Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

    তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

    গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

    আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

    মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

    সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Preparations for the Durga Puja:ব্যস্ততা বৃদ্ধি খনিকৰৰ ,শাৰদীয় দুর্গোৎসৱ, কালীপূজাৰ বাবে প্ৰশাসনৰ আহ্বান

publisher by publisher
September 11, 2025
in Assam, News
Reading Time: 1 min read
0
Preparations for the Durga Puja:ব্যস্ততা বৃদ্ধি খনিকৰৰ ,শাৰদীয় দুর্গোৎসৱ, কালীপূজাৰ বাবে প্ৰশাসনৰ আহ্বান
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

নদুৱাৰত সমষ্টিত ভোটগ্ৰহণৰ মাজতে দুঃখজনক ঘটনা

Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন

Tezpur:তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত অঘটন !

Preparations for the Durga Puja:

ইতিমধ্যে ৰাজ্যৰ লগতে তেজপুৰ তথা শোণিতপুৰৰ খনিকৰসকল পূর্ণোদ্যমে ব্যস্ত হৈ পৰিছে বিশ্বকর্মা আৰু দশভূজা দুর্গা প্রতিমা নিৰ্মাণৰ কামত। পূর্বে বিশ্বকর্মা পূজাৰ পৰা আৰম্ভ হোৱা দুর্গোৎসৱৰ পৰিৱেশ আজিকালি আগতীয়াকৈ আৰম্ভ হয় গণেশ চতুর্থীৰ পৰাই। তেজপুৰত বৰ্তমান গণেশ পূজাৰ সংখ্যা বাঢ়ি অহাৰ বাবেই মৃন্ময় প্রতিমা নিৰ্মাণ কৰা খনিকৰসকলৰ ব্যস্ততাৰো বৃদ্ধি পায় আগতীয়াকৈ। এনে অৱস্থাত বিশ্বকর্মা পূজালৈ মাজত মাত্র এটা সপ্তাহো বাকী নথকাৰ উপৰি শাৰদীয় দুর্গা পূজালৈ মাজত আছে মাত্র এটা পষেক। এনে অৱস্থাত তেজপুৰ, ঢেকিয়াজুলি, বিহগুৰি, বিন্দুকুৰি, খেলমাটি, বালিপৰা আদি সকলোতে খনিকৰসকলে বিশ্বকর্মা প্রতিমাৰ সমানে নির্মাণ কৰিছে দুৰ্গাৰ মৃন্ময় মূর্তি। একেদৰে ৰাজহুৱা দুর্গা পূজা সমিতিসমূহৰ বহুসংখ্যকৰেই মণ্ডপ নিৰ্মাণৰ কামো আৰম্ভ হৈছে।

ADVERTISEMENT

এনে পৰিৱেশৰ মাজতে আগন্তুক দুর্গা পূজা আৰু কালী পূজা শান্তিপূর্ণভাবে উদ্যাপনৰ পৰিপ্ৰেক্ষিতত সাজু হৈছে শোণিতপুৰ প্রশাসন। ইতিমধ্যে আয়ুক্ত আনন্দ কুমাৰ দাসৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ দুই নম্বৰ সভা কক্ষত এখন প্রস্তুতিমূলক সভাও অনুষ্ঠিত হৈ গৈছে। উল্লেখ্য যে, আগন্তুক দুর্গা পূজা উদ্যাপন আৰু অন্যান্য পূজা উৎসব উদ্যাপন যাতে শান্তিপূর্ণভাবে হয় তাৰ বাবে আহ্বান জনোৱাৰ লগতে পূৰ্বৰ দৰেই শোণিতপুৰ জিলা প্রশাসনে শ্রেষ্ঠ পূজা সমিতিসমূহক প্রথম, দ্বিতীয় আৰু তৃতীয় স্থানেৰে পুৰস্কৃত কৰিব আৰু লগতে সকলো সমজিলা আয়ুক্তসকলক নিজ নিজ সমজিলাত একেধৰণৰ পদক্ষেপ গ্রহণ কৰিবলৈ আহ্বান জনায়।

