Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Song king Zubeen Garg: মানুহৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিয়েই গ’লগৈ জুবিন

১৯৯২ত 'অনামিকা'ৰ দ্বাৰা সাফল্য লাভৰ পাছত বাকীখিনি ইতিহাস প্রসিদ্ধ সংগীতজ্ঞ জুবিন মেহতাৰ অনুপ্ৰেৰণাতে পিতৃ-মাতৃয়ে নামকৰণ কৰিছিল কে'বাখনো চলচ্চিত্রত অভিনয়ৰে সাঁচ বহুৱাই থৈ গ'ল দৰ্শকৰ মনত, ৩০ সহস্রাধিক গীতত কণ্ঠদান, ১২ বিধ বাদ্যযন্ত্র বাদন, পশ্চিমীয়া সংগীতৰ পৰা লোকগীত-টোকাৰী গীতলৈ সমানে জনপ্রিয়তা অর্জন প্রতিটো প্ৰজন্মৰ মাজ

publisher by publisher
September 20, 2025
in Assam, News
Reading Time: 1 min read
0
Song king Zubeen Garg: মানুহৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিয়েই গ’লগৈ জুবিন
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Song king Zubeen Garg:

ধুমুহাৰ স’তে মোৰ/বহু যুগৰে নাচোন/নিজানৰ গান মোৰ/শেষ হ’ব ভাবো তোমাৰ বুকুত…’। যি ধুমুহাৰ স’তে বহু যুগৰে নাচোন, সেই ধুমুহাকে অসমবাসীৰ হৃদয়ত সৃষ্টি কৰি উভতি নহাৰ বাটেৰে গুচি গ’ল সকলোৰে আপোন, সকলোৰে মৰমৰ জুবিন গার্গে। নিজৰ ‘মায়াবিনী ৰাতিৰ বুকুত’ শীর্ষক গীতটি মৃত্যুৰ সময়ত গাবলৈ সকলোকে সদায় আহ্বান জনাই অহা ‘লুইতকণ্ঠ’ জুবিনৰ নিজানৰ গান অৱশ্যে প্রিয়তমাৰ বুকুত শেষ নহ’ল। বৰঞ্চ বহু দূৰৰ ছিংগাপুৰত এক অভাৱনীয় ঘটনাত সকলোকে কন্দুৱাই জুবিন গুচি গ’ল অচিন দেশলৈ।

ADVERTISEMENT

যিজন জুবিনে অসম তথা অসমীয়াৰ মাজত থকাৰ বাবেই বলিউদৰ দৰে লোভনীয় স্থান ত্যাগ কৰি গুচি আহিছিল, যিজন জুবিনে মাত্র কিছু ঘণ্টাৰ আগলৈকে অসম তথা উত্তৰ-পূবৰ কৃষ্টি-সংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াব চেষ্টা কৰিছিল; সেইজন জুবিনে কিন্তু জীৱনৰ শেষ নিশ্বাস অসম-মাতৃৰ কোলাত ল’ব নোৱাৰিলে। নর্থ-ইষ্ট ফেস্টিভেলত সংগীত পৰিবেশনৰ বাবে ছিংগাপুৰ লৈ গৈ স্কুবা ডাইভিং কৰিবলৈ যোৱা অৱস্থাত শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগি জুবিন গুৰুতৰভাৱে অসুস্থ হৈ সাগৰৰ পানীত পৰি যায়। ছিংগাপুৰ আৰক্ষীয়ে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰি এখন বেচৰকাৰী হাস্পতালত ভর্তি কৰায় যদিও আইচিইউত চিকিৎসাধীন অবস্থাতে সকলোৰে হিয়াৰ আমঠু জুবিনে শেষ নিশ্বাস ত্যাগ কৰে। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম-শতবার্ষিকী অসমে ওলহ মালহৰে পালন কৰাৰ সময়তে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত অপুৰণীয় বিজ্ঞানৰ সৃষ্টি কৰি পাখি মেলি উৰি গুচি গল জুবিন।

