Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

    পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মানুহ সদৃশ ৰবটক লৈ শংকিত চীন চৰকাৰ

publisher by publisher
December 3, 2025
in News, world
Reading Time: 1 min read
0
মানুহ সদৃশ ৰবটক লৈ শংকিত চীন চৰকাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

সাগৰলৈ জাহাজ চলাচল কৰিব পৰাকৈ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা খান্দিলে চীনে

Former Chinese Defence Ministers Wei Fenghe and Li Shangfu:দুর্নীতি কৰাৰ অভিযোগত চীনৰ দুই প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্রীক মৃত্যুদণ্ড

China:✒️বিগত কিছু বছৰত প্ৰযুক্তিৰ ক্ষেত্ৰত বহু উন্নয়ন সাধন কৰা চীনৰ সম্প্রতি আশংকাৰ কাৰণ হৈছে মানৱ সদৃশ ৰব’ট। ক্রমে দেশখনত এনে উদ্যোগত বিনিয়োগৰ পৰিমাণো চকুত লগা ধৰণে বৃদ্ধি পাইছে। ইয়াক লৈ সম্প্রতি উদ্বিগ্ন হৈছে চীনৰ কমিউনিষ্ট চৰকাৰ। এই উদ্বিগ্নতাৰ বহিঃপ্রকাশ ঘটাই চীন চৰকাৰে এক সতর্কবাণী প্রকাশ কৰিছে।

ADVERTISEMENT

উল্লেখ্য যে চীন চৰকাৰে এনে সতর্কবাণী প্রকাশ কৰাটো এটা বিৰল ঘটনা। মানৱ সদৃশ ৰব’ট তৈয়াৰক লৈ আতংকিত হৈ চীনৰ ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে এই সতর্ক ভূমিকা পালন কৰিছে। উল্লেখ্য যে চীনত সম্প্রতি মানুহৰ নিচিনা বা হিউমেনয় ‘ড ৰব’ট তৈয়াৰ কৰা ডেৰ শতাধিক উদ্যোগ আছে। এই সমূহত বিপুল পৰিমাণৰ ধনৰ বিনিয়োগো ঘটিছে। ইয়ে শংকিত কৰি তুলিছে দেশখনৰ চৰকাৰক।

একেখন ক্ষেত্রতে সক্রিয় এই ডেৰ শতাধিক উদ্যোগৰ দ্বাৰা মানুহৰ নিচিনা ৰব’ট তৈয়াৰত নিষেধাজ্ঞা আৰোপৰো পোষকতা কৰিছে দেশখনৰ ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগে। এই আয়োগৰ মুখপাত্র লাই চাওৱে সংবাদ মাধ্যমক কয়, ‘মানুহৰ নিচিনা ৰব’টে যাতে বজাৰ ভৰি নপৰে তাৰ বাবে ব্যৱস্থা গ্রহণ কৰাটো গুৰুত্বপূৰ্ণ হৈছে। ব্যাপক হাৰত এনে ৰব’ট তৈয়াৰে প্ৰকৃত গৱেষণা আৰু উন্নয়নমূলক পদক্ষেপসমূহক টেটু চেপি ধৰিব।’

এই ক্ষেত্রত চাওৱে লগতে আশংকা কৰে যে মানুহৰ নিচিনা ৰব’ট তৈয়াৰৰ যি টৌ উঠিছে সিয়ে আগশাৰীৰ উদ্যোগসমূহক বৃদ্ধি-বিকাশ বৰ্তাই ৰখাত প্ৰত্যাহ্বানৰ সম্মুখীন কৰাইছে। আনহাতে, চীন চৰকাৰে দেশখনৰ মানুহৰ নিচিনা ৰব’ট তৈয়াৰ উদ্যোগসমূহক লৈ উৎকণ্ঠিত হোৱাটোৱে দেশখনৰ মটৰ চাইকেল আৰু অৰ্ধ-পৰিবাহী প্রতিষ্ঠানসমূহক পংগু কৰিছে বুলিও চর্চা হৈছে।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে চীনত এক ৰব’টৰ নৃত্য উৎসৱ উদ্যাপন কৰা হয়। এই উৎসৱৰ পাছতে দেশখনত মানুহৰ নিচিনা ৰবট তৈয়াৰৰ জোৱাৰ উঠে। কাৰণ উক্ত ৰব’টৰ নৃত্য উৎসৱ উদযাপনস্থলীত মানুহৰ নিচিনা ৰব’টে নৃত্য প্রদর্শন কৰি সমগ্ৰ দেশৰ জনতাক মন্ত্রমুগ্ধ কৰে। গতিকে মানুহৰ নিচিনা ৰব’ট তৈয়াৰ কৰিবলৈ বহু উদ্যোগ-প্রতিষ্ঠান আগবাঢ়ি আহে। লক্ষ্যণীয়ভাৱে চীনৰ কমিউনিষ্ট পার্টিয়েও পূর্বে ধাৰণা কৰিছিল যে আগন্তুক পাঁচ বছৰত দেশখনৰ বিকাশৰ অন্যতম মূল চালিকা শক্তিৰূপে ভূমিকা পালন কৰিব মানুহৰ নিচিনা ৰব’ট তৈয়াৰী উদ্যোগ প্রতিষ্ঠানসমূহে।

