Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cabinet:এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষার্থীক মাহিলি ধন

কেবিনেটত ভাত্তা-হিতাধিকাৰীকেন্দ্রিক একাধিক সিদ্ধান্ত, ধন আদায় দিব নোৱাৰিলেও নাৰ্ছিংহোমে মৃতদেহ চাৰি ঘণ্টাৰ অধিক ৰাখিব নোৱাৰিব

publisher by publisher
July 11, 2025
in Assam, News
Reading Time: 2 mins read
0
Cabinet:এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষার্থীক মাহিলি ধন
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

Cabinet:

অসম চৰকাৰৰ কেবিনেট বৈঠকে বৃহস্পতিবাৰে নতুন আঁচনিৰ জৰিয়তে মেট্রিক পৰীক্ষার্থীক আর্থিক সাহায্য আগবঢ়োৱা, গাঁওপ্রধান অংগনৱাড়ী কর্মী-সহায়িকাৰ মাননি বৃদ্ধি, উদাসীন ভকতলৈ আর্থিক সাহায্য প্রদান আদিকে ধৰি কে’বাটাও সিদ্ধান্ত গ্রহণ কৰে।

ADVERTISEMENT

তদুপৰি ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ধন আদায় নোপোৱাৰ বাবে মৃতদেহ আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধেও এক সিদ্ধান্তও এই বৈঠকত গ্রহণ কৰা হয়। কেবিনেটব পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি, অহা পহিলা অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অংগনবাড়ী কৰ্মীৰ মাননি বৰ্তমানৰ ৬,৫০০ৰ পৰা আঠ হেজাৰ টকালৈ আৰু সহায়িকাৰ মাননি চাৰি হেজাৰ টকালৈ বৃদ্ধি হ’ব। বর্তমান অংগনৱাড়ী কর্মীসকলে ৰাজ্য চৰকাৰৰ পৰা দুহেজাৰ টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ৪,৫০০ টকা লাভ কৰে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অংগনৱাড়ী কৰ্মীসকলক ৰাজ্য চৰকাৰে বৰ্তমানৰ দুহেজাৰ টকাৰ লগত অতিৰিক্ত ১৫০০ টকা আগবঢ়াব। ইয়াৰ ফলত ৰাজ্য চৰকাৰে দিবলগীয়া মাননিৰ পৰিমাণ ৩,৫০০ টকালৈ বৃদ্ধি হ’ব। ইয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ অংশ যোগ হৈ অংগনবাড়ী কর্মীসকলে মাহিলি আঠ হেজাৰ টকা মাননি লাভ কৰিব। একেদৰে সহায়িকাসকলে বর্তমান লাভ কৰি থকা মাননিৰ পৰিমাণ হ’ল ৩,২৫০ টকা। ইয়াৰে এহেজাৰ টকা ৰাজ্য চৰকাৰে আৰু ২,২৫০ টকা কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায়। ৰাজ্য চৰকাৰে অহা পহিলা অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকক অতিৰিক্ত ৭৫০ টকাকৈ আগবঢ়াব। ইয়াৰ ফলত ৰাজ্য চৰকাৰৰ অংশ হ’ব ১,৭৫০ টকা। ফলত সহায়িকাসকলে মাহিলি পাবলগীয়া মাননিৰ পৰিমাণ হ’ব চাৰি হেজাৰ টকা।

একেদৰে মুখ্যমন্ত্রীয়ে সদৰী কৰে যে ‘প্ৰেৰণা’ আঁচনিৰ অধীনত আগন্তুক বর্ষত মেট্রিকত অৱতীৰ্ণ হ’বলগীয়া প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অহা পহিলা নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ পৰীক্ষা অনুষ্ঠিত হোৱালৈকে বেংক একাউণ্টৰ জৰিয়তে মাহিলি তিনিশ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্রীয়ে কয়, ‘এইবাৰৰ মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া অহা ১০ অক্টোবৰত সামৰণি পৰিব। আমি প্ৰতিগৰাকী পৰীক্ষাৰ্থীক আহ্বান জনাওঁ যে তেওঁলোকে পৰীক্ষাৰ প্ৰ-পত্ৰৰ লগত বেংক একাউণ্টৰ নথিও গাঁঠি দিয়ক। আমি নৱেম্বৰৰ পৰা তেওঁলোকক মাহিলি তিনিশ টকাকৈ আগবঢ়াম। আমাৰ বহু ল’ৰা-ছোৱালীয়ে নানান অভাৱত ভোগে। এই তিনিশ টকাৰে তেওঁলোকে কিতাপ-বহী আৰু পুষ্টিকৰ খাদ্য ক্ৰয় কৰিব পাৰিব। এই আঁচনিখন প্রতি বছৰে চলি থাকিব।’ এইবাৰ পাঁচ লাখ ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি আঁচনিখন ৰূপায়ণৰ বাবে চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্রীয়ে জনায়।

ইপিনে, সত্ৰৰ উদাসীন ভকতসকলকো মাহিলি ১৫শ টকাকৈ প্ৰদানৰ সিদ্ধান্ত আজিৰ কেবিনেটত গ্রহণ কৰা হয়। এই ধন সত্ৰবোৰতো শিশু উদাসীন ভকতসকলেও লাভ কৰিব। পহিলা অক্টোবৰৰ পৰাই কেবিনেটৰ এই সিদ্ধান্ত কাৰ্যকৰী হ’ব। একেদৰে গাঁও প্রধানসকলৰ ভাত্তাও বৰ্তমানৰ ন হেজাৰৰ পৰা ১৪ হেজাৰ টকালৈ বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটত গ্রহণ কৰা হয়। এই সিদ্ধান্তও পহিলা অক্টোবৰৰ পৰাই কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