জুবিন মানে এজন জনপ্রিয় সংগীত শিল্পী নাছিল, জুবিন আছিল অসমৰ শ্বাসতন্ত্র। সুধাকণ্ঠৰ পাছত জুবিনেই সংগীতৰ নায়াৰে অসমীয়াৰ অনেক দুখ-যন্ত্রণাৰ উপশম যটাই আহিছিল। বিভিন্ন সময়ত জুবিনে বিতৰ্কৰ সৃষ্টি কৰি আহিছে। বহু মন্ত্রী-বিধায়ককো অপ্রস্তুত হ’ব পৰা উপমাৰে অভিহিত কৰিছে। অথচ কোনেও জুবিনক কেতিয়াও বেয়া পোৱা নাছিল। কেতিয়াবা হয়তো তেওঁক কোনোবাই সমালোচনা কৰিছিল, তেওঁৰ অশৃংখল জীৱন-যাপনৰ প্রতি আশংকা ব্যক্ত কৰিছিল; কিন্তু সেয়া আছিল প্রকৃততে তেওঁৰ প্রতি থকা অকুণ্ঠ ভালপোৱাৰ নিদর্শন। বলিউদৰ প্ৰখ্যাত কণ্ঠশিল্পী হানে জুবিনৰ মৃত্যুত শোকব্যক্ত কৰি মন্তব্য কৰিছে যে জুবিনে ৰজাৰ দৰে থাকিছিল। নিজৰ মনৰ দ্বাৰা পৰিচালিত হৈছিল। নিজৰ মতে চলিছিল। সেইবোৰ স্বভাবেই জুবিনক অনন্য কৰি তুলিছিল।

শৈশৱত জুবিন বৰ উৎপতীয়া আছিল। বহু দুষ্টালি কৰিছিল। সংগীত শিল্পী ৰূপে প্ৰচুৰ খ্যাতি অর্জন কৰাৰ পাছতো জুবিন আছিল নিজা মন-মর্জিত চলা মানুহ। প্রয়েজনত যিকোনো মানুহৰ বিৰুদ্ধে মন্তব্য কৰিবলৈ তেওঁ দুবাৰ নাভাবিছিল। অৱশ্যে বয়সৰ লগে লগে উৎপতীয়া স্বভাৱ কিছু শাম কাটিলেও তেওঁৰ মন আছিল শিশুৰ দৰেই সৰল। লগত আছিল অসীম সাহস। যাৰ বাবে তেওঁ প্রকাশ্যে সুৰাপন কৰাৰ কথা ক’ব পাৰিছিল, যিকোনো মানুহৰ প্রতি কটু মন্তব্য কৰিব পাৰিছিল, অংগুষ্ঠ প্ৰদৰ্শন কৰিব পাৰিছিল, নিজে ব্রাহ্মণ সম্প্রদায়ৰ সম্মান হোৱা সত্ত্বেও লন্ডন ছিঙি দিয়া বুলি কৈ তেওঁ কোনো ধর্মত বিশ্বাস নকৰে বুলি ক’ব পাৰিছিল, আনকি যুগ যুগ ধৰি দূর্গা পূজাৰ নৱমীত মা কামাখ্যা মন্দিৰত চলি অহা ম’হ বলিৰ পৰম্পৰাৰ বিৰুদ্ধে মাত মাতিব পাৰিছিল। জুবিনে কেতিয়াবা বিহু মঞ্চতে হওক বা আন অনুষ্ঠানত, ইচ্ছাকৃতভাবেই বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশ্যে ইয়াৰ অন্তৰালতো আছিল তেওঁ সহ্য নকৰা কেতবোৰ কাৰণ, যিবোৰৰ প্ৰতিবাদৰ চেষ্টা কৰি আহিছিল। একাধিকবাৰ জুবিন বৰ্জনৰ সম্মুখীন হৈছিল যদিও তেওঁ সদায় আছিল স্বমহিমাৰে। কোনো বিতর্ককে তেওঁ গুৰুত্ব দিয়া নাছিল।

