Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Terminator is soon to become a reality:অচিৰে বাস্তৱ হোৱাৰ দিশত ‘টার্মিনেটৰ’!

মার্কিন প্রতিষ্ঠানে সাজি উলিয়ালে দুবিধ অতি বিপদজ্জনক অস্ত্র

publisher by publisher
June 26, 2025
in Assam, News
Reading Time: 2 mins read
0
Terminator is soon to become a reality:অচিৰে বাস্তৱ হোৱাৰ দিশত ‘টার্মিনেটৰ’!
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

মানুহ সদৃশ ৰবটক লৈ শংকিত চীন চৰকাৰ

টেছলাৰ ৰ’বটে শিকিছে সমৰ কলা, ৰন্ধনতো পাৰদৰ্শিতা প্ৰদৰ্শন

Terminator is soon to become a reality:

জনপ্রিয় ছবি ‘টার্মিনেটৰ’ যিসকলে চাইছে, এই বাতৰিয়ে সেইসকলৰ বুকু কঁপাই তোলাৰ সম্ভাৱনা আছে। কাৰণ এই ছবিত দেখাৰ দৰে অদূৰ ভৱিষ্যতে বিশ্বত নিজৰ ‘চিন্তা শক্তি’বে পৰিচালিত ৰবটে যুদ্ধত অংশ লোৱাৰ সম্ভাৱনা প্রবল হৈছে। এনে একোটা ৰবটে মুহূৰ্ততে নৰসংহাৰ সৃষ্টি কৰিব পাৰিব বুলি চর্চা হৈছে।
বহুতৰে জ্ঞাত যে কৃত্রিম বুদ্ধিমত্তা (এআই)ই জীৱনৰ বিভিন্ন দিশত আধিপত্য বিস্তাৰ দিশে অগ্ৰসৰ হৈছে। কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ঘাতক ৰবট তৈয়াৰৰ উদ্দেশ্যে গৱেষণা আৰম্ভ হ’বলৈ ধৰিছে। এনে কেতবোৰ গৱেষণাই ব্যাপক অগ্রগতি লাভ কৰিছে গতিকে অচিৰে ‘টার্মিনেটৰ’ৰ কাহিনী সদৃশ ঘটনা বাস্তৱত দেখাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

ইতিমধ্যে এনে ৰবট তৈয়াৰৰ গৱেষণাত ব্যস্ত হোৱা একাংশ গৱেষকে ঘাতক ৰবটৰ নামকৰণো কৰিছে। এই ৰবটক স্বশাসিত প্রাণঘাতক সমৰাস্ত্ৰ ব্যৱস্থা আখ্যা দিছে এনে গবেষকে। এনে ঘাতক ৰবটে একোখন যুদ্ধৰ গতি-প্রকৃতি মুহূৰ্তৰ ভিতৰতে সলনি কৰি দিব পাৰে। উল্লেখ্য যে যুদ্ধক্ষেত্রত ঘাতক ৰবটৰ পদার্পণ হোৱাৰ পূৰ্বে ইতিমধ্যে আধুনিক যুদ্ধত বৈমানিক বিমান বা বোমাৰু ড্ৰ’নৰ ব্যৱহাৰ বৃদ্ধি পাইছে। অৱশ্যে বৈমানিকবিহীন যুদ্ধ বিমান আৰু ঘাতক ৰবটৰ মাজত আকাশ-পাতাল পার্থক্য আছে।

এনে বোমাৰু ড্র’নসমূহ আক্ষৰিক অৰ্থত স্বয়ংক্রিয় নহয়। সেইসমূহক দূৰৈৰ পৰা মানুহে নিয়ন্ত্ৰণ কৰি থাকে। ইয়াৰ বিপৰীতে ঘাতক ৰবটৰ ওপৰত মানুহৰ নিয়ন্ত্রণ নাথাকিব। এনে ৰবটে নিজকে পৰিচালনা কৰিব। এবাৰ যুদ্ধক্ষেত্রলৈ প্ৰেৰণৰ পাছত এনে ৰবটৰ ওপৰত মানুহৰ পৰিৱৰ্তে কৃত্রিম বুদ্ধিমত্তাই নিয়ন্ত্রণ সাব্যস্ত কৰিব। অৱশ্যে এই পর্যন্ত কৃত্রিম বুদ্ধিমত্তা চালিত বা নিয়ন্ত্রিত অস্ত্ৰ বিশ্বৰ কোনো দেশৰ হাতত নাই। কিন্তু ইয়াক লৈ অধিক দিন আশ্বস্ত থাকিব নোৱাৰাৰ ইংগিত স্পষ্ট হৈছে কাৰণ কৃত্রিম বুদ্ধিমত্তাচালিত সমৰাস্ত্ৰ তৈয়াৰ সম্পর্কীয় গবেষণা ইতিমধ্যে বহুদূৰ আগুৱাই গৈছে।

