Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

এইবাৰ ১০ দিনতে বিদেশীক চিনাক্ত কৰি ‘পুছ বেক’ৰ জৰিয়তে বিতাড়ন!

publisher by publisher
September 10, 2025
in News, Assam
Reading Time: 1 min read
0
এইবাৰ ১০ দিনতে বিদেশীক চিনাক্ত কৰি ‘পুছ বেক’ৰ জৰিয়তে বিতাড়ন!
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Himanta biswa sarma:✒️এতিয়াৰে পৰা ১০ দিনৰ ভিতৰতে এজন লোক অনুপ্ৰৱেশকাৰী হয়নে নহয় তাক নিশ্চিত কৰি সেই অনুসৰি ব্যৱস্থা গ্ৰহণৰ মঙলবাৰে সিদ্ধান্ত গ্রহণ কৰিলে অসম চৰকাৰে। কালি দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত এখন এছঅ’পি গৃহীত কৰা হয়।

ADVERTISEMENT

এই সিদ্ধান্তৰ ভিত্তিত এসপ্তাহৰ ভিতৰত সকলো প্রক্রিয়া সম্পন্ন কৰি জাননী জাৰি কৰা হ’ব বুলি কেবিনেটৰ পাছত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে মুখ্যমন্ত্রীয়ে আজি স্পষ্ট কৰি দিয়ে যে উচ্চতম ন্যায়ালয়ৰ ছজনীয়া বিচাৰপতিৰে গঠিত সাংবিধানিক বিচাৰপীঠে দিয়া ৰায়ৰ ভিত্তিতে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। ইয়াৰ পাছত আৰু বিদেশী ন্যায়াধিকৰণৰ কোনো প্রয়োজন নাথাকিব। জিলা আযুক্তই হ’ব এই ক্ষেত্রত সর্বেসর্বা।

যদিহে জিলা আয়ুক্তই কোনো ক্ষেত্রত স্পষ্ট সিদ্ধান্তত উপনীত হ’ব নোৱাৰে, তেতিয়াহে বিষয়টো বিদেশী ন্যায়াধিকৰণলৈ যাব। উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক ঐতিহাসিক আখ্যা দি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ পাছত বিদেশী বহিষ্কৰণ প্রক্রিয়া অধিক খৰতকীয়া হ’ব। চৰকাৰে ত্বরান্বিত গতিত ‘পুছ বেক’ (বিদেশলৈ বিতাড়ন) নীতি কাৰ্যকৰী কৰিব পাৰিব।

তদুপৰি আগন্তুক দিনবোৰত পুছ বেক কৰা লোকৰ সংখ্যাও বৃদ্ধি হ’ব। মুখ্যমন্ত্রীয়ে কয় যে বিদেশী ন্যায়াধিকৰণে অনুপ্রবেশকাৰী বুলি চিনাক্ত কৰা যিসকল লোকৰ ক্ষেত্ৰত উচ্চ আৰু উচ্চতম ন্যায়ালয়ে স্থগিতাদেশৰ নিৰ্দেশ জাৰি কৰি থোৱা নাই, সেইসকলকো এতিয়া পুছ বেক কৰিব পৰা যাব।

চৰকাৰৰ এই সিদ্ধান্তৰ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, ‘বিদেশী চিনাক্তকৰণৰ ‘ইমিগ্রেন্ট এক্সপালছন ফ্রম আছাম এক্ট ১৯৫০’ ব্যৱহাৰ কৰিব পাৰিব বুলি উচ্চতম ন্যায়ালয়ে ঐতিহাসিক সিদ্ধান্ত আমাক দিছে। এই আইন মতে আজি কেবিনেটে এছঅ’পিত অনুমোদন জনায়। এছঅপি অনুসৰি এজন লোক অনুপ্রৱেশকাৰী বুলি অভিযোগ লাভ কৰিলে জিলা আযুক্তই ১০ দিনৰ ভিতৰত জাননী দিব লাগিব।