অনুৰাগীয়েই আছিল তেওঁৰ বাবে সকলো। উল্লেখ্য যে জুবিনক নৱ-প্ৰজন্মৰ ‘হার্টথ্র’ব’ বুলি কোৱা হয়। আচলতে সেই উপমাটো এতিয়া আৰু তেওঁৰ স’তে ৰজিতা নাখায়। কিয়নো জুবিন ৯০ দশকৰ প্ৰথমভাগৰ পৰাই আমৃত্যু আছিল অসমৰ আবাল-বৃদ্ধ-বনিতাৰ ‘হার্ট’ব’। তেওঁৰ বাবে বলিয়া হোৱা একাধিক নৱ-প্রজন্ম এতিয় প্রৌঢ়; কিন্তু সকলোৰে মনত তেওঁ বিদ্যমান।

জুবিনৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ আৰু মাতৃ প্রয়াত ইলি বৰঠাকুন। পিতৃ আছিল দণ্ডাধীশ। কপিল ঠাকুৰ ছদ্মনামেৰে তেওঁ কবিতা আৰু গীত ৰচনা কৰিছিল। জুবিনৰ প্ৰথম অৱস্থাৰ বহু জনপ্রিয় গীতৰ ৰচক আছিল তেওঁৰ পিতৃ। প্রাথমিক শিক্ষা মেঘালয়ত আৰম্ভ কৰাৰ পাছত জুবিনৰ পৰিয়ালে যোৰহাটত থাকিবলৈ লয়। অৱশ্যে পিতৃৰ কৰ্মসুত্রে জুবিনেও একাধিক স্থানত অধ্যয়ন কৰিছিল। তামুলপুৰৰ এখন বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু কৰিমগঞ্জৰ এখন বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত জুবিনে কিছুদিন যোৰহাটত জেবি কলেজত পঢ়াৰ পাছত গুৱাহাটীৰ বি বৰুৱা কলেজত বিজ্ঞান শাখাত স্নাতক মহলাত নাম লগায়। বি বৰুৱা কলেজৰ গৰাই তেওঁৰ সংগীতৰ সুৰীয়া যাত্ৰা আৰম্ভ হৈছিল।

উল্লেখ্য যে জুবিনৰ প্ৰথম সংগীত গুৰু আছিল তেওঁৰ মাতৃ। তেওঁ মাতৃ আছিল শাস্ত্রীয় সংগীত শিল্পী। পিতৃ আছিল গীতিকাৰ। সেইবাবেই তিনি বছৰ বয়সৰ পৰাই জুবিন সংগীতৰ প্রতি আসক্ত হৈ পৰিছিল। ভাৰতীয় ধ্রুপদী সংগীতৰ স্রষ্টৰূপে চিহ্নিত তথা শাস্ত্রীয় সংগীতৰ যাদুকৰ জুবিন মেহতাৰ অনুপেৰণাত পিতৃ-মাতৃয়ে তেওঁৰ নাম ৰাখিছিল জুবিন বৰঠাকুৰ। পৰৱৰ্তী সময়ত অৱশ্যে জুবিনে বৰঠাকুৰ উপাধিৰ পৰিৱৰ্তে নিজৰ গোত্ৰ অনুসাৰে গাৰ্গ উপাধি লিখিবলৈ লয়। মাতৃৰ পৰাই তেওঁ প্রথম সংগীতৰ শিক্ষা লাভ কৰিছিল। ইয়াৰ সমান্তৰালকৈ পণ্ডিত ৰবিন বেনাৰ্জীৰ তত্ত্বাৱধানত তেওঁ ১১ বছৰ তবলা বাদনৰ প্রশিক্ষণ লৈছিল। আনহাতে গুৰু ৰমনী ৰায়ে তেওঁক অসমীয়া লোক সংগীতৰ স’তে পৰিচয় কৰাই দিছিল।

