Ganeshguri :
৩০ অক্টোবৰৰ সেই ভয়াৱহতা কথা সকলোৰে মনত আছেনে ৷ হয় ,আজি অভিশপ্ত ৩০ অক্টোবৰ | দেশ কপাই যোৱা গণেশগুৰিৰ ভয়াৱহ বোমা বিস্ফোৰণে আজি অতিক্ৰম কৰিলে ১৭ টা বছৰ ৷ ২০০৮ বৰ্ষৰৰ আজিৰ দিনটোতে সংঘটিত হৈছিল উগ্ৰপন্থীৰ হিংসাত্মক কার্যকলাপ।
ভয়াৱহ বোমা বিস্ফোৰণত ৮১জন লোক নিহত হোৱাৰ বিপৰীতে আহত হৈছিল ৪৭০ জন লোক ৷ সন্ত্ৰাসবাদীৰ জিজ্ঞাসাৰ বলি হোৱা নিহতলৈ’ দৈনিক অগ্ৰদূত’ ডিজিটেলৰ তৰফৰ পৰা জনোৱা হ’ল একাঁজলি শ্রদ্ধাঞ্জলি ৷ADVERTISEMENT



































