Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিহাৰৰ খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লক্ষৰ নাম প্ৰকাশৰ নিৰ্দেশ

publisher by publisher
August 15, 2025
in India, News
Reading Time: 1 min read
0
বিহাৰৰ খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লক্ষৰ নাম প্ৰকাশৰ নিৰ্দেশ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Bihar Election: ✒️বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ নাম লৈ বিহাৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লক্ষ ভোটাৰক আঁতৰ কৰা দেশৰ নিৰ্বাচন আয়োগক অৱশেষত নাকী লগালে উচ্চতম ন্যায়ালয়ে।

ADVERTISEMENT

এই নজিৰবিহীন কাৰ্যৰে দেশজুৰি আলোড়ন তোলা আয়োগক ভোটাৰ তালিকাৰ পৰা বাদ পৰা এই ৬৫ লক্ষ ভোটাৰৰ নাম প্রকাশ কৰিবলৈ কালি ন্যায়ালয়ে আয়োগলৈ নির্দেশ জাৰি কৰে।

কেৱল সেয়াই নহয়, এই বৃহৎ সংখ্যক ভোটাৰৰ নাম কৰ্তনৰ কাৰণ ৰাজহুৱা কৰিবলৈ আয়োগক নির্দেশ দিছে ন্যায়ালয়ে। উল্লেখ্য যে খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা এই ৬৫ লক্ষ ভোটাৰৰ নাম প্রকাশ কৰিবলৈ একপ্ৰকাৰ অনিচ্ছা প্রকাশ কৰি আহিছে আয়োগে।

অলপতে এই এছআইআৰ সম্পৰ্কীয় এক গোচৰৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ এক নির্দেশ মর্মে আয়োগে ন্যায়ালয়ক অৱগত কৰে যে বাদ পৰা ভোটাৰসকলৰ নাম ৰাজহুৱা কৰাৰ ক্ষেত্ৰত আইনী বাধ্যবাধকতা নাই।

আনহাতে, আগন্তুক বিহাৰ বিধানসভা নির্বাচনত বিজেপিক সহায় কৰাৰ উদ্দেশ্যে আয়োগে ৰাজ্যখনৰ লাখ লাখ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বুলি বিৰোধী পক্ষ সংসদৰ বাহিৰে-ভিতৰে সৰৱ হৈ আহিছে।

আনকি অলপতে বিৰোধী শিবিৰৰ তিনিশ সাংসদে দিল্লীও কঁপায়। গতিকে বিষয়টো দেশে-বিদেশে চর্চিত হৈ আছে। এনে অবস্থাতে আজি ন্যায়াধীশ সূর্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰ এখন বিচাৰপীঠে এই ৬৫ লক্ষ ভোটাৰৰ নাম আৰু তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ দিয়াৰ কাৰণ ৰাজহুৱা কৰিবলৈ আয়োগলৈ নিৰ্দেশ জাৰি কৰে।

ন্যায়ালয়ৰ এই নির্দেশ অনুসৰি এই বিপুল সংখ্যক ভোটাৰৰ নাম আৰু তেওঁলোক ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ কাৰণ আয়োগে নিজৰ ৱেবছাইটসমূহত উল্লেখ কৰিব লাগিব। কালি ন্যায়ালয়ে আন এক নির্দেশ জাৰি কৰি আয়োগৰ কাম-কাজত লক্ষ্মণ ৰেখা টানে।

আয়োগলৈ আন এক নির্দেশ জাৰি কৰি দুজনীয়া বিচাৰপীঠখনে কয় যে ভুলবশতঃ যিসকলৰ নাম কর্তন হৈছে সেইসকলে আধাৰ কাৰ্ডৰ প্রতিলিপিসহ আপত্তি দাখিল কৰিব পাৰিব। লক্ষ্যণীয়ভাবে আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণৰূপে গ্রহণ কৰিবলৈ নির্বাচন আয়োগে অস্বীকাৰ কৰি আহিছে।

উল্লেখ্য যে খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰা ৬৫ লক্ষ ভোটাৰৰ ২২ লাখ মৃত বুলি আয়োগে প্রকাশ কৰিছে। এই সম্পর্কত আজি ন্যায়াধীশ কান্তে কয়, ‘যদি ২২ লাখ লোকৰ মৃত্যু হৈছে তেন্তে এই তথ্য বুথ পর্যায়ত কিয় প্রকাশ কৰা হোৱা নাই? ৰাজনৈতিক দলসমূহৰ ওপৰত নাগৰিকসকল নিৰ্ভৰ কৰাটো আমি নিবিচাৰো।’

আয়োগৰ জিলা পৰ্যায়ৰ ৱেবছাইটসমূহত উপলব্ধ হ’ব লাগিব তথ্য

নির্বাচন আয়োগৰ মুখত চুণ সানি আজি উচ্চতম ন্যায়ালয়ে কয়, ‘২০২৫ৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত থকা কিন্তু খচৰা ভোটাৰ তালিকাত নথকা ৬৫ লাখ ভোটাৰৰ নাম আয়োগৰ জিলা পৰ্যায়ৰ ৱেবছাইটসমূহত উপলব্ধ হ’ব লাগিব। লগতে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱাৰ কাৰণো ৱেবছাইটত উপলব্ধ হ’ব লাগিব।’

