Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Israeli- Iran War:অত্যাধুনিক প্ৰতিৰক্ষা বেহু ভেদ কৰি ইজৰাইলত ওৰে নিশা বিধ্বংসী আক্ৰমণ ইৰানৰ

মাজ আকাশত ধ্বংস কৰাৰ দাবী, অর্ধশতাধিক হতাহত

publisher by publisher
June 15, 2025
in International, News
Reading Time: 2 mins read
0
Israeli- Iran War:অত্যাধুনিক প্ৰতিৰক্ষা বেহু ভেদ কৰি ইজৰাইলত ওৰে নিশা বিধ্বংসী আক্ৰমণ ইৰানৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Israeli- Iran War:

ইজৰাইলৰ অত্যাধুনিক প্রযুক্তি সম্বলিত আকাশমাৰ্গ প্ৰতিৰক্ষা বেহু ভেদ কৰি ভয়ংকৰ প্রত্যাক্ৰমণ কৰিলে ইৰানে। ধাৰাসাৰ ক্ষেপণাস্ত্র আক্রমণত বিধ্বস্ত হ’ল দেশখনৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ তেল আভিভ। শুক্ৰবাৰে ইজৰাইলী বাহিনীয়ে বিমানৰে বোমাবর্ষণ কৰাৰ প্ৰত্যুত্তৰ দি ইৰানে শতাধিক ক্ষেপণাস্ত্র নিক্ষেপ কৰে ইজৰাইললৈ। এই ক্ষেপণাস্ত্ৰসমূহে ভেদ কৰে লৌহ ঢাল স্বৰূপ ইজৰাইলী আকাশমাৰ্গ প্ৰতিৰক্ষা ব্যৱস্থা।

ADVERTISEMENT

‘অপাৰেছন টু প্রমিজ-৩’ শীর্ষক অভিযানৰ অধীনত ইৰানে এই ক্ষেপণাস্ত্র আক্ৰমণ সংঘটিত কৰে। ইৰানৰ সামৰিক বাহিনীয়ে ওৰে নিশা কৰা ধাৰাসাৰ ক্ষেপণাস্ত্র নিক্ষেপৰ ফলত ইজৰাইলত কমেও তিনিজন লোকৰ প্রাণহানি ঘটাৰ লগতে অন্ততঃ ৩৯ জন আহত হৈছে সূত্ৰৰ মতে যোৱা নিশা ইৰানৰ ক্ষেপণাস্ত্ৰই মূলতঃ ইজৰাইলৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ তেল আভিভৰ দক্ষিণ প্ৰান্তত আঘাত হানে এই আক্রমণত অঞ্চলটো বিধ্বস্ত হয়। তেল আভিভৰ দক্ষিণ প্ৰান্তৰ দ্য কিৰইয়া, ৰমাত গান আৰু ৰিজন লেজিয়নত ইৰানৰ ক্ষেপণাস্ত্রই আঘাত হানে।

ইয়াৰে দ্য কিৰইয়াত ইজৰাইলী প্ৰতিৰক্ষা বাহিনী আইডিএফৰ সদৰ কাৰ্যালয়ো অৱস্থিত। সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আইডিএফৰ সদৰ কাৰ্যালয়ৰ একেবাৰে ওচৰত ইৰানৰ ক্ষেপণাস্ত্ৰই আঘাত হানে। এই ক্ষেপণাস্ত্ৰৰ আঘাতত ৰমাত গান আৰু ৰিজন লেজিয়নত বহুসংখ্যক কে’বা মহলীয়া অট্টালিকা ভাঙি পৰে। সম্প্রতি অট্টালিকাৰ ধ্বংসস্তূপ আঁতৰ কৰাৰ কাম চলি আছে। ঘটনাস্থলীত উপস্থিত হৈছে স্বাস্থ্যকর্মীৰ দলো।

ইপিনে, ইজৰাইলী সেনাই সংবাদ মাধ্যমক জনোৱা মতে, গেটেই নিশা ইৰানে ইজৰাইললৈ শতাধিক ক্ষেপণাস্ত্র নিক্ষেপ কৰে। এই সম্পৰ্কত প্ৰতিৰক্ষা বাহিনীৰ মুখপাত্র এফি ডেফ্রিনে কয়, ‘ইৰানে নিক্ষেপ কৰা ক্ষেপণাস্ত্রসমূহ মাজ আকাশত ধ্বংস কৰা হয়। ইয়াৰ ধ্বংসস্তূপে ক্ষতি কৰাৰ সম্ভাৱনা আছে।’ আনহাতে, পুৱতি নিশা ইৰানে ইজৰাইলৰ উত্তৰাঞ্চলক লক্ষ্য কৰি ক্ষেপণাস্ত্র আক্রমণ সংঘটিত কৰে। ইৰানে অঞ্চলটোক পুনৰ আক্ৰমণ কৰাৰ আশংকা কৰি  পুৱা ইজৰাইল চৰকাৰে বিপদ সংকেত (এয়াৰ ছাইবেন) ধ্বনি দি সাধাৰণ জনতাক সতর্ক কৰে।