স্কুলীয়া দিনতে জুবিনে একাধিক গীতৰ সৃষ্টি কৰিছিল। তবলাৰ উপৰি তেওঁ’ গীটাৰ, ড্রাম, হাৰমনিয়াম, খোল, বাকে ধৰি প্রায় ১২বিধ বাদ্যযন্ত্র সুন্দৰভাবে বজাব পাৰিছিল। ১৯৯২ত বি বৰুৱা কলেজত পঢ়ি থকা অৱস্থাতে জুবিন প্রথম পাদপ্রদীপলৈ আহে। সেই বছৰ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত পশ্চিমীয়া সংগীতত স্বর্ণপদক অর্জন কৰি জুবিনে মহাবিদ্যালয়ত জনপ্রিয়তা অর্জন কৰে। সেই বছৰতে তেওঁ’ পেছাদাৰী সংগীতৰ ক্ষেত্ৰখনতো ভৰি দিয়ে। ১৯৯২তে তেওঁৰ প্ৰথম আধুনিক গীতৰ এলবাম ‘অনামিকা’ই প্ৰচুৰ জনপ্রিয়তা অর্জন কৰাৰ লগে লগে জুবিনে সমগ্র অসমতে অসংখ্য অনুৰাগীৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। অৱশ্যে জুবিনৰ কণ্ঠত প্রথম বাণীবদ্ধ হোৱা গীত আছিল ‘ৰীতু’ নামৰ এলবামৰ বাবেহে। যদিও সেই এলবামে ১৯৯৩ তহে মুক্তিলাভ কৰিছিল। সেই এলবামৰে দুটি জনপ্রিয় সুৰীয়া গীত আছিল ‘তুমি জানো পাৰিবা সোণ’ আৰু ‘তুমি জোনাকী সুবাস’। প্রায় একে সময়তে মুক্তি লাভ কৰে জুবিনৰ ‘সপোনৰ সুৰ’, ‘জোনাকী মন’, ‘মায়া’, ‘আশা’ আদি এলবামে। প্রায় প্রতিটো এলবামৰ প্ৰচুৰ জনপ্ৰিয়তাৰ সুবাদত জুবিন অসমৰ সংগীতৰ ক্ষেত্ৰখনৰ প্ৰায় অবিসম্বাদী সম্রাট হৈ পৰে। সুধাকণ্ঠৰ অসুস্থতা তথা খগেন মহন্ত, দীপেন বৰুৱা, জিতুল সোণোৱাল আদিৰ জনপ্রিয়তা ম্লান হোৱাৰ সুযোগতে জুবিন অসমৰ সংগীতপ্রেমীৰ হাদয়ৰ মণিত পৰিণত হয়। সংগীতত পশ্চিমীয়া সংগীতৰ ছাপ থকাৰ বাবে তেওঁ যিদৰে নৱ-প্ৰজন্মৰ মাজত জনপ্রিয় হৈ পৰিছিল, সেইদৰে টোকাৰী গীত, লোকগীত আদিৰ লগতে বিহুগীতৰ জৰিয়তে জুবিন প্রাপ্তবয়স্ক লোকৰ মাজতো সমানে সমাদৃত হৈছিল।

