Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Paikan Eviction Incident:উচ্ছেদথলীত হিংসাত হতাহত কমেও ২৫,এজন থিতাতে নিহত হোৱাৰ বিপৰীতে জিএমচিএইছত নিহত আন এজন আহত

কৃষ্ণাইত লাঠি-জোং-শিল-ইটাৰে আক্ৰমণ আৰক্ষী-বনৰক্ষীক, গুলিৰে প্ৰত্যুত্তৰ

publisher by publisher
July 18, 2025
in Uncategorized
Reading Time: 1 min read
0
Paikan Eviction Incident:উচ্ছেদথলীত হিংসাত হতাহত কমেও ২৫,এজন থিতাতে নিহত হোৱাৰ বিপৰীতে জিএমচিএইছত নিহত আন এজন আহত
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Krishnai Police Firing:গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকানত উত্তপ্ত পৰিস্থিতি !

Eviction in Krishnai, Paikan Reserved Forest :১৩৮ হেক্টৰ ভূমিৰ পৰা ১৭শ পৰিয়ালৰ ঘৰ-বাৰী উচ্ছেদৰ যোজা

Wild elephants in Krishnai:হাতী- মানুহৰ সংঘাতৰ তীব্ৰতৰ

Paikan Eviction Incident:

গোৱালপাৰা জিলাৰ পাইকানত বৃহস্পতিবাৰে সৃষ্টি হোৱা তীব্র উত্তেজনাপূর্ণ পৰিস্থিতিত একাংশ উচ্ছেদিত লোক আৰু আৰক্ষী-বন বিভাগৰ মাজত প্রায় দুঘণ্টাজোৰা যুদ্ধ সদৃশ পৰিস্থিতিত এজনৰ মৃত্যু হয় আৰু কমেও ২৪জন আহত হয়। আৰক্ষীৰ গুলিত নিহত হোৱা যুৱকজন হৈছে ছাকোৱাত আলী (১৯)। এই সংঘর্ষত কুটুবুদ্দিন শ্বেখ, আশুমুদ্দিন আৰু আমিৰ হামজা নামৰ আন তিনিজন লোক আহত হয়। তেওঁলোকক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। এই যুদ্ধ সদৃশ পৰিস্থিতিত আৰক্ষীৰ এজন লোকো আহত হয়।

ADVERTISEMENT

#গোৱালপাৰাৰ পাইকানৰ ঘটনাৰে জড়িত আন এজনৰ মৃত্যু

গোৱালপাৰাৰ পাইকানৰ ঘটনাৰে জড়িত আন এজনৰ মৃত্যু | জিএমচিএইছত প্ৰাণ গ’ল পাইকানৰ গুলীবিদ্ধ কুতুবুদ্দিনআলীৰ | বৃহস্পতিবাৰে পুৱা হোৱা গুলিচালনাৰ ঘটনাত গুলীবিদ্ধ হৈছিল কুতুবুদ্দিন আলী | চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ আলীৰ |

উল্লেখযোগ্য যে কালিৰ গুলিচালনাৰ ঘটনাত থিতাতে নিহত হৈছিল ছাকোৱাৰ আলীৰ | উক্ত ঘটনাত গুলিবিদ্ধ হোৱা আমিৰ হামাজ নামৰ তৃতীয়জন উচ্ছেদিত বৰ্তমান সংকতমুক্ত বুলি জানিব পৰা গৈছে |

আনহাতে বৃহস্পতিবাৰে আৰক্ষীৰ মুকলি সংঘাতত ৰক্তাক্ত হয় কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বিদ্যাপাৰা বেতবাৰী অঞ্চল। ঘটনাৰ বিৱৰণি অনুসৰি বৃহস্পতিবাৰে পুৱা বন বিষয়াসহ বনকর্মী তথা আৰক্ষীৰ দলে পাইকান সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত অঞ্চলৰ আশু ডুবিৰে বেতবাৰীত প্ৰৱেশ কৰা সংযোগী পথটো খান্দি উচ্ছেদিত লোকসকলক পাইকান বনাঞ্চলৰ স’তে যোগাযোগ বিচ্ছিন্ন কৰিবলৈ লওতে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। কৃষ্ণাই আঞ্চলিক বন বিষয়া মণিকদ্দিন শ্বেখৰ নেতৃত্বত দলটোৱে এক্সাকেভেটৰৰে পথটো খান্দি যোগাযোগ বিচ্ছিন্ন কৰাৰ সময়তে উচ্ছেদিত লোকৰ দলে বাধা দিয়াক কেন্দ্ৰ কৰি দুয়োপক্ষৰ মাজত তীব্র উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পথটো খান্দিব ধৰাত বেতবাৰী বিদ্যাপাৰাৰ উচ্ছেদিত অঞ্চলত আশ্রয় লৈ থকাএদল লোকে আহি গাঁত কিয় খান্দিছে আৰু গাঁত খান্দিলে অহা-যোৱাৰ পথ বন্ধ হ’ব বুলি বাধা দিয়ে।

