Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Ali khamenei -Donald Trump: ইৰানে আমেৰিকাৰ গালত প্ৰচণ্ড চৰ শোধালে: যুদ্ধবিৰতিৰ পাছত মুখ খুলিলে ধর্মীয় নেতা খামেনেই

ইজৰাইলকো চূর্ণ-বিচূর্ণ কৰাৰ দাবী, ইহুদী ৰাষ্ট্ৰ ধ্বংস হোৱাৰ আশংকাত যুদ্ধত লিপ্ত হৈছিল মার্কিন প্রশাসন

publisher by publisher
June 27, 2025
in International, News
Reading Time: 2 mins read
0
Ali khamenei -Donald Trump: ইৰানে আমেৰিকাৰ গালত প্ৰচণ্ড চৰ শোধালে: যুদ্ধবিৰতিৰ পাছত মুখ খুলিলে ধর্মীয় নেতা খামেনেই
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Ayatollah Ali Khamenei:৮৬ বছৰীয়া খামেনেইক নিধনৰ বাবে কিয় বেপৰোৱা হৈছিল ইজৰাইল-আমেৰিকা

Middle East War:ভূমধ্য সাগৰৰ পৰা ওমান উপসাগৰৰ আকাশ ছানিছে ক’লা ধোঁৱাই

Donald Trump’s outburst of anger: শান্তি নির্মাতা হ’বলৈ অত্যুৎসাহী হৈ পৰা ট্রাম্পৰ ক্ষোভৰ উদগীৰণ

Ali khamenei -Donald Trump:

কাটাৰৰ ড’হাস্থিত মার্কিন বায়ুসেনা ঘাটি অল-উদেইদত আক্রমণ কৰি ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখত প্রচণ্ড আঘাত হানিলে। এই দাবী ইৰানৰ সৰ্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খামেনেইৰ। শেহতীয়া ইৰান-ইজৰাইলৰ যুদ্ধৰ পাছত প্ৰথমবাৰলৈ টেলিভিছনযোগে বক্তব্য আগবঢ়াই খামেনেই হুংকাৰ দিয়ে যে ইৰানে কেতিয়াও মার্কিন যুক্তৰাষ্ট্ৰৰ ওচৰত আত্মসমর্পণ নকৰে। উল্লেখ্য যে ইৰান-ইজৰাইল যুদ্ধই জটিল ৰূপ ধাৰণ কৰাৰ সময়তে অলপতে মার্কিন বাহিনীয়ে পাৰস্য উপসাগৰীয় দেশখনৰ তিনিটা পৰমাণু কেন্দ্রক বোমা আৰু ক্ষেপণাস্ত্ৰৰে আক্রমণ কৰে।

ADVERTISEMENT

এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইৰানে কাটাৰস্থিত মার্কিন বায়ুসেনা ঘাটিত অল-উদেইদত আক্রমণ কৰে। ইয়াক কেন্দ্ৰ কৰি তৃতীয় বিশ্বযুদ্ধৰ অৱতাৰণা ঘটাৰ আশংকা প্ৰবল হোৱাৰ সময়তে ইৰান আৰু ইজৰাইলে যুদ্ধবিৰতিৰ প্ৰতি সম্মতি প্রকাশ কৰা বুলি মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ঘোষণা কৰে। অৱশ্যে ইয়াৰ পূৰ্বে ট্রাম্পে ইৰানক বিনাচতে আত্মসমর্পণ কৰিবলৈ ভাবুকি দিছিল। ইৰান-ইজৰাইলে যুদ্ধবিৰতি মানি লোৱাৰ পাছত আজি খামেনেইয়ে মার্কিন প্রশাসনলৈ কঠোৰ বাক্যবাণ নিক্ষেপ কৰে। তেওঁ কয়, ‘মার্কিন ৰাষ্ট্ৰপতিয়ে তেওঁৰ এটা বিবৃতিত ইৰানে আত্মসমর্পণ কৰিব লাগিবই বুলি উল্লেখ কৰিছিল। এনে ঘটনা (আত্মসমর্পণ) কেতিয়াও সংঘটিত নহয়।

