Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জুবিনৰ মৃত্যুৱে জোঁকাৰিছে ৰাজনীতি

publisher by publisher
October 11, 2025
in Assam, News
Reading Time: 1 min read
0
টকাবোৰ ক’লৈ গ’ল! মেনেজাৰ সিদ্ধাৰ্থৰ পৰা হিচাপ আল’বলৈ সাজু হৈছিল জুবিন
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

জুবিনে বিচৰা অসমেই উজলিল সমাধিত

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

Zubeen Garg:✒️সম্মুখত ২০২৬ৰ বিধানসভা নির্বাচন। ইয়াকে লৈ ৰাজ্যৰ ৰাজনৈতিক প্রেক্ষাপট ধুৱলী-কুঁৱলী হৈ থকাৰ মাজতে অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ডই ৰাজনৈতিক পৰিৱেশ অধিক জটিল কৰি তুলিছে। ২০২৬ৰ নিৰ্বাচনক লৈ বৃহস্পতিবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ বৰ্ধিত কার্যনির্বাহক সভাত এই বিষয়টোও আলোচনাৰ অন্যতম মূল বিষয় হৈ পৰে।

ADVERTISEMENT

২০২৬ত বিজেপিৰ বাবে ইছ্যু কি হ’ব, কি বাগধাৰাৰে শাসকীয় বিজেপিয়ে ৰাজ্যত পুনৰ প্রত্যাবর্তন কৰিব এইবোৰ বিষয় স্বাভাৱিকতে নির্বাচনমুখৰ ৰাজ্যখনত বিজেপিৰ বৰ্ধিত কার্যনির্বাহকৰ চৰ্চিত বিষয় হৈ পৰে। দলীয় চর্চা অনুসৰি হিন্দুত্ববাদক মূল ইছ্যুৰূপে লৈ নির্বাচনী বৈতৰণী পাৰ কৰাটো সাম্প্রতিক পৰিস্থিতিত কিমান সহজ হ’ব সেয়া এক বৃহৎ প্রশ্নৰূপে ঠিয় দিছে বিজেপিৰ সম্মুখত। জুবিন গাৰ্গৰ মৃত্যুবে ৰাজ্যবাসীক জাতি-ধর্ম-বর্ণ নির্বিশেষে একত্ৰিত কৰাৰ সময়ত ধর্মীয় মেৰুকৰণ কৰাটো কিমানদূৰ সফল হ’ব পাৰে তাকে লৈ দলৰ অভ্যন্তৰত চৰ্চা চলাই নহয়, কার্যনির্বাহকতো ইয়াকে লৈ আলোচনা হৈছে।

দলীয় সূত্রত প্রকাশ যে শেহতীয়া বিটিচিৰ নিৰ্বাচনত দলৰ নিম্নগামী ফলাফলৰ অন্যতম কাৰণ হৈছে ভোটৰ বিভাজন। দলীয় আভ্যন্তৰীণ জৰীপ অনুসৰি অবড়ো ৰাজনীতিক মূল উপাদান হিচাপে লৈ বিটিএডিত বিজেপি আগবাঢ়িছিল যদিও ই বুমেৰাং হয় আৰু বড়ো ভোটৰ সিংহভাগ লাভ কৰে বিপিএফে। একে সময়তে অঞ্চলটোৰ মুছলমান আৰু খ্রীষ্টানকে ধৰি সংখ্যালঘুৰ ভোটো বিপিএফলৈ যোৱাত আগন্তুক সময়ত এই প্রতিচ্ছবিৰ বিশেষ সালসলনি সংখ্যালঘু ভোটৰ ক্ষেত্ৰত দেখা নাযাব বুলি দলৰ আভ্যন্তৰীণ প্রতিবেদনত কোৱা হৈছে। এই পৰিপ্ৰেক্ষিততে আজি অন্ত পৰা বিজেপিৰ বৰ্ধিত কার্যনির্বাহকত দলীয় নেতৃত্বয়ো উদ্বেগ প্রকাশ কৰিছে যে বৰ্তমানৰ ৰাজনৈতিক প্রেক্ষপটত হিন্দুত্বৰ ৰাজনীতিৰ পৰিৱেশ সুবিধাজনক হৈ থকা নাই। ইয়াক সহজতে ঘূৰাই আনিব পাৰিব যে তাকে লৈ নেতৃত্বও সন্দিহান হৈছে। দলৰ অন্যতম সাম্প্রতিক খনিকৰ তথা তাৰকা প্ৰচাৰক মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাও এই চক্ৰবেছৰ বাহিৰত নাই।

২০২৬ত দুটা বিষয়ক লৈ ৰাজ্যৰ ৰাজনীতি তল ওপৰ হোৱাৰ সম্ভাৱনা আছে। এই বিষয়কেইটা হৈছে জুবিন গাৰ্গৰ হত্যাকাণ্ড আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ। এই বিষয় দুটা দলে সমাধান কৰিব নোৱাৰিলে বা ইয়াৰ স’তে উচিতভাবে মোকাবিলা কৰিব নোৱাৰিলে দল বৃহৎ প্রত্যাহ্বানৰ সম্মুখীন হ’ব বুলি একাংশই আঙুলিয়াই দিছে। এই বিষয় দুটা কিমান সময়োচিত আৰু ৰাজনৈতিকভাৱে তৎপৰতাৰে বিজেপিয়ে অনাগত সময়ত নিষ্পত্তি কৰিব পাৰিব সেয়া লক্ষ্যণীয় হ’ব।

