Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিষ্ণু ৰাভাকো পালো, ভূপেন হাজৰিকাকো পালো, জুবিন গাৰ্গকো পালো: যাবৰ সময় হোৱা নাছিল

publisher by publisher
September 22, 2025
in Assam, News
Reading Time: 1 min read
0
বিষ্ণু ৰাভাকো পালো, ভূপেন হাজৰিকাকো পালো, জুবিন গাৰ্গকো পালো: যাবৰ সময় হোৱা নাছিল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️’তেওঁ মোক বৰদেউতা বুলি সম্বোধন কৰিছিল। মোক কৈছিল আপুনি আৰু বহুদিন জীয়াই থাকিব লাগিব, মই জীয়াই থাকিলো। মোৰ এতিয়া ৮২ বছৰ হ’ল। কিন্তু মোক ভাল হৈ থাকিবলৈ কৈ তেওঁ নিজেই গ’লগৈ অ বোপাই। বৰ দুখ পালো। ‘কৃষ্ণ কৃষ্ণ।’

ADVERTISEMENT

ধুমুহাৰ স’তে নচা জুবিন হৈ পৰিছে তেজপুৰৰ পিঠাখোৱা গাৰ্গক হেৰুৱাই এইদৰে বেদনাহত নিৱাসী ঢোল ওজা অনিৰাম নাথ। অশীতিকৰ এইজন ৰাজ্য চৰকাৰৰ শিল্পী পেন্সপ্রাপক নাথক ২০১৯৩ তেজপুৰত কণ্ঠশিল্পী জুবিন গাৰ্গৰ নেতৃত্বত আয়োজিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সংগীত মহোৎসৱত কলাগুৰু বঁটা প্ৰদান কৰা হৈছিল। এজন গ্রাম্য শিল্পী, কৃষকৰূপে সমগ্ৰ জীৱনটো ঢোলটোকে কঢ়িয়াই লৈ ফুৰা শিল্পী নাথক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নে প্ৰণৱ সিং বঁটা আগবঢ়োৱাৰ পাছত জুবিন গাৰ্গৰ নেতৃত্বত গঢ় লৈ উঠা কলাগুৰু আর্টিস্ট ফাউণ্ডেছনৰ উদ্যোগত তেজপুৰৰ হজৰাপাৰত ২০১৯ৰ ২১ আৰু ২২ জানুৱাৰীত আয়োজিত কলাগুৰু সংগীত মহোৎসৱত ঢোলৰ ওজা নাথলৈ এই বঁটা আগবঢ়োৱা হৈছিল।

উল্লেখ্য যে নগাঁও আৰু বৰপেটাৰ পাছত তেজপুৰত আয়োজিত এই অনুষ্ঠানৰ পূৰ্বে ২০১৮ৰ ১১ ডিচেম্বৰত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গসহ এই সংগীত মহোৎসৱত জড়িত বিষয়ববীয়াসকলে নাথক সেই বৰ্ষৰ বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পূর্বে গৰিমা গাৰ্গ আৰু আয়োজিক সমিতিৰ বিষয়ববীয়াসহ জুবিন গাৰ্গৰ আন এজন সুহৃদ শিল্পী পংকজ বৰদলৈৰ উপস্থিতিত শোণিতপুৰ জার্নেলিষ্ট ইউনিয়নত উপস্থিত হৈ এই বঁটাৰ বাবে উপযুক্ত এজন গ্রাম্য শিল্পীৰ সন্ধান কৰিছিল।

শোণিতপুৰ জার্নেলিষ্ট ইউনিয়নৰ সদস্য তথা বিষয়ববীয়াসকলে জনোৱা অনুসৰিয়ে গৰিমা গাৰ্গসহ আয়োজক সমিতিৰ বিষয়ববীয়াসকলে চহা শিল্পী নাথৰ পিঠাখোৱাৰ ঐতিহ্যমণ্ডিত বৰনামঘৰৰ কাষৰ পঁজাত উপস্থিত হৈ ওজাজনক লগ পাই কলাগুৰু বঁটাৰ বাবে এজন উপযুক্ত শিল্পী বুলি নিশ্চিত হয়।

