Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

বাংলাদেশী মহিলাক বিয়া কৰোৱাৰ আগতে সাৱধান হওক!

দেশৰ পুৰুষক সকিয়নী ঢাকাৰ চীনৰ দূতাবাসৰ ,ইয়াৰ আঁৰৰ কাৰণ কি?

publisher by publisher
May 26, 2025
in International, News
Reading Time: 1 min read
0
বাংলাদেশী মহিলাক বিয়া কৰোৱাৰ আগতে সাৱধান হওক!
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

China: বাংলাদেশীক বিয়া কৰাৰ আগতে ভালদৰে চিন্তা কৰক। সাৱধান হওক! এই সন্দৰ্ভত দেশৰ নাগৰিকক সতৰ্ক কৰিলে চীনে। দেওবাৰে বাংলাদেশত থকা চীনৰ দূতাবাসে এক বিজ্ঞপ্তি জাৰি কৰিছে।

ADVERTISEMENT

চীনৰ চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই বিজ্ঞপ্তিত চীনা চীনা নাগৰিকসকলক “বিদেশী পত্নী লোৱা”ৰ ধাৰণাটো পৰিত্যাগ কৰিবলৈ কোৱা হৈছে।

কিন্তু কি এই ধাৰণা? কিয় চীনত ই ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে? জনসংখ্যা বৃদ্ধি হ্ৰাস কৰাৰ বাবে বেইজিঙে দীৰ্ঘদিন ধৰি এক সন্তানৰ নীতি গ্ৰহণ কৰি আহিছে।

কিন্তু দেশৰ জনসংখ্যাৰ গড় বয়স বাঢ়ি যোৱাৰ লগে লগে চীনৰ কমিউনিষ্ট চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। যদিও চীনত এটাতকৈ অধিক শিশু গ্ৰহণক উৎসাহিত কৰাৰ পাছত জন্মৰ হাৰ কিছু বৃদ্ধি পাইছে, তথাপিও পুৰুষ আৰু মহিলাৰ অনুপাতৰ মাজত ভাৰসাম্য বিঘ্নিত হৈছে।

সেই দেশৰ বহু পুৰুষে বিয়াৰ বাবে আন দেশৰ পৰা নিজৰ হ’বলগীয়া পত্নীক আনিবলৈ পৰিকল্পনা কৰিছে। বহু সময়ত তৃতীয় পক্ষই টকাৰ বিনিময়ত এই সম্ভাৱ্য পত্নীক বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। আৰু ইয়াৰ আঁৰতে চলি আছে মানৱ সৰবৰাহৰ।

এনে পৰিস্থিতিত বাংলাদেশৰ বহু ‘বিবাহযোগ্য’ মহিলাক চীনলৈ পঠিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ বাংলাদেশৰ সংবাদ মাধ্যম অনুসৰি, “বাংলাদেশী মহিলাক চীনক বিক্ৰী কৰা বুলি অভিযোগ উঠিছে। বিয়াৰ নামত তেওঁলোকক লৈ যোৱা হৈছে।”

কিন্তু দুৰ্বৃত্তই ইয়াৰ আঁৰত মানৱ সৰবৰাহৰ কামত লিপ্ত হৈছে।’ এই বিষয়টোক লৈও চিন্তিত হৈ পৰিছে চীন। এনে পৰিস্থিতিত ঢাকাত থকা চীনৰ দূতাবাসৰ ঘোষণাক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।

ঢাকাত থকা চীনৰ দূতাবাসে জনাইছে, এই ধৰণৰ বিবাহ অধিকাংশই অবৈধ। ইয়াৰ ফলত মানৱ সৰবৰাহৰ বাবে কাৰাদণ্ডৰ শাস্তি হ’ব পাৰে। বেইজিঙে নিজৰ নাগৰিকসকলক এনে ঘটনাৰ বিষয়ে চীনৰ নিৰাপত্তা কৰ্তৃপক্ষক অৱগত কৰিবলৈ আহ্বান জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BangladesiChinaDhaka
publisher

publisher

Related Posts

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d