Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্রিপেইড স্মার্ট মিটাৰ! কমিছনৰ স্বাৰ্থতে বলিৰ পঠা সজালে লাখ লাখ গ্রাহকক

publisher by publisher
July 29, 2025
in Assam, News
Reading Time: 1 min read
0
প্রিপেইড স্মার্ট মিটাৰ! কমিছনৰ স্বাৰ্থতে বলিৰ পঠা সজালে লাখ লাখ গ্রাহকক
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

press conference: ✒️স্মার্ট প্রিপেইড মিটাৰ সংস্থাপনৰ নামত ৰাজ্যত বৃহৎ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে। প্রিপেইড স্মার্ট মিটাৰৰ – জৰিয়তে এপিডিচিএলে বিদ্যুতৰ ঘৰুৱা গ্ৰাহকৰ ওপৰত চলোৱা লুণ্ঠন আৰু শক্তি বিভাগ তথা চৰকাৰৰ কমিছনৰাজ, দুর্নীতিৰ প্ৰসংগত সোমবাৰে কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সদৌ অসম বিদ্যুৎ উপভোক্তা সংস্থাৰ উপদেষ্টা বিমল দাসে ইয়াত এক সংবাদমেলত এপিডিচিএলৰ লগতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

ADVERTISEMENT

কৃষক মুক্তিৰ সাধাৰণ সম্পাদকজনে কয় যে সমগ্ৰ ভাৰতবৰ্ষতে স্মার্ট মিটাৰ সংস্থাপনৰ বাবে আৰডিএছএছ আঁচনিৰ অধীনত মুঠ ২২ কোটি ৩৭ লাখৰ অনুমোদনৰ বিপৰীতে সমগ্ৰ দেশত তিনি কোটি ৫৪ লাখ মিটাৰ বর্তমানলৈ সংস্থাপিত কৰা হৈছে।

অর্থাৎ সৰ্বভাৰতীয় পৰ্যায়ত মুঠ লক্ষ্যৰ কেৱল মাথোঁ ১৫ শতাংশ স্মার্ট মিটাৰ সংস্থাপিত হৈছে। অসমৰ মুঠ লক্ষ্যৰ ৬৯ লাখ ২১ হেজাৰটা মিটাৰৰ বিপৰীতে বৰ্তমানলৈ ৪১ লাখ ৯৩ হেজাৰটা স্মার্ট মিটাৰ অৰ্থাৎ মুঠ কামৰ ৬০ শতাংশ সম্পূর্ণ হৈছে।

অর্থাৎ ৰাষ্ট্ৰীয় গড়তকৈ অসমত চাৰি গুণ অধিক স্মার্ট মিটাৰ সংস্থাপন কৰি অসমে অভিলেখ গঢ়িছে বুলি শইকীয়াই মন্তব্য কৰি কয় যে প্রতিটো ক্ষেত্ৰতে তলৰ ফালৰ পৰা স্থান দখল কৰা অসমে কিন্তু গ্রাহক বিৰোধী স্থিতিৰে ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকৰ পৰা আগধন (প্রিপেইড) লৈহে বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত।

ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটত এক কোটি ৬৫ লাখ অনুমোদনৰ বিপৰীতে সংস্থাপিত হৈছে মাত্র ১২ শতাংশ। ৰাজস্থানত এক কোটি ৪৯ লাখ ৫২৭টা অনুমোদিতৰ বিপৰীতে সংস্থাপন হৈছে মাত্র ছয় শতাংশ, উত্তৰ প্ৰদেশত তিনি কোটি ন লাখ ৭৮ হেজাৰ ২৮০টা অনুমোদিত হোৱাৰ বিপৰীতে সংস্থাপিত হৈছে মাত্র ১৪ শতাংশ, মহাৰাষ্ট্ৰত দুই কোটি ৩৫ লাখ ৬৪ হেজাৰ ৭৪৭টা অনুমোদিতৰ বিপৰীতে সংস্থাপিত হৈছে ১৮ শতাংশ স্মার্ট মিটাৰ।

