Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জনজাতিকৰণৰ চাপ বৃদ্ধি দিছপুৰলৈ

publisher by publisher
September 3, 2025
in Assam, News
Reading Time: 1 min read
0
জনজাতিকৰণৰ চাপ বৃদ্ধি দিছপুৰলৈ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

Protest:✒️বিগত ১১ বছৰে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রতিশ্রুতি ওলমি ৰোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ ৰাজ্য উত্তাল হ’বলৈ ধৰিছে। কেন্দ্ৰ-ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে তাই আহোমকে ধৰি ছয় জনগোষ্ঠী আন্দোলনমুখী হোৱাৰ সময়তে ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্রদানৰ দাবীত জনগোষ্ঠীটোৰ ছটাকৈ সংগঠনেও ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী লৈছে।

ADVERTISEMENT

উল্লেখ্য যে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ শেহতীয়া অসম ভ্ৰমণৰ সময়তে জনজাতিকৰণৰ দাবীত তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে তাই আহোম জনগোষ্ঠীয় সংগঠনে। আনকি কেন্দ্রীয় গৃহমন্ত্রীক মিছলীয়াও আখ্যা দিয়ে এই সংগঠনসমূহে।

পূৰ্বে ঘোষণা কৰা অনুসৰি মঙলবাৰে তালাপত মৰাণ জনগোষ্ঠীৰ ছয় সংগঠনে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। লক্ষ্যণীয়ভাবে এই আন্দোলন ব্যর্থ কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাই কৰা চেষ্টা ব্যর্থ হোৱাৰ আভাস স্পষ্ট হৈছে। আনহাতে, এই আন্দোলনৰ কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰিবলৈ বিগত সপ্তাহৰ পৰা গাঁৱে-ভূঞে, ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে মৰাণ জনগোষ্ঠী ৰাইজক সজাগ কৰিবলৈ কৰা প্ৰচেষ্টাৰ অন্তত মঙলবাৰে সন্ধিয়া তালাপত জোঁৰ সমদল উলিয়ায় সদৌ মৰাণ ছাত্ৰ সন্থাই।

জোঁৰ সমদলকাৰীসকলক বাধা দিবলৈ তিনিচুকীয়া জিলা প্রশাসনে পূৰ্বৰে পৰা বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী নিয়োজিত কৰি ৰাখে যদিও নিৰাপত্তাৰক্ষীৰ বেহু ভেদি সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বত দুই সহস্রাধিক প্রতিবাদকাৰীয়ে তালাপ নগৰত উপস্থিত হৈ তালাপ নগৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ পৰ্যন্ত উলিওৱা জোঁৰ সমদলত অংশগ্ৰহণকাৰীসকলে ‘বিজেপি চৰকাৰ হুঁচিয়াৰ, মৰাণসকলক জনজাতিকৰণ কৰক, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা চৰকাৰ হায় হায়, জনজাতি পৰিক্ৰমা মন্ত্রী বাক থু, আজি মৰাণ জাগিছে, জাগিবই, সংগ্রাম চলিছে, চলিবই, সদৌ মৰাণ ছাত্র সস্থা জিন্দাবাদ, জনজাতিকৰণ ন্যায্য দাবী, নৰেন্দ্ৰ মোদী হায় হায়, অমিত শ্বাহ লেই লেই ছেই ছেই, ন’ এছটি ন’ বেষ্ট’ আদি শ্ল’গানৰে আকাশ-বতাহ কঁপাই তোলে।

জোঁৰ সমদল উলিওৱাৰ পূৰ্বে সমদলকাৰীসকলক উদ্দেশি সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্র বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে কয় যে জনজাতিকৰণ মৰাণসকলৰ ন্যায্য দাবী। মৰাণ জনগোষ্ঠীয়ে জনজাতিকৰণ লাভ নকৰা পর্যন্ত ধাৰাবাহিক আন্দোলন চলাই নিয়া হ’ব। ‘

২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰি ন্যায্যতা দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। অন্যথা আগন্তুক নির্বাচনত বিজেপিয়ে উচিত শিক্ষা পাব বুলি হুংকাৰ দিয়ে মৰাণ ছাত্র নেতাদ্বয়ে। আনহাতে, চাৰি ছেপ্টেম্বৰত কাকপথাৰ, ছয় ছেপ্টেম্বৰত মাৰ্ঘেৰিটা আৰু ১০ ছেপ্টেম্বৰত তিনিচুকীয়াত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

আন্দোলনৰ ব্যৰ্থ কৰাৰ মুখ্যমন্ত্ৰীৰ চেষ্টা ব্যর্থ!

জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন ৰোধ কৰিবলৈ চৰকাৰে চলোৱা চেষ্টা একপ্ৰকাৰ ব্যৰ্থ হৈছে। যোৱা নিশা মুখ্যমন্ত্রী ড° শৰ্মাৰ নিৰ্দেশত তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্রী বিমল বড়াই তিনিচুকীয়াৰ কনভেন্সন চেণ্টাৰত জিলা আয়ুক্ত স্বপ্নীল পাল আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱৰ উপস্থিতিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ স’তে এক আলোচনাত মিলিত হয়।

আলোচনাৰ সময়ত মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টোক লৈ অহা ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ স’তে সদৌ মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বৰ এক মুখামুখি আলোচনাৰ প্ৰস্তাৱ উত্থাপন কৰি মঙলবাৰে পৰা হ’বলগীয়া ধাৰাবাহিক আন্দোলন স্থগিত ৰাখিবলৈ আহ্বান জনায় মন্ত্রী বড়াই।

অভিভাৱক মন্ত্রী আৰু তিনিচুকীয়া জিলা প্রশাসনে দিয়া প্রস্তাৱত সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলিন্দ্র বড়া আৰু সাধাৰণ সম্পাদক জয়কান্ত মৰাণে কয়, ‘জনজাতিকৰণৰ আন্দোলন স্থগিত কৰিব পৰা নহ’ব। গাঁৱে গাঁৱে ইতিমধ্যে সকলো মৰাণ ৰাইজক সজাগ কৰি আন্দোলনত অংশগ্রহণ কৰিবলৈ নেতৃত্বই জনোৱা আহ্বানক সমর্থন জনাই ৰাজপথত আন্দোলন কৰিবলৈ ঐক্যবদ্ধ হৈছে। ৰাইজক আন্দোলনৰ বাবে দিন-বাৰ চূড়ান্ত কৰি জনোৱা আহ্বানক সালসলনি বা আন্দোলন স্থগিত ৰাখিলে মৰাণ জনগোষ্ঠীৰ ৰাইজৰ ৰোষত দুয়োজন ছাত্র নেতা পৰিব বুলি স্পষ্ট কৰি দি ধাৰাবাহিক আন্দোলন চলাই নিয়া হ’ব বুলি সদৰী কৰে। ফলত চৰকাৰ-প্রশাসনৰ এই প্রচেষ্টা বিফল হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaProtest
publisher

publisher

Related Posts

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d