১৯৯৫ত জুবিনে বলিউদত প্রতিষ্ঠা লাভৰ উদ্দেশ্যে মুম্বাইলৈ ৰাওনা হয়। সেই বছৰৰ পৰা ২০১৩ পর্যন্ত জুবিনে বলিউদৰ কে’বাখনো ছবিত কণ্ঠদান কৰে। তেওঁ বিশেষকৈ দীঘলীয়া সুৰৰ বাবে বলিউদত পৰিচিত হৈ পৰিছিল। হৃত্বিক রোছনে অভিনয় কৰা ‘ফিজা’ নামৰ ছবিখনত তেনে এক দীঘলীয়া সুৰ দি তেওঁ আলোড়ন তুলিছিল। মুম্বাইত তেওঁ’ ‘চান্দনী বাত’, ‘চন্দা’, ‘শ্রদ্ধাঞ্জলি’, ‘জালৱা’, ‘ইউহী কভি’, ‘যাদু’, ‘স্পর্শ’ আদি একাধিক এলবামত কণ্ঠদান কৰে। তেওঁ কণ্ঠদান কৰা বলিউদৰ প্ৰথমখন ছবি আছিল জেকী শ্রফ আৰু অমৰীশ পূৰী অভিনীত ‘গন্দাৰ’। আনহাতে, শ্বাহৰুখ খানৰ ‘দিল ছে’, ‘ডলি ছজা কে বেখনা’, ‘কাঁটে’ আদি কে’বাখনো ছবিত কণ্ঠদান কৰে। ইয়াৰ ভিতৰত জুবিনে ‘গেংষ্টাৰ’ ছবিৰ ‘ইয়া আলি’ গীতৰ সুবাদত সমগ্র দেশতে আলোড়ন সৃষ্টি কৰে। প্রায় দুই দশকৰ পাছতো এই গীতে শ্রোতাক আকৰ্ষিত কৰি আহিছে। এই গীতৰ বাবেই জুবিনে ২০০৬ত গ’ল্ডেন ইন্ডিয়ান ফিল্ম এবার্ডছ (জিফা)ৰ বৰ্ষশ্রেষ্ঠ নেপথ্য কাশিল্পীৰ বঁটাও লাভকৰে। ইয়াৰ সমান্তৰালকৈ জুবিনে বাংলা ভাষাৰো একাধিক ছবিত কণ্ঠদান কৰাৰ উপৰি সংগীত পৰিচালনাও কবে। উল্লেখ্য যে বাংলা ছবিৰ উদ্যোগতো তেওঁ’ যথেষ্ট জনপ্রিয় হৈছিল। কলকাতা ছবিৰ উদ্যোগটোরে তেওঁলৈ একেৰাহে দুবাৰকৈ ‘কলাকাৰ বঁটা’ আগবঢ়াইছিল। ‘শুধু তুমি’ নামৰ বাংলা ছবিখনৰ সংগীত পৰিচালনাৰ বাবে জুবিনে ২০০৫ত ‘বেংগল ফিল্ম জার্নেলিস্ট এৱার্ড’ লাভ কৰিছিল। সেইদৰে ২০০৬ত লাভ কৰিছিল বলিউদৰ প্ৰখ্যাত ষ্টাৰডাষ্ট এবার্ড। ২০০৫ত জুবিনে অসম ৰাজ্যিক চলচ্চিত্র বঁটাৰ ‘শ্রেষ্ঠ কণ্ঠশিল্পী বঁটা’ লাভ কৰিছিল।

বিভিন্ন ভাষাত প্রায় ৩০ হেজাৰ গীত গোৱা জুবিনে কিন্তু নিশাৰ ভিতৰতে জনপ্রিয়তা অর্জন কৰা নাছিল। এই জনপ্রিয়তা অৰ্জনৰ বাবে তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছিল। প্রথমতে বাদ্যযন্ত্রীৰূপে প্রতিষ্ঠা লাভৰ চেষ্টা কৰা জুবিনৰ খেয়ালি মনটো অৱশ্যে তাতে আবদ্ধ হৈ নাথাকিল। একাধিক ঘনিষ্ঠ বন্ধুৰ সহযোগত তেওঁ নিজাকৈ উলিয়াইছিল ‘অনামিকা’ নামৰ এলবামটো। সেই কেছেট বিক্ৰী কৰিবৰ বাবে জুবিনে একাধিক ঘনিষ্ঠ বন্ধুৰ স’তে সমগ্ৰ অসমতে ঘুৰি ফুৰিছিল। সেইদৰে ঘুৰি ফুৰোতেই সেই সময়ত জখলাবন্ধাত কেছেটৰ দোকান দিয়া এজন সংগীত প্রযোজকৰ চকুত পৰিছিল জুবিন। তাৰ পাছৰখিনি আজি ইতিহাস।

