Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

গণতান্ত্রিক পথৰে সমাজত পৰিৱৰ্তন সাধন হ’বঃ সংঘৰ শতবৰ্ষত ভাগৱত

publisher by publisher
October 3, 2025
in India, News
Reading Time: 1 min read
0
গণতান্ত্রিক পথৰে সমাজত পৰিৱৰ্তন সাধন হ’বঃ সংঘৰ শতবৰ্ষত ভাগৱত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

চুবুৰীয়া নেপালী-পাকিস্তানীতকৈও অসুখী ভাৰতীয়সকল

Nepal:✒️যিকোনো দেশৰ উত্থানৰ সকলোতকৈ মহত্ত্বপূর্ণ কাৰক হ’ল সেই দেশৰ সমাজৰ একতা। আমাৰ দেশ বিবিধতাৰ দেশ। অনেক ভাষা, অনেক পন্থা, ভৌগোলিক বিবিধতাৰ অৱস্থান, খাদ্যাভ্যাস আদিকে ধৰি অনেক প্ৰকাৰ, জাতি-উপজাতি আদি বিবিধতা আগৰে পৰাই আছে। বিগত এহেজাৰ বছৰত ভাৰতবৰ্ষৰ সীমাৰ বাহিৰৰ দেশৰ পৰাও ইয়ালৈ কিছু বিদেশী সম্প্রদায় আহিছে। এতিয়া বিদেশী গুচি গ’ল কিন্তু সেই সম্প্রদায়ক আজিও বিভিন্ন কাৰণত মানি চলা আমাৰে বন্ধু ভাৰতত বিদ্যমান। ভাৰতৰ পৰম্পৰা অনুসৰি এই সকলোকে আদৰণি জনোৱা হৈছে আৰু গ্ৰহণ কৰা হৈছে। এওঁলোকক আমি পৃথক দৃষ্টিৰে নাচাওঁ।’

ADVERTISEMENT

বৃহস্পতিবাৰে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগবতে সংঘৰ শতবার্ষিকী উদ্যাপন অনুষ্ঠান তথা বিজয়া দশমীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্রদান কৰা ভাষণত এইদৰে কয়। নাগপুৰত আৰএছএছৰ মুখ্য কার্যালয়ত ভাগৱতে পাকিস্তানৰ স’তে হোৱা সংঘর্ষ, বতৰ পৰিৱৰ্তন, অসমতা আৰু ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক অস্থিৰ পৰিস্থিতিকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, ‘আমাৰ বিবিধতাক আমি নিজ নিজ বৈশিষ্ট্য বুলি মানো আৰু ইয়াকে লৈ আজিও গৌৰৱ কৰো। কিন্তু এই বৈচিত্র্যসমূহ ভেদাভেদৰ কাৰণ হ’ব নালাগে। আমি সকলো এখন বৃহৎ সমাজৰ অংগ। সমাজ, দেশ, সংস্কৃতি তথা ৰাষ্ট্ৰ হিচাপে আমি এক। এই আমাৰ বৃহৎ পৰিচিতিয়েই আমাৰ বাবে সকলোৰে ঊর্ধ্বত, এই কথাটোৰ প্রতি আমি আটায়ে সদায় মনত ৰাখিব লাগিব। তাৰ কাৰণেই সমাজত সকলোৰে নিজৰ মাজৰ ব্যৱহাৰ সম্ভাৱনাপূর্ণ আৰু সংযমপূর্ণ হৈ থাকিব লাগিব।’

ভাগৱতে কয় যে সকলোৰে নিজ নিজ শ্রদ্ধাস্থলী, মহাপুৰুষ তথা পূজাস্থান থাকে। মন, বচন, কর্মকে নিজৰ ভিতৰত এইবোৰৰ অৱমাননা যাতে নহয় ইয়াৰ প্রতি ধ্যান ৰাখিব লাগিব। তাৰ বাবে সজাগতা অনাৰ আৱশ্যকতা আছে বুলিও ভাগৱতে কয়। তেওঁ তাৎপর্যপূর্ণভাৱে কয়, ‘সৰু-বৰ কথাত অথবা মনত সন্দেহ লৈ, আইন হাতলৈ ৰাস্তালৈ ওলাই আহা, গুণ্ডাগিৰী, হিংসা কৰা এই প্রবৃত্তি ঠিক নহয়। প্রতিক্ৰিয়াৰ মনোভাব পোষণ কৰি অথবা কোনো সম্প্রদায় বিশেষক উচটোৱাৰ বাবে নিজ শক্তি প্রদর্শন কৰা এনে ঘটনাবোৰ পৰিকল্পিতভাৱে কৰোৱা হয়। তেওঁলোকৰ হাতোৰাত আবদ্ধ হোৱাৰ পৰিণাম, তাৎকালীনভাৱে আৰু দীর্ঘকালীনভাবে, দুয়োটা দৃষ্টিৰেই ঠিক নহয়। এই প্রবৃত্তিসমূহৰ নিয়ন্ত্রণ আৱশ্যক।’

