Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ক’ত লুকাল প্রতাপী শ্যামকানু-সিদ্ধার্থ, ঢুকি পাবনে চিআইডিয়ে?

publisher by publisher
September 24, 2025
in News, Assam
Reading Time: 1 min read
0
Song king Zubeen Garg: মানুহৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিয়েই গ’লগৈ জুবিন
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

ছিংগাপুৰৰ সাগৰৰ বক্ষত কি পৰিস্থিতিত হেৰাই গ’ল অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গ? যিমানে দিন বাগৰিছে সিমানেই এই সমগ্র ঘটনা অধিক ৰহস্যঘন হৈ পৰাৰ লগতে তেওঁৰ লক্ষ লক্ষ অনুৰাগীৰ মনত দোলা দিছে অযুত প্রশ্নই।

ADVERTISEMENT

কাৰ ষড়যন্তৰ বলি হ’ল থার্টথ্র’ব জুবিন; কেতিয়া পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য? কিয় লক্ষ লক্ষ অনুৰাগীয়ে বাৰে বাৰে দাবী কৰি আহিছে নিকা আৰু স্বচ্ছ তদন্তৰ? জুবিনৰ মৃত্যুৱে আজি পাঁচটা দিন অতিক্ৰম কৰাৰ পাছতো সন্দেহৰ আৱৰ্তত থকা এজনৰো কাষ চাপিবলৈ সক্ষম হোৱা নাই অসম আৰক্ষী। সমান্তৰালভাৱে জুবিনৰ ৰহস্যজনক মৃত্যুৰ সময়ছোৱাত লগত থকা আন ১৬জনৰ গৰিষ্ঠসংখ্যকৰে নাম আজি পর্যন্ত স্পষ্ট নোহোৱা বিষয়টোৱেও অনুৰাগীসকলৰ মনত সন্দেহ ঘনীভূত কৰি তুলিছে। তাৰ মাজতে নিতৌ পোহৰলৈ অহা ন ন তথ্যই এয়া এক পৰিকল্পিত ঘটনা আছিল নেকি বুলিও মানুহক ভাবিবলৈ বাধ্য কৰিছে। ফলত সর্বত্রে দাবী উঠিছে যে এয়া কেতিয়াও স্বাভাৱিক মৃত্যু হ’ব নোৱাৰে, ইয়াৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা নাইবা ন্যায়িক তদন্ত হ’ব লাগে। ছিংগাপুৰত শ্যামকানু মহন্তৰ নেতৃত্বত আয়োজিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে যোৱা জুবিনৰ অকল্পনীয় মৃত্যুৰ বাবে তেওঁৰ অনুৰাগীসকলে আয়োজক মহন্তৰ লগতে শিল্পীজনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা, বাদ্যযন্ত্রী শেখৰ গোস্বামীকে ধৰি কে’বাজনৰ বিৰুদ্ধে সন্দেহৰ আঙুলি টোঁৱাইছে আৰু ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে অসম চৰকাৰে জুবিনক ছিংগাপুৰলৈ লৈ যোৱাৰ আঁৰত কিবা ষড়যন্ত্র আছে নেকি, সেই দিশ নির্ণয় কৰিবলৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি) ক দায়িত্ব অর্পণ কৰিছে; কিন্তু অসম আৰক্ষীয়ে অভিযুক্তসকলক এতিয়ালৈকে জেৰা কৰা নাই। অৱশ্যে অনুৰাগীৰ প্ৰৱল দাবীত আজি জুবিনৰ নশ্বৰদেহৰ দ্বিতীয়বাৰলৈ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে।

