Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati:প্ৰাণৰ শিল্পীৰ আৰ্বতমানত পূজাথলী উকা

মহাসপ্তমীত সেমেকা পৰিবেশৰ মাজত আজি মহাষ্টমী ,বৈদিক মন্ত্ৰোচ্চাৰণেৰে আয়ম্বৰপূৰ্ণ পূজা অৰ্চনা

publisher by publisher
September 30, 2025
in Assam, News
Reading Time: 1 min read
0
Guwahati:প্ৰাণৰ শিল্পীৰ আৰ্বতমানত পূজাথলী উকা
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Guwahati:প্ৰাণৰ শিল্পীৰ আৰ্বতমানত পূজাথলী উকা

ADVERTISEMENT

মহাসপ্তমীত সেমেকা পৰিবেশৰ মাজত আজি মহাষ্টমী ,বৈদিক মন্ত্ৰোচ্চাৰণেৰে আয়ম্বৰপূৰ্ণ পূজা অৰ্চনা

:দুর্গতিনাশিনী দেবী দুর্গাৰ বন্দনাৰ সমান্তৰালভাৱে এইবাৰ পূজা মণ্ডপসমূহত বাজিছে প্রিয় শিল্পী জুবিন গাৰ্গৰ গীত। কালি মহা সপ্তমীৰ সেমেকা পৰিবেশৰ মাজতে আজি মহাষ্টমী ৷ মহাষ্টমীত অংশ ল’বৰ বাবে পুৱাৰে পৰা শৰাই শলিতা দিবৰ বাবে ভক্তসকলে ভীৰ কৰিছে পূজা মণ্ডপ সমূহত ৷

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত শোকসাগৰত ডুব যোৱা ৰাজ্যবাসীয়ে পৰদ্ৰা অনুসৰি সাত্ত্বিকতা বজাই ৰাখি অনুষ্টুপীয়াকৈ অংশ লৈছে দুর্গা পূজা উৎসৱত। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি আজি সপ্তমীৰ পুৱাৰ ভাগত মণ্ডপসমূহত জনসমাগম একেবাৰে সেৰেঙা আছিল যদিও সন্ধিয়ালৈ দেবী দুর্গাক শ্রদ্ধার্ঘ্য যাচিবলৈ সামান্য জনসমাগম হয়। দুর্গা পূজা বুলিলেই অসমতো ভাহি আহে ঢাক-ঢোল, পূজাৰ মন্ত্রোচ্চাৰণৰ মাইকৰ ধ্বনি, ৰঙীন বেলুন, সাজ-সজ্জা, ধুনপেচৰ বাহাৰ আৰু জনস্রোত। এইবাৰ অৱশ্যে ছবিখন তেনে নহয়। এইবাৰ মণ্ডপে মণ্ডপে পালন কৰা দুর্গা পূজাত ধর্মীয় ৰীতি-নীতিৰ আনুষ্ঠানিকতা পূৰণ হ’লেও যিমান পাৰি আড়ম্বৰ আৰু আনন্দ-উৎসবৰ আয়োজনৰ পৰা বিৰত আছে আয়েজকসকল।

গুৱাহাটীৰ বিষ্ণুপুৰ বিমলা নগৰ সাৰ্বজনীন দুর্গা পূজাৰ অন্যতম আয়োজক নাৰায়ণ মালাকাৰে কয় যে এইবাৰ পূজাৰ আয়োজন আন কেইবাৰৰ দৰেই বহু পূৰ্বৰে পৰাই কৰা হৈছিল। তেওঁ কয়, ‘পূজা মণ্ডপটো কলা নির্দেশক নুৰুদ্দিন আহমেদে ধুনীয়াকৈ সজাই তুলিছে। পূজা মণ্ডপত জুবিনদাৰ গীতে বজোৱা হৈছে। সুধাকণ্ঠ ভূপেনদাৰ গীতো আমি পৰিবেশন কৰিছো। কালি ভক্তৰ সমাৱেশ পাতলীয়া আছিল যদিও আজি মহাষ্টমী উপলক্ষে পুৱাৰে পৰা সামান্য ভিৰ হৈছে; কিন্তু মানুহৰ মনবোৰ সেমেকা। কোনো হৈ-চৈউল্লাস নাই, সকলোৱে আহি দেৱী বন্দনা কৰিছে আৰু উভতিছে।

