Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

kahilipara Incident:ভাড়াঘৰত যুৱকৰ আত্মহত্যা, কাষৰ কোঠাতে যুৱতীৰ আত্মহত্যাৰ চেষ্টা

লিভ ইন' সম্পর্কত থকা যুৱক-যুৱতীৰ মাজত সন্দেহৰ ভয়ংকৰ পৰিণতি, হাতৰ সিৰ কাটি চিকিৎসাধীন হোৱা প্রেমিকা সংকটমুক্ত

publisher by publisher
July 11, 2025
in Assam, News
Reading Time: 1 min read
0
kahilipara Incident:ভাড়াঘৰত যুৱকৰ আত্মহত্যা, কাষৰ কোঠাতে যুৱতীৰ আত্মহত্যাৰ চেষ্টা
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Dispur:দিছপুৰ আৰক্ষীৰ জালত দুই গভাইত চোৰ

Dispur:দ্বিবিভক্ত হোৱাৰ দিশে দিছপুৰ থানা !

Dispur: দিছপুৰত বহি:ৰাজ্যৰ চিলনী চোৰ আৰক্ষীৰ জালত

kahilipara Incident:

‘লিভ ইন টুগেদাৰ’ৰ দৰে সম্পৰ্কৰ তথাকথিত ব্যৱস্থাৰে চলি অহা এহাল যুৱক-যুৱতীৰ শেষ পৰিণতি ৰাজ্যজুৰি চৰ্চাৰ বিষয় হৈ পৰে। বুধবাৰে নিশা মহানগৰীৰ কাহিলিপাৰাৰ কল্যাণী নগৰৰ ২৪ নম্বৰ গৃহৰ ভাড়াতীয়া কোঠাত টিহুৰ নৱজ্যোতি তালুকদাৰ নামৰ এজন যুৱকে চিপ লৈ আত্মহত্যা কৰে। তাৰ পূৰ্বে ঘৰটোৰ আন এটা কোঠাত প্রেমিকা যুৱতীক আবদ্ধ কৰি থয়।

ADVERTISEMENT

নৱজ্যোতিয়ে আত্মহত্যা কৰাৰ পাছত যুৱতী গৰাকীয়ে বন্ধ কোঠাৰ ভিতৰৰ পৰাই ভাড়া ঘৰটোৰ গৰাকী, নৱজ্যোতিৰ পিতৃ আৰু আৰক্ষীক খবৰ দি নিজেও বাঁওহাতৰ সিৰা কাটি আত্মহত্যাৰ চেষ্ট চলায়। পাছত আৰক্ষীৰ দলে এটা কোঠাত নৱজ্যোতিৰ ওলমি থকা মৃতদেহটো উদ্ধাৰ কৰে আৰু কাষৰ আন এটা কোঠাৰ পৰা তেজৰ ডোঙাত লুতুৰি-পুতুৰি হৈ মুমূর্ষু অৱস্থাত পৰি থকা যুৱতীগৰাকীক উদ্ধাৰ কৰে। ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰৰ সময়ত নৱজ্যোতিৰ শৰীৰত কাপোৰ প্ৰায় নাছিলেই।

আৰক্ষীয়ে ততাতৈয়াকৈ যুৱতীগৰাকীক লালগণেশৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে শেহতীয়াকৈ সদৰী কৰা অনুসৰি, যুৱতীগৰাকী বৰ্তমান সংকটমুক্ত। নৱজ্যোতিয়ে ভাৰতীয় জীবন বীমা নিগমৰ এজেণ্টৰূপে কৰ্মৰত থকাৰ বিপৰীতে যুৱতীগৰাকী গুৱাহাটীৰ এটা ব্যক্তিগত খণ্ডৰ বৈদ্যুতিন সংবাদ মাধ্যমত কৰ্মৰত হৈ আছে। তেওঁৰ ঘৰ নলবাৰীত।

#কি পৰিস্থিতিত সংঘটিত হ’ল ঘটনা ?

চাঞ্চল্যকৰ এই ঘটনাৰ তদন্ত ভগদত্তপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে। আৰক্ষীয়ে এই পর্যন্তলাভ কৰা তথ্য অনুসৰি, দীর্ঘদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত থকা দুয়োরে যোৱা এবছৰৰ পৰা ভাড়াঘৰটোত একেলগে বাস কৰিছিল। নৱজ্যোতিৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, অহা জানুৱাৰীত দুয়োৰে বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। তাৰ বাবে নৱজ্যোতিয়ে টিহুৰ ঘৰত নতুন কোঠা নিৰ্মাণৰ কামো আৰম্ভ কৰিছিল। অৱশ্যে ভাড়াঘৰৰ স্বত্বাধিকাৰীয়ে আজিহে গম পায় যে দুয়ো অবিবাহিত আছিল। কাৰণ দুয়ো পতি-পত্নী বুলি পৰিচয় দি ঘৰটো ভাড়ালৈ লৈছিল। ভাড়াঘৰটোৰ গৰাকীয়ে জনায় যে নৱজ্যোতিৰ পৰিয়ালৰ লোকৰ লগতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকো মাজে মাজে ঘৰটোলৈ আহিছিল। গতিকে তেওঁলোক পতি-পত্নী নহয় বুলি সন্দেহো কৰিব পৰা নাছিল।