একেদৰে ইজৰাইল অধিকৃত গোলান মালভূমিতো এয়াৰ ছাইৰেনৰ শব্দ শুনিবলৈ পোৱা যায়। স্থানীয় জনতাক নিৰাপদ স্থানত আশ্রয় ল’বলৈ চৰকাৰে আহ্বান জনাইছে। ইপিনে, ইজৰাইলী বাহিনীৰ আক্ৰমণত ইৰানৰ তিনি সামৰিক মুৰব্বীসহ কমেও ৭৮ জন লোকৰ মৃত্যু হৈছে। তদুপৰি তিনি শতাধিক লোক আহত হোৱা বুলি ৰাষ্ট্ৰসংঘস্থিত ইৰানৰ ৰাষ্ট্ৰদূতে প্ৰকাশ কৰিছে।

আনহাতে, ইৰানৰ ইছলামিক বিৰভ ‘ল্যুচনাৰী ক’পছ গার্ডে দাবী কৰা অনুসৰি, ‘অপাৰেছন টু প্ৰমিজ-৩’ৰ অধীনত ইৰানৰ সামৰিক বাহিনীয়ে ইজৰাইলৰ ডেৰশ স্থানত ক্ষেপণাস্ত্র আক্রমণ সংঘটিত কৰে। তদুপৰি কেতবোৰ স্থানত আত্মঘাতী ড্র’নৰেও আঘাত হনা হয় বুলিও ইৰানী সামৰিক বাহিনীয়ে দাবী কৰিছে। ক্ষেপণাস্ত্র আক্ৰমণ বিধ্বস্ত ইজৰাইলৰ স্থানসমূহৰ ভিডিঅ’ ইৰানৰ সেনাবাহিনীয়ে প্ৰকাশ কৰিছে।

# ”ভয়ংকৰ পৰিৱেশ: নিশাই পাঁচবাৰকৈ আশ্রয়স্থল সলালে মার্কিন ৰাষ্ট্ৰদূতে

ইৰানৰ ধাৰাসাৰ ক্ষেপণাস্ত্র নিক্ষেপে অত্যন্ত বিপজ্জনক পৰিস্থিতিৰ সৃষ্টি কৰিছে ইজৰাইলৰ অন্যতম প্রধান চহৰ তেল আভিভত। চহৰখনৰ দক্ষিণ প্রান্ত বিধ্বস্ত হৈছে। শুকুৰবাৰে ওৰে নিশা ইৰানৰ সামৰিক বাহিনীয়ে ক্ষেপণাস্ত্র নিক্ষেপ অব্যাহত ৰখাত প্ৰাণক লৈ শংকাত ভুগি ইজৰাইলস্থিত মার্কিন ৰাষ্ট্ৰদূতে নিশাই পাঁচবাৰকৈ আশ্রয়স্থল সলনি কৰে। ইয়াৰ দ্বাৰা মহানগৰখনৰ পৰিস্থিতি কেনে বিপজ্জনক হৈছে সেয়া সহজে অনুমেয়।

প্ৰাণৰ আশংকাত ত্রস্তমান হৈছে সাধাৰণ ইহুদী জনতা। সাধাৰণ জনতাক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে প্রধানমন্ত্রী বেঞ্জামিন নেতানিয়াহু চৰকাৰে। যোৱা নিশা ইৰানৰ ক্ষেপণাস্ত্র আক্রমণে সৃষ্টি কৰা ভয়ংকৰ পৰিৱেশ সম্পৰ্কত ইজৰাইলস্থিত মার্কিন ৰাষ্ট্রদূত মাইক হুকাবিয়ে সামাজিক মাধ্যমত কয়, ‘বিধ্বস্ত স্থানত এনিশা পাৰ কৰিলো। কোৱা বাহুল্য যে টোপনি নাহিল।’ এনে বিপজ্জনক পৰিৱেশত নিশাৰ ভিতৰতে ৰাষ্ট্ৰদূতৰ আশ্রয়স্থল পাঁচবাৰকৈ সলনি কৰিবলগীয়া হয়। ইৰানে ওৰে নিশা অব্যাহত ৰখা ক্ষেপণাস্ত্র নিক্ষেপৰ মাজতে মার্কিন ৰাষ্ট্রদূতজনৰ বাসস্থান সলনি কৰা হয়। স্বাভাৱিকতে ইৰানৰ প্ৰত্যাক্রমণে উত্তপ্ত কৰিছে সমগ্র পশ্চিম এছিয়াৰ পৰিস্থিতি। সাধাৰণ ইজৰাইলী জনতাৰ জীৱন বিপদাপন্ন হৈছে বুলিও মার্কিন ৰাষ্ট্ৰদূতজনে প্রকাশ কৰিছে।