জুবিনদাৰ বাবে আমাৰ সকলোৰে মনবোৰ বেথাৰে ভৰি আছে। জুবিনদাৰ আত্মাই শান্তি পাওক আৰু আমি বিচাৰিছো তেওঁৰ পৰিয়াল আৰু অসমৰ ৰাইজে বিচৰাৰ দৰেই তেওঁ ন্যায় লাভ কৰক।’ মালাকাৰে পুনৰ কয়, ‘আমি জুবিনদাৰ আৰু ভূপেনদাৰ বাবেও মাৰ সন্মুখত আবেদন জনাইছো। জুবিনদাৰ আত্মাৰ সদগতি কামনা কৰি দুই মিনিট সময় মৌন প্রার্থনা কৰিছো। তদুপৰি পূজাস্থলীত জুবিনদাৰ এটা কাটআউট আৰু ভূপেনদাৰ প্ৰতিমূর্তি ৰাখিছো। তাত শ্রদ্ধাঞ্জলি যাচিবলৈ ফুল আদি থোৱা হৈছে। সময় কম হোৱাৰ বাবে আমি জুবিনদাৰ প্ৰতিমূর্তি সাজিব নোৱাৰিলো।’ পূজাস্থলীলৈ অহা ভক্তসকলেও প্রিয় শিল্পীৰ আত্মাৰ সদগতিৰ বাবে প্রার্থনা জনাইছে আৰু তেওঁলৈ শ্রদ্ধাঞ্জলি যাচি চকুলো টুকিছে।

কালি মহাসপ্তমীত দিনৰ ভাগত অইনবাৰৰ তুলনাত পূজা মণ্ডপসমূহৰ পৰিৱেশ যথেষ্ট গোমা আছিল যদিও সন্ধিয়ালৈ সামান্য ভিৰ বাঢ়িছে। গণেশগুৰি-গণেশ উদ্যান সার্বজনীন দুর্গা পূজাৰ আয়োজক তাপস বৈশ্যই জনোৱা মতে, সন্ধিয়ালৈ মানুহৰ ভিৰ বাঢ়ে আৰু তেওঁলোকে দুর্গতিনাশিনীৰ বন্দনাৰ লগতে পূজাস্থলীত থকা প্রিয় শিল্পী জুবিন গাৰ্গৰ ফটোত শ্রদ্ধাঞ্জলি জনায়। স্বাভাৱিকতে এইবাৰ পূজাস্থলীত পূৰ্বৰ দৰে হাঁহি-আনন্দ, উৎসৱ উদ্যাপনৰ পৰিৱেশ নাই যদিও সমাজৰ পৰা অসূয়া, অপায়-অমংগল আঁতৰাবলৈ ৰাইজে দুর্গা দেবীক প্রার্থনা জনাইছে। গণেশ উদ্যানৰ পূজাস্থলীত জুবিনৰ শ্ৰদ্ধাঞ্জলিৰ বাবে সুকীয়াকৈ ব্যৱস্থা কৰা হৈছে। মনকৰিবলগীয়া যে ৰাজ্যৰ প্ৰায় প্ৰতিখন পূজাস্থলীতে জুবিন গাৰ্গৰ বৃহৎ বৃহৎ ফটো ৰখা হৈছে আৰু পুষ্পাঞ্জলিৰ ব্যৱস্থাও কৰা হৈছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাস্থলীত পূৰ্বতে সপ্তমীৰ বিয়লিৰ পৰাই ৰাইজৰ সোঁত বৈছিল যদিও এইবাৰ নিশা পর্যন্ত তুলনামূলকভারে উপস্থিতি সেৰেঙা হৈছে। পূৰ্বৰ দৰে ব্যাপক যান-জট হোৱা নাই। জাকজমকতা পৰিহাৰ কৰি সাত্ত্বিকভাবে পূজা-অর্চনা কৰা হৈছে। মণ্ডপে মণ্ডপে শ্রদ্ধাঞ্জলিৰ ব্যৱস্থাৰ লগতে কিছুমান স্থানত জুবিন গাৰ্গৰ ন্যায় বিচাৰি প’ষ্টাৰ-বেনাৰো আঁৰা হৈছে। ইতিমধ্যে পূজা সমিতিসমূহে ৰাজ্যজুৰি সাংস্কৃতিক কাৰ্যসূচী পৰিহাৰ কৰা বুলি ঘোষণা কৰিছে। আজিকালি বিভিন্ন পূজা সমিতিত পৰিৱেশত সুৱগা চৰাবলৈ ‘ডিজে’ও অনা হয়। আয়োজন কৰা বিভিন্ন আকর্ষণীয় প্রতিযোগিতা এই সকলোবোৰ এইবাৰ প্রিয় শিল্পীক হেৰুৱাই দুখ-বেদনাত জৰ্জৰিত ৰাইজে স্বইচ্ছাৰে পৰিৱেশ পৰিহাৰ কৰিছে।

