Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
October 4, 2025
in Assam, News
Reading Time: 1 min read
0
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

Tinsukia Incident:তিনিচুকীয়াৰ বিলাসী আৱাসিক অট্টালিকাৰ চৌহদত সংকটজনক অৱস্থাত উদ্ধাৰ যুৱক

Moran:মৰাণত উজনি অসমৰ প্ৰতিখন জিলা সামৰি অসম চাহ মজদুৰ আদিবাসী কংগ্ৰেছৰ মহাসন্মিলন

Tinsukia:৮ অক্টোবৰত জনজাতিকৰণৰ দাবীত অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ প্রতিবাদী সমদল

ADVERTISEMENT

অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে এক বিবৃতি যোগে জনাইছে যে জনজাতিকৰণ অন্যান্য দাবীত মৰাণ, মটক, কোচ ৰাজবংশীকে আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিছে। নিজৰ জাতি জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰৰ বিচাৰি সকলোৱে আন্দোলনত নামি পৰিছে। এই ছয় জনগোষ্ঠীৰ ভিতৰত অসমৰ সৰ্ববৃহৎ আদিবাসী চাহ জনগোষ্ঠীক বিজেপি চৰকাৰে ১০০ দিনত জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্রুতি দিছিল। কিন্তু আজি ১০ বছৰ পাৰ হল জনজাতিকৰণ নকৰিলে, চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা দিয়াৰ প্ৰতিশ্ৰুতি আজিও পূৰণ নকৰিলে, চাহ শ্রমিকক মাটিৰ পট্টা দিয়াৰ প্রতিশ্রুতি দিছিল পূৰণ নকৰিলে।

এই বিজেপি চৰকাৰৰ দিনত চাহ জনগোষ্ঠী একেবাৰে সুৰক্ষিত নহয়। বিজেপি চৰকাৰৰ অপশাসন, শ্রমিক বিৰোধী নীতি ফলত চাহ বাগিছা সমূহ গভীৰ সংকটত পৰিছে। বৃহৎ বহৎ চাহ বাগিছাৰ মালিক সকলে চাহ বাগিছা বিক্রী কৰি চাহ উদ্যোগ ব্যৱসায় এৰি অন্য ব্যৱসায়ত নামিছে। চাহ বাগিছাৰ মাটি উচ্ছেদ কৰা হৈছে। আদানী, আম্বানী, পতঞ্জলীৰ দৰে পুঁজিপতিক বাগিছাৰ মাটি গটাই দিয়া হৈছে, বাগিছাৰ মাটি ১০% (শতাংশ) অন্য কামত ব্যৱহাৰ কৰি উদ্যোগ স্থাপন কৰিবলৈ আইন প্রস্তুত কৰিছে, যাৰ বাবে এতিয়া চাহ বাগিছা সমূহ ধংসৰ পথলৈ গতি কৰিছে। কিন্তু বিজেপি চৰকাৰে চাহ বাগিছা ৰক্ষাৰ ক্ষেত্ৰত কোনো ব্যবস্থা গ্রহন কৰা আমি দেখা নাই।

আচ্ছে দিন আয়েগা বুলি কৈছিল, কিন্তু চাহ বাগিছা বিলাকৰ আচ্ছে দিনৰ সলনি বেয়া দিনলৈ গতি কৰিছে। ৩% (শতাংশ) চাকৰি আদিবাসীৰ নামত দিব বুলিআইন প্রণয়ন কৰি ১,৫০,০০০ চাকৰি চৰকাৰে দিলে কিন্তু আদিবাসী ৰাইজৰ বাবে সংৰক্ষিত ৩% (শতাংশ) চাকৰি কেইটা আদিবাসীক দিলে আমি জানো। মডেল স্কুলত শিক্ষক নাই, চকিদাৰ নাই, ২/৩ জন শিক্ষকে বিদ্যালয় সমূহ এনেদৰে চলাই আছে, সেয়ে এনেকুৱা বিদ্যালয় সমূহত ছাত্র-ছাত্রী ডপ আউটৰ সংখ্যা অধিক, বাগিছাৰ হস্পিটালত ডাক্তৰ নাই, দৰব পাতি অভাব, দেশত অত্যাধিক মূল্য বৃদ্ধিৰ ফলত চাহ বাগিছাৰ শ্ৰমিক সকলে ২৫০ টকা মজুৰিত পুষ্টিকৰ খাদ্য কিনি খাবলৈ নোপোৱাত বাগিছাৰ ৮০% (শতাংশ) শ্রমিকৰ বডিৱেট ৫০ কেজিতকৈ কম হোৱা দেখা গৈছে, এল, পি স্কুল আজিও সম্পূৰ্ণ চৰকাৰী কৰণ নহল। এনে ধৰনৰ বিভিন্ন সমস্যা এই বিজেপি চৰকাৰৰ দিনত চাহ বাগিছা সমূহত দেখা পোৱা গৈছে। এই ধংস হবলৈ ধৰা উদ্যোগটোক জীয়াই ৰখাৰ কোনো বিকল্প ব্যৱস্থা বিজেপি চৰকাৰে আজিও গ্ৰহন কৰা নাই বা কৰিব ইচ্ছা প্রকাশ কৰা নাই।

