Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Five Lakh Get Ramlalla’s Darshan In Ayodhya:ভক্তই মৰমেৰে উপচালে ৰামলালাক, ভিৰ উপচি পৰিছে ৰাম মন্দিৰৰ দানপাত্ৰ

 গর্ভগৃহত বান্দৰৰ প্ৰৱেশ থমকি ৰ'ল নিৰাপত্তাৰক্ষী

publisher by publisher
January 25, 2024
in India, News
Reading Time: 2 mins read
0
Five Lakh Get Ramlalla’s Darshan In Ayodhya:ভক্তই মৰমেৰে উপচালে ৰামলালাক, ভিৰ উপচি পৰিছে ৰাম মন্দিৰৰ দানপাত্ৰ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

উপাৰ্জনৰ তৃতীয় স্থানত অযোধ্যাৰ ৰাম মন্দিৰ, তালিকাত শীৰ্ষত কোন মন্দিৰ?

ৰামমন্দিৰত ধ্বজা উত্তোলন প্রধানমন্ত্রীৰ

অযোধ্যাত ‘ৰাম’ৰ ৰাজ অভিষেক

Five Lakh Get Ramlalla’s Darshan In Ayodhya:

পুৱতি নিশা প্রায় তিনি বাজিছে। সমগ্র অযোধ্যাকে ঘন কুঁৱলীয়ে ঢাকি ৰাখিছে। প্রচণ্ড ঠাণ্ডাত থৰ থৰকৈ কঁপিবলগীয়া পৰিবেশ। তাৰ মাজতো ৰাম মন্দিৰ চৌহদত আৰম্ভ হৈছে ভক্তৰ ভিৰ। মন্দিৰত প্ৰৱেশৰ মূল দুৱাৰ ‘ভক্তি পথ’ত সেই তিনি বজাৰ পৰাই শাৰী পাতিছে অসংখ্য ভক্তই। সময় যিমানে আগবাঢ়িছে, ক্ৰমাৎ ভক্তৰ সংখ্যাও বৃদ্ধি পাইছে। ৰাম মন্দিৰ চৌহদত আৰম্ভ হোৱা ভক্তৰ শাৰী গৈ পায় হনুমান গড়ী পথ। এটা নহয়, একেলগে দুটাকৈ শাৰী পাতি ৰামলালাক দৰ্শন কৰিবলৈ অপেক্ষা কৰিছে হেজাৰ হেজাৰ ভক্তই। সেই শাৰী যাতে তিলমানো বেঁকা নহয়, সেয়া নিশ্চিত কৰিবলৈ সমগ্র পথছোৱাতে সতর্ক হৈ ৰৈছে নিৰাপত্তাৰক্ষী।

ADVERTISEMENT

এয়া আছিল ৰামলালাৰ বুধবাৰৰ চৌহদৰ পৰিবেশ। পুৱাৰে পৰা অযোধ্যাৰ আকাশ মেঘে ঢাকি ৰাখিছিল। সূৰ্যৰ কিৰণ এবাৰলৈকো নপৰিল। তাৰ মাজতো সূর্যবংশীয় ৰামলালাক চাবলৈ আগ্রহৰ অন্ত নাই হেজাৰ হেজাৰ ভক্তৰ। অৱশ্যে সাধু-সন্ত বা প্ৰথম শ্ৰেণীৰ নেতা, সংবাদ মাধ্যমৰ বাবেও মন্দিৰত শাৰী বাবে এক সুকীয়া প্রৱেশ পথ খোলা আছিল।

উল্লেখ্য যে মন্দিৰত প্ৰৱেশৰ সময়ত প্রতিজন দর্শনার্থীকে পুংখানুপুংখভাবে পৰীক্ষা কৰিবলৈ মুঠতে ১৫ খন প্রৱেশদ্বাৰ স্থাপন কৰা হৈছে। তাৰ ভিতৰত পাঁচখন প্রৱেশদ্বাৰ মহিলাৰ বাবে সুকীয়া। ভক্তসকলক ম’বাইল ফোন বা আন কোনো সামগ্রীয়ে লগত নিবলৈ দিয়া হোৱা নাই। অৱশ্যে মানিবেগ নিবলৈ দিয়া হৈছে।

উল্লেখ্য যে কে’বা ঘণ্টাজোৰা অপেক্ষা, একাধিকবাৰ তালাচীৰ সম্মুখীন হৈ ৰামলালাৰ ওচৰচাপিবলৈ সক্ষম হোৱাৰ পাছতো পিছে দর্শনার্থীক থাকিবলৈ সময় বেছি দিয়া হোৱা নাই। কোনোমতে এজন দর্শনার্থীয়ে অতি বেছি ৩০ ছেকেণ্ড সময় সেৱা কৰাৰ সুযোগ পাইছে। প্রায় ১০ মিটাৰ দূৰত থকা ৰামলালালৈ সেৱা আগবঢ়াই আগবাঢ়িছে ভক্তসকল।

