Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Gold prices rise again:ব্ৰিটিছ শাসনৰ পৰা মোদীৰ শাসনলৈ: দেশত এশ বছৰত কিমান বাঢ়িল সোণৰ দাম

১৯২৫ত ১০ গ্রাম সোণৰ মূল্য আছিল ১৮.৭৫ টকা উদাৰ অৰ্থনীতি ঘোষিত হোৱাৰ সময়ত আছিল ৩,৪৬৬ টকা, ২০১০ৰ পাছৰ পৰা হোৱাহোৰে বৃদ্ধি পায় মূল্য

publisher by publisher
February 6, 2025
in India, News
Reading Time: 2 mins read
0
Gold prices rise again:ব্ৰিটিছ শাসনৰ পৰা মোদীৰ শাসনলৈ: দেশত এশ বছৰত কিমান বাঢ়িল সোণৰ দাম
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

After Dhanteras, gold prices again exceeded Rs 80,000:ধনতেৰছৰ পাছতে সোণৰ মূল্য পুনৰ ৮০ হেজাৰ টকাৰ অধিক

Gold prices hit all-time high again:পুনৰ সৰ্বকালৰ সৰ্বাধিক হ’ল সোণৰ মূল্য

ঘৰুৱা বজাৰত সোণৰ মূল্য ৫,৫০০ টকা পর্যন্ত হ্ৰাস

Gold prices rise again:

এটা সময় আছিল যেতিয়া ভাৰতত মাত্র ২০ টকাত উপলব্ধ হৈছিল ১০ গ্রাম পকা সোণ (২৪ কেৰেট)। এই কথা এতিয়া শুনিলে বাস্তৱ যেন বোধ নহয়। বিগত এশ বছৰত সোণৰ দমৰ মূল্য দেশত অভাৱনীয় পৰিৱৰ্তন হৈছে। এতিয়া দেশৰ বহু মহানগৰীতে ১০ গ্রাম সোণৰ দাম ৮০ হেজাৰ বা ততোধিক। ক্রমশঃ ঊর্ধ্বমুখী হৈছে ভাৰতীয় মধ্যবিত্তৰ হেঁপাহৰ ধাতু সোণৰ মূল্য। সোণৰ মূল্য অধিক বৃদ্ধি হ’ব বুলি ধৰণা কৰা হৈছে।

ADVERTISEMENT

ইতিহাসৰ পৃষ্ঠা মেলিলে দেখা যায় যে ১৯২৫ত অর্থাৎ প্রায় এশ বছৰ পূৰ্বে ১০ গ্রাম সোণৰ দাম আছিল ১৮.৭৫ টকা। পৰৱৰ্তী বছৰবোৰত সোণৰ দাম আৰু বহু পৰিমাণে হ্রাস হয়। কলকাতাৰ দৰে মহানগৰীত ১০ গ্রাম পকা সোণ ১৮.৫ টকাত বিক্রী হৈছিল। সেয়া আছিল ১৯৩৫ৰ কথা। ইয়াৰ পাছত পাঁচ বছৰ ভয়ংকৰ বক্তাক্ত সংঘর্ষত লিপ্ত হয় বিশ্বৰ প্রায় প্রতিখন দেশ। সেয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়। ১৯৩৯ত ইউৰোপত যুদ্ধআৰম্ভ হোৱাৰ লগে লগে বিশ্বৰ বজাৰত হোৰাহোৰে বৃদ্ধি পায় এই হালধীয়া ধাতুৰ দাম। ১৯৪০৩ ১০ গ্রাম সোগৰ দাম হয় ৩৬.০৫ টকা।

১৯৪৫ত জাপানত হিৰোছিমা- নাগাচাকিত আমেৰিকাৰ পৰমাণু আক্রমণৰ পাছত অন্ত পৰে বিশ্ব যুদ্ধৰ। এই পাঁচ বছৰ ভাৰতৰ বজাৰত প্রায় দুগুণ হৈছিল সোণৰ দাম। যুদ্ধৰ শেষৰ বছৰত দেশৰ ১০ গ্রাম সোণ কিনিবলৈ প্রয়োজন হৈছিল ৬২ টকা। ১৯৪৭ত দেশ স্বাধীন হোৱাৰ বছৰটোত এই মূল্য ৮৮.৬২লৈ বৃদ্ধি হৈছিল।

১৯৫০ৰ ২৬ জানুৱাৰীত দেশত প্ৰৱৰ্তন কৰা হয় সংবিধান। সোণৰ মূল্যই তেতিয়া ১০ গ্রামত এশ টকা স্পর্শ কৰিবলৈ লৈছে। ১০ গ্রাম সোণৰ দাম তেতিয়া আছিল ৯৯.১৮ টকা। অৱশ্যে পাঁচ বছৰৰ মূৰত সোণৰ দাম হ্রাস পাইছিল। ১৯৫৫৩ প্রতি ১০ গ্রাম সোণৰ মূল্য স্থিৰ হয় ৭৯.১৮ টকা।

১৯৫৯৩ প্ৰথমবাৰৰ বাবে সোণৰ মূল্য হয় এশ টকাতকৈ অধিক। আনকি ১৯৬২ৰ ভাৰত-চীনৰ যুদ্ধৰ সময়ত সোণৰ দাম ১১৯.৭৫ টকা হয়। অৱশ্যে এই যুদ্ধৰ অৱসানৰ পাছত ভাৰতত সোণৰ মূল্য ৯৭ টকালৈ নামিছিল। সোণৰ মূল্য হ্ৰাসৰ এই ধাৰা পৰৱৰ্তী কিছু কিছু সময়লৈ অব্যাহত থাকে। ১৯৬৪ত ১০ গ্রাম সোণৰ মূল্য ৬৩.২৫ টকা হয়। অৱশ্যে ইয়াৰ পাছৰ বছৰ হঠাৎ পাকিস্তানে ভাৰত আক্ৰমণ কৰাত দেশত প্রতি ১০ গ্রাম সোণৰ দাম ৭১.৭৫ টকা হয়। এই মূল্যত বজাৰে-সমাৰে সোণ বিক্রী হৈছিল।