সেই ১০ দিনৰ ভিতৰত জাননী লাভ কৰা লোকজনে নিজকে ভাৰতৰ নাগৰিক বুলি প্ৰমাণ কৰিব লাগিব। যদি জিলা আযুক্ত এনে নথিপত্রত সন্তুষ্ট নহয়, তেন্তে লগে লগে লোকজনক বহিষ্কাৰৰ নিৰ্দেশ দিব। ইয়াৰ পাছতে আমি লোকজনক নির্দিষ্ট স্থানলৈ লৈ যাম আৰু তাৰ পাছত ‘পুছ বেক’ কৰিম। এই ‘পুছ বেক’ বাংলাদেশো হ’ব পাৰে, পাকিস্তানো হ’ব পাৰে। এছঅ’পিত আৰু এটা কথা উল্লেখ কৰা হৈছে। যদি এজন লোক অনুপ্ৰৱেশৰ ১২ ঘণ্টাৰ ভিতৰত ধৰা পৰে, তেন্তে জাননী দিয়াৰ কোনো প্রশ্নই নাই। লোকজনক লগে লগে ‘পুছ বেক’ কৰাৰ নিৰ্দেশ দি পাৰিব। মই পুনৰ স্পষ্ট কৰি দিব বিচাৰিছো যে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ নিৰ্দেশ মর্মে এই গোটেই ব্যৱস্থাটো গ্রহণ কৰা হৈছে। নির্দেশটোত এই বুলিও স্পষ্ট কৰা হৈছে যে এনআৰচি (ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী)ৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। নাগৰিকপঞ্জীত নাম থকা মানেই স্বদেশী নহয়। এনআৰচিত নাম থাকিলে অভিযোগ কৰিব পাৰিব, সেইবুলি এনআৰচি সুৰক্ষা কৱচ নহয়। শেহতীয়াকৈ দিয়া আন এটা নির্দেশত এই কথা স্পষ্ট কৰা হৈছে।’

এই প্রসংগতে মুখ্যমন্ত্রীয়ে কয় যে বিদেশী ন্যায়াধিকৰণত বর্তমান যিবোৰ গোচৰ বিচাৰাধীন হৈ আছে, সেইবোৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ভিত্তিত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আওতালৈ নাহিব। বর্তমান বিদেশী ন্যায়াধিকৰণত ৮২ হেজাৰটা গোচৰ বিচাৰাধীন হৈ আছে বুলিও তেওঁ সদৰী কৰে।

আনহাতে, চৰকাৰে এতিয়ালৈকে ৩০ হেজাৰ লোকক পুছ বেক কৰা বুলিও জনায় মুখ্যমন্ত্রীয়ে। তেওঁ এই বুলিও কয় যে আইএমডিটি বাতিলক লৈ সর্বানন্দ সোণোৱালৰ যিটো গোচৰ আছিল, তাতেই বিদেশী ন্যায়াধিকৰণক গুৰুত্বহীন কৰা হৈছিল; কিন্তু তেতিয়াৰ কংগ্ৰেছ তথা তৰুণ গগৈৰ চৰকাৰে নতুন ব্যৱস্থাৰে অতি কৌশলৰে বিদেশী ন্যায়াধিকৰণবোৰক ৰক্ষণাবেক্ষণ দিছিল। কংগ্ৰেছে এনেদৰে অসমক বিশ্বাসঘাতকতা কৰিছিল বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। তেওঁ লগতে কয় যে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে এজন অনুপ্রবেশকাৰীক নিজৰ দেশলৈ ওভতাই পঠিওৱাটো এটা অত্যন্ত দীঘলীয়া প্রক্রিয়া। উদাহৰণ স্বৰূপে অসমত থকা বিদেশী ন্যায়াধিকৰণবোৰে এতিয়ালৈকে ১.৬৮ লাখ লোকক অনুপ্রবেশকাৰী বুলি চিহ্নিত কৰিছে; অথচ তাৰে মাত্ৰ চাৰিশজনকহে বাংলাদেশে নিজৰ বুলি স্বীকাৰ কৰিছে। নতুন এই ব্যৱস্থাত সেই জটিলতা নাথাকিব। এইদৰে দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ন্যায়াধীশ সূর্য কান্তসহ ছজনীয়া সাংবিধানিক বিচাৰপীঠে দিয়া এই ৰায়ৰ বিৰুদ্ধে কোনো পক্ষই উচ্চ ন্যায়ালয় অথবা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব নোৱাৰিব।

কেৱলমাত্ৰ ছগৰাকীতকৈ ন্যায়াধীশৰ দ্বাৰা গঠিত সাংবিধানিক বিচাৰপীঠেহে এই ৰায়ক লৈ বিচাৰ-বিবেচনা কৰিব পাৰিব। সাংবিধানিক বিচাৰপীঠৰ নিৰ্দেশনাটো ১৯৫০ত যি বৰঅসম আছিল, সেই সকলোতে প্রযোজ্য হ’ব বুলিও মুখ্যমন্ত্রীয়ে কয়। এই প্রসংগতে অসমত প্রায় দৈনিক বাংলাদেশলৈ পুছ বেক অব্যাহত আছে বুলি উল্লেখ কৰি শীয়ে পুনৰ ৪২ জনক একে নীতিৰে প্ৰেৰণ কৰা হ’ব বুলি জনায়।