ইতিমধ্যে জুবিনৰ মৃত্যুৰ ন্যায় সমস্বৰে বিচাৰিছে অসমৰ ৰাইজে। দলীয় সূত্রত প্রকাশ যে যিমানে দিন বাগৰিছে সিমানে ন্যায় প্ৰদানৰ দায়িত্বকাৰ বুলি শাসক পক্ষলৈ সামাজিক মাধ্যমতো আৰু বাহিৰতো প্রশ্নবাণ নিক্ষেপ হ’বলৈ ধৰিছে।

২০২৬ৰ নিৰ্বাচনী পৰিৱেশ বিহুৰ বতৰত অধিক উত্তাল হ’ব; কিয়নো বিহু মানেই জুবিন। বিহুৰ বতৰত জুবিনৰ আবেগত অসমৰ আৰু ৰাজ্যৰ বাহিৰতো থকা বিটোত হ’ব অসমৰ ৰাইজ। প্রিয় শিল্পীৰ মৃত্যুৰ আজি ২৩ দিন হ’ল যদিও এতিয়াও বহুজনে নিদ্রাহীন নিশা কটাইছে। বহুতে খোৱা-বোৱা, কাম-কাজত মনোনিৱেশ কৰিব পৰা নাই। এইবোৰ কথা সামাজিক মাধ্যমযোগে সিংহভাগ লোকে প্রকাশ কৰিছে।

ইপিনে, ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো দিনক দিনে অধিক আগ্রাসী ৰূপত প্রকাশিত হৈছে। লক্ষ লক্ষ লোক ৰাজপথলৈ ওলাই আহিছে জনজাতিকৰণৰ দাবীত। ৰাইজৰ এই আগ্রাসী ৰূপত দলীয় নেতৃত্ব স্বাভাবিকতে উদ্বিগ্ন হোৱাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ মানুহেও আন্দোলনত অংশগ্রহণ কৰিছে বুলি মন্তব্য কৰাত দলৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। এইদৰে জুবিনক লৈ বিজেপি এক বৃহৎ বিভ্রান্তিৰ মাজত সোমাই পৰাৰ সময়তে মুখ্যমন্ত্ৰীৰ কেতবোৰ ভাষ্যই অস্বস্তিত পেলাইছে দলক। জুবিনৰ মৃত্যু এক হত্যাকাণ্ড বুলি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল আৰু তাৰ পাছৰ পৰিস্থিতিক লৈ দলীয় কর্মীও হতাশ হৈছে। কিয়নো, তদন্তক লৈ বহু প্রশ্নৰ উত্থাপন হৈছে সামাজিক মাধ্যমতো। তৃণমূলত তাৰ বাবে তেওঁলোক পৰোক্ষ অথবা প্রত্যক্ষভাৱে জবাবদিহি হ’বলগীয়া হৈছে জুবিনৰ হত্যাৰ ন্যায়ৰ বাহিৰে কোনো কথাই নুশুনে বুলি অনুৰাগীয়ে স্পষ্ট কৰি দিয়াৰ সময়তে মুখ্যমন্ত্ৰীৰ পৰস্পৰ বিৰোধী ভাষ্যই অধিক ঘোলা কৰিছে পানী। মুখ্যমন্ত্রীয়ে কৈছিল যে ছিংগাপুৰলৈ অসম আৰক্ষী যাব নোৱাৰে। গতিকে ছিংগাপুৰত জুবিনৰ স’তে য়টত থকা প্রবাসী অসমীয়াক আহিবলৈ অসমৰ ৰাইজে হেঁচা দিব লাগে বুলি কৈছিল। ইয়াৰ পাছত প্রবাসী অসমীয়া ৰূপকমল কলিতা অসমত উপস্থিত হোৱাত মুখ্যমন্ত্রীয়ে ইয়াৰ কৃতিত্ব দাবী কবি কয় যে অসম আৰক্ষীয়ে কেতিয়াবা এই কাম কৰিব পাৰিছিল নেকি? গৃহমন্ত্রীৰ দায়িত্বত থকা মুখ্যমন্ত্রীয়ে কয় যে এজন হ’লেও ছিংগাপুৰৰ পৰা ধৰি আনিব পাৰিছে। ইয়াৰ পূর্বে তেওঁ যোৱা পাঁচ অক্টোবৰত কৈছিল যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন চৰকাৰে ৰাজহুৱা নকৰে কিন্তু চিআইডি কাৰ্যালয়লৈ গৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাইজে প্রত্যক্ষ কৰিব পাৰিব। এই মর্মে অধিবক্তা তথা প্রদেশ কংগ্ৰেছৰ বিতম সিং চিআইডিৰ কাৰ্যালয়ত উপস্থিত হয় যদিও আৰক্ষী বিষয়াই তেওঁক কয় যে মুখ্যমন্ত্রীয়ে ক’লেও প্রতিবেদন প্রদর্শন কৰাত আইনী বাধা আছে। এইদৰে মুখ্যমন্ত্ৰীৰ বিভিন্ন ভাষ্য সলনি হৈ থকাক লৈ দলীয় কর্মীৰ মাজতো অস্বস্তিকৰ সৃষ্টি হৈছে। এনেবোৰ বিষয় এৰাই চলাটোৱে মংগলজনক বুলি চর্চা হৈছে। যোৱা দুদিনৰ বর্ধিত কার্যনির্বাহকত দলীয় নেতাসকলৰ মাজত এনেবোৰ বিষয়েও চর্চা হয়।

