Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিজেপিৰ ১০ বছৰীয়া শাসনৰ স্বৰূপ

অসমত ১৭টা ঘাইপথ প্রকল্প অসম্পূর্ণ

publisher by publisher
October 29, 2025
in Assam, News
Reading Time: 1 min read
0
বিজেপিৰ ১০ বছৰীয়া শাসনৰ স্বৰূপ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

Vishwakarma Puja Celebration:আজি বিশ্বখনিকৰ বিশ্বকর্মা পূজা

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

ৰাজ্য চৰকাৰে অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ প্রতিশ্রুতি দিলেও স্বয়ং দিছপুৰৰ অবজ্ঞাত ৰাজ্যখন পথ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতে বিভিন্ন ৰাজ্যৰ তুলনাত পিছ পৰি ৰোবাৰ তথ্য পোহৰলৈ আহিছে। সাম্প্রতিক সময়ত উন্নয়নৰ ক্ষেত্ৰত যোগাযোগ ব্যবস্থাই অন্যতম মূল ভূমিকা পালন কৰে বুলি বিশেষজ্ঞসকলে মতপোষণ কৰি আহিছে; তৎসত্ত্বেও এনে দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ পৰিবৰ্তে অনুৎপাদনশীল খণ্ডত সর্বাধিক গুৰুত্ব দি ভোট আদায়ৰ চেষ্টাত লিপ্ত হৈ আহিছে ৰাজ্য চৰকাৰ।

ADVERTISEMENT

গতিকে বাস্তৱত উন্নয়নৰ দিশত ৰাজ্য কিমান বা কেনেদৰে অগ্ৰসৰ হৈছে তাক লৈ প্রশ্নবোধক চিনৰ উদয় হৈছে। আশ্চর্যজনক যে আনকি কেন্দ্ৰীয় চৰকাৰৰ আঁচনিকো এই ক্ষেত্ৰত উপেক্ষা কৰি আহিছে ৰাজ্য চৰকাৰে। স্বয়ং কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ৰ শেহতীয়া তথ্য অনুসৰি, ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প ৰূপায়ণত অসম যথেষ্ট পিছপৰি ৰৈছে। ১৭টাকৈ এনে প্রকল্প ৰূপায়ণৰ কাম অসমত যথেষ্ট লেহেমীয়া হৈছে।

কেন্দ্ৰীয় চৰকাৰে পথ যোগাযোগ ব্যৱস্থাত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে। ইয়াৰ ফলত সমগ্র দেশত ৰাষ্ট্ৰীয় ঘাইপথৰ সংখ্যা বৃদ্ধি হৈছে। অসমতো নতুন নতুন ৰাষ্ট্ৰীয় ঘাইপথ অনুমোদন হৈছে। ইয়াৰ বিপৰীতে এনে প্রকল্প ৰূপায়ণত অসম যথেষ্ট লেহেমীয়া গতিত আগবাঢ়িছে। ইটোৰ পাছত সিটো ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প অনুমোদন লাভ কৰাৰ বিপৰীতে তাৰে অধিকাংশৰ অগ্রগতি শামুকীয়া গতিত চলিছে।

একাংশ কাম আধাতে বন্ধ হৈ ৰৈছে। আকৌ অন্য একাংশ কাম কেরল নথিপত্রতে আবদ্ধ হৈ আছে। অসম চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ শাখাৰ সূত্রই সদৰী কৰা অনুসৰি, কেন্দ্ৰৰ অনুমোদনৰ পাছত ৰাজ্যই যিবোৰ দায়িত্ব পালন কৰিব লাগে, সেইবোৰৰ ক্ষেত্ৰত অসমৰ গতি অতি লেহেমীয়া হৈছে।

উদাহৰণ স্বৰূপে ভূমি অধিগ্রহণ, বিভিন্ন বিভাগৰ পৰা অনুমোদন আদায়, বিবদমান অঞ্চলৰ সমস্যা নিষ্পত্তিকৰণ, ৰাজ্য চৰকাৰৰ একাংশ বিভাগৰ মাজত সমন্বয় নথকা আদিৰ ফলত শামুকীয়া গতিত প্রকল্পবোৰৰ ৰূপায়ণ কাৰ্য চলিছে। উল্লেখ্য যে পথ নিৰ্মাণৰ দৰে কাম অসমত বছৰত সৰ্বাধিক ছমাহহে ভালদৰে কাম কৰিব পাৰি। কাৰণ বৰষুণৰ বতৰত স্বাভাৱিকভাবে কাম কৰাত অসুবিধা হয়। সেয়েহে নির্দিষ্ট সময়ৰ ভিতৰত কামৰ অগ্রগতি দিয়াৰ প্রস্তাৱ অনুমোদনৰ সময়তে উল্লেখ থাকে। অথচ বাস্তৱত তাৰ প্ৰতিফলন নঘটে। মূৰকত বাৰিষাৰ সময়তহে অসমত কাম কৰিবলগীয়া হয়। যাৰ বাবে কামৰ মানো অবনমিত হয়।

