Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

publisher by publisher
July 2, 2025
in Assam, News
Reading Time: 1 min read
0
গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Congress: গৰুখুঁটি প্ৰকল্পত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে। গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাৰ মাজত তালমিল নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰামপ্ৰসাদ শৰ্মাই আজি কয় যে গৰুখুঁটি প্ৰকল্পৰ সকলো অনিয়ম আৰু ভ্ৰষ্টাচাৰ চিবিআইৰ দ্বাৰা তদন্ত হ’ব লাগে।

ADVERTISEMENT

৭৭ হেজাৰ বিঘাতকৈও অধিক কৃষিভূমিত থকা ভাৰতীয় নাগৰিকক উচ্ছেদ কৰি প্ৰায় ২৫ কোটি টকা ব্যয়েৰে এই গৰুখুঁটি প্ৰকল্প স্থাপন কৰা হৈছিল। প্ৰকল্পৰ অধ্যক্ষ, কেবিনেট পদমৰ্যাদা দি চৰকাৰী ধন ব্যয় কৰাৰ পাছত ৰাইজে ভাবিছিল যে গৰুখুঁটি প্ৰকল্পৰ পৰা অসমৰ ৰাইজ লাভাৱান হ’ব আৰু বহু নিবনুৱাই সংস্থাপন লাভ কৰিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাই গৰুখুঁটিৰ গাখীৰে অসমৰ চাহিদা পূৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল। শাক-পাচলি, ফলমূল আৰু অন্যান্য দুগ্ধজাত সামগ্ৰী উৎপাদনেৰে অসমক নদন-বদন কৰিব বুলি গৰুখুঁটি প্ৰকল্পই এক আশা দেখুৱাইছিল যদিও মূৰকত ৰাজহুৱা ধনৰ চূড়ান্ত অপচয় ঘটিল আৰু গৰুখুঁটি প্ৰকল্পক লৈ ৰাজনীতি কৰা হ’ল।

এই প্ৰকল্পৰ নামত একাংশ মন্ত্ৰী-বিধায়ক ধনী হ’ল বুলি উল্লেখ কৰি কংগ্ৰেছ নেতা ৰামপ্ৰসাদ শৰ্মাই কয় যে ৰাজহুৱা ধনৰ অপচয় কৰাৰ বাবে এই চৰকাৰ চূড়ান্তভাৱে জগৰীয়া।

সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে ৩০০ জনী গীৰ গাই গুজৰাটৰ পৰা অনাৰ ক্ষেত্ৰত ঠিকা লাভ কৰা এনডিডিবিৰ নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে গণ্ডগোলীয়া আছিল।

এনডিডিবিক কিয় গৰু ক্ৰয় কৰাৰ দায়িত্ব দিয়া হ’ল আৰু এই গীৰ গাইৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব আৰু ৰাজহ লোকচানৰ বাবে জগৰীয়া কোন সেই সকলো সামৰি এক ন্যায়িক তদন্তৰ প্ৰয়োজন আছে বুলি বৰাই উল্লেখ কৰে।

বৰাই কয় যে গৰুখুঁটি প্ৰকল্পলৈ কোন চনৰ পৰা গীৰ গাই অনা হৈছিল আৰু ৩০০ গীৰ গাই নতুনকৈ অনাৰ পাছত ৯০ জনী গীৰ গাই ৰঙিয়া ষ্টেচনৰ পৰা কিয় নমাই দিয়া হ’ল আৰু নমাই দিয়া গীৰ গাইসমূহ কোনো ৰাজহুৱা জাননী আৰু নিবিদা নোহোৱাকৈ মন্ত্ৰী-বিধায়ক আৰু বিজেপিৰ ৰাজনৈতিক নেতা-পালিনেতাক কিয় বিলাই দিয়া হ’ল সেই সন্দৰ্ভত সকলো তথ্য ৰাজহুৱা কৰাৰ প্ৰয়োজন আছে।

বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ মাজত তথ্যৰ বিসংগতি আছে। ৩০০ গীৰ গাইৰ ভিতৰত ৯০ জনী গীৰ গাই মন্ত্ৰী-বিধায়কৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ পাছত যদি ১৫৪ জনী গীৰ গাই বেমাৰী বাবে ঘূৰাই দিয়া হ’ল তেন্তে ৫৬ জনী গীৰ গাই মৃত্যু হ’লে কিমানজনী গীৰ গাই থাকিব?

