Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

জুবিনক আকৌ এবাৰ চাবলৈ ৰাজনীতিকৰো ভিৰ

publisher by publisher
November 1, 2025
in News, Assam
Reading Time: 1 min read
0
জুবিনক আকৌ এবাৰ চাবলৈ ৰাজনীতিকৰো ভিৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

Zubeen Garg:✒️কিঞ্চিত বৰষুণে শীতৰ আগমনৰ বাৰ্তা কঢ়িয়াই অনাৰ সময়ত কালি চৌদিশে অভূতপূর্ব আবেগ বিহ্বল পৰিৱেশ বিৰাজ কৰে। কাৰণ শিল্পী জুবিন গাৰ্গৰ অন্তিম ছবি ‘ ৰৈ ৰৈ বিনালে’ৰ বহু প্রতীক্ষিত মুক্তি লাভ। সাধাৰণ দৰ্শকৰ লগতে সক্রিয় ৰাজনীতিৰ স’তে জড়িত অনেকেও ছবিখন উপভোগ কৰিবলৈ চিত্রগৃহলৈ লৱৰি আহে।

ADVERTISEMENT

অগপ সভাপতি তথা মন্ত্রী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি মন্ত্রী কেশৱ মহন্তৰ নেতৃত্বত দুই শতাধিক অগপ নেতা-কর্মীয়ে আজি গুৱাহাটীৰ নাৰেংগীৰ ‘গ’ল্ড চিনেমা’ চিত্রগৃহত ছবিখন উপভোগ কৰে। একেদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰব গগৈসহ দলৰ একাংশই তিনিচুকীয়া নগৰৰ এটিচি গেলাবীত ছবিখন দর্শন কৰে। ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈসহ দলৰ একাংশই গুৱাহাটীত ছবিখন উপভোগ কৰে। একেদৰে কামৰূপৰ পলাশবাৰীৰ ‘ছিলভাৰ স্ক্ৰীণ’ চিত্রগৃহত অজাপ সভাপতি লুৰীণজ্যোতি গগৈসহ দলৰ নেতৃবৃন্দই ছবিখন উপভোগ কৰে।

অগপৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই জানিবলৈ দিয়া মতে, আজি দলে নাৰেংগীৰ ‘গ’ল্ড চিনেমা’ৰ ২১৮ আসনৰ সকলো আসন বুক কৰি ছবিখন উপভোগ কৰে। ছবিখন উপভোগ কৰি দলৰ নেতা-কর্মীসকল আবেগিক হৈ পৰে। উচুপি উঠে বৰা আৰু মহন্তসহ দলৰ নেতা-কর্মীসকল। ছবিখন উপভোগ কৰাৰ পাছত মন্ত্ৰী বৰাই কয়, ‘ৰৈ ৰৈ বিনালে সঁচা অৰ্থত কেবল এখন চিনেমাই নহয়, এয়া জুবিন নামৰে আমি জী থকা আবেগ হেঁপাহখিনি প্রতিফলিত হোৱা এক বাস্তৱৰ প্ৰতিচ্ছবি। এয়া জুবিনৰ অন্তিমখন চিনেমা নহয়, এয়া জুবিনে সৃষ্টি কৰি যোৱা নতুনৰ আহ্বান। এই বাটেৰে আৰম্ভ হ’ব অসমৰ চলচ্চিত্ৰৰ এক নতুন যাত্রা। ছবিখন চাই অভিভূত হ’লো।’

ৰাজনীতিক নহয়, জুবিন অনুৰাগীৰূপে ছবিখন উপভোগ কৰা বুলি অগপ নেতা-কর্মীসকলে প্রকাশ কৰে। একেদৰে মন্ত্রী মহন্তই কয়, ‘অসমীয়া ছবি জগতৰ ৯০ বছৰীয়া ইতিহাসত জুবিন নামৰ এই বিশাল সত্তাই ‘ৰৈ বৈ বিনালে’ৰ জৰিয়তে যি কৰি গ’ল সেয়া কোনোদিন কোনোকালে যে আৰু হ’ব তাত সন্দেহ আছে। এই ছবিয়ে ইটোৰ পাছত সিটো অভিলেখ গঢ়িবলৈ সাজু হৈছে।’ ৰাইজক ছবিখনৰ ভিডিঅ’ সংগ্ৰহ কৰি সামাজিক মাধ্যমত নিদিবলৈও মন্ত্রীজনে আহ্বান জনায়।

জুবিনদাৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি সকলো মিলি-জুলি ওলাই আহিছো: গৌৰৱ

ছবিখন উপভোগ কৰাৰ পাছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ‘শিল্পী জুবিন গার্গে অসমীয়া ছবিক এটা শক্তিশালী পর্যায়লৈ লৈ গ’ল। তাৰ বাবে আমি তেওঁলৈ অশেষ ধন্যবাদ জনালো। আমাৰ এটাই দুখ তেওঁ আজি আমাৰ মাজত নাই। অন্যথা বহু সাহস পালোহেঁতেন।’

শিল্পী জুবিনৰ সপোন বাস্তবায়িত কৰাৰ অংগীকাৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে লগতে কয়, ‘তেওঁৰ সপোন বাস্তবায়িত কৰিবলৈ আমি আজি সকলোৱে মিলি-জুলি ওলাই আহিছো। তেওঁৰ প্রতি আমি কৃতজ্ঞ।’

জুবিন গাৰ্গৰ জীৱনৰ সৰ্বশ্রেষ্ঠ ছবি: অখিল

আজি ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰাৰ পাছত বিধায়ক অখিল গগৈয়ে কয়, ‘এই ছবি হৈছে জুবিন গাৰ্গৰ সৰ্বশ্রেষ্ঠ ছবি। এই ছবিত অসমীয়া মানুহৰ ভৱিষ্যতৰ জীবন দর্শন লুকাই আছে। ছবিখনৰ মাজেৰে শিল্পী জুবিনৰো জীৱনৰ প্রতিফলন ঘটিছে।’ সকলোকে ছবিখন চাবলৈ আহ্বান জনাই গগৈয়ে লগতে কয়, ‘মই ভাবো যে প্রত্যেক অসমীয়া মানুহে এই ছবি চোৱা উচিত। ছবিখন চাই থাকোতে কান্দিলো। বহুতে কান্দিলে। ছবিখনে জুবিনদাৰ জীবনৰ আদৰ্শৰো প্রতিফলন ঘটাইছে।’

অজাপৰ সভাপতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, যুটীয়া সম্পাদক পংকজ লোচন গোস্বামীকে ধৰি অজাপৰ বহু নেতা-কর্মীয়ে আজি দক্ষিণ কামৰূপৰ বিজয়নগৰস্থিত ছিলভাৰ স্ক্ৰীণ চিত্রগৃহত ছবিখন উপভোগ কৰে। ছবিখনৰ প্রদর্শনী আৰম্ভ হোৱাৰ প্ৰাকক্ষণত দর্শকসকলে একেলগে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটি পৰিবেশন কৰি আবেগিক হৈ পৰে। চিত্রগৃহত শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনাই তেওঁৰ বাবে এখন আসন সুকীয়াকৈ ৰখা হয়।

‘মুখ্যমন্ত্রীক সুধিছো কিয় চৰকাৰী ছুটী ঘোষণা নহ’ল?’

‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰাৰ পাছত শুকুৰবাৰে অজাপ সভাপতি লুৰীণজ্যোতি গগৈয়ে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মালৈ প্রশ্নবাণ নিক্ষেপ কৰে। সংবাদ মাধ্যমৰ আগত গগৈয়ে কয়, ‘কাশ্মীৰ ফাইলছ’ ছবিখন চাবলৈ মুখ্যমন্ত্রী গৈছিল। বিষয়া-কৰ্মচাৰীসকলক ছুটী দিছিল। গতিকে মুখ্যমন্ত্রীক সুধিছো আজি কিয় ছুটী ঘোষিত নহ’ল? মুখ্যমন্ত্রীয়ে নিজৰ মন্ত্ৰীসকলক লৈ ছবিখন চাবনে?’ ছবিখন সম্পর্কত গগৈয়ে লগতে কয়, “ৰৈ ৰৈ বিনালে’ ছবিখনৰ যি নাম তেনেদৰে প্ৰকৃতিয়ে এতিয়াও ৰৈ ৰৈ বিনাইছে। ছবিখন চোৱাৰ পাছত মানুহ জুবিন গাৰ্গৰ আদৰ্শৰ গভীৰতালৈ সোমাই পৰিব।’ জুবিন গার্গে ন্যায় পাবই লাগিব বুলিও তেওঁ মন্তব্য কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: movieRoi Roi binaleZubeen Garg
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d