# পৰমাণু কেন্দ্ৰ অক্ষত থকাৰ দাবী ইৰানৰ

যোৱা পুৱতি নিশা ইজৰাইলী বাহিনীয়ে ইৰানত কৰা বোমাবর্ষণত পাৰস্য উপসাগৰীয় দেশখনৰ মূল পৰমাণু কেন্দ্ৰও বিধ্বস্ত হোৱা বুলি ইজৰাইলে দাবী কৰে। অৱশ্যে  ইৰানে এই দাবী খণ্ডন কৰি কয় যে দেশখনৰ পৰমাণু কেন্দ্ৰ অক্ষত অৱস্থাত আছে। ইজৰাইলী বিমান আক্ৰমণত পৰমাণু কেন্দ্ৰটোৰ সামান্য ক্ষয়-ক্ষতিহে হয় বুলি ইৰানৰ পৰৰ্মাণু সংস্থাই দাবী কৰিছে।

অৱশ্যে ‘অপাৰেছন ৰাইজিং লায়ন’ৰ অধীনত ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে কৰা বিমান আক্রমণত ইৰানৰ সামৰিক বাহিনীৰ তিনিজনকৈ মুৰব্বীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ছজন পৰমাণু বিজ্ঞানীও নিহত হয়। ইয়াৰ প্ৰত্যুত্তৰত কালিও ওৰে নিশা ইৰানে ইজৰাইলক ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ইজৰাইলৰ ওপৰত সংঘটিত কৰা এই ক্ষেপণাস্ত্র আক্রমণ সম্পৰ্কত ইৰানী সেনাৰ ইছলামিক ৰিভ’ল্যুচনাৰী গৰ্ড ক’ৰ্পছৰ নৱনিযুক্ত মুৰব্বী জেনেৰেল আহমেদ ভাহিদিয়ে কয়, ‘যেতিয়ালৈকে প্রয়োজন হৈ থাকিব তেতিয়ালৈকে ‘অপাৰেছন ট্রু প্রমিজ-৩’ অব্যাহত থাকিব।’ একেদৰে দেশখনৰ এক সেনা সূত্রই কয় যে ইৰান আক্ৰমণকাৰীৰ অৱস্থা অতি বেদনাদায়ক হ’ব। যোৱা নিশাৰ প্ৰত্যাক্রমণ সীমিত উত্তৰহে আছিল বুলি সেনা সূত্রটোবে জনায়।

# ইজৰাইলী বিমান আক্ৰমণত নিহত বিজ্ঞানীৰ সংখ্যা নজনলৈ বৃদ্ধি

যোৱা পুৱতি নিশাৰ পৰা ইজৰাইলে আৰম্ভ কৰা ইৰান আক্ৰমণত নিহত বিজ্ঞানীৰ সংখ্যা সম্প্রতি নজনলৈ বৃদ্ধি পাইছে। ইজৰাইলী সেনাই প্ৰকাশ কৰা অনুসৰি, এই বিমান আক্ৰমণত নিহত ইৰানৰ এই ন পৰমাণু বিজ্ঞানী হ’ল নিউক্লিয়াৰ ইঞ্জিনীয়াৰিং বিশেষজ্ঞ ফেবেডুন আব্বাছী, আহমেদ বেজা জোলফাঘৰি ডোবিয়ানি, পদার্থ বিজ্ঞান বিশেষজ্ঞ মহম্মদ মেহদি তেহৰানচি, আমিৰ হাছান ফাখাহি, মনচুৰ আছগৰি, কেমিকেল ইঞ্জিনীয়াৰিং বিশেষজ্ঞ আকবৰ মোতালেবি জাদেহ, মেটেৰিয়েলছ ইঞ্জিনীয়াৰিং বিশেষজ্ঞ ছাইদ বৰ্জি, ৰিয়েক্টৰ পদার্থ বিজ্ঞানৰ বিশেষজ্ঞ আব্দুল আলহামিদ মিনৌশেহৰ আৰু বলবিজ্ঞানৰ বিশেষজ্ঞ বখৌয়েইৰ কাটিৰিমি।

কালিলৈকে ছজন ইৰানী পৰমাণু বিজ্ঞানীয়ে ইজৰাইলী আক্ৰমণত প্রাণ হেৰুওৱাটো নিশ্চিত কৰা হৈছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ইজৰাইলে ইৰানৰ পৰমাণু বিজ্ঞানীক হত্যা কৰিছে। ২০২০ত দেশখনৰ পৰমাণু গৱেষণাৰ পিতৃ স্বৰূপ মোহছেন ফাখৰিজাদেহক ইজৰাইলে হত্যা কৰে। কালিৰ আক্ৰমণত নিহত বিজ্ঞানীকেইজন ফাখৰিজাদেহৰ উত্তৰসুৰী বুলি ইজৰাইলে দাবী কৰিছে। এই ন বিজ্ঞানীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল ইজৰাইলী গুপ্তচৰে। তেওঁলোকে কোন প্রকল্পত কাম কৰিছিল তাৰ তথ্যও ইজৰাইলী গুপ্তচৰে ৰাখে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Israeli- Iran War
publisher

publisher

Related Posts

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d