কমিউনিষ্ট পার্টিয়ে এনে ছটা খণ্ড বাছনি কৰিছে। ইয়াৰে অন্যতম হ’ল মানুহ সদৃশ ৰব’ট তৈয়াৰ খণ্ড। গতিকে এনে ৰব’ট তৈয়াৰী উদ্যোগ-প্ৰতিষ্ঠানৰ বিনিয়োগৰ জোৱাৰ উঠে। ফলত চলিত বর্ষত ‘ছ’লএক্টিভ হিউমেনয়’ড ৰব’টিক্স ইনডেক্স’ প্রায় ৩০ শতাংশ বৃদ্ধি পায়। এই ইনডেক্সে ৰব’ট তৈয়াৰী প্রতিষ্ঠানসমূহৰ শ্বেয়াৰক প্রতিনিধিত্ব কৰে।

চীনৰ ৰব’ট তৈয়াৰী প্রতিষ্ঠানসমূহৰ অগ্ৰণী প্রতিষ্ঠান হৈছে ইউবিটেক ৰব’টিক্স কৰ্প’ৰেচন। যোৱা শুকুৰবাৰে এই প্ৰতিষ্ঠানৰ শ্বেয়াৰৰ মূল্য চাৰি শতাংশ বৃদ্ধি পায়। গতিকে চিটি গ্রুপ ইংকে পূর্বানুমান কৰিছে যে চীনৰ ৰব’ট তৈয়াৰী খণ্ডৰ বজাৰ ২০৫০ৰ ভিতৰত সাত লাখ কোটি ডলাৰলৈ বৃদ্ধিৰ সম্ভাৱনা আছে।

গতিকে এই খণ্ডত বিনিয়োগ প্ৰচুৰ হ’বলৈ ধৰিছে। ইয়ে মূৰকত চীনৰ চৰকাৰকে শংকিত কৰি তুলিছে। আনহাতে, এক তথ্য অনুসৰি ২০২৩ত চীনে দুই লাখ ৯০ হেজাৰৰো অধিক ঔদ্যোগিক ৰব’ট নিয়োজিত কৰে। ইয়াৰ বিপৰীতে সমগ্র বিশ্বত যিমান ঔদ্যোগিক ৰব’ট আছে সেই সকলো একেলগ কৰিলেও চীনৰ ঔদ্যোগিক ৰব’টৰ সংখ্যাৰ সমান নহয়।

দেখা যায় যে চীনত প্রতি ১০ হেজাৰ কৰ্মচাৰীৰ বিপৰীতে ৪৭০ টা ৰব’ট আছে। অৰ্থাৎ মানুহৰ দৰে ৰব’টে দেশখনত কাম কৰিবলৈ লৈছে। গতিকে দেশখনত মানুহৰ নিচিনা ৰব’ট তৈয়াৰ অব্যাহত আছে। গতিয়ে ইয়ে অদূৰ ভবিষ্যতে বিপদ অনাৰ আশংকা কৰিছে বেইজিঙে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChinaRobot
publisher

publisher

Related Posts

চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ
India

October 12, 2026
আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত
India

আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

October 12, 2026
‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’
India

‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

October 12, 2026
বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য
Assam

বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

October 12, 2026
প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ
India

প্ৰতিবাদৰত অৱস্থাতে ৰাজপথত কিশোৰীক প্ৰহাৰ হিন্দু সুৰক্ষা দলৰ

October 12, 2026
পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন
Assam

পশ্চিম কাৰ্বি আংলংঙৰ চিনঠংঙত পৰিষদীয় সমষ্টি বিৰুদ্ধি কংগ্ৰেছ দলৰ শক্তি প্ৰদৰ্শন

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d