যুদ্ধৰ সা-সৰঞ্জাম তৈয়াৰকাৰী মার্কিন প্রতিষ্ঠান ‘এণ্ডুৰিল’ত এনে সমৰাস্ত্ৰক লৈ পৰীক্ষা-নিৰীক্ষা চলি আছে। ইয়াৰ বহু গৱেষণা ইতিমধ্যে সফল হৈছে। এনে সফল গৱেষণাৰ এটা উদাহৰণ হ’ল কৃত্রিম বুদ্ধিমত্তা নিৰ্ভৰ ৰ’বটিক এক যুদ্ধ বিমান ‘ফিউৰী’। এই বিমানত কোনো ককপিট আক বৈমানিক নাথাকে। একোৰে সহায় নোলোৱাকৈ এই যুদ্ধ বিমানে লক্ষ্যবস্তুত আঘাত হানিব পাৰে। কেরল যুদ্ধ বিমানেই নহয়, ‘এণ্ডুৰিল’-এ ৰোডৰাণাৰ নামৰ আন এক সমৰাস্ত্ৰও তৈয়াৰ কৰিছে। এই সমৰাস্ত্ৰও কৃত্রিম বুদ্ধিমা-নিৰ্ভৰ। এই অস্ত্রও এবাৰ প্ৰয়োগ কৰিলে নিজে লক্ষ্যবস্তুক চিহ্নিত কৰি তাত আঘাত হানি ধ্বংস কৰিব। মূলতঃ শত্রুপক্ষৰ ড্ৰ’নৰ আক্রমণ প্রতিহত কৰাৰ উদ্দেশ্য এই সমৰাস্ত্ৰ তৈয়াৰ কৰিছে প্রতিষ্ঠানটোৱে।

এই সমৰাস্ত্র ইমানেই ‘বুদ্ধি সম্পন্ন’ যে ই লক্ষ্যবস্তু চিহ্নিত কৰিব নোৱাৰিলে নিজৰ স্থানলৈ উভতি আহে। নিজৰ স্থানত উপস্থিত হোৱাৰ পাছত এই অস্ত্রই পুনৰ আক্ৰমণৰ পৰিকল্পনা তৈয়াৰ কৰে। ইতিমধ্যে ‘এণ্ডুৰিল’ৰ স’তে মার্কিন বাহিনীয়ে এনে অস্ত্র লাভৰ বাবে কেতবোৰ চুক্তি কৰিছে। প্রতিষ্ঠানটোৱে তৈয়াৰ কৰা কৃত্রিম বুদ্ধিমত্তাচালিত অস্ত্রবিধ ক্ৰয়ৰ চিন্তা-চর্চাও কৰি আছে দেশখনে। এই সম্পর্কত এটা মার্কিন সংবাদ সংস্থাৰ বাতৰিত কোৱা হৈছে যে অচিৰে মার্কিন সামৰিক বিষয়াবৰ্গৰ সন্মুখত নিজৰ ‘সামৰ্থ’ৰ প্ৰদৰ্শন কৰিব ফিউৰীয়ে। এই ক্ষেত্রত মার্কিন সামৰিক বিষয়াবর্গ সন্তুষ্ট হ’লে চৰকাৰে সমৰাস্ত্ৰবিধ ক্ৰয়ৰ সম্ভাৱনা আছে।

