Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

থায়ৰডৰ সমস্যাত ভুগিছে ? কেনেকৈ পৰিত্ৰাণ পাব 

publisher by publisher
August 20, 2025
in Lifestyle
Reading Time: 1 min read
0
থায়ৰডৰ সমস্যাত ভুগিছে ? কেনেকৈ পৰিত্ৰাণ পাব 
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Thyroid : থাইৰয়ডৰত আক্ৰান্ত নহয়টো ? ভৰিৰ কোন কেইটা উপসৰ্গ দেখিলে হ’ব সাৱধান …

Thyroid:✒️সমগ্র বিশ্বৰ কমেও ১২ শতাংশ লোক ভোগে থায়ৰয়ডজনিত সমস্যাত। এনে ৰোগত আক্রান্ত লোকৰ সংখ্যা এতিয়া বৃদ্ধি পাবলৈ ধৰিছে। বহুতো লোকে প্রথমতে বিশেষ গুরুত্ব প্রদান নকৰাৰ ফলত থায়বয়ডৰ সমস্যাই গা কৰি উঠে।

ADVERTISEMENT

কেৱল সেয়াই নহয়, ই জটিল পর্যায়লৈ গতি নকৰালৈকে বহুতো লোকে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰিব নোখোজে। সাধাৰণতে মহিলাসকলে এনে সমস্যাত বেছিকৈ আক্রান্ত হোৱা দেখা যায়। অৱশ্যে ইয়াৰ অর্থ এইটো নহয় যে পুৰুষসকলে এনে সমস্যাৰ সম্মুখীন নহয়।

পুৰুষ-মহিলা সকলোৰে আক্রান্ত হয় যদিও বাস্তব ক্ষেত্ৰত তুলনামূলকভাবে মহিলাসকল বেছিকৈ স্বীকাৰ হোৱা দেখা যায়। সাধাৰণতে বিপাক আৰু শৰীৰৰ বিভিন্ন অংশ গঠন প্রক্রিয়াত এইবিধ হৰমনে সহায় কৰে।

যেতিয়া এইবিধ হৰমনৰ কম-বেছি হয় তেতিয়াই বিভিন্ন ধৰণৰ লক্ষণ ফুটি উঠে। সেইবাবে এনে বিশেষ লক্ষ্যণে ফুটি উঠাৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণৰ বাবে যোৱা উচিত।

খায়ৰয়ডৰ সমস্যাত আক্রান্ত হ’লে ৰোগীয়ে ক্লান্তি বোধ কৰে।

যদিহে কোনো কাৰণ নোহোৱাকৈ ঠাণ্ডা লাগে তেতিয়া চিকিৎসৎকৰ ওচৰলৈ যাব লাগে। কাৰণ ই থায়ৰয়ডৰ লক্ষণ হ’ব পাবে।

কোনো কাৰণ নোহোৱাকৈ যদি হঠাতে ওজন হ্রাস পায় তেতিয়াহ’লে ই থায়ৰডৰ সংকেট হ’ব পাৰে।

টোপনিত ব্যাঘাত জন্মাটো এনেৰোগৰ লক্ষণ। কিছুমান লোকে এনেধৰণৰ সমস্যাৰ সম্মুখীন হ’লেও প্রথম অৱস্থাত গুরুত্ব প্রদান নকৰাৰ ফলত থায়ৰডৰ সমস্যাই গা কৰি উঠে।

পেশীৰ দুর্বলতা হ’ব পাৰে থায়ৰডৰ সমস্যাৰ আন এক লক্ষণ। কেতিয়াবা হঠাতে পেশী দুর্বল অনুভৱ কৰিবলৈ ধৰে। এনে দুর্বলতা অনুভর হোৱাৰ লগে লগে পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে থায়ৰয়ডত আক্রান্ত হৈছে নে নাই।

কেতিয়াবা যদি শৰীৰৰ ওজন হঠাতে বৃদ্ধি পায় তেতিয়াও চিন্তাৰ কাৰণ হ’ব পাবে। কিয়নো ই হ’ল থায়ৰয়ডৰ যি সমস্যাৰ এক লক্ষণ। যেতিয়া থায়ৰয়ডৰ পৰিমাণ হ্রাস পায় তেতিয়া শৰীৰে লাভ কৰা কেলৰি বা শক্তি ব্যয় হোৱাত ব্যাঘাত জন্মে।