অৱশ্যে ১৯৬৫ৰ ভাৰত-পাকিস্তান যুদ্ধৰ অন্ত পৰাৰ কিছু বছৰ পাছলৈ সোণৰ দাম হ্রাস পোৱা নাছিল। ইয়াৰ বিপৰীতে এই মহামূল্যবান ধাতুৰ মূল্য বৃদ্ধিহে পায়। আনকি ১৯৭০৩ ১০ গ্রাম সোণৰ মূল্য ১৮৪.৫ টকা আৰু ১৯৭১৩ ১৯৩ টকা হৈছিল। ১৯৭১ৰ যুদ্ধত ভাৰতে পাকিস্তান ভাঙি স্বাধীন বাংলাদেশ গঠন কৰাৰ পাছত সোণৰ দাম বৃদ্ধি পায়। ১৯৭২ত প্রতি ১০ গ্রাম সোণৰ মূল্য ২০০ টকা হৈছিল। ইয়াৰ পাঁচ বছৰৰ ভিতৰতে তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰাত সোণৰ মূল্য দুগুণ বৃদ্ধি পায়। আনকি ১৯৭৫ত খুচুৰা বজাৰত প্ৰতি ১০ গ্রাম সোণৰ মূল্য ৫৪০ টকা হৈছিল।

আনহাতে, জৰুৰী অৱস্থাৰ পৰৱৰ্তী সময়ত ১৯৭৭ত সোণৰ দাম কিছু হ্রাস পায়। তদানীন্তন মোৰাৰজী দেশাই চৰকাৰৰ দিনত সোণৰ দাম ৪৮৬ টকা হৈছিল। অৱশ্যে ১৯৮০ত সোণৰ মূল্যই ভাৰতত এহেজাৰৰ ঘৰ অতিক্ৰম কৰে। প্রধানমন্ত্রী গান্ধী হত্যাৰ বছৰটো (১৯৮৪)ত দেশত প্রতি ১০ গ্রাম সোণৰ মূল্য ১,৯৭০ টকা হৈছিল। আনকি ইয়াৰ পাছৰ বছৰ এনে পৰিমাণৰ সোণৰ মূল্য ২,১৩০ টকা হয়।

আনহাতে, ১৯৯১৩ পিভি নৰসিংহ ৰাও চৰকাৰৰ দিনত ভাৰতে উদাৰীকৰণ নীতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে সোণৰ দাম বৃদ্ধি পাবলৈ ধৰে। আনকি তেতিয়া খুচুৰা বজাৰত প্রতি ১০ গ্রাম সোণৰ মূল্য ৩,৪৬৬ টকা হয়। উক্ত দশকত সোণৰ দাম ঊর্ধ্বগামী হৈ থাকে। সেই দশকৰ অন্তিমফালে ভাৰত-পাকিস্তানৰ মাজত পুনৰ যুদ্ধ হয়। ১৯৯৯৩ প্রতি ১০ গ্রাম সোণৰ মূল্য ৪,২৩৫ টকা হৈছিল। ইয়াৰ পাছৰ বছৰ এনে পৰিমাণৰ সোণৰ মূল্য ৪,৪০০ টকালৈ বৃদ্ধি পায়। পৰৱৰ্তী কালত ২০০৪-০৫ৰ সময়ছোৱাত খুচুৰা বজাৰত সোণৰ মূল্য প্রায় এহেজাৰ টকাৰ বৃদ্ধি ঘটে।

এই দুটা বছৰত গড় হিচাপত সোণৰ দাম ৫,৮৫০ টকা পৰা সাত হেজাৰ টকাৰ ভিতৰত থাকে। আশ্চর্যজনক যে ইয়াৰ পাঁচ বছৰৰ পাছতে সোণৰ মূল্য ১৮,৫০০ টকাৰো অধিক হয়। পৰৱৰ্তী সময়ত ২০১৪ত দেশত প্রতি ১০ গ্রাম সোণৰ মূল্য ২৮,০০৬ টকা হয়। অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রধানমন্ত্রিত্বৰ প্ৰথমটো বছৰত সোণৰ মূল্য ২৬ হেজাৰ টকালৈ হ্রাস পাইছিল।

আনহাতে, কৰ’না মহামাৰীৰ আগমন ঘটাৰ পাছত অর্থাৎ ২০২০ত ভাৰতত প্রতি ১০ গ্রাম সোণৰ মূল্য ৪৮,৬৫১ টকা হয়। ২০২৩ত ৰাছিয়া-ইউক্রেইনৰ মাজত সূত্রপাত ঘটা যুদ্ধৰ প্ৰভাৱত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত সোণৰ দাম অধিক বৃদ্ধি পায়। এই ধাৰা বর্তমানেও অব্যাহত আছে।

আনকি যোৱা বছৰ কলকাতাৰ বজাৰত প্ৰতি ১০ গ্রাম পকা সোণৰ মূল্যই ৭৭,৯১৩ টকাক স্পর্শ কৰে। অৱশ্যে যোৱা জানুৱাৰীত বজাৰত ১০ গ্রাম সোণৰ গহনা ৭৭ হেজাৰ টকাত বিক্রী হয়। আনহাতে, সম্প্রতি বজাৰত ২৪ কেৰেটৰ সোণৰ মূল্য (প্রতি ১০ গ্রামত) ৮১,০৫০ টকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gold Prices RiseIndian markets
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d