কংগ্ৰেছৰ এটা প্ৰতিনিধি দল মঙলবাৰে গৰুখুঁটিলৈ যাবলৈ বিচাৰিছিল যদিও বিজেপি কৰ্মী আৰু আৰক্ষীয়ে ইয়াত বাধা প্ৰদান কৰিলে। গীৰ গাই ক্ৰয় কৰা এজন বিজেপি কৰ্মীয়ে এজনী গীৰ গায়ে ৫-৬ লিটাৰ গাখীৰ দিয়ে বুলি উল্লেখ কৰিছিল।

গুজৰাটৰ পৰা লাখ টকা দি কিনি অনা গীৰ গায়ে যদি ৫-৬ লিটাৰ গাখীৰ দিয়ে তেনেহ’লে গৰুখুঁটিয়ে ব্যৱসায় কৰিব কেনেকৈ? উন্নত প্ৰজাতিৰ বৰ্ণ সংকৰ স্থানীয় আৰু জাৰ্ছী গায়ে ১০-১২ লিটাৰকৈ গাখীৰ দিয়ে বুলি উল্লেখ কৰি বৰাই কয় যে গোটেই বিষয়টোত ৰাইজক বিভ্ৰান্ত কৰি গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষই প্ৰকৃত সত্য লুকুৱাবলৈ বিচাৰিছে।

তেওঁ কয়, গৰুখুঁটি প্ৰকল্পৰ সমগ্ৰ আয়-ব্যয় শ্বেতপত্ৰৰ দ্বাৰা প্ৰকাশ কৰিব লাগে। ইফালে, সংবাদমেলত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমণ ঝাই কয় যে অসমত থকা গো-শালাসমূহৰ অত্যন্ত বেয়া। গো-মাতাৰ পূজা কৰা বিজেপি দল আৰু চৰকাৰে দীৰ্ঘদিন ধৰি গো-শালাসমূহলৈ গো-মাতাৰ খাদ্যৰ বাবে ৰাজসাহায্য যোগান ধৰা নাই বুলি উল্লেখ কৰে।

ঝাই কয়, মন্ত্ৰী-বিধায়কৰ পত্নীয়ে ৰাজসাহায্য লাভ কৰে। কিন্তু গো-মাতাই পশু খাদ্যৰ বাবে ৰাজসাহায্য লাভ নকৰে এইখন অসমত। মুখ্যমন্ত্ৰীৰ উক্তিৰ প্ৰসংগ উত্থাপন কৰি ঝাই কয় যে মুখ্যমন্ত্ৰীয়ে বেমাৰী গৰু মন্ত্ৰী-বিধায়ক আৰু বিজেপিৰ নেতা-কৰ্মীৰ মাজত ভাগ-বাটোৱাৰা কৰাৰ যুক্তি দাঙি ধৰি গো-সুৰক্ষাৰ স্বাৰ্থত এই প্ৰসংগ উল্লেখ কৰিছিল যদিও অসুস্থ গৰুবোৰক গো-শালাসমূহলৈ কিয় প্ৰেৰণ কৰা নাছিল?

৬৫ টা গো-মাতাৰ মৃত্যুৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা জগৰীয়া বুলি উল্লেখ কৰি ঝাই কয় যে এইখন চৰকাৰে নামতহে গৰুক পূজা কৰাৰ কথা কয়। এওঁলোকে প্ৰকৃততে গৰুৰ ব্যৱসায় কৰি ছিণ্ডিকেট চলাই গো-মাতাক অপমানহে কৰিছে। গো-মাতাৰ প্ৰতি দেখুওৱা এই অনাদাৰে চৰকাৰখনৰ পতন ঘটাব বুলিও তেওঁ উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCongress
publisher

publisher

Related Posts

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি
International

অনুপস্থিত ট্রাম্পেই ব্রিক্‌ছৰ মধ্যমণি

September 13, 2026
ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ
International

ভাৰতৰ পতাকাযুক্ত জাহাজ আক্রান্ত, কথমপি প্ৰাণৰক্ষা ১৩ ভাৰতীয়ৰ

September 13, 2026
মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,
Assam

মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

September 13, 2026
১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
Assam

১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

September 13, 2026
দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ
India

দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

September 13, 2026
মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?
India

মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d