ইয়াৰ পাছতে কঠোৰ পৰিশ্ৰমী কৃষক শিল্পীজনক লগ পাই জুবিন গার্গে। বঁটা আগবঢ়াই দিয়াৰ সময়ত সাবটি ধৰি ওজা নাথক আৰু বহুদিন জীয়াই থাকিব লাগিব বুলি কোৱা আৰু পাছত তেওঁৰ বাসগৃহলৈ যোৱাৰ স্মৃতি স্মৰণ কৰি নাথে কয়, ‘অনবৰতে ফুৰ্তিত থকা ল’ৰাটো এনেকে গুচি গ’ল খবৰটো পোৱাৰ পৰাই মনতো বৰ অশান্ত হৈ পৰিছিল। মোৰ পুত্ৰসম আছিল জুবিন গাৰ্গ। ঘৰত মই তেওঁৰ কথা উলিয়াই থাকো। আজি বৰনামঘৰৰ সন্মুখলৈ ওলাই গৈছিলো, কিন্তু তাতো জুবিন গাৰ্গৰ কথা ওলাল। মনতো গধুৰ হৈ পৰাত ঘৰলৈ উভতি আহিলো।’

ক্ষন্তেক তভকমাৰি অশ্রুসিক্ত দুচকুৰে তেওঁ পুনৰ ক’লে,’মোৰ লগত ফটো উঠিছিল বোৱাৰীৰ লগতো উঠিছিল। তেওঁৰ পৰিবাৰেও ফটো উঠিছিল বোৱাৰী আৰু মোৰ লগত। বৰ মৰমিয়াল। ল’ৰাটো জীয়াই থাকিব লাগিছিল। এনেদৰে গুচি যাব নালাগিছিল। কিন্তু কি কৰিম গুচিয়েই গ’ল। বহু কথা পাতিছিলো। মোৰ শৰীৰ এতিয়া থৰকবৰক। বহু কথা পাহৰিলো।’

কঠোৰ পৰিশ্ৰমী জীৱনৰ বিয়লিবেলাত পূর্বতকৈ শীর্ণকায় হৈ পৰা চহা শিল্পীজনে আকৌ ক’লে, ‘১৯৯৬৩ বিষ্ণুপ্ৰসাদ ৰাভাৰ আশীর্বাদ পাইছিলো, তাৰ পাছদিনা মই গহপুৰ ওলাইছিলো গৈ গুৰু মহেন্দ্র শইকীয়াৰ ঘৰ। তেওঁৰ তত্ত্বাৱধানত ঢোলৰ ২৪টা ছেও শিকিলো। ভূপেন হাজৰিকাকো পালো, শেষত জুবিন গাৰ্গকো পালো। এতিয়া তেওঁ য’ত আছে তাতে ভালে থাকক। তাত তেওঁৰ ভাল হ’ব। ভগৱানক প্ৰাৰ্থনা জনাইছো। মোক তেওঁ স্টেজত বহুৱাই ৰাখিছিল।’ মায়াবী যাদুকৰ কণ্ঠশিল্পী জুবিন গার্গে আগবঢ়োৱা বঁটা, জাপি আৰু ৫১ হেজাৰ টকাৰ চেকখন সজাই থোৱা স্থানৰ পৰা আনি কান্ধত লৈ থকা গামোচাখনৰে আলফুলে মচি দিলে অশীতিপৰ শিল্পীজনে।

উল্লেখ্য যে এই সন্মান লাভৰ পাছতে ২০২২ত নাথে ৰাজ্য চৰকাৰৰ শিল্পী পেন্সন লাভ কৰে। আনহাতে, ২০২৩ত নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই মোহন ভাইৰা স্মাৰক বঁটা আগবঢ়ায়। উল্লেখ্য যে এনে বহুজন মাটিৰ মানুহ আৰু নির্ভেজল শিল্পীৰ স’তে আছিল জুবিন গাৰ্গৰ সম্বন্ধ। সেয়ে বিহগুৰি, পিঠাখোৱাৰ প্ৰতিটো অঞ্চলত এতিয়া জুবিন গাৰ্গৰ অৱৰ্তমানত সকলোৰে হৃদয় ৰিক্ত হৈ পৰিছে। কিশোৰ একোজনেও নিজৰ ঘৰৰ চোতালত জুবিন গাৰ্গৰ বাঁহীৰ সুৰত তুলিছে সুৰ। কোনেও যেন ছিঙিব পৰা নাই শিল্পীজনৰ মায়াৰ শিকলি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DiedZubeen Garg
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d