Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sportsmen Zubeen Garg:শিল্পী সত্তাৰ সমানে উদাৰ মনৰ বাবেও সহস্ৰজনৰ হৃদয়ত

অভাৱত ভোগা শিল্পীৰ সাহায্যৰ বাবে গঠন কলাগুৰু আর্টিষ্ট ফাউণ্ডেছন, শিল্পী সত্তাৰ সমানে উদাৰ মনৰ বাবেও সহস্ৰজনৰ হৃদয়ত, পুঁজি সংগ্ৰহ কৰিবলৈ আলম কৰি লৈছিল' নিজৰ প্ৰিয় খেল ফুটবল ,অসমত ফুটবল জনপ্ৰিয়কৰণতো সমান্তৰালপ্রচেষ্টা ,গঠন 'কলাগুৰু-১১' দল

publisher by publisher
September 20, 2025
in Assam, News
Reading Time: 1 min read
0
Sportsmen Zubeen Garg:শিল্পী সত্তাৰ সমানে উদাৰ মনৰ বাবেও সহস্ৰজনৰ হৃদয়ত
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Sportsmen Zubeen Garg:

কেৱল সংগীতৰ সাধনাতে নিজকে আবদ্ধ কৰি ৰখা নাছিল জুবিন গার্গে। সামাজিক ক্ষেত্রলৈও তেওঁ বিভিন্ন দিশেৰে সহায়-সহযোগিতা আগবঢ়াইছিল। অভাৱগ্রস্ত শিল্পীকে ধৰি সাধাৰণ লোকক সহযোগিতাৰ বাবে তেওঁৰ নিজৰ উপাৰ্জনৰ ধন দান কৰিছিল। তাৰ লগতে তেওঁ গঠন কৰিছিল তেওঁৰ প্ৰিয় ব্যক্তি বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত ‘কলাগুৰু আর্টিষ্ট ফাউণ্ডেছন’। এই ন্যাসৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ তেওঁ প্ৰধানকৈ আলম কৰি লৈছিল প্রিয় খেল ফুটবলক। অসমত ফুটবলক জনপ্ৰিয়কৰণতো জুবিন গার্গে যৎপৰোনাস্তি চেষ্টা চলাইছিল। জুবিন গাৰ্গ ফেন ক্লাবৰ লগতে তেওঁৰ অনুৰাগীৰ সহযোগত নগৰ আৰু গ্রামাঞ্চলত সাহায্যমূলক ফুটবল খেল অনুষ্ঠিত কৰিছিল।

ADVERTISEMENT

ইয়াৰ বাবে ‘কলাগুৰু-১১’ নামেৰে নিজেও এটা ফুটবল দল গঠন কৰিছিল। এই খেলৰ জৰিয়তে যি উপার্জন হৈছিল সেয়া কলাগুৰু ফাউণ্ডেছনৰ জৰিয়তে আর্থিক দুৰৱস্থাত ভোগা শিল্পীক সাহায্য হিচাপে আগবঢ়াইছিল। কলাগুৰু তেওঁৰ বাবে আছিল আদর্শ। সেই নামেৰে গঠন কৰা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেছনৰ উদ্যোগত সংগীত মহোৎসৱো অনুষ্ঠিত হৈ আহিছে। এই মহোৎসৱৰ জৰিয়তে থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰসাৰতো অগ্ৰাধিকাৰ দিয়া হৈছিল। দুখীয়া শিল্পীক সাহায্য দিয়াৰ উপৰি বান সাহায্যও আগবঢ়াই আহিছে এই ফাউণ্ডেছনে। এই সকলোৰে মূল আধাৰ কৰি লৈছিল ফুটবল।

এনে খেলবোৰত জুবিন গার্গে নিজেও ভাগ লৈছিল। কলাগুৰু ফাউণ্ডেছনৰ প্ৰসাৰ কৰিবলৈ বিভিন্ন জিলাত ইয়াৰ শাখা গঠন কৰা হৈছে। এই শাখাবোৰৰ উদ্যোগত প্ৰতি বছৰে কলাগুৰু মহোৎসৱ জিলাই জিলাই অনুষ্ঠিত হৈ আহিছে।

প্রসংগক্রমে উল্লেখ্য যে এক উদাৰমনা ব্যক্তিত্বৰ অধিকাৰী জুবিন গাৰ্গৰ গুৱাহাটীৰ বাসভৱনৰ সন্মুখত বহু লোক। তেওঁলোকৰ একাংশ আহে হিয়াৰ আমঠু শিল্পীগৰাকীক এবাৰ কাষত পাবলৈ। একাংশ আহে বিভিন্ন ধৰণৰ সহায়-সহযোগিতা বিচাৰি। জুবিন গাৰ্গ তেওঁলোকৰ বাবে ভগৱান স্বৰূপ। কাকো কেতিয়াও নিৰাশ নকৰা জুবিনে সেইসকলক পার্যমানে সকলো দিশেৰে সহায় কৰে। তেনে লোকক সহায় কৰি নিজৰে হাতত কেতিয়াবা অৰ্থৰ অভাৱ হয়। আজি সেই সকলোৱে হিয়া ঢাকুৰি কান্দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: SportsZubeen Garg
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d