Rupahihat Political Fighting:
চামগুৰিত অগপ নেত্ৰী আঞ্জুমা বেগমৰ বাহনৰ ওপৰত আক্ৰমণৰ অভিযোগ | মজিবুৰৰ গুণ্ডা বাহিনীৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ। শিঙিমাৰীত মুখত ক’লা কাপোৰ বন্ধা দুৰ্বৃত্তই ভাঙি লণ্ড -ভণ্ড কৰে দুখন বাহন | গুন্ডা বাহিনীৰ আক্ৰমণত আঁহত দুগৰাকীকৈ মহিলা।
জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে ছজন ৱাৰ্ড সদস্য আহি থকা বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। সভাপতি পদৰ প্ৰাৰ্থী জিয়াৰুল হকৰ নেতৃত্বত উন্নয়ন খণ্ডলৈ আহি আছিল ৱাৰ্ড সদস্য ছজন | শিঙিমাৰী উন্নয়ন খণ্ডৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগত এই পৰিকল্পিত আক্ৰমণ। দূৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰা বাহনৰ নম্বৰ এএছ০১-বিএ ১৬২৬ | মজিবুৰ ৰহমানৰ নেতৃত্বত ৪ খন খন বাহনত অহা ১৫ জনীয়া দুৰ্বৃত্তই দলে আক্ৰমণ কৰাৰ অভিযোগ |






