শেষ যাত্ৰাৰ সমদলৰ মাজতো উচিত তদন্ত বিচাৰি প্ৰতিবাদ

ইফালে, কালি সৰুসজাইৰ পৰা জুবিনৰ নশ্বৰদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয়। কাৰ পৰা সোণাপুৰৰ শেষকৃত্য স্থলীলৈ লৈ যোৱা হয় জুবিনৰ নশ্বৰদেহ। এই শেষ যাত্ৰাৰ সমদলত হেজাৰ হেজাৰ অনুৰাগীয়ে অংশগ্ৰহণ কৰে। এই সমদলৰ মাজতো তেওঁলোকে প্রতিবাদ সাব্যস্ত কৰি ঘটনাৰ উচিত তদন্ত দাবী কৰে। খানাপাৰা আৰু যোৰাবাটত জুবিনৰ বহুসংখ্যক অনুৰাগীয়ে প্ৰতিবাদ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে ন্যায় তেওঁলোকক লাগিবই। তেওঁলোকে কয়, ‘আমাৰ জুবিনদাক কাঢ়ি লৈ যোৱা হৈছে। অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। তেওঁলোকক উচিত শাস্তি দিব লাগিবই।’

শেখৰৰ ভাষ্যই লগাইছে খলকনি

সাগৰৰ মাজত য়টত যেতিয়া এই ঘটনা সংঘটিত হৈছিল, সেই সময়ত জুবিনৰ লগত থকা বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীৰ আন এটা ভাষ্যই লগাইছে খলকনি। শেখৰে কয়, ‘সাগৰৰ মাজৰ পৰা জুবিন দাক লৈ আমি যেতিয়া বন্দৰত উপস্থিত হৈছিলো, সেই সময়ত বন্দৰত দৌৰি দৌৰি উপস্থিত হৈছিল সঞ্জীৱ নাৰায়ণ। আমি সকলো সেই সময়ত জুবিন দাক লৈ ব্যস্ত আছিলো। সঞ্জীব নাৰায়ণক কোনো খবৰ দিলে নাজানো। অৱশ্যে তাতে শ্যামকানু মহন্ত নাছিল।’ উল্লেখ্য যে শেখৰজ্যোতিৰ এই মন্তব্যৰ পাছতে জুবিনৰ অনুৰাগীসকলে তেওঁলোকক তীব্র সমালোচনাৰ লক্ষ্য কৰি লৈছে। ঘটনাৰ বিষয়ে অৱগত হৈও তেওঁ কিয় অসমৰ ৰাইজক খবৰ দিয়া নাছিল আৰু কিয় পলমকৈ অসমবাসীক মৃত্যুৰ খবৰ দিয়া হৈছিল বুলি প্রশ্ন তুলিছে জুবিনৰ অনুৰাগীসকলে।

ন্যায় বিচাৰি সামাজিক মাধ্যমত ‘জাষ্টিচ ফৰ জুবিন’ প্ৰচাৰ

ইফালে, ঘটনাৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত জুবিনৰ অনুৰাগীসকলে আৰম্ভ কৰিছে ‘জাষ্টিচ ফৰ জুবিন’ শীর্ষক এক অভিযান। অনুৰাগীসকলে ঘটনাৰ সন্দেহজনক দিশসমূহ আঙুলিয়াই দি ইয়াৰ উচিত আৰু নিকা তদন্তৰ দাবী কৰিছে। সামাজিক মাধ্যমত অসম আৰক্ষীৰ তদন্তক লৈও প্রশ্ন উত্থাপন কৰা হৈছে আৰু এই তদন্তক বিশ্বাসত ল’ব বিচৰা নাই। গৰিষ্ঠ সংখ্যকে ইয়াৰ ন্যায়িক নাইবা কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত দাবী কৰিছে। লগতে নর্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক মহন্ত, ছিংগাপুৰ অসম এছ’চিয়েছনৰ বিষয়ববীয়া, জুবিনৰ লগত য়টত যোৱা সকলো লোকৰ লগতে নর্থ-ইষ্ট ফেষ্টিভেললৈ অসমৰ পৰা যোৱাসকলক তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