চৰকাৰক নিৰপেক্ষভাৱে কাম কৰিবলৈ আহ্বান জনাই ভাগৱতে কয়, ‘চৰকাৰ-প্রশাসনে নিজৰ কাম পক্ষপাতশূন্যভাবে তথা কোনো হেঁচাৰ প্ৰতি প্ৰভাৱান্বিত নহৈ, নিয়ম অনুসাৰে কৰক। তৰুণ প্রজন্ময়ো সজাগ আৰু সংগঠিত হ’ব লাগিব। আৱশ্যক অনুসাৰে হস্তক্ষেপো কৰিব লাগিব।’

পহলগামৰ নাৰকীয় আক্রমণ সন্দর্ভত ভাগবতে প্রসংগত তেওঁ কয়, ‘২২ এপ্রিলত পহলগামত সীমান্তৰ সিপাৰৰ পৰা অহা সন্ত্রাসবাদীৰ আক্ৰমণত ২২ জন ভাৰতীয় নাগৰিকক ধর্ম সুধি সুধি হত্যা কৰিলে। দেশজুৰি নাগৰিকৰ মনত দুখ আৰু ক্রোধৰ অগনি উঠলি উঠিল। ভাৰত চৰকাৰে মে’ত ইয়াৰ যথাযথ উত্তৰ দিলে। এইখিনি সময়ত দেশৰ নেতৃত্বৰ দৃঢ়তা তথা আমাৰ সেনাৰ পৰাক্ৰম তথা যুদ্ধ-কৌশলৰ লগতে সমাজৰো দৃঢ়তা আৰু একতাৰ দৃশ্য আমি দেখিলো।’

তেওঁ কয় যে এই ঘটনাত বিশ্বৰ বিভিন্ন দেশে গ্রহণ কৰা স্থিতিয়ে উদঙাই দিলে কোন আমাৰ বন্ধু আৰু কিমান দূৰলৈ। আৰএছএছৰ মুৰব্বীজনে কয় যে দেশত নক্সাল উগ্রবাদীৰ আন্দোলনৰ বিৰুদ্ধে প্রশাসনৰ দৃঢ় কাৰ্যব্যৱস্থাৰ কাৰণে তথা মানুহৰ সন্মুখত তেওঁলোকৰ চিন্তাধাৰাৰ ফোঁপোলা স্বরূপ প্রকাশ হোৱাৰ কাৰণে বৃহৎ মাত্ৰাত নিয়ন্ত্রণ সম্ভৱ হৈছে। তেওঁ কয়, ‘সেই ক্ষেত্রসমূহত নক্সাল পন্থীসকলৰ খোপনি পোতাৰ মূলতে তাত চলি থকা শোষণ আৰু অন্যায়ৰ লগতে বিকাশৰ অভাৱ বুলি অনুমান কৰিব পাৰি। এতিয়া এই বাধাসমূহ দূৰ হ’ল যেতিয়া সেই ক্ষেত্রসমূহত ন্যায়, বিকাশ, সম্ভাবনা, সমতা স্থাপন কৰাৰ বাবে কিছু ব্যাপক আঁচনি চৰকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে।’

দেশৰ আৰ্থিক প্রগতি সাধন হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতক বিশ্বৰে সৰ্বশ্রেষ্ঠ দেশৰূপে প্রতিষ্ঠা কৰিবলৈ জনতাৰ মাজত বিশেষকৈ নতুন প্রজন্মৰ মাজত দেখা পোৱা গৈছে এই উৎসাহ। তেওঁ কয়, ‘কিন্তু এই প্রচলিত অর্থ ব্যৱস্থাৰ প্রয়োগৰ ফলত ধনী-দুখীয়াৰ ব্যৱধান বৃদ্ধি, আর্থিক সামর্থ্য কেন্দ্রিভূত হোৱা, শোষকৰ কাৰণে অধিক সুৰক্ষিত শোষণৰ নতুন বিধি-ব্যৱস্থা সুদৃঢ় কৰা, পৰিবেশৰ ক্ষতিসাধন, মানুহৰ পৰস্পৰৰ প্ৰতি ব্যৱহাৰত সম্বন্ধৰ ঠাইত বেপৰোৱা দৃষ্টি আৰু অমানবীয়তাৰ বৃদ্ধি হোৱা, এনে দোষবোৰ বিশ্বত সর্বত্র দেখা পোৱা গৈছে। স্বদেশী আৰু স্বাৱলম্বনৰ কোনো পর্যায় নাই।’