অসমত চিএএৰ প্ৰাসংগিকতা নাই

নাগৰিকত্ব সংশোধনী আইন (চিএএ)ৰ ম্যাদ কেন্দ্ৰীয় চৰকাৰে কৌশলৰে পুনৰ ১০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্তৰ বিৰুদ্ধে অসমত তীব্র প্রতিক্রিয়া অব্যাহত আছে। আইনখনক লৈ গঢ়ি উঠা বিৰোধিতাক নস্যাৎ কৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতৰ আন ৰাজ্যতহে ইয়াৰ প্ৰাসংগিকতা আছে। অসমত চিএএৰ প্ৰাসংগিকতাই নাই। তেওঁ কয়, ‘চিএএৰ জৰিয়তে বিদেশী চিনাক্তকৰণৰ ম্যাদ ২০৫০লৈ বৃদ্ধি কৰিলেও অসমৰ ওপৰত কোনো প্রভাৱ নপৰে।

কাৰণ অসমলৈ বাঙালী হিন্দুসকল অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ ১৯৭১ৰ ২৫ মাৰ্চৰ পূৰ্বেই আহিছিল। সেই কাৰণে আইনখন বলবৎ হোৱাৰ যোৱা দুবছৰত অসমত মাত্র ১২ জনেহে আবেদন কৰিছে। তাৰে ভিতৰত মাত্র তিনিজনৰ আবেদনহে গৃহীত হয়। চিএএৰ আবেদনখন অত্যন্ত তথ্যসমৃদ্ধ। আবেদনকাৰীয়ে বাংলাদেশৰ কোনখন গাঁৱৰ বাসিন্দা আছিল, সেই তথ্যও দিব লাগে। অসমলৈ যিহেতু বাঙালী হিন্দুসকল ১৯৭১ৰ আগতেই আহিছিল, গতিকে তেওঁলোকে নিজৰ গাঁওখনৰ নামেই পাহৰি গৈছে।

এনে এখন আইনৰ বিৰুদ্ধে অসমত পাঁচশজনে আন্দোলন কৰে আৰু আবেদন কৰিছে মাত্র ১২ জনে। সেই আন্দোলনত ছহিদ হয় পাঁচজন লোক আৰু নাগৰিকত্ব লাভ কৰিছে মাত্র তিনিজনে। যিহেতু মানুহবোৰ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ পূৰ্বেই অহা, গতিকে তেওঁলোকে আবেদন কৰাৰ প্ৰয়োজনীয়তাই অনুভৱ কৰা নাই। দুলাল নাথ নামৰ এজন মানুহ আছে, যাক বিদেশী ন্যায়াধিকৰণে ভাৰতীয় নহয় বুলি কৈছিল। আমি মানুহজনক চিএএৰ জৰিয়তে আবেদন কৰিবলৈ কৈছিলো। তেওঁহে আবেদন নকৰে। কাৰণ তেওঁ ১৯৭১ৰ আগতেই অসমলৈ অহা; অথচ চিএএ হ’লে অসমলৈ এক কোটি ৭০ লাখ মানুহ আহিব বুলি প্ৰচাৰ চলোৱা হৈছিল। ৰাতিৰ ভিতৰতে হেজাৰ হেজাৰ মানুহ অহাৰ কথা কৈছিল। এই মানুহবোৰক ১৯৭১ৰ পূৰ্বে ইন্দিৰা গান্ধীয়েই অসমলৈ লৈ আহিছিল।’ মুখ্যমন্ত্রীয়ে এই প্রসংগতে বাঙালী হিন্দুসকলক সন্দেহৰ চকুৰে নাচাবলৈ সকলোকে আহ্বান জনায়। অসমত থকা বাঙালী হিন্দুসকলক সন্দেহৰ চকুৰে চোৱাৰ কথাই নাহে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ প্রধানমন্ত্রী

