Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰক, অন্যথা ক্ষমা বিচাৰক

publisher by publisher
August 18, 2025
in India, News
Reading Time: 1 min read
0
এসপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰক, অন্যথা ক্ষমা বিচাৰক
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

Chief Election Commissioner of India:✒️দেশৰ ৰাজনৈতিক ইতিহাসত অভূতপূর্ব ঘটনা সংঘটিত হ’বলৈ ধৰিছে। কিছুদিন পূর্বে নির্বাচন আয়োগৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লক্ষ্য কৰি কালি সংবাদমেল সম্বোধন কৰে দেশৰ মুখ্য নির্বাচন আয়ুক্তই।

ADVERTISEMENT

আয়োগৰ দুই নির্বাচন আয়ুক্তক লৈ সংবাদমেল সম্বোধন কৰি মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কংগ্ৰেছ নেতাজনলৈ এক কঠোৰ সকীয়নি দিয়ে। ইয়াক লৈ জাঙুৰ খাই উঠি দলে আয়োগক পুনৰ আক্ৰমণ কৰে।

গান্ধীয়ে উত্থাপন কৰা মূল প্রশ্নসমূহৰ এটাৰো উত্তৰ কালি মুখ্য নির্বাচন আয়ুক্তই নিদিলে বুলি দলে প্রতিক্রিয়া প্রকাশ কৰিছে। ইয়াৰ পূৰ্বে সংবাদমেলত মুখ্য নির্বাচন আয়ুক্ত কুমাৰে ‘ভোট চুৰি’ অভিযোগ প্রসংগত ৰাহুলৰ নাম উল্লেখ নকৰাকৈ সকীয়নি দিয়ে।

তেওঁ কয় যে নিজৰ দাবীৰ সমৰ্থনত এসপ্তাহৰ ভিতৰত অভিযোগকাৰীয়ে শপতনামা দাখিল কৰিব লাগিব। অন্যথা তেওঁ ক্ষমা বিচাৰিব লাগিব। এই দুই পথক বাদ দি তৃতীয় কোনো পথ খোলা নাই বুলি সংবাদমেলত মুখ্য নির্বাচন আয়ুক্তই মন্তব্য কৰে।

ভোট চুৰিৰ অভিযোগক ভিত্তিহীন আখ্যা দি মুখ্য নির্বাচন আয়ুক্ত কুমাৰে লগতে কয়, ‘ৰাজনৈতিক দলসমূহৰ মাজত নির্বাচন আয়োগে কোনো ভেদাভেদ নকৰে। আয়োগৰ ওচৰত শাসক-বিৰোধী উভয় শিবিৰে সমান। আমাৰ দুৱাৰ সকলোৰে বাবে সমানে খোলা আছে। অভিযোগকাৰী (ৰাহুল) য়ে সাতদিনৰ ভিতৰত শপতনামাত স্বাক্ষৰ কৰিব লাগিব। অথবা ক্ষমা বিচাৰিব লাগিব। তৃতীয় কোনো বিকল্প নাই। যদি সাতদিনৰ ভিতৰত শপতনামা জমা নিদিয়ে তেন্তে তেওঁৰ অভিযোগ ভুল বুলি বুজি পোৱা হ’ব।’

লোকসভাৰ বিৰোধী দলপতিক মুখ্য নির্বাচন আয়ুক্তই দিয়া এই সকীয়নিক লৈ বিৰোধী শিবিৰৰ বহুজন সৰৱ হৈ উঠিছে। বিৰোধী শিবিৰৰ বহুতে সামাজিক মাধ্যমৰ জৰিয়তে বিরূপ প্রতিক্রিয়া প্রকাশ কৰিছে।

উল্লেখ্য যে শেহতীয়াভাবে প্রকাশ পোৱা বিহাৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকাৰ পৰা ৬৫ লক্ষ ভোটাৰৰ নাম বাদ পৰাক লৈ প্রতিক্রিয়া সৃষ্টি হৈ থকাৰ সময়তে এখন সংবাদমেলত বাহুলে নির্বাচন আয়োগৰ বিৰুদ্ধে বিগত ২০২৪ৰ লোকসভা নির্বাচনকে ধৰি বিভিন্ন নির্বাচনত ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে।

এক বিশেষ গভীৰ পুনৰীক্ষণ (এছআইআৰ) ৰ জৰিয়তে প্রকাশ পোৱা বিহাৰ বিধানসভাৰ খচৰা ভোটাৰ তালিকাক লৈ উচ্চতম ন্যায়ালয়ত আইনী যুঁজো অব্যাহত আছে। আজি সংবাদমেলত ভোটাৰ তালিকাৰ এই গভীব পুনৰীক্ষণৰ সমর্থনতো মুখ্য নির্বাচন আয়ুক্তই বক্তব্য আগবঢ়ায়।

ভোটাৰ তালিকা ত্রুটিমুক্ত কৰাই এই বিশেষ গভীৰ পুনৰীক্ষণৰ লক্ষ্য বুলি কুমাৰে দাবী কৰে। প্ৰক্ৰিয়াটোক লৈ একাংশ ৰাজনৈতিক দলে ভোটাৰসকলৰ মাজত ভুল তথ্য বিয়পাইছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

এই সন্দর্ভত তেওঁ লগতে কয়, ‘নির্বাচন আয়োগৰ কান্ধত বন্দুক থৈ ভাৰতৰ ভোটাৰসকলক লক্ষ্য কৰা হৈছে। ৰাজনীতি কৰা হৈছে। সকলোৰে ওচৰত আয়োগে স্পষ্ট কৰি দিবলৈ বিচাৰিছে যে নির্বাচন আয়োগে ধনী-দুখীয়া, বয়স্ক, মহিলা, যুব, ধৰ্ম আদিৰ ভেদাভেদ নকৰে। প্ৰতিটো ধৰ্মাৱলম্বীৰ ভোটাৰৰ কাষত নির্বাচন আয়োগ আছে। ভবিষ্যতেও থাকিব।’

