Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

য’ত প্রতিটো দিনত ১৬বাৰকৈ উদয়-অস্ত যায় সূর্য

মহাকাশচাৰীসকলে কেনেদৰে শুৱেঃ জনালে ভাৰতীয় মহাকাশচাৰীয়ে

publisher by publisher
July 9, 2025
in News, world
Reading Time: 1 min read
0
য’ত প্রতিটো দিনত ১৬বাৰকৈ উদয়-অস্ত যায় সূর্য
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Plastic biskut:ক্ষুধা নিবাৰণ কৰিব প্লাষ্টিকৰ বিস্কুটে !

Elon Musk SpaceX Rocket Crashes in Moon: ইলন মাস্কৰ ৰকেটৰ আঘাতত ৬০ ফুটৰ গাঁত চন্দ্রপৃষ্ঠত

চন্দ্ৰাভিযান সামৰি পৃথিৱীলৈ উভতিল চাৰি মহাকাশচাৰী

space:মহাকাশত প্রতিদিনে ১৬বাৰ সূৰ্য উদয় হয় আৰু অস্ত যায়। এনে অৱস্থাত মহাকাশচাৰীসকলে কেনেকৈ শুৱে বুলি প্রশ্ন উত্থাপন হয়। বহুতৰ বাবে ই এক কৌতূহলৰ বিষয়।

ADVERTISEMENT

সম্প্রতি এই ৰহস্যৰ ভেদ ভাঙিলে ভাৰতীয় মহাকাশচাৰী শীর্ষ বায়ুসেনা বিষয়া শুভাংশু শুক্লাই। সম্প্রতি আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)ত থকা মহাকাশচাৰীজনে মঙলবাৰে ভাৰতীয় মহাকাশ গবেষণা সংস্থা (ইছৰ’)ৰ মেঘালয়ৰ উমিয়ামস্থিত উত্তৰ-পূব মহাকাশ প্রয়োগ কেন্দ্ৰ (এনইএছএচি) ৰ ছাত্ৰ-ছাত্ৰীসকলৰ স’তে ভাব বিনিময় কৰে।

এই ভাব বিনিময়ৰ সময়ত তেওঁ উৎসুক ছাত্র-ছাত্রীসকলে কৰা এক প্ৰশ্নৰ উত্তৰ দি কয়, ‘আন্তর্জাতিক মহাকাশ কেন্দ্রত সদায়ে ১৬বাৰ সূর্য উদয় আৰু ১৬বাৰ মাৰ যায়। কাৰণ আমি প্রতি ৯০ মিনিটত পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকো। সূৰ্যৰ পোহৰ অনুসৰণ কৰি আমি কাম নকৰো। আমি গ্রীণউইছ মান সময় (ভাৰতীয় সময়তকৈ চাৰে পাঁচ ঘণ্টা পিছপৰি থাকে) অনুসৰি, কাম-কাজ কৰো।’

মহাকাশত মধ্যাকর্ষণশূন্য পৰিৱেশত মহাকাশচাৰীসকলে কেনেদৰে কাম কৰে সেই সম্পর্কতো মহাকাশচাৰীজনে ব্যাখ্যা কৰে। তেওঁ কয়, ‘পৃথিৱীত মাধ্যাকৰ্ষণৰ মাজত আমি ডাঙৰ হ’লো; কিন্তু মহাকাশত এই শক্তি নাই। গতিকে ইয়াত শৰীৰৰ অনেক পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনৰ স’তে মিলাই কাম-কাজ কৰিবলগীয়া হয়। প্রথমে অস্বস্তি (স্পেচ ছিকনেছ) হয়। ইয়াৰ বাবে ঔষধ আছে। আমি দ্রুততৰে পৰিস্থিতিৰ স’তে মিলি পৰিছো।’

মহাকাশত শৰীৰ কেনেদৰে সুস্থ ৰাখিছে সেই সম্পর্কতো তেওঁ সদৰী কৰে। শুক্লাই কয়, ‘মাধ্যাকর্ষণশূন্য পৰিৱেশত মাংসপেশী আৰু হাড়ৰ ক্ষয় হয়। আমি সদায় ট্রেড মিল চাইকেল শক্তি-দৃঢ়তা প্রশিক্ষণ যন্ত্ৰত শৰীৰচৰ্চা কৰো। এই অভিযানত আৰু পৃথিৱীত ঘূৰা পর্যন্ত সুস্থ থকাটো প্রয়োজন।’

আন্তর্জাতিক মহাকাশ কেন্দ্রত কেতবোৰ কাম-কাজত ৰবট বাহু ব্যৱহাৰ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখ্য যে যোৱা ২৬ জুনত আন তিনি মহাকাশচাৰীসহ শুক্লা আন্তর্জাতিক মহাকাশ কেন্দ্রত উপস্থিত হয়। ড্রেগনযানযোগে আন্তর্জাতিক মহাকাশ কেন্দ্রত উপস্থিত হোৱাৰ পাছৰে পৰা চাৰিওজন মহাকাশচাৰী বিভিন্ন গৱেষণাত ব্যস্ত আছে। শুক্লাই হৈছে আন্তর্জাতিক মহাকাশ কেন্দ্রত পদার্পণ কৰা প্রথম ভাৰতীয় মহাকাশচাৰী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NASAShubhanshu ShuklaSpace
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d