Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Kaziranga National Park:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব বিশ্বৰে তৃতীয় সর্বাধিক

publisher by publisher
July 30, 2025
in Assam, News
Reading Time: 1 min read
0
 Kaziranga National Park:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব বিশ্বৰে তৃতীয় সর্বাধিক
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Kaziranga:চলিত পৰ্যটনবৰ্ষত সৰ্বকালৰ অভিলেখ ভংগ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

Kaziranga National Park:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজিত হ’ল ঘোঁৰা গাড়ী

Elephant Safari in Kaziranga: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১নৱেম্বৰত মুকলি হ’ব হাতী ছাফাৰী

Kaziranga National Park:

এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰীয় উদ্যানে পুনৰ গৌৰৱৰ বাৰ্তা কঢ়িয়ালে। এই তথ্য প্রকাশ পাইছে বিশ্ব ব্যাঘ্র দিৱসৰ দিনা।

ADVERTISEMENT

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ ঘনত্ব বিশ্বৰে তৃতীয় সর্বাধিক বুলি শেহতীয়া এক সমীক্ষাত পোহৰলৈ আহিছে। এই সমীক্ষাত পোহৰলৈ আহে যে ২০২৪ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা ১৪৮ টালৈ বৃদ্ধি পায়। অর্থাৎ ঘনত্ব হিচাপত উদ্যানখনৰ প্ৰতি এশ বর্গ কিলোমিটাৰত ১৮.৬৫ টাকৈ বাঘ আছে। উদ্যানখনত বাঘৰ এই ঘনত্ব চিত্তাকর্ষক বুলি বিশেষজ্ঞসকলে আখ্যা দিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এই শতাধিক বাঘ থকাৰ তথ্য পোহৰলৈ আহে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কর্তৃপক্ষ (এনটিচিএ) ৰ চতুৰ্থ পৰ্যায়ৰ নিৰীক্ষণ নীতি (প্রট’কল) ৰ অধীনত সম্পন্ন কৰা বাঘ গণনা সমীক্ষাত। এই সমীক্ষা চলাবলৈ উদ্যানখনৰ ১,৩০৭ বর্গকিলোমিটাৰ ভূমিত ৩৯৩ টা কেমেৰা স্থাপন কৰা হয় বুলি উদ্যানখনৰ বিষয়াবৰ্গই জানিবলৈ দিছে।

এই সম্পৰ্কত উদ্যানৰ এজন বিষয়াই সংবাদ মাধ্যমক কয়, ‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ শেহতীয়া সংযোজন বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলত ২৭ টা বাঘ দেখা গৈছে। ইয়ে উদ্যানখনৰ সামগ্রিক বাঘৰ সংখ্যা বৃদ্ধিত বৰঙণি আগবঢ়ায়। উদ্যানখনৰ মূল পূব অসম বন্যপ্রাণী সংমণ্ডলৰ অধীনত বাঘৰ সংখ্যা ২০২২ৰ ১০৪ টাৰ পৰা ২০২৪ত ১১৫ টালৈ বৃদ্ধি পায়।

নগাঁও বন্যপ্রাণী সংমণ্ডলত বাঘৰ সংখ্যা স্থিৰ হৈ আছে। এই বন্যপ্রাণী সংমণ্ডলত ছটা বাঘ আছে।’ বিষয়াজনে লগতে জনোৱা মতে, উক্ত সমীক্ষা ১০৩ দিন ধৰি চলে। এই সমীক্ষাৰ সময়ত ১৩ লাখ ফটো তোলা হয়। ইয়াৰে ৪,০১১ খন বাঘৰ ফটো। এই ফটোসমূহৰ জৰিয়তে বিজ্ঞানীসকলে ১৪৮ টা প্রাপ্তবয়স্ক বাঘ চিনাক্ত কৰে।

এই প্রাপ্তবয়স্ক বাঘসমূহৰ ৮৩ জনী মাইকী আৰু ৫৫ টা মতা। ১০ টা বাঘৰ লিংগ অনির্ণেয় হৈ আছে। চোৰাং চিকাৰ ৰোধৰ বাবে কর্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপ, বসতিস্থল একে ৰূপত ৰখা আৰু সামূহিক সংৰক্ষণ কৰ্মসূচীৰ সফলতাত উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধি পোৱা বুলি জনায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড: সোণালী ঘোষে।

মানাহ ৰাষ্ট্ৰীয় উদ্যানতো বাঘৰ সংখ্যা বৃদ্ধি পোৱাটো নিশ্চিত বুলি কর্তৃপক্ষই প্রকাশ কৰিছে। ২০২২-২৩ৰ গণনা অনুসৰি ৰাষ্ট্ৰীয় উদ্যানখনত ৫৭ টা বাঘ আছে। কর্তৃপক্ষৰ মতে, যোৱা দুটা বছৰত উদ্যানখনত বাঘৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা প্রবল। আজি মানাহ ৰাষ্ট্ৰীয় উদ্যানতো দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ব্যাঘ্ৰ দিৱস উদযাপন কৰা হয় |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kaziranga Natioal parkTiger Project
publisher

publisher

Related Posts

Dainik Agradoot Today’s Edition: 7th Oct 2026
Assam

October 7, 2026
মঙলদৈত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মাতৃভাষা দিৱসৰ সামৰণি

October 6, 2026
অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

BSFৰ গুলীচালনাত আহত অসমৰ দুজন, চিকিৎসাধীন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d