তেওঁ লগতে কয় যে কোনো অভিযোগ থাকিলে নিয়ম অনুসৰি নিৰ্বাচন প্রক্রিয়া শেষ হোৱাৰ ৪৫ দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰিব পাৰে। এই ৪৫ দিনৰ ভিতৰত অভিযোগ উত্থাপন নকৰি ভোট চুৰিৰ অভিযোগ উত্থাপন কৰাৰ অৰ্থ দেশৰ সংবিধানক অপমান বুলি আখ্যা দিয়ে মুখ্য নির্বাচন আয়ুক্তই।

এনে ধৰণৰ অভিযোগ উত্থাপনৰ আঁৰৰ অভিপ্ৰায়ৰ কথা দেশৰ জনতাই বুজি পায় বুলিও তেওঁ মন্তব্য কৰে। অৱশ্যে এনে ধৰণৰ অভিযোগক লৈ আয়োগ বা সাধাৰণ ভোটাৰসকল মুঠেই ভীতিগ্রস্ত নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘এক কোটিৰো অধিক কৰ্মচাৰী, ১০ লাখ বুথ পৰ্যায়ৰ এজেন্ট আৰু ২০ লাখ প’লিং এজেন্ট নির্বাচন প্ৰক্ৰিয়াৰ স’তে যুক্ত থাকে। এনে স্বচ্ছ প্রক্রিয়াত কিদৰে ভোট চুৰি হ’ব পাৰে।’

বিহাৰৰ ভোটাৰ তালিকাক লৈ অহা পহিলা ছেপ্টেম্বৰৰ পূৰ্বে ওজৰ-আপত্তি দাখিল কৰিবলৈও মুখ্য নির্বাচন আয়ুক্তই আহ্বান জনায়। তেওঁ কয় যে ৰাজ্যখনৰ ভোটাৰ তালিকাৰ বিশেষ গভীৰ পুনৰীক্ষণ এক স্বচ্ছ আৰু আইনী বিধি মতে সম্পন্ন কৰা হৈছে।

এই বিশেষ গভীৰ পুনৰীক্ষণ চলি থকাৰ সময়ত সংশ্লিষ্ট নথিপত্রসমূহত ৰাজনৈতিক দলসমূহ আৰু বুথ পৰ্যায়ৰ বিষয়াই পৰীক্ষা কৰে আৰু স্বাক্ষৰ কৰে বুলিও মুখ্য নির্বাচন আয়ুক্তই সদৰী কৰে।

তদুপৰি কংগ্ৰেছ নেতা ৰাহুলে ভোটিঙৰ চিচি টিভিৰ ফুটেজ ৰাজহুৱা কৰাৰ যি দাবী উত্থাপন কৰিছে সেই দাবী গ্রহণযোগ্য নহয় বুলিও মুখ্য নির্বাচন আয়ুক্তই আখ্যা দিয়ে। এই চিচি টিভিৰ ফুটেজ ৰাজহুৱা কৰা কাৰ্যই মহিলা ভোটাৰসকলৰ গোপনীয়তা ভংগ কৰাৰ আশংকা কৰে মুখ্য নির্বাচন আয়ুক্ত কুমাৰে। তেওঁ কয়, ‘মাতৃ, বোৱাৰী, কন্যাকে ধৰি কোনো ভোটাৰৰ চিচি টিভি ভিডিঅ’ নির্বাচন আয়োগে ৰাজহুৱা কৰা উচিতনে?’

তেওঁ লগতে প্রকাশ কৰে যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বিহাৰৰ খচৰা ভোটাৰ তালিকাৰ বাদ পৰা ৬৫ লাখ ভোটাৰৰ নাম আৰু তেওঁলোকৰ নাম বাদ পৰা কাৰণৰ কথা আয়োগৰ জিলা পৰ্যায়ৰ ৱেবছাইটত উপলব্ধ কৰা হৈছে। ৰাহুলে উত্থাপন কৰা প্ৰশ্নসমূহৰ এটাৰো উত্তৰ নিদিলে আয়োগে: কংগ্রেছ মুখ্য নির্বাচন আয়ুক্ত কুমাৰে ৰাহুল গান্ধীক সকীয়াই দিয়াৰ পাছতে বিষয়টোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কংগ্ৰেছে।

লোকসভাৰ বিৰোধী দলপতিজনে উত্থাপন কৰা প্ৰশ্নসমূহৰ এটাও উত্তৰ আজি দেশৰ নিৰ্বাচন আয়ুক্তই নিদিলে বুলি অভিযোগ উত্থাপন কৰিছে দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে। পর্বতসম সাক্ষ্য-প্রমাণৰ ওচৰত হাস্যকৰ ভূমিকাত মুখ্য নির্বাচন আয়ুক্ত অবতীর্ণ হ’ল বুলি ‘এক্স’ত মন্তব্য কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে।

বিষয়টো সম্পর্কত তেওঁ কয়, ‘বাহুল গান্ধীয়ে ইণ্ডিয়াৰ ভোটাৰ অধিকাৰ যাত্ৰা আৰম্ভ কৰাৰ দিনা দুই নির্বাচন আয়ুক্তক লৈ মুখ্য নির্বাচন আয়ুক্তই ক’লে যে আয়োগে শাসকীয় দল আৰু বিৰোধীৰ মাজত কোনো পার্থক্য নাৰাখে। এয়া হাস্যকৰ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chief Election Commissioner of IndiaGyanesh Kumar
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d