Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

১৫ বাৰ নহয়, ১১ বছৰ পূৰ্বে এবাৰ পাকিস্তানলৈ গৈছিলো: সাংসদ গগৈ

publisher by publisher
September 15, 2025
in Assam, News
Reading Time: 1 min read
0
বিজেপি চৰকাৰ থাকোতে ভিচিডিচিত দুর্নীতি কেনেদৰে হ’বলৈ পালে?
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

Gaurav Gogoi:✒️লোকসভাৰ বিৰোধী উপ-দলপতি তথা প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ৰ অভিযোগৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে (এছআইটি) যোৱা ১০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ হাতত তদন্ত প্রতিবেদন দাখিল কৰাৰ পাছতে এই বিষয়ত প্রথমবাৰলৈ মুখ খুলিছে কংগ্ৰেছৰ সাংসদজনে।

ADVERTISEMENT

দেওবাৰে দিল্লীত সংবাদ মাধ্যমৰ আগত সাংসদ গগৈয়ে কয় যে এছআইটিয়ে এবাৰো তেওঁক সোধপোছ কৰা নাছিল। অৱশ্যে তেওঁৰ পত্নী এলিজাবেথ কলবার্ণক দুদিন এছআইটিয়ে জেৰা কৰা বুলি তেওঁ সদৰী কৰে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, ‘এছআইটি মোৰ ওচৰলৈ অহা নাছিল, মোৰ পৰিবাৰৰ ওচৰলৈ আহিছিল। দুদিন বিভিন্ন কথা সুধিছিল। সেয়ে ময়ো বাট চাই আছো এছআইটিৰ প্রতিবেদন পঢ়িবলৈ যে কি কাহিনী বনালে, কি কথা পালে।’

লগতে পাকিস্তান ভ্ৰমণৰ সন্দৰ্ভত সাংসদজনে কয়, ‘মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ নেতাসকলে বিভিন্ন সময়ত কৈ আহিছে যে মই ১৫ বাৰ পাকিস্তানলৈ গৈছো। মই জনাত মই এবাৰহে পাকিস্তানলৈ গৈছিলো, তাকো ১১ বছৰ আগত। তেন্তে বাকী ১৪ বাৰ পাকিস্তানলৈ কোন গ’ল?’ তেওঁৰো কোনোবা বডী ডাবল এইবাৰ ওলাল নেকি বুলি প্রশ্ন কৰি সাংসদজনে পুনৰ কয়, ‘মোৰো কোনোবা বডী ডাবল ওলাল নেকি?

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই যিদৰে ৰাহুল গান্ধীৰ বডী ডাবল দেখা পাইছিল, মোৰো বডী ডাবল ওলাইছে নেকি, যিয়ে মোৰ নাম-পৰিচয় লৈ পাকিস্তানলৈ ১৪বাৰ গ’ল। সেয়ে ময়ো বিচাৰো যে এছআইটিৰ প্ৰতিবেদন ৰাজহুৱা হওক, এই ১৪ বাৰ পাকিস্তানলৈ যোৱা মানুহজনৰ আধাৰকাৰ্ড, পাৰ্ছপ’ৰ্ট সকলো ৰাজহুৱা কৰি দিয়ক। প্রয়োজন হ’লে এই বডী ডাবলৰ ওপৰত মইহে গোচৰ তৰিম।’

লোকসভাৰ বিৰোধী উপ-দলপতিজনে পুনৰ কয়, ‘মুখ্যমন্ত্রী ভয়াতুৰ, ফ্লপ শ্ব’ ৰাইজক নেদেখালে; সেয়েহে এছআইটিৰ প্ৰতিবেদন গোপন কৰি ৰাখিছে। গম পাইছে যে ৰাইজে ফ্লপ বেটিং দিব। যিয়ে নহওক মই বিচাৰো যে ফ্লপ হ’লেও এই প্রতিবেদন ৰাইজে চাব লাগে। সেয়েহে এছআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰক। কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক, পঢ়ি ৰাইজে সিদ্ধান্ত ল’ব।’ লগতে তেওঁৰ শেহতীয়া বিহু নাচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘মুখ্যমন্ত্ৰীয়ে নাচি ভাল পায়, ময়ো নাচি ভাল পাওঁ, কিয়নো আপত্তি? তেওঁ নাচি থাকক মোৰ আপত্তি নাই, মোৰ নাচ চাই তেওঁৰ আপত্তি হ’ব নালাগে।’

বিজ্ঞাপনৰ ধনৰ লোভতে ভাৰতীয় দলটোক পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ দিয়া হৈছে

ইফালে, এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ অনুষ্ঠিত হোৱাক লৈ প্রতিক্রিয়া প্রকাশ কৰি প্ৰদেশ কংগ্রেছ সভাপতি গগৈয়ে কয় যে বিজ্ঞাপনৰ ধনৰ লোভতে ভাৰতীয় দলটোক আজি পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ দিয়া হৈছে। পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ সন্মত হোৱা সিদ্ধান্তক গৰিহণা দি তেওঁ কয়, ‘আইচিচি আজি ভাৰতৰ দখলত আছে। বিচিচিআই আছেই। যদি আন্তঃৰাষ্ট্ৰীয় এখন প্রতিযোগিতাৰ পৰা আমি পাকিস্তানক বাহিৰত ৰাখিব নোৱাৰো তেন্তে মোদী ডাঙৰীয়া বিশ্বগুৰু হোৱাৰ অৰ্থটো কি হ’ল?’

পূর্বে বিভিন্ন সময়ত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে থকা মেচবৰ্জন কৰিছে বুলি উল্লেখ কৰি এইবাৰ কিয় তেনে কৰিব পৰা নাই বুলিও প্রশ্ন কৰে গগৈয়ে। একমাত্র বিজ্ঞাপনৰ ধনৰ লোভতে বিজেপি চৰকাৰ আৰু বিচিচিআয়ে পহলগামৰ ছহিদক অপমান কৰিছে বুলি লোকসভাৰ বিৰোধী উপ-দলপতিজনে অভিযোগ কৰে। ইয়াৰ বাবে বিজেপি চৰকাৰে ছহিদ পৰিয়ালৰ সদস্যসকলৰ ওচৰত ক্ষমা বিচাৰিবলৈ তেওঁ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Gaurav GogoiHimanta Biswa SarmaPakistan
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d