সেই সময়ত পৰিস্থিতি অধিক গুৰুতৰ হ’ব পাৰে বুলি ধাৰণা কৰি বন বিভাগৰ দলটোরে সেই স্থান ত্যাগ কৰি উভতিবলৈ লয় বুলি সাংবাদিকক ঘটনাটোৰ পাছত অৱগত কৰে। বন বিভাগৰ ভাষ্য অনুসৰি দলটো উভতি অহাত হাতে হাতে লাঠি, ইটা, শিল, কাঁচৰ বটল আদি লৈ উচ্ছেদিত লোকে খেদি আহে। উত্তেজিত লোকসকলে বন বিভাগ-আৰক্ষী দললৈ শিল, ইটা দলিয়ায়। ক্রমাৎ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে আৰু শ শ লোকে হাতে হাতে লাঠি, ইটা লৈ ওলাই আহে আৰু আৰক্ষী-বন বিভাগৰ দলটোক আক্রমণ কৰে। এই অতর্কিত আক্ৰমণত বন বিভাগৰ লোকৰ লগতে কে’বাজনো আৰক্ষী আহত হয়।

প্রশাসনে জনোৱা মতে, আৰক্ষীৰ দলে চিঞৰি চিঞৰি আক্রমণ বন্ধ কৰিবলৈ আহ্বান জনায় যদি উচ্ছেদিত লোকসকল আঁতৰি যোৱাৰ পৰিৱৰ্তে শিল আৰু ইটাৰ টুকুৰা দলিয়াই পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলে। তেতিয়া উত্তেজিত লোকসকলক ছত্রভংগ দিয়াবলৈ আৰক্ষীয়ে শূন্যলৈ গুলিচালনা কৰে যদিও তেওঁলোকে আঁতৰি যোৱাৰ পৰিৱৰ্তে আক্ৰমণ অব্যাহত ৰখাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গুলিচালনা কৰিব লগা হয় বুলি কয় প্রশাসনে।

আৰক্ষী প্রশাসনে জনোৱা মতে, শিল আৰু ভঙা বটলৰে আক্ৰমণ কৰা হৈছিল আৰু ইটাৰ টুকুৰাও দলিয়াইছিল আক্রমণকাৰী দলে। তদুপৰি হাতে হাতে আছিল লাঠি। ঘটনাৰ ভয়াৱহতা দেখি প্রথমবাৰ আৰক্ষীয়ে গাঁত খন্দাৰ স্থান পৰিত্যাগ কৰি বিদ্যাপাৰালৈ গৈ থাকোতে পুনৰ দুই শতাধিক লোকে আন এটা স্থানত বটল আৰু শিলবে আক্রমণ কৰিছিল। এই আক্রমণত উপ-আৰক্ষী অধীক্ষক অভিলাষ বৰুৱা, কৃষ্ণাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণকাম বৰদলৈ, কৃষ্ণাই থানাৰ সহকাৰী পৰিদৰ্শক সীমা ছেত্রী, আৰক্ষী জোৱান জহিদুল ইছলাম আৰু বন্দিতা বৈৰাগী আহত হয়। উল্লেখ্য যে উচ্ছেদ অভিযানৰ পাছত বনাঞ্চল ত্যাগ কৰা নাছিল আৰু উচ্ছেদিত অঞ্চলৰ বৃহৎ খেলপথাৰতে অস্থায়ীভাৱে শিবিৰ পাতি বাস কৰি আছিল।