একেদবে পশ্চিমবংগত দুই কোটি ১২ লাখৰ বিপৰীতে স্মার্ট মিটাৰ সংস্থাপিত হৈছে মাত্র দুই শতাংশ। পশ্চিমবংগৰ চৰকাৰে জনতাৰ প্রতিবাদক সম্মান জনাই চৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্রতিষ্ঠান, ম’বাইল টাৱাৰৰ বাহিৰে ঘৰুৱা গ্ৰাহকৰ ক্ষেত্ৰত প্রিপেইড স্মার্ট মিটাৰ বন্ধ কৰি ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি কৃষক মুক্তি নেতাজনে মন্তব্য কৰি কয়, ‘এপিডিচিএলেও যোৱা ১৫ জুলাইত জীৱনধাৰা, ডমেচটিক (এ)ত নতুনকৈ সংযোগ লোৱাসকলৰ ক্ষেত্ৰত প’ষ্টপেইড ডিজিটেল মিটাৰৰে বিদ্যুৎ যোগান দিয়া হ’ব বুলি এক জাননী জাৰি কৰাৰ পাছত এই সিদ্ধান্ত পুনৰ বাতিল কৰিলে। অথচ এপিডিচিএলৰ ভিতৰুৱা সূত্ৰৰ তথ্য মতে এনেকুৱা কনভেনছনেল ডিজিটেল নতুন মিটাৰ প্ৰায় লাখৰ ওচৰা-উচৰি সমগ্ৰ অসমৰ বিভিন্ন উপ-সংমণ্ডলত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে। এই কনভেনছনেল একোটা মিটাৰৰ দাম মাথোঁ ১,৪৮২ টকা। তাৰ বিপৰীতে একোটা স্মার্ট প্রিপেইড মিটাৰৰ দাম ৮,৬৭৫ টকা। এতিয়া জীৱনধাৰাৰ আৰু ঘৰুৱা (ক) শ্ৰেণীৰ গ্রাহকে এটা বিদ্যুৎ সংযোগ ডিজিটেল মিটাৰৰ দ্বাৰা সকলো খৰচসহ ৩,৫০০ টকাত ল’ব পৰাৰ বিপৰীতে স্মার্ট প্রিপেইড মিটাৰসহ বিদ্যুৎ সংযোগত ভৰিব লাগিছে ৯,৭৭৫ টকা।’

এয়া চূড়ান্ত জনবিৰোধী আৰু লুণ্ঠনৰ বাহিৰে কি বুলি তেওঁ চৰকাৰলৈ প্ৰশ্ন কৰি পুনৰ কয়, ‘মুখ্যমন্ত্রী ডাঙৰীয়া, এটকা বিদ্যুৎ মাচুল ৰাজসাহায্য দিয়াৰ ফটাঢোল কোবাই সাধাৰণ ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকৰ বিদ্যুৎ সংযোগৰ নামত ছহেজাৰ টকাকৈ অধিক বোজা কাৰ স্বাৰ্থত জাপি দিছে? আমি এই জনবিৰোধী সিদ্ধান্ত অবিলম্বে প্রত্যাহাৰ কৰি এপিডিচিএলৰ ১৭ জুনৰ সিদ্ধান্ত মর্মে জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকক অব্যৱহৃত হৈ থকা ডিজিটেল মিটাৰৰ দ্বাৰা ৩,৫০০ টকীয়া বিদ্যুৎ সংযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰীক হস্তক্ষেপ কৰিবলৈ দাবী জনালো।’