ইপিনে, সৰ্থেবাৰীৰ কাঁহ শিল্পীসকলে প্ৰদান কৰা সামগ্ৰী আৰু সেৱা কৰৰ অসম চৰকাৰৰ অংশটো ওভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মুখ্যমন্ত্রীয়ে সংবাদমেলত সদৰী কৰে। তেওঁ কয়, ‘কাঁহ শিল্পীসকলে নিয়ম অনুসৰি আমাক জিএছটি পৰিশোধ কৰিব লাগিব; কিন্তু তাৰে ৰাজ্যিক চৰকাৰৰ অংশটো আমি তেওঁলোকক ঘূৰাই দিম।’

অসম চৰকাৰে এইবাৰৰ বাজেটত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰা ‘গজমিত্র’ আঁচনিখনত কেবিনেটে অনুমোদন জনায়। এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে আঁচনিখনৰ অধীনত আঠখন জিলা ক্রমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাগসা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথৰ ৮০টা স্থান হাতী-মানুহৰ সংঘাতৰ ‘হট স্পট’ৰূপে চিনাক্ত কৰা হৈছে। এই স্থানবোৰত স্থানীয় সম্প্ৰদায়ৰ আঠজনকৈ লোকক সামৰি একোটাকৈ ৰেপিড ৰেচপণ্ডছ টীম গঠন কৰা হ’ব। তেওঁলোকক কিছুমান দায়িত্ব দিয়া হ’ব। তদুপৰি তেনে অঞ্চলবোৰত বাঁহগছ আৰু নেপিয়াৰ ঘাঁহ ৰোপণ কৰা, সৌৰশক্তিৰ দ্বাৰা ফেঞ্চিঙৰ দিয়া আদি ব্যৱস্থা কৰা হ’ব। হাতী-মানুহৰ সহাবস্থান নিশ্চিত কৰাতো এই আঁচনিখনৰ মুখ্য উদ্দেশ্য বুলি মুখ্যমন্ত্রীয়ে কয়।

কেবিনেটতে হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ নামটো বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভৰ বাবে নতুনকৈ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় কৰা, বসুন্ধৰা-৩ৰ অধীনত তিনি হেজাৰৰো অধিক নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান আদিক ভূমি পট্টা প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰা হয়। প্ৰসংগক্রমে মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে বসুন্ধৰা-৩ত ভূমিপট্টা বিচাৰি ৫০ হেজাৰৰো অধিক আবেদন দাখিল হৈছে। এই গোটেই প্রক্রিয়াটো অহা ১৪ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। ইয়াৰ উপৰি এক লাখতকৈ অধিক জনসংখ্যা থকা পৌৰ নিগমসমূহত অভিযন্তাৰ কে’বাটাও পদ সৃষ্টিৰ সিদ্ধান্ত আজি গ্রহণ কৰা হয়।

# অনুজ্ঞাপত্র বাতিল হ’ব ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ !

স্বাস্থ্য খণ্ডৰ লগত জড়িত এক সিদ্ধান্তৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে টকা আদায় নোপোৱাৰ বাবেই কোনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে অহা পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হ’বলগীয়া নিয়ম অনুসৰি, চাৰি ঘণ্টাতকৈ অধিক সময় আবদ্ধ কৰি ৰাখিব নোৱাৰিব, অন্যথা শান্তি ভোগ কৰিব লাগিব। মুখ্যমন্ত্রীয়ে কয়, ‘বহু দুখীয়া পৰিয়াল আছে, যিয়ে কোনো আত্মীয়ৰ নাৰ্ছিংহোমত মৃত্যু হ’লে মৃতদেহ উলিয়াই নিব পৰাকৈ তাৎক্ষণিকভাবে ধন আদায় দিবলৈ সক্ষম নহয়। তাৰ ফলত বহু নাৰ্ছিংহোমে মৃতদেহ আবদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে; কিন্তু অহা পহিলা আগষ্টৰ পৰা কাৰ্যকৰী হ’বলগীয়া নিয়ম অনুসৰি, ধন আদায় নোপোৱাৰ কাৰণত কোনো নাৰ্ছিংহোমে চাৰি ঘণ্টাতকৈ অধিক সময় মৃতদেহ আবদ্ধ কৰি ৰাখিব নোৱাৰিব।

চাৰি ঘণ্টাতকৈ অধিক সময় আবদ্ধ কৰি ৰাখিলে মৃতদেহৰ ১০৪ অথবা স্থানীয় আৰক্ষী থানাত মানুহে অভিযোগ দিব পাৰিব। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নিজে গৈ মৃতদেহ উলিয়াই নিব পাৰিব। এনে কার্যত লিপ্ত চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ তিনি-ছমাহলৈ বাতিল হ’ব পাৰে। তাৰ ওপৰঞ্চি পাঁচ লাখ টকাৰ জৰিমনাও ভৰিব লাগিব। যদি কোনো চিকিৎসালয় এনে কার্যত একাধিকবাৰ লিপ্ত হয়, তেতিয়া তেনে চিকিৎসালয় বন্ধ কৰি দিয়া হ’ব। পাবলগীয়া ধন আদায় কৰিবলৈ নাৰ্ছিংহোম কর্তৃপক্ষই দেৱানী গোচৰ তৰাৰ লগতে আইনত থকা অন্য ব্যৱস্থাও গ্রহণ কৰিব পাৰে। তাকে নকৰি মৃতদেহ আবদ্ধ কৰি ৰখাটো বেআইনী কার্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Cabinet MeetingCm Himanta Biswa SarmaLoksewa Bhawan
publisher

publisher

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

September 3, 2026
Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত
Assam

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

September 3, 2026
Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

September 3, 2026
চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d