Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati:ৰঙীন গুৱাহাটীত অন্ধকাৰ জগতৰ ভয়াৱহ ৰূপ, ড্ৰাগছ-নাৰী দেহৰ বজাৰ

মাজনিশা জিএমচিএইছত যুৱতীৰ মৃত্যুৰপাছত আৰক্ষীৰ অনুসন্ধানত উদ্বেগজনক তথ্য

publisher by publisher
September 2, 2025
in Assam, Crime, News
Reading Time: 1 min read
0
Guwahati Incident:পুৱা নগাঁৱৰ ঘৰলৈ যোৱা যুৱতীৰ মৃতদেহ মাজনিশা জিএমচিএইছত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

GMCH Principal:জিএমচিএইচৰ অধ্যক্ষ ডা:অচ্যুত বৈশ্যক নিলম্বনৰ নিৰ্দেশনা পত্ৰ ৰাজ্যৰ স্বাস্থ্য সচিবলৈ

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Guwahati:

ৰংচঙীয়া গুৱাহাটীৰ অন্ধকাৰ জগতখন অতি ভয়াবহ। শনিবাৰে মাজনিশা গুৱাহাটী চিকিৎসালয় মহাবিদ্যালয় হাস্পতাল (জিএমচিএইছ)লৈ এজন লোকে মুমূর্ষু অৱস্থাত অনা এগৰাকী যুৱতীক চিকিৎসকে মৃত ঘোষণা কৰা ঘটনাৰ জৰিয়তে সেই অন্ধকাৰ জগতৰ বহু তথ্য পোহৰলৈ আহিছে। পম্পী বৰুৱা নামৰ মৃত যুৱতীগৰাকীক লৈ অহা ইমৰান আলী নামৰ লোকজনক কৰা জেৰা আৰু ম’বাইল ফোন পৰীক্ষা কৰাত এই অন্ধকাৰজগতৰ বহু তথ্য পোহৰলৈ আহে। একেদৰে বহু তথ্য পোহৰলৈ আহিছে পম্পী বৰুৱাৰ ম’বাইল ফোন আৰু জীৱন যাপনৰ পদ্ধতিৰ পৰাও।

ADVERTISEMENT

আৰক্ষী সূত্রই জনায় যে ব্যৱসায়িক মটৰ চাইকেলৰ চালক ধৃত ইমৰান আলী নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত। তদুপৰি ইমৰান গ্ৰাহকৰ চাহিদা অনুসৰি গুৱাহাটীৰ কে’বাখনো হোটেল আৰু লজত যুৱতী-মহিলা যোগান ধৰা কার্যতো জড়িত হৈ আছে। ইমৰানৰ ফোনটোত পল্টনবজাৰ ৰেলগেটত থকা ড্ৰাগছ সৰবৰাহকাৰীৰ কে’বাটাও ফোন নম্বৰ উদ্ধাৰ কৰা হৈছে। সেইসকলৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰি ইমৰানে গুৱাহাটীৰ বহু অভিজাত পৰিয়ালৰ সন্তান আৰু হোটেলত যোগান ধৰি আহিছে বুলি আৰক্ষী সূত্রই জনায়।

ইপিনে, মৃত পম্পী বৰুৱায়ো গ্রাহকক যুৱতী যোগান ধৰা কাৰ্যত জড়িত আছিল বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে। তদুপৰি স্বামীসহ পম্পী ড্রাগছ আসক্ত আছিল। সেইবাবে দুয়ো মহানগৰীৰ হেঙেৰাবাৰীত থকা সৃষ্টি নামৰ এটা নিচামুক্তি কেন্দ্রত দীর্ঘদিন চিকিৎসা লৈছিল। পম্পী এমাহ পূর্বে কেন্দ্ৰটোৰ পৰা ওলাইছিল যদিও মাজে মাজে ড্ৰাগছ সেৱন অব্যাহত ৰাখিছিল। পম্পীৰ স্বামী এতিয়াও কেন্দ্রটোতে আছে। আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, একমাত্ৰ ড্ৰাগছৰ প্ৰতি থকা আসক্তিৰ বাবেই চিকিৎসাৰ বাবে মাকক নগাঁৱৰ প্ৰা গুৱাহাটীলৈ আনিবলৈ ওলাই গৈও মহানগৰীৰ ইছলামপুৰৰ ভগৱান নামৰ এখন হোটেললৈ গৈছিল।
তাত অত্যধিক পৰিমাণৰ ড্ৰাগছ সেৱনৰ ফলতে পাছত পম্পীৰ মৃত্যু হয়। উল্লেখ্য যে যোৱা ৩০ আগষ্টৰ মাজনিশা ইমৰান আলীয়ে এখন অট’ৰে পম্পীক জিএমচি এইছলৈ আনিছিল। মুমূর্ষু অৱস্থাত থকা পম্পীক ট্রলীত উঠোৱাৰ পাছত চিকিৎসকে পৰীক্ষা কৰি মৃত ঘোষণা কৰিছিল। সেই মুহূৰ্ততে ইমৰানে দৌৰি পলাবলৈ চেষ্টা কৰিছিল। জিএমচি এইছৰ কৰ্তব্যৰত সুৰক্ষা কৰ্ময়ে কৰায়ত্ত কৰাৰ পাছত ইমৰানক ভঙাগড় আৰক্ষীক গতাই দিয়া হৈছিল।

পৰৱৰ্তী সময়ত এই সম্পর্কীয় গোচৰটো পল্টন বজাৰ আৰক্ষী থানালৈ স্থানান্তৰ কৰা হয়। বর্তমান পল্টনবজাৰ আৰক্ষীৰ জিম্মাত আছে ধৃত ইমৰান আলী। ইমৰানৰ লগত পম্পীৰ দীৰ্ঘদিনৰ পৰা সম্পৰ্ক থকাৰো তথ্য উদ্ধাৰ হৈছে। ড্ৰাগছ আৰু নিষিদ্ধ জগতলৈ যুৱতী যোগানৰ সূত্রেই দুয়োৰে মাজত সম্পর্ক গঢ়ি উঠিছিল বুলি তথ্য লাভ কৰা হৈছে। ইমৰানৰ পৰা এই তথ্য উদ্ধাৰ হৈছে যে গুৱাহাটীত ড্ৰাগছ আৰু নাৰী দেহৰ এখন বৃহৎ গোপন বজাৰ চলি আহিছে। দুয়োজনৰ ম’বাইল ফোনৰ পৰাই ইয়াৰ তথ্য আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DrugsGMCHGuwahati Policewomen daed
publisher

publisher

Related Posts

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ
Assam

মহানগৰীৰ বিভিন্ন স্থানত ৩৫ টকাত উপলব্ধ পিয়াজ

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d