 #বিদ্যালয়-অংগনৱাড়ী কেন্দ্ৰত অগ্নিসংযোগ

আৰক্ষীৰ গুলিচালনাত চাৰিজন উচ্ছেদিত লোক গুলিবিদ্ধ হয়। বাকীসকলে প্ৰাণৰ মমতাত যিয়ে যিদৰে পাৰে সেই স্থান ত্যাগ কৰি আঁতৰি যায়। মনকৰিবলগীয়া যে পৰিস্থিতি শান্ত হোৱাৰ পাছত ঘটনাস্থলীত এজনো উচ্ছেদিত লোকক প্রত্যক্ষ কৰা নাছিল সাংবাদিকৰ দলে। ঘটনাস্থলীত গিজগিজাই আছিল আৰক্ষী-বন বাহিনী।

আহতসকলক প্রশাসনে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে আহত যুৱক ছাকোৱাতৰ মৃত্যু হয়। সম্প্রতি কুটুবুদ্দিন, আশুমুদ্দিন আৰু আমিৰ হামজা চিকিৎসাধীন অবস্থাত আছে। ইয়াৰে কুটুবুদ্দিন শ্বেখৰ অৱস্থা সংকটজনক।

উচ্ছেদিত এই উত্তেজনাৰ মাজতে একাংশ লোকে ঘটনাস্থলীৰ সমীপৱৰ্তী বিদ্যাপাৰা মধ্য ইংৰাজী বিদ্যালয়ত অগ্নিসংযোগ কৰে। অগ্নিনির্বাপক বাহিনীৰ বাহন আহি পোৱাৰ পূৰ্বে বিদ্যালয়খনৰ ডেস্ক-বেঞ্চ, চকী-মেজ আদিৰ লগতে জ্বলি – ভস্মীভূত হয় কার্যালয় গৃহত থকা বহু নথিপত্র। বিদ্যালয়খনৰ কাষতে থকা অংগনৱাড়ী কেন্দ্ৰটোতো অগ্নিসংযোগ কৰে উত্তেজিত লোকসকলে। অৱশ্যে -অগ্নিনির্বাপক বাহিনী আহি উপস্থিত সম্পূর্ণ ভস্মীভূত হোৱাৰ ৰক্ষা পৰে বিদ্যালয় আৰু অংগনবাড়ী গৃহ দুটা। এই অগ্নিসংযোগ কাণ্ডত জড়িত থকাৰ অভিযোগত চাৰিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এইকেইজন হৈছে জাহিদুল ইছলাম (১৮), মহিদুৰ আলী (২১), হাছিনুৰ আলী (২০) আৰু আব্দুৰ ৰহিম (৪২) ।

উল্লেখ্য যে এই বিদ্যালয়খনতে বনৰক্ষীসকলে অস্থায়ী শিবিৰ স্থাপন কৰি বাহৰ পাতি আছিল বাবে উত্তেজিত লোকে আক্রমণ কৰে। ইপিনে, ঘটনাস্থলীত জিলা আয়ুক্ত প্রদীপ টিমুং, বন সংমণ্ডল বিষয়া তেজশ্ব মৰিস্বামী, অসম আৰক্ষীৰ আইন শৃংখলাৰ আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, পশ্চিম অসম সংমণ্ডলৰ উপ-আৰক্ষী মহাপৰিদৰ্শক বিজয় কুলিগাম আদি উপস্থিত হয়। তদুপৰি ব্লেক কমান্ডোকে ধৰি শতাধিক অর্ধসামৰিক বাহিনীৰ ৰেপিড ফ’ৰ্চৰ জোৱান ঘটনাস্থলীত উপস্থিত হয়।

 #প্রতিবাদী কাৰ্যসূচী-লাঠিচালনা

ইপিনে, এই পৰিস্থিতিৰ মাজতে উচ্ছেদস্থলীত প্ৰৱেশ কৰিব পৰা মূল পথৰ হাৱাঘাট মহাবিদ্যালয়ৰ সন্মুখত স্থাপন কৰা বেৰীকেডৰ কাষত ছাত্র মুক্তি সমিতি আৰু আমছুবে এই প্রতিবাদী কার্যসূচী গ্রহণ কৰে। বিভিন্ন শ্ল’গানৰে পৰিস্থিতি উত্তল কৰি তোলে প্রতিবাদকাৰীসকলে। ইয়াকে লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিত ওপৰত প্ৰতিবাদকাৰীসকলৰ আৰক্ষীয়ে লাঠিচালনা কৰে আৰু প্রতিবাদীসকলক খেদি পঠিয়ায়।

