Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

World Snake Day: আজি বিশ্ব সৰ্প দিৱস: সৰ্পবান্ধৱ টীমৰ তেজপুৰত বৰ্ণাঢ্য আয়োজন

ৰাজ্যত ক্রমান্বয়ে হ্রাস পাইছে সর্প দংশনত মৃত্যুৰ সংখ্যা: সৌৰভ বৰকটকীৰ ৩০ বছৰীয়া যাত্রাই লাভ কৰিছে ব্যাপকতা

publisher by publisher
July 16, 2025
in News, Assam
Reading Time: 1 min read
0
World Snake Day: আজি বিশ্ব সৰ্প দিৱস: সৰ্পবান্ধৱ টীমৰ তেজপুৰত বৰ্ণাঢ্য আয়োজন
5
SHARES
50
VIEWS
ShareShareShareShare

RelatedPosts

নদুৱাৰত সমষ্টিত ভোটগ্ৰহণৰ মাজতে দুঃখজনক ঘটনা

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Veteran artist Chowkat Ali Passes Away: প্রথিতযশা চিত্ৰ শিল্পী চৌকত আলীৰ দেহাৱসান

World Snake Day:

ৰাজ্যত থকা প্রায় ৪৫ বিধ সাপৰ ভিতৰত সাতবিধহে বিশেষভাবে বিষাক্ত আৰু কেইবিধমান সামান্য বিষাক্ত। সাপৰ দংশনক লৈ এতিয়া সজাগতাৰহে আৱশ্যক। চিকিৎসা বিজ্ঞানৰ সহায় উপযুক্ত সময়ত ল’লে সর্প দংশনত মানুহৰ মৃত্যু নহয়। সেয়েহে কোনো দংশনকে উপেক্ষা নকৰি তৎকালীনভাবে চিকিৎসকৰ সহায় গ্রহণ কৰা প্ৰয়োজন। এতিয়া প্রায় সংখ্যক চৰকাৰী চিকিৎসালয়ৰ লগতে ব্যক্তিগত চিকিৎসালয়তো বিষ প্ৰতিৰোধী ঔষধ উপলব্ধ।’

ADVERTISEMENT

দীর্ঘদিন ধৰি বিপদাপন্ন অন্যান্য জীৱ-জন্তুৰ লগতে প্রকৃতি সংৰক্ষণ তথা সৰ্পৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে তেজপুৰৰ পৰা এক সজাগতা আন্দোলনক নেতৃত্ব দিয়া সর্পবান্ধর সৌৰভ বৰকটকীয়ে কাইলৈ অর্থাৎ ১৬ জুলাইৰ বিশ্ব সৰ্প দিৱসৰ প্রাকমুহূৰ্তত এইদৰে কয়। উল্লেখ্য যে তেজপুৰত এককভাৱেই সর্প সুৰক্ষাৰ লগতে ইয়াৰ বাবে ৰাইজৰ মাজত বৰকটকীয়ে আৰম্ভ কৰা সজাগতা কার্যসচীয়ে আজি বৃহৎ ৰূপ লৈছে।

দিনে-নিশাই ব্যক্তিগত লাভালাভক পৰিহাৰ কৰি সাপ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰে জড়িত হোৱা বৰকটকীৰ এই জনমুখী আন্দোলনে এতিয়া ৰাজ্যজুৰি ব্যাপকতা লাভ কৰাৰ লগতে তেওঁ ইতিমধ্যে সমগ্র ৰাজ্যতে ভালেকেইজন নতুন প্ৰজন্মৰ যুৱক-যুৱতীক সৰ্প উদ্ধাৰৰ প্ৰশিক্ষণৰে প্রশিক্ষিতও কৰি তুলিছে। উল্লেখ্য যে সমগ্র বিশ্বত প্রায় চাৰে তিনি হেজাৰ প্ৰজাতিৰ সাপ আছে।

যিয়ে জৈৱ বৈচিত্র্য ৰক্ষাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে। আনহাতে, ইয়াৰ ভিতৰত ছশ প্ৰজাতিৰ সাপ বিষাক্ত যদিও তাৰে ভিতৰত দুশ প্ৰজাতিৰ বিষে মানৱ জীৱনৰ বিশেষ ক্ষতিসাধন নকৰে। প্রণিধানযোগ্য যে ১৯৯০ত চকুৰ সম্মুখতে এজন ব্যক্তিয়ে এডাল সাপ হত্যা কৰাক লৈ প্ৰতিবাদ কৰি সাপৰ সংৰক্ষণৰ বাবে আত্মনিয়োগ কৰা বৰকটকীয়ে বিগত প্ৰায় ৩৫ বছৰে সাপ সংৰক্ষণৰ তথা সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্রয়াস চলাই গৈছে। এই পর্যন্ত অজগৰ, ফেটা, ৰাছেল ভাইপাৰ, গোৱলাকে ধৰি বিভিন্ন প্রজাতিৰ পাঁচ হেজাৰৰ অধিক বৰকটকীয়ে সুৰক্ষিতে উদ্ধাৰ কৰিছে। তেওঁ প্রকাশ কৰে যে বিগত সময়ত ৰাজ্যত সর্প দংশনত মানুহৰ মৃত্যুৰ সংখ্যা যথেষ্ট হ্রাস পাইছে।

শোণিতপুৰৰ প্রাক্তন অবৈতনিক বন্যপ্রাণী ৱার্ডেন তথা ৰাজ্য চৰকাৰৰ বঁটা প্রাপক বৰকটকীয়ে কয় যে ৰাজ্যত ২০২২ত ১৫০ জনৰ সৰ্প দংশনত মৃত্যু ঘটাৰ বিপৰীতে ২০২৩ত ৩৭ জনৰ, ২০২৪ত ৩৬ জনৰ আৰু ২০২৫ত ১৪ জনৰ মৃত্যু ঘটিছে। ৰাজ্যৰ বঙাইগাঁও, নগাঁও, গহপুৰ, গোৱালপাৰা, বৰপেটা, নাহৰকটীয়া, শদিয়া, নলবাৰী, লখিমপুৰ আদিত এই বছৰ ১৪ জনৰ সৰ্প দংশনত মৃত্যু ঘটিছে বুলিও তেওঁ কয়।

উল্লেখ্য যে বৰকটকীৰ নেতৃত্বত তেজপুৰৰ ঐতিহ্যমণ্ডিত তৰুণ অসম সংঘত ২০২৩-২৪ত সর্পবান্ধৱ টীম গঠন কৰা হয়। তেজপুৰৰ লগতে সমগ্ৰ ৰাজ্যৰে বহুসংখ্যক বন্যপ্রাণী প্রেমী ইয়াৰে জড়িত হৈ পৰে। বিগত দুবছৰে বিশ্ব সর্প দিৱস আয়োজন কৰি এই টীমে ৰাজহুৱাভাৱে সর্পবান্ধৱ হিচাপে ২০ জনক সম্বর্ধনা জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Sarpabandhab Surabh BarkatakiTEZPURWorld Snake Day
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d