মনকৰিবলগীয়া যে ৰাজ্যৰ অন্যতম আনন্দ-উৎসৱসমূহৰ ভিতৰত উল্লেখযোগ্য দুর্গা পূজাৰ আয়োজনৰ বাবে বহু মাহ পূৰ্বৰে পৰাই পৰিকল্পনা কৰা হয়। এই মর্মে বাজেট প্রস্তুত কৰা হয় আৰু সাজ-সজ্জাৰ আয়োজনো কৰা হয়। বিভিন্ন আগশাৰীৰ পূজা মণ্ডপত ৰাজ্যৰ বাহিৰৰ পৰা মণ্ডপ নিৰ্মাণ কৰা শিল্পী, লাইট-ছাউণ্ডৰ ব্যৱস্থা, আলোকসজ্জা-পোহৰ সজ্জাৰ পৰা আৰম্ভ কৰি গোসানীৰ বস্তু-আভূষণ আদিৰো ব্যৱস্থাৰ বাবে বহু পূৰ্বৰে পৰা পৰিকল্পনা কৰা হয়। পূজা মণ্ডপসমূহৰ মাজত একপ্ৰকাৰ প্ৰতিযোগিতা চলে। কোনে কি ‘থীম’ লৈ পূজা মণ্ডপ সাজিলে, দ্বাৰ নিৰ্মাণ কৰিলে এইবোৰেই আলোচ্য বিষয় হৈ পৰে। একেদৰে বিভিন্ন আনন্দমেলা-বাণিজ্য মেলা আদিও পূজাস্থলীৰ আৱশ্যকীয় আংগিক হৈ পৰিছে।

এইবাৰো বহু পূৰ্বৰে পৰা পৰিকল্পনা কৰাৰ বাবে মণ্ডপসমূহ, দেৱী মূর্তিৰ জাকজমকতা আৰু আলোকসজ্জা আদিৰ ব্যৱস্থা স্বাভাৱিকতে কৰা হৈছে যদিও পূজাস্থলীত নাই পূৰ্বৰ দৰে প্রাণ। নাই কোনো উৎসাহ-উদ্দীপনা। আশিস বিচাৰি-মংগল কামনা কৰি অৱশ্যে ভক্তই দেৱীক জনাইছে সেৱা-আৰতি। পূজাস্থলীসমূহত ঢাক-ঢোলৰ শব্দৰ লগত জুবিনৰ গীতে এক আৱেগ বিহ্বল পৰিৱেশৰ সৃষ্টি কৰিছে। সকলো থাকিও কিবা যেন এক উকা পৰিৱেশ। ৰঙীন মণ্ডপেও মানুহৰ মনলৈ আনিব পৰা নাই ৰং-উছাহ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Durga Puja CelebrationGuwahatiMaha Astami
publisher

publisher

Related Posts

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d