#আক্রমণ সহ্য কৰা নহ’ব

আইজিপি অখিলেশ কুমাৰে সংবাদ মাধ্যমক কয় যে বৃহস্পতিবাৰৰ ঘটনাত জড়িত কে’বাজনকো আটক কৰা হৈছে। বন বিভাগৰ লোক আৰু আৰক্ষীৰ ওপৰত এনে আক্রমণ সহ্য কৰা নহ’ব বুলিও তেওঁ কয়। কে’বাজনো আক্রমণকাৰীক চিনাক্ত কৰা হৈছে আৰু বাকী সকলকো অনতিপলমে ভিডিঅ’ ফুটেজ চাই চিনাক্ত কৰা হ’ব। তেওঁ কয় যে  ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব। এই ঘটনাত আৰক্ষীৰ লোক আহত হৈছে আৰু চিকিৎসাধীন হৈ আছে।

বন বিভাগ আৰু আৰক্ষীৰ লোক সমন্বিতে প্রায় ১৫ জন লোক আহত হোৱা বুলি তেওঁ কয়। বিদ্যালয়ত অগ্নিসংযোগ কৰা কার্য কোনোমতে গ্রহণযোগ্য নহয় বুলি মন্তব্য কৰি একাংশ লোকৰ উচটনিত  ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্রকাশ কৰিছে আৰক্ষী বিষয়াজনে। উচ্ছেদিত অঞ্চলত যাতে কোনো লোক প্ররেশ নকৰে তাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে। জিলা উপায়ুক্ত তিমুঙে সংবাদ মাধ্যমক কয় যে  ঘটনাটো পূর্বপৰিকল্পিত। তেওঁ কয়, ‘মানুহ উচ্ছেদৰ সময়ত আবেগিক হয় বা উচ্ছেদিত হয় সেয়া  পূর্বপৰিকল্পিত ঘটনা বুলি সন্দেহ হয়।

ইয়াত তৃতীয় পক্ষৰ হাত থকাটো অস্বাভাৱিক নহয়।’ বিষয়াজনে কয় যে এই ঘটনা সন্দর্ভত প্রশাসনে তদন্ত অব্যাহত ৰাখিব আৰু এতিয়াৰে পৰা কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। সোমালেই গ্ৰেপ্তাৰ কৰা হ’ব আৰু বন আইন অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি বিষয়াজনে সদৰী কৰে। তেওঁ জনোৱা মতে, আজিৰ ঘটনাত শিল আৰু ইয়াৰ আঘাতত বন বিভাগ আৰু আৰক্ষীৰ লোক মিলি ২০ৰো অধিক আহত হৈছে।

জিলা আয়ুক্তই কয়, ‘আক্রমণকাৰীয়ে শিল-ইটা, কাঁচৰ ভঙা বটল আদিৰে আক্ৰমণ কৰিছে। বিদ্যালয়-অংগনৱাড়ী গৃহ জ্বলাই দিছে। প্রশাসনৰ লোকে শিবিৰ পতাৰ বাবেই হয়তো ইয়াত আক্রমণ কৰিছে। কিন্তু এই কার্য কোনোপধ্যে হ’বলৈ দিয়া নহ’ব। আজিৰ পৰা আজি ইয়াত অধিক কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব।’ ইপিনে, বন বিষয়া মৰিস্বামীয়েও  ঘটনাটো সম্পূর্ণৰূপে উচটনিমূলক বুলি সন্দেহ প্রকাশ কৰে। সমগ্র অঞ্চলটোক কাঁটাতাঁৰৰ বেৰাৰে ঘেৰি পেলোৱা হ’ব বুলি তেওঁ কয়। আনহাতে, উচ্ছেদিত অঞ্চলত প্রবেশ কৰিলে গ্ৰেপ্তাৰ কৰিব বুলিও তেওঁ কয়।

সম্প্রতি ঘটনাস্থলীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্রহণ কৰা হৈছে। লগতে কমান্ডো বাহিনী, অর্ধসামৰিক বাহিনী, জোৱান, ৰেপিড একচন ফ’ৰ্চৰ জোৱান নিয়োগ কৰা হৈছে। কে’বাটাও আৰক্ষী বেটেলিয়নৰ