সংবাদমেলত মুখ্যমন্ত্রীয়ে সদৰী কৰে যে অহা ১৩ ছেপ্টেম্বৰৰ বিয়লি ৪.২০ বজাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী গুৱাহাটীত উপস্থিত হ’ব। সন্ধিয়া পাঁচ বজাত ড° ভূপেন হাজৰিকা জন্ম শতবর্ষ অনুষ্ঠানত উপস্থিত থাকিব। এই কাৰ্যসূচীত ১২শৰো অধিক শিল্পীয়ে ১৮ মিনিটজুৰি সুধাকণ্ঠৰ ১৪টা গীত একেলগে পৰিবেশন কৰিব। প্রধানমন্ত্রীয়ে ভাৰতৰত্নগৰাকীৰ এখন জীৱনী গ্রন্থ আৰু ভাৰতীয় ৰিজার্ভ বেংকে প্রবর্তন কৰিবলগীয়া এটা এশটকীয়া মুদ্রা উন্মোচন কৰিব। ১৪ ছেপ্টেম্বৰত প্রধানমন্ত্রী পুরা মঙলদৈলৈ যাব আৰু বিয়লি নুমলীগড়লৈ যাব। এই দুয়োটা স্থানত প্রধানমন্ত্রীয়ে মুঠ ১৮ হেজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিব। নুমলীগড়ৰ পৰা প্ৰধানমন্ত্ৰী যোৰহাট বিমানকোঠত উপস্থিত হ’ব আৰু অসমৰ পৰা বিদায় মাগিব। ড° ভূপেন হাজৰিকাৰ অনুষ্ঠানটো উপভোগ কৰিব বিচৰা লোকৰ বাবে আজিৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰ আৰু ৰবীন্দ্ৰ ভৱনত প্রবেশপত্র উপলব্ধ হ’ব।

মুখ্যমন্ত্রীয়ে কালি কংগ্রেছ নেতা ৰাহুল গান্ধীকো সমালোচনা কৰে। তেওঁ কয় যে এজন সাংসদ হিচাপে ক’বলগীয়া নাছিল; কিন্তু সংসদৰ বিৰোধী দলপতি হিচাপে ৰাহুল গান্ধীয়ে কালি ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে এটা শব্দও স্মৰণ নকৰিলে। ইয়াকে লৈ অসমৰ ৰাইজ অত্যন্ত দুখিত আৰু ক্ষুব্ধ হৈছে। মুখ্যমন্ত্রীয়ে কয়, ‘বাহী বিয়াত উকলি দিয়াৰ দৰে দুপৰীয়াহে ৰাহুল গান্ধীয়ে কিবা এটা লিখিছিল। মল্লিকার্জুন খাগেইতো তাৰো পাছত লিখে। দুপৰীয়ালৈকে যেতিয়া ৰাহুল গান্ধীৰ কোনো মন্তব্য নাছিল, তেতিয়া বিজেপিৰ সামাজিক মাধ্যমত তেওঁক সমালোচনা কৰাত অসমৰ পৰা ফোন কৰিহে দেৰিকৈ হ’লেও ব্যৱস্থা এটা কৰা হয়। সকলোৱে সুধাকণ্ঠৰ জন্ম শতবৰ্ষক লৈ পুৱাতেই নিজৰ অনুভৱ ব্যক্ত কৰিছিল। ৰাহুল গান্ধীৰ এই আচৰণ অত্যন্ত দুঃখজনক। তেওঁ কার্টুন হয় আৰু কার্টুনেই হৈ ৰ’ব।’

গৌৰৱ গগৈৰ কি হ’ব?

কংগ্ৰেছ সাংসদ গগৈৰ পাকিস্তানৰ লগত গোপন সম্পর্ক থকা বুলি বিগত দিনবোৰত সৰৱ হৈ থকা মুখ্যমন্ত্ৰীয়ে ১০ ছেপ্টেম্বৰ অর্থাৎ কাইলৈ সকলো তথ্য ফাদিল কৰাৰ ঘোষণা কৰিছে। সেই সন্দৰ্ভত কালি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, ‘এছআইটিয়ে বর্ধিত সময় বিচৰা নাই। গতিকে নিয়মমতে আজি প্রতিবেদন দাখিল কৰিব লাগে। তাৰ পাছত মই প্রতিবেদন পঢ়িম। যদি গুৰুতৰ কথা থাকে, তেন্তে গৃহমন্ত্ৰীৰ লগত কথা পাতিম আৰু যদি প্রতিবেদনত একো নাথাকে, বিষয়টো তাতেই বন্ধ কৰি দিম। গতিকে প্রথমতে মই প্রতিবেদনখন পঢ়িব লাগিব।’

ইপিনে, কালিৰ কেবিনেটত ক্ষুদ্র আৰু প্রান্তীয় কৃষকসকলে যাতে বজাৰ ব্যৱস্থাত সক্রিয়ভাবে অংশ ল’ব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন-২০২০ৰ সংশোধনীত অনুমোদন জনোৱা হয়। ২০২৫ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ অথবা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষার্থীসকলক ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ বিতৰণতো কেবিনেটে অনুমোদন জনায়। এইবাৰ এই বঁটা ১১,২৫০ গৰাকী ছাত্র-ছাত্রীক প্রদান কৰা হ’ব। কেবিনেটে কালি দুর্যোগপীড়িত হিমাচল প্রদেশক অসমৰ পৰা পাঁচ কোটি টকা সাহায্য প্রদানৰ সিদ্ধান্ত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarma
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d