গতিকে আদিবাসী চাহ জনগোষ্ঠী ৰাইজে জনজাতিকৰণ আৰু অন্যান্য জলন্ত সমস্যাৰ ওপৰোক্ত দাবীক লৈ অহা ৮ অক্টোবৰত প্রায় ১ লাখ লোক তিনিচুকীয়াৰ কচুজান ফিল্ড আৰু চলিহা নগৰ ফিল্ডত এ.টি ৰোডৰ অভাৰ ব্ৰিজৰ ওচৰত, ন-পুখুৰীৰ ওচৰত, চাৰ্কোল অফিচৰ ওচৰত, এৰমা হোটেলৰ ওচৰত সমবেত হোৱাৰ লক্ষ্য ৰাখি তিনিচুকীয়া মাজমজিয়াত মিথ্যাচাৰী বিজেপি চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ বিৰোদ্ধে সমদল বাহিৰ কৰি প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰা হ’ব। ৩ অক্টোবত অসম চাহ মজদুৰ সংঘ, অসম চাহ জনজাতি ছাত্র সন্থা, আদিবাসী ছাত্র সন্থা মহিলা সমিতি (আটৱা), জাতীয় মহাসভাকে আদি কৰি বিভিন্ন চাহ জনগোষ্ঠীৰ সংগঠনৰ বিষয়-ববীয়া ক্রমে জগত নায়ক, অনুজ তাঁতী, এলবার্ট আবেয়া, বাবলু কুলদিপ আৰু বহু কেইজনৰ উপস্থিতিতিত তিনিচুকীয়াৰ এৰমা ৰেছিডেন্সীত এক গুৰুত্বপূর্ণ আলোচনা কৰা হয় I

এই ACMS, ATTSA, AASA লগতে বিভিন্ন জাতীয় সংগঠনৰ সহযোগত হবলগীয়া প্রতিবাদী কাৰ্য্যসূচীত দলে বলে যোগদান কৰিবলৈ সকলোকে আহ্বান জনোৱা হ’ল । উক্ত আন্দোলনত সকলো সংগঠনে নিজৰ নিজৰ বেনাৰ, প্লে কার্ড লৈ তিনিচুকীয়া চহৰত সমবেত হৈ প্রতিবাদ সাব্যস্ত কৰিব। সেয়ে চাহ জনগোষ্ঠীয় আদিবাসী সংগঠন সমূহক বিশেষ ভাবে অনুৰোধ জনাইছো যে অহা ৮ অক্টোবৰত দিনৰ ১১ বজাত এই বৃহৎ গণতান্ত্রিক প্রতিবাদী আন্দোলনত চাহ বাগিছাৰ সকলো শ্রমিক আবাল, বৃদ্ধ, বনীতা, ডেকা-গাভৰু আৰু গাঁও অঞ্চলৰ অদিবাসী ৰাইজক দলে বলে অংশ গ্রহন কৰি আন্দোলন সফল ৰূপায়ণ কৰিবলৈ আহ্বান জনায় I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: asom sah mazdur sanghamomentsraju sahuTinsukia
publisher

publisher

Related Posts

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি
India

যন্তৰ-মন্তৰত সতীৰ্থৰ গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ ককৰোচ জনতা পাৰ্টি

October 14, 2026
উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d