ইপিনে, এই ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ বিয়পি পৰে। এই ভিডিঅ’ত উচ্ছেদিত লোকসকলে কয় যে তেওঁলোকক ঘৰৰ ভিতৰত সোমাই আৰক্ষীয়ে প্ৰহাৰ কৰিছে, ঘৰৰ পৰা খেদি খেদি বাহিৰলৈ উলিয়াই দিছে, গুলিচালনা কৰা হৈছে আদি। শশ লোকে ইটাৰ টুকুৰা, লাঠি, শিল আদি লৈ আৰক্ষীৰ পিছে পিছে খেদি যোৱাৰ দৃশ্য দেখা গৈছে ভিডিঅ’ত।

#শান্তি-সম্প্রীতি বজাই ৰাখিবলৈ আহ্বান এআইইউডিএফৰ

লগতে আজিৰ ঘটনাটোত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে এআইইউডিএফে। দলৰ মুখপাত্র আব্দুল হাইয়ে  ঘটনাটোত আৰক্ষীৰ গুলিত ছাকোৱাত আলী নামৰ ১৯ বছৰীয়া ল’ৰাজনৰ মৃত্যুত গভীৰ উদ্বেগ প্রকাশ কৰি ইয়াৰ এক উচিত তদন্ত দাবী কৰে। উচ্ছেদিত জনতা আৰু ৰাইজক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায় আব্দুল হাইয়ে। ইফালে  আৰক্ষীৰ গুলিত নিহত উচ্ছেদিত পৰিয়ালৰ যুৱক ছাকোৱাত আলীৰ জানাজা বৃহস্পতিবাৰে সন্ধিয়া ৭-৩০ বজাত গোৱালপাৰা চহৰৰ কিছমত পুৰস্থিত মাঠত সম্পন্ন কৰা হয়।

#সাংসদ ৰকিবুল হুছেইনৰ প্ৰৱেশত বাধা

বৃহস্পতিবাৰে সন্ধিয়া বিদ্যাপাৰা-বেতবাৰীলৈ যোৱাৰ পথত সাংসদ ৰকিবুল হুছেইনসহ কে’বাজনো কংগ্রেছী বিধায়ক হাব্রাঘাট মহাবিদ্যালয়ৰ সন্মুখত স্থাপন কৰা বেৰীকেডত ঘটনাস্থলীলৈ প্ৰৱেশত বাধা প্রদান কৰে প্রশাসনে।

সাংসদজনে গোৱালপাৰালৈ উভতি যোৱাৰ সময়ত কয়, ‘ইয়াত এতিয়া কৰিব নোৱাৰা এক হৃদয় বিদাৰক দৃশ্য। অসহায় আমাৰ আৰক্ষী বিষয়া। অসহায় অসামৰিক বিষয়া। উচ্ছেদিত মানুহখিনি ক’ত গ’ল প্রশাসনে নাজানে। তেওঁলোকে কৈ আছে এইখন সংৰক্ষিত বনাঞ্চল।

কিন্তু তাত আছে বিদ্যালয়, অংগনৱাড়ী কেন্দ্র, পানী যোগান আঁচনি, গড়কাপ্টানী পথ। এয়া ঘোৰ অন্যায়। যুদ্ধৰ সময়তো কণ কণ শিশুক পানী-খাদ্য যোগান দিয়া হয়। কিন্তু উচ্ছেদিতসকলক বঞ্চিত কৰাৰ অভিযোগ উঠিছে।’ তেওঁ কয় যে অভিযোগ কৰাৰ দৰে যদি কোনো বন বিষয়াই উচ্ছেদিত ৰাইজক ভাবুকি দিছে তেন্তে তাৰ তদন্ত হ’ব লাগে। সাংসদজনে গুলিত নিহত ছাকোৱাত আলীৰ জানাজাত অংশ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KrishnaiPaikan Eviction Incident
publisher

publisher

Related Posts

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

October 17, 2026
Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ
Uncategorized

Delhi Airport ;”আহক আমাক গ্ৰেপ্তাৰ কৰক”—বিমানত দিল্লী আৰক্ষীৰ লগত বিতৰ্ক ! অভিজিত, সৌৰভ, আৰু অন্যান্যক আটকৰ ভিডিঅ’ পোহৰলৈ

October 10, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

September 30, 2026
Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d