এই সকলোৰে পৰিণতিতে ৰাজ্যত ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্প ৰূপায়ণ অতি লেহেমীয়া হৈ পৰিছে। ইয়াকে লৈ পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয় অসম চৰকাৰৰ ওপৰত যথেষ্ট ক্ষুণ্ণ হৈছে। লক্ষ্যণীয়ভাৱে অসমত ৰাষ্ট্ৰীয় পথ প্রকল্প ৰূপায়ণত সংঘটিত দুর্নীতিক লৈয়ো মন্ত্রণালয়ে উদ্বিগ্নতা প্রকাশ কৰিছে।

শেহতীয়া এক পর্যালোচনাত মন্ত্রণালয়ে একাংশ ঠিকাদাৰ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিষয়া এনে দুর্নীতিত লিপ্তৰ তথ্যও মন্ত্রণালয়ে লাভ কৰিছে। এই সকলো মিলি ৰাজ্যত ৰাষ্ট্ৰীয় পথ নির্মাণ প্রকল্পবোৰৰ অগ্রগতিত মাধমাৰ পৰিছে। মন্ত্রণালয়ৰ তথ্য অনুসৰি, পথ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাৰ দুর্ভোগ পূব অসমৰ অধিকাংশ জিলাৰ ৰাইজে ভুগিবলগীয়া হৈছে। বগীবিল পর্যন্ত চাৰিশাৰীযুক্ত পথ নির্মাণ আজিকোপতি সম্পূৰ্ণ নহ’ল।

ৰঙাপৰাৰ পৰা কলিয়াবৰ তিনিআলিলৈকে পথ নিৰ্মাণৰ গতিও যথেষ্ট লেহেমীয়া হৈছে। ইষ্ট-ৱেষ্ট কৰিড’ৰৰ নিৰ্মাণৰ শামুকীয়া গতি আন এক উল্লেখযোগ্য উদাহৰণ বুলি মন্ত্রণালয়ে চিহ্নিত কৰিছে। যোৰহাট-ডিব্ৰুগড় চাৰিশাৰীযুক্ত পথৰ নির্মাণো সম্পূর্ণ নহ’ল। পথ নির্মাণ অতি লেহেমীয়া হোৱাৰ পৰিণতিত ইয়াৰ ব্যয়ো বৃদ্ধি হৈছে।

সূত্রটোৱে জনায় যে বিগত ২০১৪ৰ পৰা অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ গতি লেহেমীয়া হোৱাৰ ফলত অতিৰিক্ত ব্যয় কিমান বৃদ্ধি হৈছে তথা হোৱাৰ সম্ভাৱনা আছে, তাৰ এক সম্ভাব্য হিচাপ উলিয়াবলৈ মন্ত্রণালয়ে সংশ্লিষ্ট বিভাগবোৰক দায়িত্ব অর্পণ কৰিছে।

এই প্ৰসংগতে মন্ত্রণালয়ে নির্ধাৰণ কৰা এক হিচাপ অনুসৰি, ছিকিমত আঠটা, অৰুণাচল প্রদেশত সাতটা, মিজোৰামত সাতটা, নগালেণ্ডত ছটা, ত্ৰিপুৰাত চাৰিটা আৰু মেঘালয়তো চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য লেহেমীয়া গতিত চলিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মন্ত্রণালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যক পথ নিৰ্মাণত কেন্দ্ৰীয় চৰকাৰক এশ শতাংশ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

ইয়াৰ ভিতৰত অসম এই কাৰণে অন্যতম যে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থাত অসমে মূল ভূমিকা গ্রহণ কৰি আহিছে। সেয়েহে অসম চৰকাৰক নিজৰ দায়িত্ব শীঘ্ৰে পালন কৰি ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রণালয়ক সহযোগিতা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dispur
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d