Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

DGP GP Singh:জি পি সিঙৰ বিদায়

চিআৰপিএফৰ সঞ্চালক প্রধান হিচাপে সিঙে ২০২৭ৰ ৩০ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিব পাৰিব। ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৯১ বেটচৰ অসম-মেঘালয় কেডাৰৰ বিষয়া সিঙে ২০২৩ৰ ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰূপে নিযুক্তি হৈছিল। বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত নাম সোমাই পৰা সিং ইয়াৰ পূৰ্বে বিশেষ আৰক্ষী সঞ্চালক প্রধান আছিল। ইয়াৰ পূৰ্বে সিং কেন্দ্ৰীয় সংস্থাৰ অধীনস্থ এছপিজিত কৰ্মৰত আছিল।

publisher by publisher
January 20, 2025
in Assam, News
Reading Time: 1 min read
0
DGP GP Singh:জি পি সিঙৰ বিদায়
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

DGP GP Singh:জি পি সিঙৰ বিদায়

ADVERTISEMENT

অসম আৰক্ষীৰ নতুন ডিজিপিৰ বাবে পাঁচজনীয়া তালিকা

চিআৰপিৰ সঞ্চালক প্রধান পদত নিযুক্তি অসমৰ অভিজ্ঞতাৰে দেশৰ কাম কৰিম:সিং

জি পি সিং
জি পি সিং

: অৱশেষত সকলো চৰ্চাৰ অন্ত পেলাই অসম আৰক্ষীৰ পৰা বিদায় ল’লে সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙে। কেন্দ্রীয় কেবিনেটৰ নিযুক্তি সমিতিয়ে সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ) ৰ সঞ্চালক প্রধানৰূপে নিযুক্তি প্রদান কৰিছে।

চিআৰপিএফৰ সঞ্চালক প্রধান হিচাপে সিঙে ২০২৭ৰ ৩০ নৱেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰিব পাৰিব। ভাৰতীয় আৰক্ষী সেৱাৰ ১৯৯১ বেটচৰ অসম-মেঘালয় কেডাৰৰ বিষয়া সিঙে ২০২৩ৰ ৩১ জানুৱাৰীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰূপে নিযুক্তি হৈছিল। বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত নাম সোমাই পৰা সিং ইয়াৰ পূৰ্বে বিশেষ আৰক্ষী সঞ্চালক প্রধান আছিল। ইয়াৰ পূৰ্বে সিং কেন্দ্ৰীয় সংস্থাৰ অধীনস্থ এছপিজিত কৰ্মৰত আছিল।Assam Police badge

আনহাতে, ২০১৩ত তেওঁ মহাপৰিদৰ্শক হিচাপেৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) ত কৰ্মৰত আছিল। দীর্ঘদিন কেন্দ্রীয় সংস্থাত কৰ্মৰত থকাৰ মাজতে ২০১৯ৰ ডিচেম্বৰত সিঙক জৰুৰীভাৱে অসমলৈ বদলি কৰা হৈছিল। সেই সময়ত ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন দমনৰ বাবেই নিশাৰ ভিতৰতে গৃহ মন্ত্রণালয়ে সিঙক অসমলৈ বদলি কৰি পঠিয়াইছিল। আইন-শৃংখলা শাখাৰ বিশেষ সঞ্চালক প্রধানৰূপে নিযুক্তি দিয়া সিং তদাৰকী আৰু দুর্নীতি নিবাৰক শাখাৰো সঞ্চালক হৈছিল।

আগন্তুক গণ্যৰাজ্য দিৱসৰ পাছতহে অসম এৰাৰ সম্ভাৱনা থকা সিঙে নতুন নিযুক্তিক লৈ কয়, ‘মোৰ ওপৰত যি দায়িত্ব ন্যস্ত কৰা হৈছে, তাক অভিজ্ঞতাৰ আধাৰত মই সফলতাৰে পালন কৰিবলৈ সক্ষম হ’ম বুলি বিশ্বাস কৰো। অসমত মোৰ যথেষ্ট অভিজ্ঞতা হৈছে। সেই অভিজ্ঞতাৰ আধাৰত মই দেশত কাম কৰিম।’ জিপি সিঙৰ বিদায়ৰ পাছত অসম আৰক্ষীৰ শীৰ্ষ পদটো কোনে চম্ভালিছে, তাৰ চৰ্চাও সমানে চলিছে।

ইতিমধ্যে গৃহ বিভাগে পাঁচজনীয়া তালিকা প্রস্তুত কৰিছে। এই তালিকাত নাম থকাসকল হ’ল ক্রমে বৰ্তমানৰ বিশেষ সঞ্চালক প্রধান হৰমিৎ সিং, মানৱ অধিকাৰ আয়োগৰ সঞ্চালক আৰ প্ৰসাদ মীনা, কেন্দ্রীয় ডেপুটেচনত থকা এ ভি ৱাই কৃষ্ণা আৰু দীপক কুমাৰৰ নাম। এই তালিকাত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ সঞ্চালক মুন্না প্ৰসাদ গুপ্তাৰ নামো আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam PoliceDGP G P Singh
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d