উল্লেখ্য যে জুবিন কেৱাল এজন কণ্ঠশিল্পী বা বাদ্যযন্ত্রীয়েই নাছিল। তেওঁ আচলতে আছিল সাংস্কৃতিক জগতখনৰ এটি প্রতিষ্ঠান। তেওঁ আছিল একেধাৰে গায়ক, গীতিকাৰ, সংগীত পৰিচালক, বাদ্যযন্ত্রী, অভিনেতা, ছবি পৰিচালক, নাট পৰিচালক। ২০০৬-০৭ বৰ্ষত আৱাহন থিয়েটাৰত তেওঁ পৰিচালনা কৰা ‘নাচ ময়ুৰী নাচ’ নামৰ সংগীত প্রধান নাটকখনে প্ৰচুৰ জনপ্রিয়তা অর্জন কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা প্রথম ছবি আছিল ‘হিয়া দিয়া নিয়া’। সম্প্রতি মুক্তিপ্রাপ্ত ‘ভাইমনদা’ ছবিৰ যোগেদি সেই ছবিত জুবিনে সংগীত পৰিচালনা কৰা কাহিনী দর্শকে দেখা পাইছে। সেই ছবিৰ হিয়া দিয়া নিয়া’ গীতত দিয়া দীঘলীয়া সুৰটোৱে আজিও অনুৰাগীৰ অন্তৰত হিল্লোল তোলে। ইয়াৰ পাছত জুবিনে ‘তুমি মোৰ মাথোঁ মোৰ’, ‘দাগ’, ‘নায়ক’ আদিৰ পৰা আৰম্ভ কৰি অসংখ্য অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছে। জুবিনে ‘তুমি মোৰ মাথোঁ মোৰ’ ছবিত প্রথমে পৰিচালনাৰ সমান্তৰালকৈ অভিনয়ো কৰিছিল। বিশেষকৈ পুৰস্কাৰপ্ৰাপ্ত ছবি ‘মন যায়’ আৰু ‘দীনবন্ধু’ত জুবিনৰ অভিনয় আজিও দর্শকৰ মনত আছে। তেওঁ অভিনয় কৰা মিছন চাইনা’ ছবিয়ে বাণিজ্যিক দিশত প্ৰচুৰ সাফল্য অর্জন কৰিছিল। তেওঁৰ ‘চিকাৰ’ ছবিৰ অভিনয়েও দৰ্শকৰ প্রশংসা লাভ কৰিছে।

জুবিনে অভিনয় কৰা ‘ৰৈ ৰৈ বিনালে’ নামৰ ছবিখনে সম্প্রতি মুক্তিৰ অপেক্ষাত আছে। আনহাতে, প্রখ্যাত সাহিত্যিক ৰঞ্জু হাজৰিকাৰ উপন্যাসৰ আধাৰত জুবিনে ‘জুলু’ নামৰ এটা ম’হৰ কাহিনীৰে এখন ছবি নির্মাণৰ প্ৰস্তুতি চলাহ আছিল। গীতিকাৰবৰূপেও জুবিনে নিজৰ দক্ষতাৰ পৰিচয় দিছিল। বহুতো ছবি আৰু এলবামৰ বাবে তেওঁ একাধিক জনপ্রিয় গীত ৰচনা কৰিছে। তেওঁৰ গীতসমূহত এফালে যিদৰে প্ৰেমৰ মাধুর্য পোৱা যায়, সেইদৰে পোৱা যায় সামাজিক দায়বদ্ধতাৰ কথা। আলফাৰ হত্যালীলাৰ বিৰুদ্ধে তেওঁ গীত লিখিছিল, সেইদৰে বন্ধ সংস্কৃতিকো প্রত্যাহ্বান জনাইছিল।

