Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Election Commission Announces Rabha Hasong Autonomous Council Polls:ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা 

দুই এপ্ৰিলত ভোট গ্ৰহণ হোৱাৰ বিপৰীতে ভোট গণনা ৪ এপ্ৰিলত

publisher by publisher
March 7, 2025
in Assam
Reading Time: 1 min read
0
Assam State Election Commission Announces Rabha Hasong Autonomous Council Polls:ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা 
1
SHARES
7
VIEWS
ShareShareShareShare

Assam State Election Commission Announces Rabha Hasong Autonomous Council Polls:

শুকুৰবাৰে ঘোষণা কৰা হ’ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন ৷ অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰে
পৰিষদৰ ৩৬টা সমষ্টিৰ নিৰ্বাচনৰ দিন। দুই এপ্ৰিলত ভোট গ্ৰহণ হোৱাৰ বিপৰীতে ভোট গণনা হ’ব ৪ এপ্ৰিলত ৷

ADVERTISEMENT

আনহাতে নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৫ মাৰ্চৰ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত। ১৭ মাৰ্চৰ পুৱা ১১ বজাত মনোনয়ন পত্ৰৰ সমূহৰ কৰা হ’ব পুনৰীক্ষণ ৷ বৈধ মনোনীত প্ৰাৰ্থীৰ তালিকা একেদিনাই কৰা হ’ব প্ৰকাশ।

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰিব বিচৰা সকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ১৯ মাৰ্চৰ বিয়লি ৩ বজাৰ ভিতৰত ৷ তাৰ পিছতে প্ৰতিদ্বন্দ্বিতাকাৰী প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।

আনহাতে ২ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব নিৰ্বাচনৰ ভোটগ্ৰহণ। যদিহে পুনৰ ভোটদানৰ প্ৰয়োজন হয় তেন্তে একে সময়সীমাৰ ভিতৰত ৩ এপ্ৰিলত ভোটগ্ৰহণ কৰা হ’ব। ৪ এপ্ৰিলত পুৱা ৮ বজাৰ পৰা আৰম্ভ কৰি প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে ভোটগণনা অনুষ্ঠিত হ’ব। একেদৰে ৪ এপ্ৰিলতো ফলাফল ঘোষণা কৰা হ’ব।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ২,১৬,১৮১ জন পুৰুষ ভোটাৰ, ২,২৯,৩৯৪ গৰাকী মহিলা ভোটাৰ আৰু ১১ গৰাকী ভোটাৰকে ধৰি মুঠ ভোটাৰৰ সংখ্যা ৪,৪৫,৫৮৬ জন ৷ মুঠ ভোট কেন্দ্ৰ ৬৩০টা ৷ সমষ্টিসমূহৰ ভিতৰত ২৫টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত, ইয়াৰে ৪টা মহিলাৰ বাবে সংৰক্ষিত। বাকী ১১টা সমষ্টি অসংৰক্ষিত, ইয়াৰে ২টা মহিলাৰ বাবে সংৰক্ষিত।

আনহাতে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি প্ৰতিজন প্ৰাৰ্থীৰ বাবে সৰ্বোচ্চ ব্যয়ৰ সীমা ২.৫০ লাখ । তাৰকা প্ৰচাৰকসকলৰ সন্দৰ্ভত স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনৈতিক দলসমূহত সৰ্বাধিক ২০ জন তাৰকা প্ৰচাৰক থাকিব পাৰে, আনহাতে পঞ্জীয়নভুক্ত স্বীকৃতিপ্ৰাপ্ত দলসমূহত সৰ্বাধিক ১০ জন তাৰকা প্ৰচাৰক থাকিব পাৰে।

ইয়াৰোপৰি ভোটাৰ চিনাক্তকৰণৰ বাবে নিৰ্বাচনী ফটো পৰিচয় পত্ৰ (ইপিআইচি) প্ৰাথমিক নথি হিচাপে কাম কৰিব। অৱশ্যে আধাৰ কাৰ্ড, এমএনৰেগা জব কাৰ্ড, বেংক/ডাকঘৰৰ দ্বাৰা প্ৰদান কৰা ফটো থকা পাছবুক, শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, এন পি আৰৰ অধীনত আৰ জি আইৰ দ্বাৰা প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপ’ৰ্ট, ফটো থকা পেঞ্চন নথি, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ, পি এছ ইউ আৰু পাব্লিক লিমিটেডৰ কৰ্মচাৰীক প্ৰদান কৰা ফটো থকা ফটোৰে সৈতে ভোটাৰসকলে বিকল্প নথি-পত্ৰও দাখিল কৰিব পাৰে কোম্পানী, সাংসদ, বিধায়ক, আৰু এমএলচিক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ আৰু ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে প্ৰদান কৰা ইউনিক ডিচেবিলিটি আইডি (ইউডিআইডি) কাৰ্ড ভোটাৰ সকলে আনিব পাৰে ৷

উল্লেখ্য যে,ৰাজ্যিক নিৰ্বাচনী আয়োগে শুকুৰবাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগেলগে সংশ্লিষ্ট পৰিষদীয় এলেকাত বলবৎ হ’ল নিৰ্বাচনী বিধি ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State Election Commission AnnouncesGuwahatiRabha Hasong Autonomous Council Polls
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন

April 22, 2026
GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!
News

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

April 22, 2026
ৰাজ্যত বতৰে ল’ব সংহাৰী ৰূপ , ১৯খন জিলাত ‘ইয়েল’ এলাৰ্ট

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d