তদুপৰি তেওঁ মূর্তি বিসৰ্জনৰ সময়ত অনুশাসনৰ দ্বাৰা দুর্ঘটনামুক্ত কৰাৰ সকলো ব্যৱস্থা গ্রহণত গুৰুত্ব দিয়া হৈছে। আনহাতে, পূজা সমিতিসমূহৰ দ্বাৰা সংশ্লিষ্ট বিভাগৰ পৰা প্ৰয়োজনীয় আপত্তিবিহীন প্রমাণপত্রসহ অনুমতিৰ বাবে আবেদন সম্পর্কীয় বিষয়সমূহ, পূজা মণ্ডপৰ উপযুক্ততা, বিদ্যুৎ সংযোগৰ উপযুক্ততা, পৰিবেশ অনুকুলে উদ্যাপন সম্পর্কত প্রদূষণ নিয়ন্ত্রণ ব’ৰ্ডৰ নিৰ্দেশনা মানি চলাৰ বাবে আহ্বান জনোৱা হৈছে। পূজা সমিতিসমূহে অহা ১৮ ছেপ্টেম্বৰ বা তাৰ পূৰ্বে শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ পৰা এন অ’ চিৰ বাবে আবদন কৰিব লাগিব।

আৰক্ষীৰ পৰা এন’ চি লাভ কৰাৰ পাছত ২৩ ছেপ্টেম্বৰৰ ভিতৰত জিলা আয়ুক্ত বা নিজ নিজ সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এন অ’ চিৰ বাবে আবেদন কৰিব লাগিব। প্রশাসনে পূজা মণ্ডপসমূহত স্বচ্ছতা বজাই ৰাখি আগন্তুক পূজা উদ্যাপনৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে আৰু জিলা প্ৰশাসনৰ বিশদ নির্দেশনাসমূহ মানি চলিবলৈ সমিতিসমূহক আহ্বান জনায়। উল্লেখ্য যে পূজা মণ্ডপত চিচিটিভি বাধ্যতামূলকভাৱে স্থাপন কৰা, অগ্নিনির্বাপক সেৱা, এম্বুলেন্স, আৰক্ষী আৰু নিয়ন্ত্রণ কক্ষৰ দৰে স্থানীয় জৰুৰীকালীন নম্বৰ প্ৰদৰ্শন, নৈশ ৰক্ষীৰ ব্যৱস্থা, স্বেচ্ছাসেৱকক নিয়োগ কৰা, যান-বাহন ব্যৱস্থাপনা, বিসর্জনস্থলীৰ পথৰ কাষৰ গছৰ শাখাবোৰ ট্রিমিং কৰা, বিপজ্জনক বিদ্যুৎ লাইন পৰীক্ষা কৰিবলৈ কোৱাৰ লগতে পুৱা আঠ বজাৰ পূৰ্বে আৰু নিশা ১০ বজাৰ পাছত লাউডস্পীকাৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আৰু সুৰক্ষাৰ স্বাৰ্থত বিসৰ্জনৰ সময়ত সৰু ল’ৰা-ছোৱালী যাতে সমরেশত উপস্থিত নাথাকে তাৰ বাবে দৃষ্টি ৰাখিবলৈও সমিতিসমূহক আহ্বান জনোৱা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 2025 Durga Puja CelebrationDist AdministrationsDurga Puja CommitteePreparationsTEZPUR
publisher

publisher

Related Posts

চাপৰমুখ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা
Assam

September 3, 2026
তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি
Assam

তেজপুৰৰ কলিবাৰীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰলৈ ভাবুকি

September 3, 2026
গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ
Assam

গহপুৰ-নুমলীগড়ৰ প্ৰস্তাৱিত সুৰংগ নিৰ্মাণৰ বাবে নিবিদা আহ্বান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ

September 3, 2026
আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ
Assam

আৰক্ষী- চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ অভিযানত মণিপুৰৰ জিৰিবামত ৮০ কোটি টকাৰ ড্ৰাগছ জব্দ

September 3, 2026
মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ
Assam

মিত্রতা ভংগৰ পিছতে কংগ্ৰেছৰ বিৰুদ্ধে ধাৰাবাহিক বিস্ফোৰণ ৰাইজৰ দলৰ

September 3, 2026
সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা
International

সূর্যোদয়ৰ দেশত ১৪ হেজাৰ ভালুক গুলীয়াই বধ আৰু ৮,৮০০ক হত্যাৰ পৰিকল্পনা

September 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d