এয়া কেতিয়াও নঘটে।’ ট্রাম্পক লক্ষ্য কৰি তেওঁ আৰু কয়, ‘মার্কিন যুক্তৰাষ্ট্ৰৰ মুখত ইৰানে প্রচণ্ড চৰ শোধালে। পশ্চিম এছিয়াস্থিত মার্কিন সামৰিক বাহিনীৰ অন্যতম মূল ঘাটি অল-উদেইদ বায়ুসেনা ঘাটিত ইৰানে আক্ৰমণ কৰি ক্ষতিসাধন কৰে।’ পশ্চিম এছিয়াস্থিত মূল মার্কিন সামৰিক ঘাটিসমূহত প্ৰৱেশ কৰিবলৈ ইৰান ইছলামিক গণৰাজ্য সক্ষম হ’ল বুলিও তেওঁ দাবী কৰে। এনেদৰে ট্রাম্পক সকীয়াই দি ধর্মীয় নেতাজনে আৰু কয়, ‘মধ্য এছিয়াস্থিত মূল মার্কিন সামৰিক ঘাটিসমূহত প্ৰৱেশ কৰিবলৈ ইৰান সক্ষম হোৱাটো আৰু প্রয়োজনত ব্যৱস্থা গ্রহণ কৰিব পৰাটো এটা গুৰুত্বপূৰ্ণ কথা। ভবিষ্যতেও এনে পদক্ষেপ (অল-উদেইদ বায়ুসেনা ঘাটিত আক্রমণ) গ্ৰহণ কৰিব পৰা হ’ব। আগ্রাসনকাৰীয়ে প্ৰচণ্ড মূল্য ভৰিব লাগিব।’ খামেনেইৰ এই মন্তব্যসমূহ সামাজিক মাধ্যম ‘এক্স’তো উপলব্ধ হৈছে।

ইৰানৰ হাতত ক্ষেপণাস্ত্র অথবা দেশখনে পৰমাণু অস্ত্র তৈয়াৰ কৰিবলৈ লোৱাৰ অজুহাত শত্রুবে দিলেও দৰাচলতে দেশখনে আত্মসমর্পণ কৰাটোহে বিচাৰে বুলিও খামেনেইয়ে ক্ষোভ প্রকাশ কৰে। এই ক্ষেত্ৰত ট্রাম্পৰ নাম উচ্চাৰণ কৰি তেওঁ কয়, ‘ট্রাম্পে সত্যটো উন্মোচন কৰিলে যে কেবল ইৰানৰ আত্মসমর্পণেহে মার্কিন যুক্তৰাষ্ট্ৰক সন্তুষ্ট কৰিব। কিন্তু আত্মসমর্পণ কেতিয়াও কৰা নহ’ব। আমাৰ ৰাষ্ট্ৰ শক্তিশালী।’ মার্কিন যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে ইৰানৰ প্ৰতিৰোধক প্রশংসা কৰি ইয়াক তেওঁ দেশখনৰ বিজয় বুলি অভিহিত কৰে। খামেনেইয়ে কয়, ‘মার্কিন শাসকৰ বিৰুদ্ধে আমাৰ মৰমৰ ইৰানৰ বিজয়ক মই শুভেচ্ছা জনালো।

এই যুদ্ধত মার্কিন শাসক প্রত্যক্ষভাৱে লিপ্ত হয়, কাৰণ তেওঁলোকে অনুভৱ কৰে যে যদি তাকে নকৰে, তেন্তে ইহুদী শাসক (ইজৰাইল) সম্পূর্ণৰূপে ধ্বংস হ’ব।’ ইজৰাইলক ৰক্ষা কৰিবলৈ যুদ্ধত লিপ্ত হ’লেও মার্কিন যুক্তৰাষ্ট্ৰই কোনো সফলতা অর্জন নকৰিলে বুলিও খামেনেইয়ে দাবী কৰে। লগতে তেওঁ দাবী কৰে যে শেহতীয়া যুদ্ধত ইৰানে ইজৰাইলক চূর্ণ-বিচূর্ণ কৰে। সামাজিক মাধ্যমত খামেনেইয়ে কয়, ‘অত হৈ-চৈ কৰাৰ পাছতো ইৰানৰআঘাতত বাস্তৱতে ইজৰাইল চূর্ণ-বিচূর্ণ হ’ল।’

উল্লেখ্য যে শেহতীয়া ইৰান-ইজৰাইল যুদ্ধৰ সময়ত খামেনেইৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ইজৰাইল আৰু মার্কিন প্রশাসন। ইয়াক লৈ চর্চা চলি থকাৰ সময়তে আজি তেওঁ টেলিভিছন বার্তাটো প্ৰেৰণ কৰাৰ লগতে সামাজিক মাধ্যমতো সক্রিয় হৈ উঠে। খামেনেইয়ে লগতে দাবী কৰে যে মার্কিন বাহিনীৰ আক্ৰমণত ইৰানৰ তিনি পাৰমাণৱিক ক্ষেত্ৰৰ সামান্য ক্ষতিহে হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ali khamenei -Donald Trumpiran isreal war
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d