জুবিন যদিও ব্রাহ্মণ পৰিয়ালৰ সন্তান, তথাপি তেওঁ’ ব্রাহ্মণ্যবাদৰ সদায় বিৰোধিতা কৰি আহিছে। প্রকাশ্যে তেওঁ লগুন ছিঙি দিয়া বুলি মন্তব্য কৰি ব্ৰাহ্মাণ সমাজৰ ৰোষৰো বলি হৈছিল। জুবিনে সদায় কৈ আহিছিল যে তেওঁ কোনো ধর্ম নামানে, তেওঁৰ ধৰ্ম হৈছে ৰাভাবাদ। অর্থাৎ কলাগুৰু বিষ্ণুৰাভা তেওঁৰ বাবে আদর্শস্বৰূপ আছিল। অৱশ্যে ফ্রান্সৰ একালৰ সম্রাট নেপোলিয়ন ব’নাপার্টো তেওঁৰ অদর্শপুৰুষ আছিল। জুবিনে প্রায়েই নিজকে বাঁওপন্থী বুলি প্রতিষ্ঠা কৰিবলৈ চেষ্ট কৰি আহিছিল; কিন্তু সোঁপন্থীসকলৰ মাজতো সমানেই জনপ্রিয় আছিল। যি পন্থাই তেওঁ অৱলম্বন নকৰক কিয়, অসমৰ আবাল-বৃদ্ধ-বনিতাৰ মাজত তেওঁ সমানেই আদৰৰ আছিল। প্ৰচুৰ সুৰাপান কৰি জুবিনে একাধিকবাৰ অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত বিতৰ্কৰ সৃষ্টি কৰিছিল।

সুৰাপানৰ বাবেই অসুস্থ হোৱা বুলিও বহুতে বিভিন্ন সময়ত অভিযোগ কৰি আহিছে। তৎসত্ত্বেও তেওঁ কেতিয়াও নিজৰ পৰিয়াল বা স্বাস্থ্যৰ কথা ভবা নাছিল। অথচ ৰাইজৰ বাবে তেওঁ কিবা কৰাৰ বাবে সদায় আগৰণুৱা আছিল। ক’ভিড অতিমাৰীৰ সময়ত জুবিনে গুৱাহাটী মহানগৰীত নিজৰ দুমহলাৰ ঘৰটে ক’ভিড কেয়াৰ চেণ্টাৰত পৰিণত কৰি ৰুগ্ন লোকক সাহায্য কৰিছিল। সেইদৰে তেওঁ প্রতিষ্ঠা কৰা কলাগুৰু আর্টিষ্ট ফাউণ্ডেচনে বানপীড়িত অঞ্চলত বয়বস্তু-ঔষধ আদি বিতৰণ কৰিছিল। নিজৰ ছবি ‘কাঞ্চনজংঘা’ ছবিত এপিএছচি কেলেংকাৰি বিষয়টো উত্থাপন কৰিছিল। বান-বিধবস্তু লোকৰ সাহায্যৰ বাবে তেওঁ ফুটবল মেচৰ আয়োজন কৰিও ধন সংগ্রহ কৰিছিল। ‘কা’ বিৰোধী আন্দোলনতো জুবিনে অন্যতম মুখ্য ভূমিকা গ্রহণ কৰিছিল।
সংগীত অনুষ্ঠানৰ বিভিন্ন মঞ্চৰ পৰাও তেওঁ এই আইনৰ বিৰোধিতা কৰি আহিছিল। ২০০২ত গৰিমা শইকীয়াৰ স’তে বিবাহপাশত আবদ্ধ হোৱা অসমৰ অন্যতম জনপ্রিয় ব্যক্তিত্ব জুবিনৰ অৱশ্যে কোনো সন্তান নাছিল। সেয়ে শিশুক তেওঁ অত্যন্ত মৰম কৰিছিল। যাৰবাবে শিশুৰ মাজত তেওঁ ‘মামা’ৰূপেই পৰিচিত আছিল। সম্ভৱতঃ সুধাকণ্ঠৰ পাছত জুবিনেই অসমৰ জাতি-বর্ণ-ধর্ম-দল নির্বিশেষে দ্বিতীয়জন সর্বাধিক জনপ্রিয় ব্যক্তি। অথচ মাত্র ৫২ বছৰ বয়সতে তেওঁ সকলোকে কন্দুৱাই ইহজগতৰ পৰা মেলানি মাগিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: passes awaySingapurZubeen Garg
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

October 12, 2026
মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে
India

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

October 12, 2026
ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী
India

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

October 12, 2026
যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান
India

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

October 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d