এইবাৰ গোচৰ তৰিলে এপিডব্লিউৱে

ইফালে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত দাবী কৰি আজি অসম পাব্লিক ৱৰ্কছ (এপিডব্লিউ)-এ হাতীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই স্বাক্ষৰ কৰা এজাহাৰত জুবিনৰ মেনেজাৰ সিদ্ধার্থ শৰ্মা, শ্যামকানু মহন্তৰ লগতে ছিংগাপুৰত আয়োজিত নর্থ-ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাসকলৰ বিৰুদ্ধে দাখিল কৰা হৈছে আৰু সকলোকে তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে।

জুবিনক অৱগত কৰা হোৱা নাছিল বহু কথা: সহযোগী শিল্পী

বিগত প্রায় ১২ বছৰ ধৰি জুবিনৰ লগত থকা তথা বিগত কিছু বছৰ জুবিনৰ লগত মঞ্চত সহযোগী কন্ঠশিল্পীৰূপে গীত পৰিৱেশন কৰি অহা শতাব্দী বৰাই জীৱিত অৱস্থাত জুবিনক বহু কথাই জানিবলৈ দিয়া হোৱা নাছিল বুলি মন্তব্য কৰিছে। শেহতীয়াকৈ তেওঁ জুবিনৰ স’তে থকাৰ সময়ত জুবিনলৈ এক বিশেষ ফোন আহিছিল বুলি শতাব্দীয়ে মন্তব্য কৰি কয়, ‘নর্থ-ইষ্ট ফেষ্টিভেলৰ সন্দর্ভত কোনোবাই জুবিনদালৈ ফোন কৰিছিল। দাদাই কৈছিল যে লগত অমৃতপ্রভা যাব আৰু তেওঁৰ কাৰণে এটা নৃত্যও ৰাখিব লাগিব। লগতে কৈছিল গৰিমা নাযায়, ভাইটি এজন যাব। দ্বীপলৈ যোৱাৰ পৰিকল্পনা কৰাৰ কথাও জুবিনদাই কৈছিল।’ শতাব্দীয়ে পুনৰ কয়, ‘১৮ ছেপ্টেম্বৰত জুবিনদাই হাতীগাঁৱত নিজৰ গীতৰ সংগ্ৰহালয়টোৰ দ্বাৰ মুকলি কৰি কোৱা কথাখিনি শুনি লাগিছিল যে দাদাৰ গা বেয়া আছিল। ইমান এজন ডাঙৰ মানুহ, তেওঁৰ লগত এটা চিকিৎসকৰ দল অনবৰতে থাকিবই লাগিছিল। আমি যেনেকৈ তেওঁক ৰাখিব লাগিছিল, তাৰ হয়তো অভাৱ হ’ল।’ পানী-জুইৰ পৰা আঁতৰি থকাটো জৰুৰী বুলি লগত থকাসকলে জানে বুলি উল্লেখ কৰি তেওঁ কয়, ‘সিদ্ধার্থই ২০১৪ৰ পৰা দাদাৰ লগত আছে আৰু তেতিয়াৰ পৰা মই তাক চিনি পাওঁ। কম সময়তে সি ইমান ধনী কেনেকৈ হ’ল? সি দাদা নথকাৰ সময়ত আমাক মানুহৰ নিচিনা ব্যৱহাৰ নকৰে। ‘দাদাই গম পালে বহু ডাঙৰ কথা হৈ যাব’ বুলি এনেধৰণৰ কথা বহুবাৰ শুনিছো আৰু এইবোৰ নজনাকৈ দাদা গুচি গ’ল। যিমান দিন থাকিলো মনে মনে থাকিলো, কাৰণ দাদাৰ স্বাস্থ্যজনিত সমস্যা আছিল। সেয়ে বহু কথা জানিও আমি কোৱা নাছিলো।’ শতাব্দীয়ে লগতে কয়, ‘মোৰ লগতো বহু ৰাজনীতি হ’ল। মোক উলিয়াবলৈ বহু চেষ্টা কৰিছিল। দাদাই বুজি পাইছিল কাৰণে মই ইমান দি থাকিব পাৰিলো। মোৰ চিনাকি দাদাই দিছিল। মোক কলী বুলি মাতিছিল আৰু সেই নামটোৱেই আজি মোৰ পৰিচয়।’ শতাব্দীয়ে পুনৰ কয়, ‘লগতে দাদাই সময়ে সময়ে কৈছিল যে এতিয়া যে মানুহবোৰে গানবোৰ শুনি থাকে একো বুজি নাপায়, এনেয়ে শুনি থাকে; কিন্তু মই যিদিনাখন মৰিম সেই দিনা গানবোৰৰ অৰ্থ বুজি পাব। এজন সতীৰ্থৰ মৃত্যুত জুবিনদাই কৈছিল আমাৰ লগৰ প্ৰায়খিনি ৫০ বছৰৰ এই শাৰীতে গুচি গৈছে। মই যদি মৰো ৫২-৫৫ৰ ভিতৰতে মৰিম। যদি বাচি যাওঁ, বাচি গ’লো। কেতিয়াবা বেয়াকে কমেন্ট দিলে দাদাই কয় যে মই এনেকুৱা স্থানত গৈ মৰিম, প্ৰকৃতিৰ মাজত গৈ মৰিম, কোনেও গম নাপাব। তেতিয়া মই টিআৰপি নিদিওঁ। তেওঁ কোৱা প্ৰতিটো কথাই আজি মিলি গৈছে।’ উল্লেখ্য যে এই ঘটনাৰ তদন্ত হ’ব লাগে বুলি তেওঁ মন্তব্য কৰি এয়া নিকা তদন্ত হওক বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আহ্বান জনায়।