আনহাতে, শইকীয়াই কয় যে স্মার্ট মিটাৰ যোগান ধৰা কোম্পেনীসমূহ হৈছে ক্রমে এনই স্মার্ট মিটাৰিং, আসাম স্মার্ট মিটাৰিং, হাই প্রিন্ট স্মার্ট মিটাৰিং, আপ’ৰাভা এনার্জি আৰু জেনাচ আদি। ইয়াৰে আসাম স্মার্ট মিটাৰিং কোম্পানীৰ পঞ্জীয়ন হৈছে ২০২৩ৰ পহিলা মে’ত আৰু ইয়াৰ মুখ্য কাৰ্যালয় গুৰগাঁও হাৰিয়ানাত। এনই স্মার্ট মিটাৰিং কোম্পানীৰ পঞ্জীয়নৰ দিন হৈছে ২০২৩ৰ ১৬ জানুৱাৰী আৰু ইয়াৰ মুখ্য কার্যালয় আছে আদানী কৰ্প’ৰেট হাউছ, শান্তিগ্রাম, আহমেদাবাদ, গুজৰাটত।

হাই প্রিন্ট স্মার্ট মিটাৰিং কোম্পেনী পঞ্জীয়নৰ দিন হৈছে ২০২২ৰ ২২ ডিচেম্বৰ আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে উত্তৰ প্ৰদেশৰ নয়দাত। ইয়াৰ পৰা প্রতীয়মান হয় যে অসমত স্মার্ট প্রিপেইড মিটাৰ যোগান ধৰাৰ বাবেই এই কোম্পেনীসমূহৰ জন্ম হৈছিল আৰু হেজাৰ হেজাৰ কোটি টকাৰ স্মার্ট মিটাৰ যোগানৰ ঠিকা পাবলৈ সক্ষম হৈছিল।

অথচ দশকৰ পাছত দশক জুৰি মিটাৰ যোগান আৰু নির্মাণ প্রক্রিয়াত জড়িত এল এণ্ড টি আৰু ছিকিউৰ মিটাৰ আদি কোম্পেনী এই স্মার্ট মিটাৰ যোগান প্ৰক্ৰিয়াৰ পৰা দূৰৈত থকাটো ৰহস্যজনক বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, ‘এই সমগ্র কথাখিনিলৈ লক্ষ্য কৰিলে স্পষ্ট হয় যে বিক্রেতা আৰু ক্রেতাৰ মাজত শকত অংকৰ কমিছনৰ লেনদেন হোৱাটো নিশ্চিত।’

ইফালে, এপিডিচিএলৰ মুখ্য কাৰ্যালয় বিজুলী ভৱন এতিয়া দুর্নীতিৰ ভূ-স্বর্গলৈ পর্যবসিত হৈছে বুলি কৃষক মুক্তিৰ সাধাৰণ সম্পাদক শইকীয়াই অভিযোগ কৰি কয়, ‘মুষ্টিমেয় কেইজনমান বিষয়াইহে দুর্নীতিৰ এই ছিণ্ডিকেট চলাই আহিছে। বিদায় সভাৰ নামত বহু লাখ টকাৰ শৰাধ পতা এপিডিচিএলৰ বিদায় সভাত দুশ মানুহৰ বিপৰীতে বহু লাখ টকাৰ খৰচ, আঢ়ৈ লাখ টকাৰ সুৰা, এক প্লেট আহাৰৰ মূল্য দুহেজাৰ টকাকৈ খৰচ কৰা হৈছে। ৰাজহুৱাকৈ অভিযোগ উত্থাপন কৰাৰ পাছতো এপিডিচিএলৰ এইসকল দুর্নীতিগ্রস্ত বৰমূৰীয়াৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ নকৰিলে।’

