাৰাত এগৰাকী যুৱতীক ছুৰিকাঘাত কৰা অপৰাধীলৈ আৰক্ষীৰ গুলী, গুলীবৃদ্ধ যুৱকজনৰ নাম আজুল হক, নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰোঁতেই আজুলক গুলীবৰ্ষণ আৰক্ষীৰ

publisher by publisher
January 11, 2025
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Guwahati Police Encounter:মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

Dispur:দিছপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

Dispur: দিছপুৰত বহি:ৰাজ্যৰ চিলনী চোৰ আৰক্ষীৰ জালত

Guwahati Police Encounter:

মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ শুক্ৰবাৰে ফুট গধুলিতে ভেটাপাৰাত এগৰাকী যুৱতীক ছুৰিকাঘাত কৰা অপৰাধীলৈ আৰক্ষীয়ে কৰে গুলীবৰ্ষণ ৷ গুলীবৃদ্ধ যুৱকজনৰ নাম আজুল হক৷ যুৱতীক ছুৰিকাঘাত কৰাৰ পিছতে ৰাইজৰ ৰোষত পৰি দলবদ্ধ আক্ৰমণৰ সন্মুখীন হয় ৷পিছত হাতীগাঁও আৰক্ষীয়ে আটক কৰি নিয়ে ৷

ADVERTISEMENT

আনহাতে নিশাই চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি থানালৈ আহি থকা পথত আজুল হক আৰক্ষী জিন্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীচালনা কৰে ৷ ফলত সোঁভৰিত গুলীবৃদ্ধ হোৱা আজিজুলক ভৰ্তি কৰা জিএমচিএইছত ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সন্ধিয়া ভাগত ভেটাপাৰাৰ গ্লডেত পথেৰে আহি থকা এগৰাকী যুৱতীক আজুল হকে ছুৰিকাঘাত কৰা ঘটনাই সম্প্রতি সমগ্র অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টিৰ কৰিছে। ডিঙিত গুৰুতৰ আঘাত পাই ৰাজপথতে বাগৰি পৰা সোণালী দাস (২২) ওৰফে ফুলমতী নামৰ যুৱতীগৰাকী নিশাই সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়।

আনহাতে,ঘটনা সংঘটিত কবি পলায়নৰ চেষ্টা কৰা আজুল হক নাম যুৱকজনক প্রত্যক্ষদর্শীয়ে খেদি খেদি কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। মূৰত আঘাত পোৱা যুৱকজনো সম্প্রতি চিকিৎসাধীন হৈ আছে। এই ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰিয়েই পূব গুৱাহাটী জিলা আৰক্ষীৰ শীর্ষ বিষয়াসহ এটা বৃহৎ আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকে কৰায়ত্ত কৰি ৰখা যুৱকজনক গ্ৰেপ্তাৰ কৰে।

অৱশ্যে আহত যুৱতী আৰু অভিযুক্ত যুৱকজনৰ ঠিকনা নিশা পর্যন্ত আৰক্ষীয়ে লাভ কৰা নাই। লগতে ঘটনাৰ উদ্দেশ্য স্পষ্ট হোৱা নাই যদিও প্রেমজনিত কাৰণতে এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে সদৰী কৰিছে। সন্ধিয়া প্রায় ৫-৩০ বজাত এই নৃশংস ঘটনা সংঘটিত হয়। প্রত্যক্ষদর্শীয়ে সদৰী কৰা অনুসৰি, গ’ল্ডেন পথৰে যুৱতীগৰাকী খোজকাঢ়ি আহি আছিল আৰু সেই সময়তে যুৱকজনে হঠাৎ হাতত লৈ থকা চোকা অস্ত্ৰৰে যুৱতীগৰাকীৰ ডিঙিটো ৰেপি দিয়ে।

লগে লগে এক চিৎকাৰ মাৰি যুৱতীগৰাকী ৰাজপথত বাগৰি পৰে আৰু ডিঙিৰ পৰা হোৱাহোৰে তেজ ওলাবলৈ ধৰে। এই ঘটনা সংঘটিত কৰিয়েই যুৱকজনে দৌৰিবলৈ ধৰে আৰু যুৱতী গৰাকীৰ নিলগত থকা কিছু লোকে ‘মাৰিলে মাৰিলে’ বুলি চিঞৰ মৰাত সংশ্লিষ্ট স্থানত থকা লোকসকল সক্রিয় হৈ পলায়নৰ চেষ্টা কৰা যুৱকজনক খেদি গৈ কৰায়ত্ত কৰে। স্থানীয় লোকৰ তৎপৰতাত ততাতৈয়াকৈ আহত যুৱতী গৰাকীক প্ৰেৰণ কৰা হয়  চিকিৎসালয়লৈ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Accused InjuredBhetapara IncidentDispur PolicePolice Encounter
publisher

publisher

Related Posts

৪৮ বছৰ বয়সত বিয়া, ৫০তে চাৰি সন্তানৰ মাতৃ
International

November 3, 2026
চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়
Assam

চাৰিমাহে মধ্যাহ্ন ভোজনৰ ধন অনাদায়

November 3, 2026
প্ৰৱঞ্চনাৰে উপভোক্তাৰ পৰা ১৬০ কোটি আদায়ৰ বাবে কৌশল এপিডিচিএলৰ

কে’বা লক্ষাধিক মাটিৰ চাকিৰে পোহৰ বিলাবলৈ সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী

November 2, 2026
আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস
India

আমেৰিকাৰ আকৰ্ষণ ম্লান: ভাৰতীয় ছাত্ৰ ছাত্ৰী হ্ৰাস

November 2, 2026
বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d