আৰক্ষীৰ লগতে ভাড়াঘৰটোৰ গৰাকীয়ে জনায় যে যোৱা নিশা প্রায় ৯.৩০ বজাত ঘৰটোৰ দৰ্জাত কে’বাবাৰো জোৰেৰে ঢকিওৱাৰ শব্দ হৈছিল। তাৰ পাছত যুৱতী গৰাকীয়ে ভাড়াঘৰৰ গৰাকীলৈ ফোন কৰি তেওঁক নৱজ্যোতিয়ে এটা কোঠাত আবদ্ধ কৰি ৰখা বুলি খবৰ দিছিল। তাৰ পাছতে যুৱতীগৰাকীয়ে নৱজ্যোতিৰ পিতৃ আৰু আৰক্ষীক খবৰটো দিছিল। সেইমতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈছিল।

এই ঘটনাৰ অন্তৰালৰ কাৰণ অদ্যাপি স্পষ্ট হোৱা নাই; কিন্তু চিকিৎসাধীন যুৱতীগৰাকীৰ পৰা যি প্রাথমিক তথ্য উদ্ধাৰ কৰা হৈছে, তাৰ ভিত্তিত সন্দেহেই ইয়াৰ মূল কাৰণ বুলি আৰক্ষী নিশ্চিত হৈছে। নৱজ্যোতিৰ কিছুমান আচৰণক লৈ যুৱতীগৰাকীৰ সন্দেহ ওপজিছিল। আনহাতে, তেনে সন্দেহ অমূলক বুলি নৱজ্যোতিয়ে কৈছিল। তথাপি প্ৰেমৰ সম্পৰ্কত জন্মা সন্দেহ যুৱতীগৰাকীৰ মনত গাঢ় হৈছিল। ইয়াকে লৈ দুয়োৰে মাজত বিগত প্রায় দুমাহৰ পৰা সংঘাতৰ সৃষ্টি হৈছিল। সেই সংঘাতে প্রায়ে কাজিয়াৰ ৰূপ লৈছিল। বুধবাৰে একে ধৰণৰ কাজিয়াৰ সূত্রপাত হৈছিল আৰু শেষত নৱজ্যোতিয়ে প্রেমিকাক এটা কোঠাৰ ভিতৰত সুমুৱাই বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিছিল।

আনহাতে, নিজে কাষৰ কোঠাটোত আত্মহত্যাৰ পথ বাছি লৈছিল। আত্মহত্যা কৰাৰ পূৰ্বে নৱজ্যোতিয়ে প্রেমিকাক চিঞৰি নিজৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল। বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়া কোঠাৰ পৰা ওলাবলৈকে যুৱতীগৰাকীয়ে দৰ্জাত গাৰ সমস্ত শক্তিৰে ঢকিয়াইছিল। সেই শব্দ কাণত পৰিছিল ভাড়াঘৰটোৰ গৰাকীৰ।

# হত্যাৰ অভিযোগ !

ইপিনে, পুত্ৰ হত্যাৰ বলি হোৱা বুলি অভিযোগ কৰে নৱজ্যোতিৰ পিতৃ-মাতৃয়ে। পিতৃয়ে এই বুলিও অভিযোগ কৰে যে যোৱা নিশা যুৱতী গৰাকীয়ে তেওঁক ফোন কৰি ‘ওম শান্তি ওম শান্তি, ওম শান্তি… আপোনাৰ ল’ৰাটোক বিদায় দিলো’ বুলি কোৱাৰ অভিযোগ কৰে। গতিকে নৱজ্যোতিক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি পিতৃয়ে আৰক্ষীক জনায়।

আনহাতে, মাতৃয়ে কয় যে যোৱা নিশা প্রায় আঠ বজাত তেওঁ পুত্রলৈ আঠ-১০ বাৰ ফোন কৰিও সঁহাৰি পোৱা নাছিল। অথচ নৱজ্যোতিয়ে পূর্বে কেতিয়াও তেনে কৰা নাছিল। গতিকে ফোন নধৰা সময়ৰ পৰাই তেওঁৰ মনতো যথেষ্ট অস্থিৰ হৈ পৰিছিল। তদন্তকাৰী আৰক্ষীয়ে সুস্থ হৈ উঠাৰ পাছতে চিকিৎসাধীন যুৱতীগৰাকীক সোধপোছ কৰিব বুলি জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dispur PoliceKahiliparaSuicide Incident
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d