যিহেতু অতি সামান্য সময়হে ৰামলালাক প্রত্যক্ষ কৰাৰ সুযোগ পাইছে, সেয়েহে কোনেও বামলালাক পূজা-অর্চনা কৰিবলৈ ফুল বা নৈবেদ্য নিয়াৰ সুযোগ পোৱা নাই। মাথোঁ সেরা কৰিয়ে ৰামলালাৰ পৰা আঁতৰি যাবলগীয়া ৰামলালাৰ কাষত মৰমলগা। হৈছে। এনেদৰে কেইটামান ক্ষণৰ’ বাবে ৰামলালাৰ কাষ চপা যাত্রীসকলৰ ভক্তিতকৈও যেন শিশু ৰামৰ প্রতি মৰমহে বেছি। দেখাত এটি পাঁচ বছৰীয়া শিশুৰ দৰে ‘ৰামলালা’ সঁচাই সকলোৱে জয় শ্রীৰাম ধ্বনি দি সেৱা কৰিছে আৰু গর্ভগৃহৰ পৰা প্রস্থান কৰিবলৈ বাধ্য হৈছে।

গর্ভগৃহৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ পথতে দুয়োকাষে আছে দুটা দানপাত্র। ৰামলালাক ফুল বা নৈবেদ্যৰে পূজা- অর্চনাৰ সুযোগ নোপোৱা দর্শনার্থীসকলে সেয়েহে নিজৰ সাধ্য অনুযায়ী নগদ ধন আগবঢ়াই ৰামলালালৈ যাঁচিছে নিজৰ স্নেহ। এনেদৰে সকলোবে অৰিহণা দিয়াৰ ফলত উপচি পৰিছে দানপাত্র।

সকলোকে অবশ্যে বিনামূলীয়াকৈ প্রসাদ দিয়া হৈছে। প্রসাদৰ পেকেটত লিখা আছে- ‘শ্রীৰাম জন্মভূমি মন্দিৰ, অযোধ্যা জী’। অর্থাৎ অযোধ্যা নগৰো যেন দেৱতাৰ শাৰীলৈ উঠিল। গর্ভগৃহত প্রভু ৰামচন্দ্ৰৰ আশিস কৰিলে বানৰ সেনাই। মন্দিৰ চৌহদতো নিৰাপত্তাৰক্ষীয়ে ঘেৰি থকা তথা লাখ লাখ ভক্তই ভিৰ কৰা মন্দিৰ চৌহদত নহয়, আৰক্ষী- ভক্তৰ ভিৰ ফালি তথা আৰক্ষীৰ চকুত ধূলি দি ৰাম মন্দিৰৰ গর্ভগৃহত প্রবেশ কৰিলে এটা বান্দৰে।

বুধবাৰে বিয়লি ৫-৫০ বজাত হঠাতে ৰাম মন্দিৰৰ গর্ভগৃহত মূল সিংহাসনৰ কাষত উপবিষ্ট হ’ল এটা বান্দৰ। তাকে লৈ স্বাভাৱিকতে হৈ-চৈ লাগিল। নিৰাপত্তাৰক্ষীয়ে বান্দৰটো খেদি পঠিয়াবলৈ চেষ্টা কৰে যদিও বান্দৰটো গৈ ৰামলালাৰ মূৰ্তিৰ নিৰাপত্তাৰক্ষীয়ে বান্দৰটো খেদিবলৈ কাষতে অবস্থান ল’লে। ফলত গৈয়ো থমকি ৰ’বলগীয়া হ’ল। কিয়নো বেছি খেদিলে বান্দৰটোৱে জপিওৱাৰ ফলত ৰামলালাৰ বিগ্রহটো নিৰাপত্তাৰক্ষীসকলে সকলো কথা বাগৰি পৰিবও পাৰে।

গতিকে ভাবি-চিন্তি বান্দৰটো খেদিবলৈ এৰিলে। মূল মন্দিৰৰ দক্ষিণ প্রবেশদ্বাৰৰে প্ৰৱেশ কৰা বান্দৰটোৱে এনেদৰে গর্ভগৃহত কিছু সময় অপেক্ষা কৰি উত্তৰ দিশত থকা দুবাৰৰে ওলাই যাবলৈ বাওনা হয় যদিও সেই সময়ত দুৱাৰখন বন্ধ থকাত বান্দৰটোৱে পুনৰ প্ৰৱেশদ্বাৰ অভিমুখে ৰাওনা হয় আৰু সেই প্রৱেশদ্বাৰেৰে হেজাৰ হেজাৰ ভক্তৰ মাজেৰে অনায়াসে বাহিৰলৈ ওলাই যাবলৈ সক্ষম হয়। ওলাই যোৱাৰ সময়তো বান্দৰটোৱে কোনো এজন লোককে কোনো ধৰণৰ অসুবিধা দিয়া নাছিল।

সুৰক্ষা কৰ্মীসকলে এই কাণ্ড দেখি মন্তব্য কৰে- ‘হনুমানজীয়ে নিজে ৰাম মন্দিৰলৈ আহি ৰামলালা দর্শন কৰি গ’ল।’ এই কথা ৰাম জন্মভূমি তীর্থ ক্ষেত্র কর্তৃপক্ষই ব্যক্ত কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AyodhyaFive Lakh Get Ramlalla's Darshan
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d