‘প্লেটফৰ্ম দিয়াৰ নামত শিল্পীক শুহি খায়’ বুলি কৈছিল জুবিনে

জুবিনৰ লগত মঞ্চত সহযোগী কণ্ঠশিল্পীৰূপে থাকি গীত পৰিৱেশন কৰা ছুইটি দাসে কয়, ‘জুবিনদাই শ্যামকানুক বেয়া পায়। তেওঁ কৈয়েই থাকে যে শ্যামকানুরে আর্টিষ্টক শুহি খায়। নর্থ-ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত প্রাপ্য ধন নিদিয়ে। জানি-বুজিয়েই ৰঙালীত খেলিমেলি কৰিছিল জুবিনদাই। তেওঁ আগতেই কৈছিল এইবাৰ শ্যামকানুক দি আছো।’ মৃত্যুৰ আগদিনা দুপৰ নিশালৈ মেনেজাৰ সিদ্ধার্থ শৰ্মাই মদ খাইছিল আৰু হোৱাটছএপত মদ খোৱাৰ ফটো দি আনন্দ কৰিছিল বুলি ছুইটিয়ে উল্লেখ কৰি সিদ্ধার্থহঁতৰ চূড়ান্ত গাফিলতিৰ ফলতে জুবিনদাৰ মৃত্যু হ’ল বুলি কয়।

ক’ত অন্তর্ধান শ্যামকানু! আয়োজক কৰ্মীৰ হাহাকাৰ

ইফালে, নর্থ-ইষ্ট ফেষ্টিভেলৰ বিভিন্ন কামত ছিংগাপুৰলৈ যোৱা কৰ্মীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বিগত দুদিনে তেওঁলোকে মুখ্য আয়োজক শ্যামকানুৰ মহন্তৰ লগত যোগাযোগ কৰিব পৰা নাই বুলি অভিযোগ কৰিছে। ফলত তেওঁলোকে তাতেই আবদ্ধ হৈ আছে। কিয়নো নিজাকৈ টিকট কাটি আহিবলৈ তেওঁলোকৰ হাতত নাই পর্যাপ্ত ধন। কমেও ১৮ জন কর্মী ছিংগাপুৰত আবদ্ধ হৈ থকাৰ তথ্য পোহৰলৈ আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: against shyamkanu mahantaDiedZubeen Garg
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d