প্রায় ১৬ হেজাৰ স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীৰে গঠিত এই সংস্থাটোৰ সৰহ সংখ্যক কৰ্মচাৰীয়েই এই দুর্নীতিৰ বিষয়ে অৱগত আৰু বেদনাহত বুলি তেওঁ উল্লেখ কৰি পুনৰ কয়, ‘শেহতীয়াকৈ ১২টা ইউনিয়ন এছ’চিয়েছনে দুর্নীতিৰ ছিণ্ডিকেটটোৰ বিৰুদ্ধে সুনির্দিষ্ট অভিযোগ ৰাজহুৱাকৈ উত্থাপন কৰাৰ পাছতো কোনো শাস্তিমূলক অথবা বিভাগীয় ব্যৱস্থা লোৱাৰ পৰিবৰ্তে এপিডিচিএল নির্বিকাৰ হৈ আছে। আমাৰ সদা জাগ্রত তথা কৰ্মতৎপৰ মুখ্যমন্ত্ৰীজনৰ ভূমিকাও এপিডিচিএলৰ দুৰ্নীতিৰ ক্ষেত্ৰত অতি ৰহস্যজনক। আটাইতকৈ লক্ষ্যণীয় কথাটো হ’ল বিজুলী ভৱনৰ দুর্নীতিৰ কেন্দ্রবিন্দু এপিডিচিএলৰ এমডি ৰাকেশ কুমাৰ নিজেই। দুর্নীতিগ্রস্ত বিষয়াই তেওঁৰ পৰা সকলো ধৰণৰ পৃষ্ঠপোষকতা পোৱাৰ উপৰি স্বজন-তোষণ তেওঁৰ কাৰ্যালয়ত চৰম শীৰ্ষত। তেওঁৰ প্রিয়ভাজন হোৱা হেতুকেই চাকৰি পদ এৰা বিতর্কিত বিষয়াক কোনো প্রক্রিয়া অবিহনে পুনৰ স্মার্ট মিটাৰৰ বিশেষ দায়িত্ব দিয়া হৈছে। বিজুলী ভৱনত এক ডর্জনতকৈ অধিক মহাপ্ৰৱন্ধক থকাৰ পাছতো তেওঁৰ প্রিয়ভাজন বিষয়া এজনক বাণিজ্যিক ৰাজহৰ দৰে গুৰুত্বপূৰ্ণ পদৰ উপৰি গুৱাহাটী মণ্ডলৰ দায়িত্ব বছৰ জুৰি চলাই থাকিবলৈ দিয়া হৈছে। বহু বিতর্কিত তেওঁৰ অ’এছডিজন এতিয়াও স্থানান্তৰ নোহোৱাকৈ বাহাল থকাৰ উপৰি অনধিকাৰভাৱে ৰাজহুৱা ধন খৰচ কৰি দুখনকৈ গাড়ী ব্যক্তিগতভাবে ব্যৱহাৰ কৰি আছে। খোদ ৰাকেশ কুমাৰে বাংলো পিয়ন লোৱাৰ উপৰি এইছআৰ বিভাগৰ এজন কর্মীক প্রায় তিনি বছৰ ধৰি ঘৰুৱা লগুৱাৰ দৰে ব্যৱহাৰ কৰি আছে।’

সংবাদমেলত মুখ্যমন্ত্রীক উদ্দেশি শইকীয়াই কয়, ‘আপোনাৰ দৰে এজন সুদক্ষ মুখ্যমন্ত্রীয়ে এপিডিচিএলৰ এইবোৰ দুর্নীতি-অনিয়মৰ একো ভু নাপায়নে? এপিডিচিএলৰ দুর্নীতি আৰু ৰাজহুৱা ধনৰ অপচয়ৰ বোজা অৱশেষত অসমৰ বিদ্যুৎ গ্রাহকেই বহন কৰিব লাগিব। গতিকে মুখ্যমন্ত্ৰীক আমি টানি অনুৰোধ জনাওঁ যাতে ড° ভূপেন হাজৰিকাই গোৱাৰ দৰে নির্লজ্জভাৱে বুঢ়া লুইত বোৱাৰ দৰে নহৈ কিছু কাৰ্যব্যৱস্থা গ্রহণ কৰক।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Prepaid Smart MeterPressmeet
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d