Guwahati :
ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ ঘাটি হৈ পৰিছে গুৱাহাটী ৷ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেন্স দি ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ বেহা ৷
ইয়াৰ মাজতে জালুকবাৰী আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত মালিগাঁৱৰ এটা ভাড়াঘৰত অৰ্তকিতে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ ড্ৰাগছ ৷ ১২ টা চাবোনৰ বাকচত আছিল জব্দকৃত ড্ৰাগছখিনি ৷ আৰক্ষীয়ে ড্ৰাগছৰ স’তে গ্ৰেপ্তাৰ কৰে ৱাংজাম মুকেশ আৰু প্রেমলতা দেৱী নামৰ ড্ৰাগছ পেডলাৰ দুজনক ৷
ADVERTISEMENT






























