Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati Durga Puja:মহানগৰীয় দুর্গা পূজাত কোটি টকা উৰুৱাই ৰঙীণ প্রস্তুতিত ব্যস্ত আয়োজক

publisher by publisher
August 22, 2025
in News, Assam
Reading Time: 1 min read
0
Guwahati Durga Puja:মহানগৰীয় দুর্গা পূজাত কোটি টকা উৰুৱাই ৰঙীণ প্রস্তুতিত ব্যস্ত আয়োজক
0
SHARES
3
VIEWS
ShareShareShareShare

Guwahati Durga Puja:

সমাগত দুর্গা পূজা। অহা ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া শাৰদীয় দুর্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আৰম্ভ হৈছে প্রস্তুতি পর্ব। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো প্ৰকৃতি সুৰক্ষা, প্লাস্টিক বর্জনকে ধৰি বিভিন্ন বিষয়বস্তুক লৈ পূজা মণ্ডপে মণ্ডপে চলিছে চমক সৃষ্টিৰ বাবে তৎপৰ হৈছে পূজা সমিতিসমূহে।

ADVERTISEMENT

উল্লেখ্য যে দুর্গা পূজা বুলি ক’লে গুৱাহাটী মহানগৰীৰ পৰিৱেশ সুকীয়া। মহানগৰীত সৰু-বৰ ছয় শতাধিক দুর্গা পূজা অনুষ্ঠিত হয় আৰু ইয়াৰে গৰিষ্ঠ সংখ্যক পূজা মণ্ডপৰ সাজ-সজ্জাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে। এইবাৰো ইয়াৰ ব্যতিক্রম নহয়। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দেশ-বিদেশৰ মন্দিৰ, পৌৰাণিক কীৰ্তিচিহ্ন আদিৰ আর্হিত বহুকেইটা পূজা মণ্ডপ নিৰ্মাণৰ প্ৰস্তুতি দ্রুতগতিত চলিছে। বিশেষকৈ থাইলেণ্ডৰ ৰাজধানী বেংককৰ বিখ্যাত ‘বাট অৰুণ’ বৌদ্ধ মন্দিৰৰ আৰ্হিত এইবাৰ নিৰ্মাণ হৈছে সোণালী জয়ন্তী বৰ্ষৰ গীতানগৰ সাৰ্বজনীন দুর্গা পূজা মণ্ডপ।

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

একেদৰে এনিমেছন ছবি ‘দ্য লায়ন কিং’ৰ আৰ্হিত আৰ্যনগৰ নতুন বস্তি সাৰ্বজনীন দুর্গা পূজা মণ্ডপ, ‘বেবিলন ‘ৰ আর্হিত বিষ্ণুপুৰ বিমলা নগৰ সাৰ্বজনীন দুর্গা পূজা মণ্ডপ, প্লাষ্টিক বর্জন-প্ৰদূষণমুক্ত সমাজৰ আহ্বানবে মৃৎ শিল্পক বিশেষ গুৰুত্ব দি বৃহত্তৰ কাহিলীপাৰা সাৰ্বজনীন দুর্গা পূজা মণ্ডপৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। প্রায় এক কোটি টকা পর্যন্ত বাজেট লৈ বিভিন্ন সমকালীন বিষয়বস্তুৰে মহানগৰীৰ পূজা মণ্ডপসমূহৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে।

উল্লেখ্য যে পূজাৰ সময়ছোৱাত দেৱী বন্দনাৰ সমানে বিভিন্ন বিষয়বস্তুক লৈ প্ৰযুক্তিৰ পয়োভৰৰে সজ্জিত পূজাৰ মণ্ডপসমূহে ৰাইজক এক উছাহভৰা আনন্দৰ পৰিৱেশ দি আহিছে। এইবাৰো পূজা সমিতিসমূহে এক সুকীয়া পৰিৱেশ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখ্য যে প্ৰতিবছৰে মহানগৰীৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰৰূপে চিহ্নিত হৈ অহা গীতানগৰ সার্বজনীন দুর্গা পূজা সমিতিৰ এইবাৰৰ বাজেট হৈছে প্রায় এক কোটি। বেংককস্থিত বিখ্যাত বৌদ্ধ মন্দিৰ ‘ৱাট অৰুণ’ৰ আর্হিত ইতিমধ্যে গীতানগৰ হাইস্কুল খেলপথাৰত পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে সমিতিয়ে।