অৱশ্যে কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰই নহয়, কৃত্রিম বুদ্ধিমত্তাচালিত-নিয়ন্ত্রিত সমৰাস্ত্ৰক লৈ ভাৰততো গৱেষণা আৰম্ভ হৈছে। ইতিমধ্যে বাংগালুৰুস্থিত অস্ত্র নির্মাণ সংস্থা ভাৰত ছাপ্পাই এণ্ড ছাপোর্টে কৃত্রিম বুদ্ধিমত্তাসম্পন্ন মেচিনগান তৈয়াৰ কৰিছে। এই বন্দুকৰ পৰীক্ষামূলক প্রয়োগো সম্পন্ন হৈছে। একেদৰে ৰাছিয়া, চীন, ব্রিটেইন, দক্ষিণ কোৰিয়া আৰু ইজৰাইলেও ঘাতক ৰবটক লৈ গৱেষণা চলাই থকা বুলি বাতৰি প্ৰকাশ পাইছে। অৱশ্যে এনে গৱেষণাত প্রাপ্ত তথ্য সংশ্লিষ্ট দেশসমূহে অত্যন্ত গোপন কৰি ৰাখিছে। আনহাতে, কৃত্রিম বুদ্ধিমত্তাচালিত-নিয়ন্ত্ৰিত সমৰাস্ত্ৰ বা ঘাতক ৰবটক লৈ বিশ্বজুৰি উদ্বিগ্নতাৰ সৃষ্টি হৈছে। কাৰণ মানুহ মৰা বা শত্রুক নিধনত এনে অস্ত্র ব্যৱহাৰ হ’লে তাৰ পৰিণতি অত্যন্ত ভয়াৱহ হ’ব বুলি আশংকা কৰিছে অনেকে।

এনে আশংকা কৰি এডিনবার্গ বিশ্ববিদ্যালয়ৰ বুদ্ধিমত্তাচালিত-নিয়ন্ত্রিত অস্ত্রই লক্ষ্যবস্তু বাছনিত কিমান ভুল কৰিব পাৰে, সেয়া বর্তমানেও স্পষ্ট নহয়। ভুল লক্ষ্যবস্তু নিৰ্ধাৰণ কৰি এনে অস্ত্ৰই মুহূৰ্তৰ ভিতৰতে একোটা জনপূৰ্ণ অঞ্চল মৰিশালিত পৰিণত কৰাৰ আশংকা কৰিছে একাংশই। এনে সমৰাস্ত্ৰক লৈ ৰাষ্ট্ৰসংঘয়ো আশংকা কৰি আহিছে। বিষয়টোক লৈ উদ্বিগ্নতা প্রকাশ কৰি অলপতে এক বৈঠকত ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ বিষয়ক বিভাগৰ মুৰব্বী ইজুমি নাকামিৎছুৱে কয়, ‘মানুহক হত্যাৰ সিদ্ধান্ত যন্ত্ৰক গ্রহণ কৰিবলৈ দিয়াটো এক ঘৃণনীয় পদক্ষেপ। এনে সমৰাস্ত্ৰ ব্যৱহাৰত কেতিয়াও অনুমোদন জনোৱা উচিত নহয়। আন্তর্জাতিক আইন প্রণয়ন কৰি এনে অস্ত্র নিষিদ্ধ কৰা উচিত।’

একেদৰে আন্তর্জাতিক মানৱাধিকাৰ সংগঠন হিউমেন ৰাইটছ ৱাটছৰ সংকট, সংঘৰ্ষ আৰু অস্ত্র বিভাগৰ উপ-সঞ্চালক মেৰী ৱায়াৰহামেই কয় যে যুদ্ধক্ষেত্রত কোনো কাক আক্রমণ কৰিব, সেই সিদ্ধান্ত মানুহৰ হাতত থকা উচিত। এই সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব যন্ত্ৰৰ হাতলৈ গ’লে নির্বিচাৰ গণহত্যা সদৃশ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা তেওঁ কৰে। উল্লেখ্য যে এনে সমৰাস্ত্ৰ তৈয়াৰৰ বিৰোধিতা কৰি ২০১৭ত ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিছিল ১১৬ জন কৃত্রিম বুদ্ধিমত্তা বিশেষজ্ঞই। এই বিশেষজ্ঞসকলৰ তালিকাত এলন মাস্কো আছিল। তৎসত্ত্বেও এনে অস্ত্র তৈয়াৰ সম্পৰ্কত বিশ্বৰ বিভিন্ন দেশত গৱেষণা অব্যাহত আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial Intelligencebecome a realityRobotTerminatorUs Company
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d