চুলি সৰাটো প্রায়ভাগ লোকেই সাধাবণ ঘটনা বুলি ভাবে। যদিহে হঠাতে চুলি সৰিবলৈ আৰম্ভ কৰে তেতিয়া হ’লে।

ছালখন শুষ্ক হৈছে যদি সেয়া কি কাৰণত হৈছে জানি লোৱা ভাল। কাৰণ থায়ৰয়ডৰ লক্ষণো হ’ব পাৰে। তদুপৰি খজুৱতি হ’ব পাৰে। এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্রহণ কৰি নিশ্চিত হ’ব লাগে থায়ৰয়ডত আক্রান্ত হৈছে নে নাই।

থায়ৰয়ডৰ ক্ষেত্রত ডিপ্লেচন বা হতাশা হ’ব পাৰে এক লক্ষণ। হতাশাৰ বিভিন্ন কাৰণ থাকিব পাৰে। পিছে হঠাতে যদি হতাশা আদিয়ে গা কৰি উঠে তেতিয়া হ’ব পাবে থায়ৰয়ডজনিত ৰোগৰ লক্ষণ।

স্মৃতি শক্তিব ক্ষেত্রতো থায়ৰয়ড জড়িত। সেই বাবে যদি কেতিয়াবা পাহৰণিয়ে গা কৰি উঠে তেতিয়া থায়বয়ড পৰীক্ষা কৰিব লাগে।

পৰিত্ৰাণৰ উপায়

* এনে সমস্যাৰ পৰা হাত

সাৰিবলৈ ধূম্রপায়ীসকলে ধূমপানৰ অভ্যাস ত্যাগ কৰিব লাগিব। কিয়নো ইয়াত থকা বিষাক্ত ৰাসায়নিক পদার্থই থায়ৰয়ড গ্রন্থিৰ ওপৰত প্রভাব পেলায়। হায়পাৰ থায়ৰয়ডৰ সমস্যাৰ পৰা হাত সাৰিবলৈ ধূমপানৰ পৰা আঁতৰি থাকিবই লাগিব।

* যদিহে কেতিয়াবা শৰীৰৰ পৰীক্ষাৰ বাবে এক্স-ৰে কৰিবলগীয়া হয় তেতিয়াহ’লে থায়ৰয়ড কলাবৰ দ্বাৰা থায়ৰয়ড গ্রন্থিক সুৰক্ষা দিবলৈ চিকিৎসকক ক’ব লাগিব।

* খাদ্য তালিকাত ছেলেনিয়ামযুক্ত আহাৰ অন্তর্ভুক্ত কৰা উচিত। থায়ৰয়ড গ্রন্থি সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত এইবিধ উপাদানৰ খুবেই প্রয়োজন।

*যদিহে থায়ৰয়ডৰ সমস্যাত ভুগিছে তেতিয়াহ’লে নিয়মীয়াকৈ চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত।

* সংসাধিত খাদ্য (প্রছেচেড ফুড)ৰ পৰা যিমান সম্ভৱ আঁতৰি থকাটো মংগলজনক। কাৰণ এইবোৰত থকা বিভিন্ন ধৰণৰ ৰাসায়নিকে থায়ৰয়ড হৰ’মন নিঃসৰণত ব্যাঘাত জন্মায়।

* শৰীৰত যাতে আয়’ডিনৰ অভার নঘটে তাৰ ওপৰত গুৰুত্ব প্রদান কৰা উচিত। বিশেষকৈ হাইপোথায়ৰডৰ সমস্যা প্ৰতিৰোধ কৰিবলৈ আয়’ডিনযুক্ত আহাৰ গ্রহণ কৰিবই লাগিব।

* জিংকযুক্ত খাদ্য খালেও থায়ৰয়ড হৰ’মন কার্যক্ষম বা সক্রিয় হয়। শেহতীয়াভাৱে গবেষকসকলে এই বুলি মন্তব্য কৰিছে যে থায়ৰয়ড গ্রন্থি সুস্থ আৰু কার্যক্ষম কৰি ৰাখিবলৈ জিংক আৰু ছেল’নিয়ামৰ খুবেই প্রয়োজন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Thyroid Problems
publisher

publisher

Related Posts

শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d