Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ভূল আছিল ডাৰউইনৰ বিৱৰ্তনবাদৰ তত্ত্ব!

সম্প্ৰতি চীনা বিজ্ঞানীৰ দাবীত চাঞ্চল্যৰ সৃষ্টি 

publisher by publisher
May 30, 2025
in International, News
Reading Time: 1 min read
0
ভূল আছিল ডাৰউইনৰ বিৱৰ্তনবাদৰ তত্ত্ব!
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

চালছ ডাৰউইনৰ বিবর্তনবাদ সমগ্র বিশ্বতে বন্দিত। অথচ উনবিংশ শতিকাৰ সেই তত্ত্বই সম্প্রতি প্রত্যাহ্বানৰ সন্মুখীন হৈছে। মহান বিজ্ঞানীজনৰ প্ৰতি এই প্রত্যাহ্বান সৃষ্টি কৰিছে একাংশ চীনা বিজ্ঞানীয়ে।

ADVERTISEMENT

সম্প্রতি এক গৱেষণাত দাবী কৰা হৈছে যে অর্জিত বৈশিষ্ট্যসমূহে ক্ৰম পৰিৱৰ্তন নঘটোৱাকৈয়ে বংশগতিক প্ৰভাৱিত কৰিব পাৰে। বিজ্ঞান পত্রিকা ‘চেল’ত প্রকাশ পাইছে উক্ত গৱেষণাপত্র। ‘চাইনিজ একাডেমী অৱ ছায়েন্সেছ’ৰ গৱেষকসকলে সেই গৱেষণা পত্ৰত জনাইছে যে শীতৰ প্রকোপত ধানগছৰ প্রতিক্রিয়া পৰীক্ষ কৰিয়েই তেওঁলোক এই সিদ্ধান্তলৈ আহিছে।

গৱেষণাত দেখা গৈছে যে শীত প্রবাহৰ চিকাৰ হোৱা ধানগছসমূহে পাঁচ প্রজন্ম ধৰি অতি কম তাপমাত্ৰাৰ স’তে অভিযোজিত সহনশীলতা অর্জনত সক্ষম হৈছে।

লগতে এই প্রক্রিয়াটোৱে ডাৰউইনবাদৰ কেন্দ্ৰবিন্দুত থকা জিনগত পৰিৱৰ্তনসমূহক এৰাই গৈছে। অর্থাৎ পৰিৱেশগত বাধাৰ ক্ষেত্রত অন্তর্নিহিত ডিএনএৰ ক্ৰম পৰিৱৰ্তন নঘটোৱাকৈয়ে বংশগত পৰিৱৰ্তন আনিব পাৰে।

প্রসংগক্রমে উনবিংশ শতিকাত ডাৰউইন আৰু লেমাৰ্কৰ বিবৰ্তনৰ তত্ত্ব নতুনকৈ আলোচনাত উঠি আহিছে এই সাম্প্রতিক গৱেষণাপত্ৰত। দুই বিজ্ঞানীয়ে দুই পথৰ সন্ধান দিছিল।

ডাৰউইনে তেওঁৰ বিবর্তনবাদৰ ভিত্তিৰূপে জিনগত বৈচিত্র্যৰ কথা কৈছিল। আনহাতে, লেমাৰ্কৰ দাবী আছিল যে জীৱবোৰে বাচি থকাৰ যি বৈশিষ্ট্য অর্জন কৰে, সেয়া অন্য এজনলৈ স্থানান্তৰিত কৰিব পাৰে।

অর্থাৎ এই ক্ষেত্রত চীনা বিজ্ঞানীসকলৰ গৱেষণাই ডাৰউইন নহয়, বৰঞ্চ লেমাৰ্কৰ তত্ত্বকেই প্রতিষ্ঠা কৰিছে।

বিভিন্ন পক্ষই এই গৱেষণাক ‘যুগান্তকাৰী’ আখ্যা দিব বিচাৰিছে। ধাৰণা কৰা হৈছে যে বংশগতি সম্পর্কে ইমানদিনৰ ধাৰণাত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে এই পৰীক্ষাই। প্ৰজন্মৰ পাছত প্রজন্ম ধৰি কিদৰে জীৱৰ বৈশিষ্ট্য সঞ্চালিত হয়, তাক লৈ থকা পুৰণি ধাৰণাক এই গৱেষণাই নতুনকৈ পোহৰ পেলাব বুলিয়ে ধাৰণা কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AgricultureCharles Darwin'sChina
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d