Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Arunachal Police recovered 57 stolen cars:অ’ডি-ফচুনাৰ-থাৰসহ ৫৭বিলাসী চুৰি বাহন জব্দ অৰুণাচলত

publisher by publisher
July 30, 2025
in News, National
Reading Time: 1 min read
0
Arunachal Police recovered 57 stolen cars:অ’ডি-ফচুনাৰ-থাৰসহ ৫৭বিলাসী চুৰি বাহন জব্দ অৰুণাচলত
1
SHARES
5
VIEWS
ShareShareShareShare

Arunachal police recovered stolen cars:

এখন নহয়, দুখন ৫৭ খনকৈ বিলাসী তথা ব্যয়বহুল গাড়ী এটা চুৰি চক্ৰৰ পৰা উদ্ধাৰ কৰিলে অৰুণাচল প্রদেশৰ পৰা এখন আৰক্ষী থানাই। ইটানগৰ আৰক্ষীয়ে এই বৃহৎ গাড়ী চুৰি চক্ৰ উৎখাত কৰি চক্ৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰা ৫৭ খন চুৰি গাড়ীৰ মাজত অডি, ফ’ৰ্ড এনডেভাৰ, টয়টা ফচুনাৰ আৰু মহিন্দ্ৰাথাৰ আছে।

ADVERTISEMENT

এই বিলাসী তথা অত্যাধুনিক গড়ীসমূহ চক্রটোৱে দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা চুৰি কৰি অৰুণাচল প্রদেশলৈ আনে। চক্রটোৰ কবলৰ পৰা উদ্ধাৰ কৰা এই অর্ধশতাধিক গাড়ীৰ মূল্য ৩০ কোটিৰো অধিক টকাৰ হ’ব। উত্তৰ ভাৰতৰ পৰা দেশৰ একেবাৰে পূব সীমান্তৰ অৰুণাচল প্রদেশলৈ জাল বিস্তৃত থকা এই গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে যোৱা দুই জুলাইত ইটানগৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে।

RelatedPosts

Gautam Basumatary released after 15 days:১৫ দিনৰ অন্তত মুক্তি অপহৃত গৌতম বসুমতাৰীক

Arunachal Police Seize Arms And Ammunition Of Militant Outfits : চাংলাঙৰ এন এন জি’ বিদ্ৰোহীৰ ঘাটিত অৰুণাচল আৰক্ষীৰ অভিযান

এই অভিযানত এই বৃহৎ সংখ্যক চুৰি বিলাসী বাহন উদ্ধাৰ হয়। উল্লেখ্য যে এখন আৰক্ষী থানাই এনে বৃহৎ সংখ্যক চুৰি বাহন উদ্ধাৰ কৰাটো দেশৰ ভিতৰতে এইটোৱে প্ৰথম ঘটনা। এই বৃহৎ চুৰি চক্ৰই ঘাইকৈ দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল তথা ওচৰ-পাঁজৰৰ ৰাজ্যসমূহৰ পৰা বিলাসী গাড়ী চুৰি কৰাৰ তথ্য ইটানগৰ আৰক্ষীৰ তদন্তত উদ্ধাৰ হৈছে।

এই সম্পৰ্কত জ্যেষ্ঠ আৰক্ষী বিষয়া জুম্মাৰ বাছাৰে সাংবাদিকক কয়, ‘যোৱা দুই জুলাইৰ পৰা আৰম্ভ হোৱা এই অভিযানৰ সময়ত ইটানগৰ ৰাজধানী অঞ্চলৰ বিভিন্ন স্থানৰ পৰা ৫৭ খন চুৰি বাহন উদ্ধাৰ হয়। এই বাহনসমূহৰ অধিকাংশই বিলাসী আৰু ব্যয়বহুল বাহন। দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু অন্যান্য ৰাজ্যত ৰুজু হোৱা গাড়ী চুৰিৰ গোচৰৰ স’তে এই বাহনসমূহৰ সম্পৰ্ক আছে।’

আৰক্ষী বিষয়াজনে লগতে সদৰী কৰা অনুসৰি অপৰাধী চক্ৰটোৱে গাড়ী চুৰি কৰাৰ পাছত দালালৰ সহায় লয়। দালালৰ সহযোগত চক্রটোৱে ইঞ্জিন আৰু চেছিছ নম্বৰ বিকৃত কৰে। ইয়াৰ জৰিয়তে চক্ৰটোৱে চুৰি গাড়ীৰ ভুৱা পঞ্জীয়নপত্ৰ তৈয়াৰ কৰি লয়। এনে ভুৱা পঞ্জীয়নপত্ৰ ব্যৱহাৰ কৰি চক্ৰটোৱে উত্তৰ ভাৰত বা দেশৰ আন স্থানৰ পৰা চুৰি গাড়ী অৰুণাচল প্ৰদেশলৈ সহজে লৈ আহে।

এই বৃহৎ গাড়ী চুৰি চক্ৰৰ স’তে বিদেশী অপৰাধী চক্র জড়িত থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে তদন্তকাৰী আৰক্ষীয়ে। এই সম্পৰ্কত বাছাৰে কয় যে কেতবোৰ ডিজিটেল বিত্তীয় লেন-দেন আৰু সীমান্ত পাৰ হৈ কৰা চালচলনে এই চুৰি চক্ৰৰ স’তে বিদেশী অপৰাধী জড়িত থকাৰ ইংগিত বহন কৰিছে।

এই দিশো তদন্তৰ আওতালৈ অনা হৈছে বুলি সদৰী কৰে বাছাৰে। তেওঁ কয় যে এই বিষয় সম্প্রতি বিশদ অনুসন্ধানৰ অধীনত আছে। আৰক্ষীয়ে লগতে সাধাৰণ জনতাক সতর্ক কৰি দিছে যে ছেকেণ্ড হেণ্ড বা পুৰণি গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত সকলোরে সাৱধানতা অৱলম্বন কৰা উচিত। গাড়ীৰ নথিপত্ৰ ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰিহে একোখন পুৰণি গাড়ী ক্রয় কৰা উচিত বুলি আৰক্ষীয়ে সতৰ্ক কৰি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 57 stolen carsArunachal Police
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d