একেদৰে আৰ্য নগৰ নতুন বস্তি সার্বজনীন দুর্গা পূজা সমিতিৰ এইবাৰৰ বাজেট হৈছে ২২ লাখ টকা। বিখ্যাত এনিমেছন ছবি ‘দ্য লায়ন কিং’ৰ আৰ্হিত পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু এই মণ্ডপে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হ’ব বুলি সমিতিয়ে আশা প্রকাশ কৰিছে। একেদৰে দুর্গা পূজা বুলি ক’লেই মহানগৰীৰ আন এক অন্যতম আকৰ্ষণৰ কেন্দ্র বিষ্ণুপুৰ বিমলা নগৰ সাৰ্বজনীন দুর্গা পূজা সমিতিৰ এইবাৰৰ বাজেট হৈছে প্রায় ২৫ লাখ টকা।

‘বেবিলন’ৰ আৰ্হিত ইয়াৰ পূজাৰ মণ্ডপ নিৰ্মাণ হ’ব। উল্লেখ্য যে বিগত বৰ্ষৰ দৰে এইবাৰো প্ৰদূষণমুক্ত সমাজ আৰু প্লাষ্টিক বৰ্জনত গুৰুত্ব প্ৰদান কৰি পূজা মণ্ডপ সাজি উলিয়াব বৃহত্তৰ কাহিলীপাৰা সাৰ্বজনীন দুর্গা পূজা সমিতিয়ে। সমিতিৰ এইবাৰৰ বাজেট হৈছে প্রায় ১০ লাখ টকা আৰু বিশেষকৈ মৃৎ শিল্পক প্রাধান্য দি পূজা মণ্ডপ নিৰ্মাণ কৰিবলৈ লোৱা হৈছে। একেদৰে গণেশগুৰিৰ গণেশ মন্দিৰৰ সন্মুখৰ গণেশ উদ্যানৰ দুর্গা পূজাৰ এইবাৰৰ বাজেট হৈছে ১২ লাখ আৰু মণ্ডপৰ সন্মুখত বিশালাকাৰ এটি হনুমানৰ প্ৰতিমূর্তি স্থাপন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

এই পূজা সমিতিসমূহৰ উপৰি ভক্তৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু মৈদাম বেলতলা লক্ষ্মীমন্দিৰ দুর্গা পূজা সমিতি, লতাশিলৰ গুৱাহাটী সার্বজনীন দুর্গা পূজা সমিতি, পাণ্ডুৰ আজাদ হিন্দ ক্লাব দুর্গা পূজা সমিতি, মালিগাঁৱৰ সুভাষ নগৰ সাৰ্বজনীন দুর্গা পূজা সমিতি, বিষ্ণুপুৰ সাৰ্বজনীন দুর্গা পূজা সমিতি, ভাস্কৰনগৰ সাৰ্বজনীন দুর্গা পূজা সমিতি, কালীবাড়ী কল’নী দুর্গা পূজা সমিতি, বৃহত্তৰ নাৰেংগী সমিতি, সদৌ জাপৰিগোগ সার্বজনীন পূজা সমিতি, ছাত্রীবাৰী পূজা সমিতি আদিয়েও বিভিন্ন বিষয়বস্তুক লৈ  অব্যাহত ৰাখিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 2025 Durga Puja CelebrationGuwahatiPreperations
publisher

publisher

Related Posts

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d