এই তথ্য সংবাদ মাধ্যমৰ জৰিয়তেও বহুলভাবে প্রকাশ কৰিবলৈও ন্যায়ালয়ে নির্দেশ জাবি কবে। ‘সর্বোচ্চ প্রচলন থকা অ-ইংৰাজী বাতৰি কাকতৰ জৰিয়তে বহুল প্রচাৰ কৰিব লাগিব। লগতে দূৰদৰ্শন আৰু অন্যান্য চেনেলসমূহৰ জৰিয়তেও প্ৰচাৰ কৰিব লাগিব।’ ন্যায়ালয়ে নির্দেশত এইদৰে কয়।

বাদ পৰা ভোটাৰসকলৰ নাম আৰু বাদ পৰাৰ কাৰণ প্ৰকাশ কৰিলে নির্বাচন আয়োগৰ ওপৰত ভোটাৰসকলৰ আস্থা বৃদ্ধি পাব বুলিও ন্যায়ালয়ে মন্তব্য কৰে। এই নির্দেশ জাৰিৰ সময়ত আয়োগৰ অধিবক্তা ৰাকেশ দ্বিবেদীয়ে কয় যে ভোটাৰসকলে নিজৰ ফটোযুক্ত ভোটাৰ পৰিচয়পত্ৰৰ নম্বৰ ব্যৱহাৰ কৰি নিজৰ ভোটাৰৰ পৰ্যায়ৰ কথা জানিব পাৰিব।

তেতিয়া তেওঁক উভতি ধৰি ন্যায়াধীশ বাগচিয়ে কয়, ‘আপোনালোক (নির্বাচন আয়োগ)-এ কিয় নিজেই মৃত/প্রব্রজিত/নকল ভোটাৰৰ নামসমূহ ৱেবছাইটত প্রকাশ নকৰে? যদি আপোনালোকে এই তথ্যসমূহ ৱেবছাইটত উপলব্ধ কৰে তেতিয়া নির্বাচন আয়োগৰ বিৰুদ্ধে সৃষ্ট বাকধাৰা দূৰ হ’ব। স্বচ্ছতাই ভোটাৰসকলৰ আস্থা বৃদ্ধিত সহায় কৰিব। আপোনালোকে কিয় ৱেবছাইটত তথ্য প্রকাশৰ বাবে অতিৰিক্ত পদক্ষেপ লোৱা নাই?

ন্যায়াধীশ কান্তে এই বুলিও কয় যে বিশেষ শিক্ষা-দীক্ষা নথকা লোকে বুজি পোৱাকৈ সবাতোকৈ সহজ-সবল ভাষাত বাজহুৱা জাননীৰ জৰিয়তে ভোটাৰ সম্পৰ্কীয় এই তথ্যসমূহ আয়োগে প্রকাশ কৰা উচিত। এই ক্ষেত্রত তেওঁ এটা উদাহৰণ দি কয়, ‘যদি পুনম দেৱীৰ নাম কৰ্তন কৰা হৈছে তেন্তে পুনম দেবীয়ে তেওঁৰ নাম কৰ্তনৰ বিষয়ে আৰু তেওঁ নাম কর্তনৰ কাৰণ জানিব লাগিব। ‘ এই সম্পর্কত ন্যায়ালয়ে কঠোৰভাৱে কয় যে ভোটাৰে আধাৰ কাৰ্ডৰ প্ৰতিলিপিও জমা দিব পাৰিব।

কালি উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগলৈ এই নির্দেশ জাৰি কৰাৰ লগে লগে বিৰোধী শিবিৰত সন্তুষ্টিৰ হাঁহি বিৰিঙিছে। কাৰণ বিৰোধীয়ে পূৰ্বৰে পৰা আশংকা কৰি আহে যে এই নজিৰবিহীন বিশেষ গভীৰ পুনৰীক্ষণৰ জৰিয়তে আয়োগে লাখ লাখ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰ কৰিছে।

ইতিমধ্যে এই সম্পর্কত বিৰোধীয়ে আইনী আৰু জনসজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সমগ্র ৰাজ্যখনত সেই সম্পর্কীয় সজাগতা অভিযান চলাব বুলি ইতিমধ্যে বিৰোধীয়ে ঘোষণা কৰিছে। নির্বাচন আয়োগৰ এই কার্যৰ বিৰোধিতা কৰি এছ’চিয়েছন ফৰ ডেম’ক্রেটিক বিফর্মো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। বৃহস্পতিবাৰে প্রশান্ত ভূষণ, কপিল শিবাল, অভিষেক মনু সিংভী, বৃন্দা গ্ৰভাৰ আদি বৃহৎ সংখ্যক বিখ্যাত অধিবক্তাই আবেদনকাৰী পক্ষসমূহৰ হৈ যুক্তি প্রদর্শন কৰে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BiharElection
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d