তেওঁ নেপালত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত কয়, ‘যোৱা বছৰটোত আমাৰ চুবুৰীয়া দেশসমূহত তীব্র অস্থিৰতাৰ উদ্ভৱ হৈছিল। শ্রীলংকা, বাংলাদেশত আৰু সদ্যহতে নেপালত যিদৰে আক্রোশমূলক হিংসাত্মক ঘটনাৰ উদ্রেক হৈ ক্ষমতাৰ পৰিৱৰ্তন হ’ল, ই আমাৰ বাবে উদ্বেগজনক। আমাৰ দেশত তথা বিশ্বতেই ভাৰতত এনে ধৰণৰ উপদ্ৰৱ বিচৰা শক্তি সক্রিয় হৈ আছে। চৰকাৰ প্ৰশাসনৰ সমাজৰ স’তে বিছিন্ন হোৱা সম্বন্ধ, তৎপৰ আৰু জনমুখী নেতৃত্বৰ প্রশাসনিক ক্রিয়াকলাপৰ অভাবেই এই অসন্তোষৰ স্বাভাৱিক আৰু তৎকালীন কাৰণ। কিন্তু হিংসাত্মক ঘটনাৰ উদ্ৰেকত বাঞ্ছিত পৰিৱৰ্তন অনাৰ শক্তি নাথাকে। গণতান্ত্রিক পথেৰেহে সমাজে আমূল পৰিৱৰ্তন আনিব পাৰে।’

ভাগৱতে কয়, ‘আমাৰ দেশত সর্বত্রে বিশেষকৈ নতুন প্রজন্মৰ মাজত দেশভক্তিৰ অনুভৱ, আমাৰ সংস্কৃতিৰ প্রতি আস্থা আৰু বিশ্বাস নিৰন্তৰ বাঢ়ি আহিছে। সংঘৰ স্বয়ংসেৱকৰ লগতে সমাজত চলি থকা বিভিন্ন ধার্মিক, সামাজিক সংস্থা তথা ব্যক্তি, সমাজৰ দৰিদ্ৰ শ্ৰেণীক নিঃস্বার্থ সেৱাৰ বাবে বৃহৎ সংখ্যকে আগবাঢ়ি আহিছে আৰু এইবোৰৰ কাৰণে সমাজে সমস্যাবোৰৰ সমাধান কৰা আৰু অভাৱবোৰ পূৰণ কৰিবলৈ কৰা চেষ্টা বৃদ্ধি হৈছে।’ তেওঁ ভাষণত আৰএছএছৰ চিন্তা-চর্চা সন্দর্ভত কিছু কথা ব্যক্ত কৰে।

অনুষ্ঠানত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ ক’বিন্দ মুখ্য অতিথিরূপে উপস্থিত থাকে। ক’বিন্দে কয় যে আৰএছএছত কোনো অস্পৃশ্যতা বা বর্ণবৈষম্য নাই। নাগপুৰৰ ৰেছিমবাগ ময়দানত আয়োজিত আৰএছএছৰ প্ৰতিষ্ঠা দিৱসৰ ভাষণত ক’বিন্দই কয়, ‘১৯৯১ৰ লোকসভা নিৰ্বাচনৰ সময়ত আৰএছএছৰ আদৰ্শ আৰু স্বয়ংসেৱকৰ স’তে মোৰ পৰিচয়ৰ সুযোগ ঘটিছিল। সেই নির্বাচনী প্রচাৰৰ সময়ত মই সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহক লগ পাইছিলো। আজিও সমাজৰ বহু মানুহে নাজানে যে আৰএছএছৰ কোনো ধৰণৰ অস্পৃশ্যতা বা বর্ণবৈষম্য নাই। তেওঁ কয়, ‘কিছুমানে অটল বিহাৰী বাজপেয়ীক দলিত বিৰোধী বুলি অপবাদ দিছিল। তেওঁ কৈছিল যে আমি আম্বেদকাৰবাদী। ভীম স্মৃতি মানে ভাৰতৰ সংবিধান। আমাৰ চৰকাৰে মনু স্মৃতিৰ ভিত্তিত কাম নকৰে। আমাৰ চৰকাৰে ভীম স্মৃতি অর্থাৎ ভাৰতৰ সংবিধানৰ ভিত্তিত কাম কৰিব। এইদৰে কৈছিল বাজপেয়ীয়ে।

উল্লেখ্য যে এই অনুষ্ঠানত কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰী আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফড়নবিছসহ বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত আছিল। সংঘই সেই উদ্যাপনত বিদেশী অতিথিকো আমন্ত্রণ জনাইছিল। ঘানা, দক্ষিণ আফ্রিকা, ইণ্ডোনেছিয়া, থাইলেণ্ড, ব্রিটেইন আৰু মার্কিন যুক্তৰাষ্ট্ৰৰ অতিথিয়েও ইয়াত অংশ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nepal
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d