ইপিনে, চৰকাৰৰ হিতাধিকাৰী ভিত্তিক আঁচনিৰ প্ৰচাৰ আৰু উন্নয়নমূলক কাম-কাজৰ প্ৰচাৰ বিশেষ ফলদায়ক নহ’ব বুলি দলীয় মহলতে চর্চা চলিছে। কিয়নো, এনে আঁচনিৰ আধিক্যই সাম্প্রতিক সময়ত মানুহৰ মন-মগজুত বিশেষ খলকনি যোগাব নোৱাৰে বুলিয়ে মত প্রকাশিত হৈছে।

ডিব্ৰুগড়ৰ বিশেষ সংবাদদাতা: ইপিনে, কালি অন্তিমখন বর্ধিত কার্যনির্বাহক সভাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰি থকা জনকল্যাণমূলক আঁচনিসমূহ সাধাৰণ ৰাইজৰ মাজত প্ৰচাৰ কৰি জনমত গঠন কৰিবলৈ পৰামৰ্শ দিয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ নীতিক সাৰোগত কৰি দলৰ প্ৰতিজন কর্মকর্তাক কাম কৰি যাবলৈ তেওঁ আহ্বান জনায়। ২০২৬ত বিজেপি যাতে পুনৰ শাসনলৈ আহে তাৰ বাবে ৰাইজক নিষ্ঠা সহকাৰে কাম কৰিবলৈ আৰু জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে চৰকাৰে কৰা কামবোৰ জনসাধাৰণক বুজাব লাগিব বুলিও তেওঁ কয়।

ইপিনে, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত একাধিক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। যোৱা নিশাৰ ভাগত অনুষ্ঠিত হোৱা কৰ্ণধাৰ সমিতিৰ বৈঠকত বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। ৰাজ্যিক কর্ণধাৰ সমিতিৰ বৈঠকত নির্বাচন পৰিচালনা সমিতি, ইস্তাহাব সমিতি আদি গঠনৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। গুৱাহাটীত বিজেপিৰ বুথ সভাপতিসকলক লৈ সমাবেশ অনুষ্ঠিত কৰাৰ উপৰি বিভিন্ন বুথৰ যুৱ মৰ্চাৰ সভাপতিসকলক লৈ যুর সমাবেশ অনুষ্ঠিত কৰিবলৈ কৰ্ণধাৰ সমিতিয়ে সিদ্ধান্ত গ্রহণ কৰিছে।

আনহাতে, প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী অমিত শাহ, বিত্তমন্ত্রী নির্মলা সীতাৰমণ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ ভ্ৰমণসূচী সন্দর্ভতো আলোচনা কৰা হয়। জুবিন গাৰ্গৰ তদন্তৰ গতিয়ে যাতে ন্যায় প্রাপ্তিৰ পৰ্যায়লৈ যাব পাৰে তাৰ বাবে চৰকাৰক দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাই কৰ্ণধাৰ সমিতিয়ে প্রস্তাব গ্রহণ কৰে। তদুপৰি বিটিচি নিৰ্বাচনৰ পৰ্যালোচনা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আলোচনা কৰা হয়।

সূত্ৰত প্রকাশ যে দল আৰু চৰকাৰৰ দৃষ্টিভংগী এই ক্ষেত্রত যাতে সামান্যও পৃথক নহয় আৰু একত্রিতভাবে আগবাঢ়ি যোৱা হয়, তাক লৈও সিদ্ধান্ত লোৱা হয়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনো মিত্র দলসমূহৰ স’তে একত্রিতভাবে নির্বাচনী প্রতিদ্বন্দ্বিতা কৰাৰ প্ৰসংগত এখন সমিতি গঠনৰ প্ৰস্তাৱো গ্রহণ কৰা হৈছে। ইয়াৰ উপৰি আন কে’বাটাও গুরুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা বুলি দলীয় সূত্রত প্রকাশ। দুদিনীয়া বৈঠকত মুখ্যমন্ত্রী শর্মা, কেন্দ্রীয় মন্ত্রী সোণোৱাল, সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক (সংগঠন) ৰবীন্দ্ৰ ৰাজু, দলীয় প্রভাবী হৰিশ দ্বিবেদীও উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: PoliticsZubeen Garg
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d