Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

GM Coke Owner Arrested:দুশ কোটি কৰ ফাকিৰ গোচৰত গ্ৰেপ্তাৰ মেঘালয়ৰ কোক উদ্যোগৰ গৰাকী মিট্টালক

publisher by publisher
August 26, 2025
in News, Assam, Crime
Reading Time: 2 mins read
0
GM Coke Owner Arrested:দুশ কোটি কৰ ফাকিৰ গোচৰত গ্ৰেপ্তাৰ মেঘালয়ৰ কোক উদ্যোগৰ গৰাকী মিট্টালক
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

GM Coke Owner Arrested:

মহানগৰীৰ পাশ্বৱৰ্তী মেঘালয়ৰ বৰ্ণিহাট আৰু অসমক কেন্দ্ৰ কৰি কয়লা আৰু কোকক লৈ এখন বৃহৎ ক’লা বজাৰ চলি থকাৰ উপৰি ইয়াৰ জৰিয়তে শশ কোটি টকাৰ জিএছটি ফাকি দিয়াৰ তথ্য লাভ কৰিছে জিএছটি চোৰাংচোৱাই।
তেনে তথ্যৰ ভিত্তিত জিএছটিৰ গুৱাহাটীস্থিত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ এটা অভিযানকাৰী দলে এজন কোক উদ্যোগৰ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে মেঘালয়ৰ বৰ্ণিহাটত থকা জি এম কোক নামৰ এটা উদ্যোগৰ গৰাকী তথা অসমত বাস কৰা ধৃত ব্যৱসায়ীজনৰ নাম শিৱ কুমাৰ মিট্টাল।
ধাৰাবাহিক অনুসন্ধানৰ অন্তত মিট্টালে জিএছটিৰ বৃহৎ ধনৰাশি ফাঁকি দিয়াতো চোৰাংচোৱাৰ দলে নিশ্চিত কৰে। তাৰ ভিত্তিতে ২৩ আগষ্টত ব্যৱসায়ীজনক তিনিচুকীয়াৰ পৰা আটক কৰি পাছত গ্ৰেপ্তাৰ কৰা হয়।মিট্টালে যোৱা তিনি বছৰত কমেও দুশ কোটি টকা জিএছটি ফাঁকি দিয়াৰ তথ্য উদ্ধাৰ হৈছে।
অনুসন্ধানকাৰী দলৰ তথ্য অনুসৰি মিট্টালে নিজৰ উপৰি আন বহু অসাধু ব্যবসায়ীকো এনে বেআইনী কার্যত সহযোগিতা কৰিছিল। সেয়েহে তেনে ব্যৱসায়ীৰো তথ্য উদ্ধাৰৰ বাবে তদন্তকাৰী দলে মিটালৰ জেৰা অব্যাহত ৰাখিছে । মিট্টালৰ কাৰ্যৰ জৰিয়তে মেঘালয়ৰ অবৈধ কয়লাক লৈও অসম আৰু মেঘালয়ত চলি অহা গোপন ব্যৱসায়ৰ তথ্য উদ্ধাৰ কৰা হৈছে। কাৰণ কোক উদ্যোগৰ লগত কয়লাৰ সম্পৰ্ক আছে।
তথ্য অনুসৰি মিট্টালে নিজৰ উপৰি মেঘালয়ত অকর্তৃত্বশীলভাবে স্থাপন কৰা কোক উদ্যোগবোৰকে সহায় কৰি আহিছিল। সমান্তৰালভাৱে বৈধ উদ্যোগ একাংশকো কৰ ফাকিত সহযোগিতা আগবঢ়াইছিল। ইয়াৰ বাবে প্ৰস্তুত কৰিছিল জাল ৰছিদ। সেই ৰছিদবোৰ প্ৰস্তুত কৰা হৈছিল মুখ্যতঃ অর্থনৈতিকভাবে পিছপৰা লোকৰ নামত থকা ফাৰ্মৰ জৰিয়তে। কাৰণ তেনে লোকে চৰকাৰৰ পৰা বিভিন্ন শিতানত যথেষ্ট ৰেহাই লাভকৰে।
সেই সুযোগ গ্রহণ কৰি মিটালে এফালে চৰকাৰৰ পৰা যথেষ্ট ৰেহাই লাভকৰিবলৈ সক্ষম হৈছিল আৰু আনফালে, সামগ্রী ক্ৰয়ৰ প্ৰকৃত তথ্য গাপ দিছিল। অভিযোগ অনুসৰি মিট্টালৰ জৰিয়তে আন বহু বৈধ- অবৈধ ব্যৱসায়ীয়েও জিএছটি ফাঁকি দিবলৈ সক্ষম হৈছে।
#taxevasion #gmcokeownerarrested #GST
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: G m coke owner arrestedGSTGuwahatiTax Evasion
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d